Back

★ গুৱাহাটী যুদ্ধ সমাধিস্থান - অসমৰ পৰ্যটনস্থলী ..



গুৱাহাটী যুদ্ধ সমাধিস্থান
                                     

★ গুৱাহাটী যুদ্ধ সমাধিস্থান

গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্‌ৱেল্‌থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ শ্মশান। এই পথেৰে গলে নৱগ্ৰহ মন্দিৰো পোৱা যায়।

                                     

1. ঐতিহাসিক তথ্য

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই অঞ্চলত থকা কেইবাখনো সেনা চিকিৎসালয়ত মৃত্যু হোৱা সৈনিকৰ বাবে এই সমাধিক্ষেত্ৰ আৰম্ভ কৰা হৈছিল। পিছলৈ স্থায়ী চোৱা-চিতাৰ ব্যৱস্থা নথকা আমাৰি বাৰি সৈনিক সমাধিক্ষেত্ৰ, চিলেট সৈনিক সমাধিস্থান, মহাচাৰা সমাধস্থান, নগাঁও ৰাজহুৱা সমাধিক্ষেত্ৰ আৰু গুৱাহাটী ৰাজহুৱা সমাধিস্থানৰ পৰা বহু সমাধি ইয়ালৈ অনা হয়। একে কাৰণতে ১৯৫২ চনত লুচাই পাহাৰ, বদৰপুৰ, দাৰ্জিলিং, কোচ বিহাৰ, ধুবুৰী, ডিব্ৰুগড়, দিনজান, লামডিং, চিলং, শিলচৰ আদি ঠাই পৰাও ইয়ালৈ সমাধি অনা হয়। বৰ্তমান ইয়াত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা ৪৮৬ গৰাকী কমন্‌ৱেল্‌থ সৈনিকৰ সমাধি বা স্মাৰক আছে। ইয়াৰে ২৫টা সমাধিৰ পৰিচয় অজ্ঞাত। ইয়াৰ বাহিৰে ইয়াত চীনা সৈনিকৰো ২৪টা সমাধি আছে আৰু ২টা সমাধি যুদ্ধৰ নহয়।

দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা ১১জন জাপানী সৈনিকৰ অৱশিষ্ট উদ্ধাৰৰ বাবে ২০১২ চনত ইয়াৰ খনন কৰা হৈছিল।

Users also searched:

সমধসথন, গৱহট, গৱহটযদসমধসথন, গুৱাহাটী যুদ্ধ সমাধিস্থান, অসমৰ পৰ্যটনস্থলী. গুৱাহাটী যুদ্ধ সমাধিস্থান,

...

Encyclopedic dictionary

Translation

Dainik Agradoot 19 April.p65.

গুৱাহাটী, যােৰহাট আৰু তেজপুৰৰ পৰা প্রকাশিত ৭ টাইৱানক আক্রমণ কৰিব পাৰে চীনে​, যুদ্ধ সমীপৰে গােপাল আতাৰ সমাধিস্থান আজি উজলি.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →