Back

ⓘ অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপাল ..



                                               

সাতগড়

অসমৰ পুৰণি কৃতীচিহ্ন সমূহৰ ভিতৰত মাটিৰে সজা গড় সমূহো অন্যতম। মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বহুতো ঐতিহাসিক গড় আজিও নিজৰ অস্তিত্ব বহন কৰি ঠিয়হৈ আছে স্বমহিমাৰে। উত্তৰ গুৱাহাটীৰ পৰা চাংসাৰিলৈ একেলগে সাতটা ঐতিহাসিক গড় আছে। এই গড় কেইটাই আগুৰি থকা অঞ্চলটোক একেলগে সাতগড় বুলি কোৱা হয়। এই সাতগড় সম্পৰ্কে আজিৰ আলোচনা আগবঢ়োৱা হ’ল-------- ক’ৰ পৰা কলৈ আছেঃ এই গড় সমূহৰ প্ৰথমটো আছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ কানাই বৰশী বোৱা শিলৰ পৰা দীৰ্ঘেশ্বৰী পাহালৈ। এই গড়টোক ফুলুং গড় বা বৰগড় বুলি কোৱা হয়। দ্বিতীটো আছে দীৰ্ঘেশ্বৰী পাহাৰৰ উত্তৰ দিশৰ এতিয়া ফুলুং উপ স্ব ...

                                               

অসম বিধানসভা নিৰ্বাচন, ১৯৯৬

১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ১০ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৮.৯২%। এইটো নিৰ্বাচনত মুঠ ১৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ৬ গৰাকীয়ে বিজয়ী হয়। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ওদালগুৰি সমষ্টিত আটাইতকৈ কম আছিল, ২জন আৰু আটাইতকৈ বেছি আছিল বৰপেটা সমষ্টিত, মুঠ ২৮জন। অসম গণ পৰিষদে ৫৯খন আসনত জয় লাভ কৰি প্ৰথম স্থানত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৪টা সমষ্টিৰ পৰা বিজয়ী হৈ প্ৰধান বিৰোধী দলৰ আসনত বহে। প্ৰফুল্ল কুমাৰ মহন্তই নগাওঁ আৰু বৰহমপুৰ দুটা বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল। পিছত তেওঁ নগাঁও আসনখন এৰি দিয়ে আৰু তাৰপৰা উপ-নিৰ্বাচনত অসম গণ পৰিষ ...

                                               

ঘুগুহা দৌল

ঘুগুহা দৌল অসমৰ ধেমাজি জিলাত অৱস্থিত এক মধ্যযুগীয় দৌল। ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। লখিমপুৰৰপৰা ধেমাজি পোৱাৰ আগেয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ সোমাই গ’লে দৌলটো পোৱা যায়। আনহাতে ধেমাজিনগৰৰপৰা বুটিকোৰনৰোৱাথান হৈ ঘিলামৰা সংযোগী পথেৰেও তালৈ যাব পাৰি।

                                               

চিৰিং ফুকন

চিৰিং ফুকন বা ফু-কন চি-ৰিং হৈছে মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ এজন বিষয়া। তেওঁ আছিল আহোমসকলৰ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ আৰু দেওধাইসকলৰ গৰাকী। তৃতীয় আহোম স্বৰ্গদেৱ চুবিণ্‌ফাই সম্ভ্ৰান্ত আহোমসকলক সাতটা খেল বা ঘৰত ভাগ কৰিছিল আৰু চিৰিং ফুকনসকলক চিৰিং খেলত অন্তৰ্ভুক্ত কৰিছিল। আহোম ধৰ্ম অনুযায়ী ৰজাঘৰীয়া সকলোবোৰ আচাৰ-অনুষ্ঠান তথা পূজা-পাতল তেওঁলোকে পৰিচালনা কৰিছিল।

                                               

২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মেৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদৰ নিম্ন সদন। ১৩ মে ২০০৪ তাৰিখে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই পৰাজয় স্বীকাৰ কৰে। স্বাধীনতাৰ পৰা ১৯৯৬ চনলৈকে পাঁচ বছৰৰ বাহিৰে সকলো সময় ভাৰতত ক্ষমতাত থকা ভাৰতীয় জাতীয় কংগ্ৰেছে আঠ বছৰ শাসনভাৰৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহে। কংগ্ৰেছে তেওঁলোকৰ মিত্ৰশক্তিৰ সহায়ত ৫৪৩ জনৰ ভিতৰত ৩৩৫ জনতকৈ ওপৰৰ সদস ...

অসম চৰকাৰ
                                     

ⓘ অসম চৰকাৰ

অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদীশ মুখী হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল। আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →