Back

★ মৈদাম - অসমৰ পৰ্যটনস্থলী ..



মৈদাম
                                     

★ মৈদাম

মৈদাম হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা লাহে লাহে লোপ পায়।

শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।

মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আৰু ইংৰাজ শাসনকালত মোগল আৰু ইংৰাজে বহু মৈদামৰ ধন-সোণ লুটি নিয়ে।

                                     

1. মৈদাম দিয়া প্ৰক্ৰিয়া

মৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়। ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক ৰুংডাং কাৰেং বোলে। ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ, যেনে চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি, ৰখা হয়। শেষত ইয়াক আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয়। এই দৌলটোৰ ওপৰভাগক চাও চালি বোলা হয়। মৈদামৰ ভিতৰছোৱা এটা বা ততোধিক ভাগত ভগোৱা হ’ব পাৰে। চাং ৰুং ফুকনৰ বুৰঞ্জীত মৈদামৰ গঠন প্ৰণালীৰ বিৱৰণ আছে।

ভাৰতীয় পুৰাতত্ব অনুসন্ধানে চলোৱা খননকাৰ্যত মৈদামৰ ভিতৰভাগত হাতীদাঁত আৰু কাঠৰ সামগ্ৰীৰ অৱশিষ্ট উদ্ধাৰ হৈছে। ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক ৰুংডাং কাৰেং বোলে। ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ, যেনে চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি, ৰখা হয়।

                                     
  • হ ব ম দ ম হ ছ আহ মসকলৰ পঞ চমৰ জধ ন হ ব ৰ ট ইভ ট ত অৱস থ ত দ ট প ৰ চ ন ম দ ম আহ ম জনগ ষ ঠ ব ৰঞ জ চ ক ফ Hazarika, Nagen 2014 Chao Habung First
  • স ক ষ এই শ ৱস গৰ সমগ ৰ জ ল খনত আহ মৰ শ সনক লৰ অল খ স থ পত য, ভ স কৰ য, ম দ ম প খ ৰ গড আল ব ট আদ স চৰত হ আছ শ ৱস গৰ ন মট জ ল খনৰ সদৰ শ ৱস গৰ
  • স ম ৰ জ যৰ শ ষ ৰ জধ ন হ চ প য ৰহ টত আহ ম ৰজ ৰ সম ধ ক ষ ত ৰ ৰজ ম দ ম ল চ ত বৰফ কনৰ ম দ ম ৰ জম ও প খ ৰ বঙ ল প খ ৰ ক ধৰ বহ ত ঐত হ স ক সমল প ৱ য য
  • প ছত ম তদ হ প ত গ হ ক ন ব ৰ ত ঐত হ স ক ল হদ গড ৰ ক ষত আহ ম পৰম পৰ অন সৰ ম দ ম দ য হয ড ল ম গদ প ণ ৰ প ৰ ম ক হ ন ম ন হৰ ম খ ম খ প ৰচল ত ক ছ ম ন
  • শ ৱদ ল, ব ঢ গ স ন দ ৱ লয গৰখ য দ ল, ঢ ক য খ ৱ বৰ ন মঘৰ, ল চ ত বৰফ কন ম দ ম অসম স হ ত য সভ ৰ ম খ য ক ৰ য য লয চন দ ৰক ন ত সন দ ক ভৱন আদ উল ল খ যয গ য
  • জ ল ত আহ ম সম ৰ জ যৰ প ৰস দ ক ৰ ঘৰ, এচ য ৰ প ৰ ম ডৰ প ব খ য ত চৰ ইদ উ ম দ ম শ - ধ ৱ প খ ৰ ট ঙ প খ ৰ আহ ম স ন য প ৰশ ক ষণ ক ন দ ৰ ইত য দ ক কৰ
  • চ ওফ উদয দ ত য স হ ই চনত য ৰহ টৰ পৰ ক ল ম ট uৰ আ তৰত ল চ ত ম দ ম ন ৰ ম ণ কৰ প ৰত বছৰ নৱ ম বৰৰ দ নট গ ট ই অসমত ল চ ত ফ কনল ৰ ব ৰত ব
  • ল কক ল খ ৰ খন উপ ধ ৰ অভ হ ত কৰ হ ছ ল আহ মসকলৰ শ সনক লত ম ত ব যক ত ক ম দ ম দ য ৰ য প ৰথ আছ ল স ই প ৰথ ত ল খ ৰ খনসকলৰ ব শ ষ ভ ম ক আছ ল শৱদ হ এট
  • এই ভগ ন শ ষ এত য ও আছ য ৰ য ম দ ম চপ খ ৱ ৰ পৰ দক ষ ণ প ৰ য চ ৰ ক ল ম ট ৰ দ ৰ ৰ ব ষ ণ প ৰ গ ৱত দ ট ম দ ম আছ Falling Rain Genomics, Inc
  • ক ৰ ক টৰ ব ব য ৰহ ট জ মখ ন খ লপথ ৰ ও আছ ল চ ত বৰফ কনৰ ম দ ম : আহ ম স ন পত ল চ ত বৰফ কনৰ ম দ ম খ ৰ ষ ট ব দত ল চ ত বৰফ কনৰ ন ত ত বত আহ ম স ন যই
                                     
  • ম ট জ ৰ এট ম দ ম আৰ ত খ তৰ ব ৰ ৰ চ নম ক ক আছ ইয ৰ উপৰ ও ক ষত পত ন সকলৰ ম দ ম আৰ প ৱ দ শত 24জন প ত ৰৰ ল ন প ত এষ ৰ সৰ ম দ ম আছ ৰ জমন ত ৰ
  • বৰপ জ ঘৰ দ ল ব ল ও জন গ ছ ল ৰ ষ ট ৰ য ব ৰ ল চ ত বৰফ কনৰ ম দ ম আহ ম স ন পত ল চ ত বৰফ কনৰ ম দ ম খ ৰ ষ ট ব দত ল চ ত বৰফ কনৰ ন ত ত বত আহ ম স ন যই শৰ ইঘ টৰ
  • এন ক ৱ এব ধ হ - দ ন স ৰক ষ ত আছ হ - দ ন ময - দ ম ম দ ম হ - দ ন স বৰ গদ উ সকলৰ ম দ ম দ য ৰ সময ত স ণৰ হ ৰ ব খৰ কৰ ৱ ফ ক সহ হ - দ ন ক ষত ৰখ
  • এট ৰজ দ ন য প খ ৰ ক ইব ট ও ৰজ দ ন য প খ ৰ ক ইব ট ও ৰজ দ ন য ম দ ম থক ৰ লগত গৰখ য মন দ ৰ, ম দ ৰ ন জ ৰ ৰ অৱস থ ত৷ হ ত শ বৰ শইক য Late
  • হ ব ষয বব য সকল ৰজ আৰ ৰ ণ ৰ হত য কৰ ৱ য ত ও ল কক এক লগ চৰ ইদ উত ম দ ম দ য হয Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink
  • স বৰ গদ উৱ শ ৱপ জ কৰ ছ ল ৰ গন থ দ লৰ ক ষত দক ষ ণ পশ চ ম থক ক ইব ট ও খটখট ৰ ম দ ম আক ত ৰ য ধ ব স ৱশ ষ আছ স য হ ল ফ ক ৱ দ ল কথ ত আছ য ৰ দ ৰস হই ত ও ৰ
  • স ক ষ এই শ ৱস গৰ সমগ ৰ জ ল খনত আহ মৰ শ সনক লৰ অল খ স থ পত য, ভ স কৰ য, ম দ ম প খ ৰ গড আল ব ট আদ স চৰত হ আছ আহ ম শ সনৰ প ৰশ সন য ক ন দ ৰ আছ ল
  • খ ৰ ষ ট ব দত গ ৱ হ ট ৰ চ উন ত ত ও ৰ ম ত য হয ত ও ৰ ম তদ হ ট ই - আহ ম পদ ধত ৰ ম দ ম দ বল চৰ ইদ উল ন য হ ছ ল ক ছ ম নৰ মত ৰ দ ৰ স হক উত তৰ গ ৱ হ ট ত হ ন দ
  • প খ ৰ গ ধ প খ ৰ শ ক ন প খ ৰ বৰপ ত ৰ দ ল আৰ প খ ৰ চ কন সৰ য হৰ ম দ ম প চশ বছৰ প ৰণ প থ ৱ ৰ ব ৰল প ৰজ ত ৰ উদ ভ দৰ অন যতম ক ন দ গছ বৰপ ত ৰ
  • স বৰ গদ উৱ শ ৱপ জ কৰ ছ ল ৰ গন থ দ লৰ ক ষত দক ষ ন পশ চ ম থক ক ইব ট ও খটখট ৰ ম দ ম আক ত ৰ য ধ ব স ৱশ ষ আছ স ইয হল ফ ক ৱ দ ল কথ ত আছ য ৰ দ ৰস হই ত ওৰ
  • ব ঢ গ স ন থ ন ব দ ৱ লয গৰখ য দ ল, ঢ ক য খ ৱ বৰ ন মঘৰ, ল চ ত বৰফ কন ম দ ম স বৰ গদ উ চ ওল ছ য ক ফ সমন বয ক ষ ত ৰ, অসম স হ ত য সভ ৰ চন দ ৰক ন ত
  • আখ য নৰ এই অধ য য ট সম প ৰ ণ হ ছ আহ ম ৰজ ৰ ৰ - ধ ম ল ব ব হ পদ ধত ম দ ম আদ ৰ বৰ ণন ইয ত প ৱ য য এই ব ৰঞ জ খনৰ ম ল হ ল ব ভ ন ন স চ পত য


                                     
  • দ ৱত ব স কৰ ব ল ব শ ব স কৰ এই গড ৰ ওচৰত এট শ ধ ৱ প খ ৰ আৰ এট ম দ ম আছ যত আহ মসকলৰ লগত অহ এজন পণ ড তৰ ম ত য ত সজ ৱ হ ছ ল ব ল জন য য এত য ও
  • তদ পৰ আইসকল ন মঘৰত ভ দ ন ম লয গ ওখনৰ ম তকৰ সৎক ৰ ট ই আহ ম পৰম পৰ ৰ ম দ ম দ কৰ হয ট ই আহ মৰ প ৰণ বহ স চ পত য প থ গ ৱখনত স ৰক ষ ত হ আছ
  • প ৰচ ষ ট ৰ ফলত এই দ ৱসৰ আৰম ভণ হয চ ক ফ ই প ৰত ষ ঠ কৰ ৰ জধ ন চৰ ইদ উৰ এট ম দ ম আহ ম স বৰ গদ উ চ ক ফ ৰ এট প ৰত ম ৰ ত শ ল প ৰ কল পন ত চ ক ফ ন ৰ য ণপ ৰত
  • ব ঢ গ স ন দ ৱ লয ল চ ত বৰফ কনৰ ম দ ম য ৰহ ট জ মখ ন ক ল ব গড ম ৰ সত ৰ দক ষ ণপ ট সত ৰ কমল ব ৰ সত ৰ আউন আট সত ৰ ম ল পথ ৰ ৰজ ম দ ম বৰভ ট থ ন পৰ বহণ পৰ বহণৰ
  • ব ঢ গ স ন দ ৱ লয ল চ ত বৰফ কনৰ ম দ ম য ৰহ ট জ মখ ন ক ল ব গড ম ৰ সত ৰ দক ষ ণপ ট সত ৰ কমল ব ৰ সত ৰ আউন আট সত ৰ ম ল পথ ৰ ৰজ ম দ ম বৰভ ট থ ন পৰ বহণ পৰ বহণৰ
  • ব ঢ গ স ন দ ৱ লয ল চ ত বৰফ কনৰ ম দ ম য ৰহ ট জ মখ ন ক ল ব গড ম ৰ সত ৰ দক ষ ণপ ট সত ৰ কমল ব ৰ সত ৰ আউন আট সত ৰ ম ল পথ ৰ ৰজ ম দ ম বৰভ ট থ ন পৰ বহণ পৰ বহণৰ
  • ব ঢ গ স ন দ ৱ লয ল চ ত বৰফ কনৰ ম দ ম য ৰহ ট জ মখ ন ক ল ব গড ম ৰ সত ৰ দক ষ ণপ ট সত ৰ কমল ব ৰ সত ৰ আউন আট সত ৰ ম ল পথ ৰ ৰজ ম দ ম বৰভ ট থ ন পৰ বহণ পৰ বহণৰ
  • ব ঢ গ স ন দ ৱ লয ল চ ত বৰফ কনৰ ম দ ম য ৰহ ট জ মখ ন ক ল ব গড ম ৰ সত ৰ দক ষ ণপ ট সত ৰ কমল ব ৰ সত ৰ আউন আট সত ৰ ম ল পথ ৰ ৰজ ম দ ম বৰভ ট থ ন পৰ বহণ পৰ বহণৰ

Users also searched:

মৈদাম, অসমৰ পৰ্যটনস্থলী. মৈদাম,

...

Encyclopedic dictionary

Translation
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →