Back

ⓘ ১ এপ্ৰিল. ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে। ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ। ২০০৪ - গুগলৰ দ্ব ..



                                     

ⓘ ১ এপ্ৰিল

  • ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে।
  • ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ।
  • ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি।
  • ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা।
  • ১৯৩৬ - পূৰ্বতে কলিংগ বা উৎকল নামেৰে প্ৰসিদ্ধ উৰিষ্যাক ৰাজ্য ৰূপে ঘোষণা।
  • ১৯১২ - ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়।
  • ২০০২ - নামৰূপ সাৰ কাৰখানাক হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বনৰ পৰা বিভক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড হিচাপে নামকৰণ।
  • ১৯৩৫ - ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা।
  • ১৯৭২ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাগালেণ্ড ৰাজ্যৰ শাখা, কহিমা বিচাৰ পীঠৰ বাবে স্থায়ী বিচাৰক হিচাপে অৰূপ কুমাৰ গোস্বামীক নিযুক্ত।
  • ২০০১ - নেদাৰলেণ্ডত সম-লিংগ বিবাহৰ বৈধকৰণ। এই আইন প্ৰণয়ন কৰা এইখনেই প্ৰথম দেশ।
  • ১৮৭৮ - কলকাতাত যাদুঘৰ প্ৰতিষ্ঠিত হয়।
                                     

1. জন্ম

  • ১৯৩৬ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৫৭৮ - ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক ডা° উইলিয়াম হাৰ্ভেৰ জন্ম। মৃত্যু: ১৬৫৭
  • ১৯২২ - ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। মৃত্যু: ২০০৪
  • ১৯২৯ - মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
  • ১৯২৬ - হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি, অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।
  • ১৯৪৩ - নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।
  • ১৯৩৭ - মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
  • ১৯২৭ - যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →