Back

★ শিলচৰ - অসমৰ নগৰ-মহানগৰ ..



শিলচৰ
                                     

★ শিলচৰ

শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যবসায়ীয়ে বসতি স্থাপন কৰিছে।

বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূৱ ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ"আখ্যা দিছিল। তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি"আৰু "চুঙা পিঠা"এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।

                                     

1. ভৌগোলিক অৱস্থান

শিলচৰ অসমৰ দক্ষিণ সীমাত অৱস্থিত। বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰ চাহ, চাউল আৰু নানাৰকমৰ কৃষিজাত দ্ৰব্যৰ বাবে বিখ্যাত। পঞ্চগ্ৰাম কাগজ কল, চিমেণ্ট কাৰখানা আৰু চাহ-পাত উৎপাদন এই ঠাইৰ প্ৰধান শিল্প। শিলচৰ অসমৰ দ্বিতীয় বৃহত্তম নগৰ। শিলচৰ ভাৰতৰ অন্যান্য ঠাইৰ সতে ৰেল, স্থলপথ আৰু আকাশপথৰ মাধ্যমেৰে সংযুক্ত। গড় হিচাপত শিলচৰ সমুদ্ৰপৃষ্ঠৰ পৰা ২২ মিটাৰ ৭২ ফুট উচ্চতাত আছে।

                                     

2. ৰাজনীতি

শিলচৰ হৈছে শিলচৰ লোকসভা সমষ্টিৰ অংশ। শিলচৰৰ পৰা সংসদৰ বৰ্তমান সদস্য হৈছে সুস্মিতা দেৱ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰবীণ ৰাজনীতিবিদ সন্তোষ মোহন দেৱৰ কনিষ্ঠ কন্যা।

                                     

3. শৈক্ষিক প্ৰতিষ্ঠান

  • ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ ITI শিলচৰ চহৰৰ পৰা ৬ কিমি দূৰৈৰ ত্ৰিকোণা নামে ঠাইত অৱস্থিত।.
  • ত্ৰিগুনা সেন প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়, অসম বিশ্ববিদ্যালয়.
  • ARIIT Assam Rifles Institute of Information Technology জেইল ৰোডত অৱস্থিত.
  • শিলচৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ তৃতীয়খন চিকিৎসা মহাবিদ্যালয়।.
  • অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।.
  • শিলচৰ পলিটেকনিক হৈছে এখন প্ৰতিষ্ঠান যিয়ে সকলো সম্মানীয় অভিযান্ত্ৰিক পাঠ্যক্ৰমত ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়।.
  • NIELIT National Institute of Electronics and Information Technology Silchar EC শিলচৰ ISBT ৰ প্ৰথম মহলাত অৱস্থিত। Inter State Bus Terminus.
  • ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ এতিয়া এখন প্ৰতীম বিশ্ববিদ্যালয়, অঞ্চলটোৰ ভিতৰতে প্ৰাচীনতম অভিযান্ত্ৰিক মহবিদ্যালয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ এখন প্ৰতিষ্ঠান।.
  • C-DAC হৈছে এন.আই.টি. শিলচৰৰ চৌহদৰ ভিতৰত অৱস্থিত উচ্চ পৰ্যায়ৰ গণনা আৰু গৱেষণাৰ প্ৰতিষ্ঠান।.


                                     

4. দৰ্শনীয় স্থান

শিলচৰ চহৰৰ অন্যতম দৰ্শনীয় স্থানসমূহ হল:

  • খাচপুৰ: শিলচৰৰ পৰা ২০ কিঃমিঃ দূৰত্বত খাচপুৰ নামেৰে ডিমাচা কছাৰী ৰজাসকলৰ এক বিৰাট ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ৰাজধানী গঢ়ি উঠিছিল। যাৰ নিৰ্মাণ ১৬৯০ খ্ৰীষ্টাব্দৰ মাজত হৈছিল। এই ঠাইৰ প্ৰধান আকৰ্ষণ হৈছে সিংহদ্বাৰ, সূৰ্যদ্বাৰ আৰু প্ৰাচীন ৰজাসকলৰ মন্দিৰ। মূল প্ৰাসাদটি প্ৰায় অস্তিত্বহীন, কিন্তু ইয়াৰ অধীনস্থ, প্ৰধান প্ৰবেশদ্বাৰ, সূৰ্যদ্বাৰ, দেৱালয় অক্ষত অৱস্থাত আছে। প্ৰবেশপথত হাতী-নিদৰ্শন আছে।.
  • ইচকন মন্দিৰ: বিশ্ব বিখ্যাত সনাতন নাটকীয় আধ্যাত্মিক সংগঠন ইচকন-ৰ দ্বাৰা পৰিচালিত শিলচৰ চহৰৰ অম্বিকাপট্টিস্থিত ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰ আছে। প্ৰতিষ্ঠানটোৰ ওচৰতে ইচকন মন্দিৰৰ দ্বাৰা পৰিচালিত "গোবিন্দভোজনালয়"নামেৰে এখন নিৰামিষ ৰেস্তোৰাও আছে।.
  • গান্ধীবাগ পাৰ্ক: গান্ধীবাগ পাৰ্ক চহৰৰ কেন্দ্ৰ, পাৰ্ক ৰোডত অৱস্থিত। পাৰ্কখন মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল। পাৰ্কত ভাষা শ্বহীদসকলৰ এটি শ্বহীদ মিনাৰ আছে যিসকলে ১৯৬২ চনৰ ১৯ মেত বঙালী ভাষা ৰক্ষাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল।.
  • ভুৱনেশ্বৰ মন্দিৰ: এই মন্দিৰটো সমগ্ৰ দক্ষিণ অসমৰ ভিতৰতে ভগৱান শিৱৰ সকলোতকৈ সুপ্ৰসিদ্ধ মন্দিৰ। শিলচৰৰ পৰা প্ৰায় ৫০ কিমি দূৰত আৰু ভুৱন পাহাৰৰ ওপৰত এই তীৰ্থস্থানখন অৱস্থিত। প্ৰতি মাৰ্চমাহত শিৱৰাত্ৰিৰ সময়ত বহুতো মানুহে অনেক দূৰৰ পৰা শিৱৰ উপাসনা কৰিবলৈ ইয়ালৈ আহে। মন্দিৰটো সমতলৰ পৰা অন্ততঃ ১৭ কি়ঃমিঃ উচ্চতাত অৱস্থিত।.
  • কাঁচা কান্তি কালী মন্দিৰ: শিলচৰৰ পৰা প্ৰায় ১১ কিঃমিঃ অৰ্থাৎ দক্ষিণ অসমত দেৱী মা "কাঁচাকান্তি"-ৰ এক ঐতিহাসিক আৰু সুপ্ৰসিদ্ধ মন্দিৰ আছে। এই দেৱী দুই শক্তিশালী হিন্দু দেৱতা মা দুৰ্গা আৰু মা কালীৰ সংযোজন। মূল মন্দিৰটো কছাৰী ৰজাই ১৮০৬ খ্ৰীষ্টাব্দত নিৰ্মিত কৰিছিল। ১৮১৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দেবীৰ ওচৰত নৰবলি প্ৰদান কৰা হৈছিল। পুৰণি মন্দিৰটো ধ্বংস হৈ গৈছিল আৰু ১৯৭৮ খ্ৰীষ্টাব্দত নতুন মন্দিৰটো পুনঃ প্ৰতিষ্ঠাপিত কৰা হয়।.
  • মনিহৰণ সুৰংগ: ভুৱনেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত ই এক জনপ্ৰিয় স্মৃতি। পবিত্ৰ নদী ত্ৰিবেনী এই সুৰংগৰ তলেৰে প্ৰবাহিত হয়। পৌৰাণিক কাহিনী মতে, এই সুৰংগটো এবাৰ ভগৱান শ্ৰীকৃষ্ণই ব্যৱহাৰ কৰিছিল। ভগবান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰটোক মনিহৰণ সুৰংগ নামেৰে নামকৰণ কৰা হয়।.
                                     
  • প ৰয ক ত ব দ য প ৰত ষ ঠ ন, শ লচৰ ৰ ষ ট ৰ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন, শ লচৰ India ৰ ষ ট ৰ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন, শ লচৰ ই ৰ জ National Institute
  • শ লচৰ চ ক ৎস মহ ব দ য লয অসম চৰক ৰ চনত ক ছ ৰ জ ল ৰ শ লচৰত প ৰত ষ ঠ কৰ এইখন অসমৰ বৰ ক উপত যক ৰ একম ত ৰ চ ক ৎস মহ ব দ য লয তথ চ ক ৎস লয
  • শ লচৰ ব ম নবন দৰ বঙ ল শ লচৰ ব ম নবন দৰ ই ৰ জ Silchar Airport আইএট এ: IXS, আইচ এঅ VEKU ভ ৰতৰ উত তৰ প ৰ ব ঞ চল য ৰ জ য অসমৰ ক ছ ৰ জ ল ৰ শ লচৰত
  • শ লচৰ ল কসভ সমষ ট ই ৰ জ Silchar Lok Sabha constituency অসমৰ ট ল ক সভ সমষ ট ৰ ভ তৰত এট শ লচৰ ল কসভ সমষ ট ত তলত উল ল খ ত ব ধ ন সভ সমষ ট সম হ
  • জ ল অসমৰ বৰ ক উপত যক ৰ এখন জ ল শ লচৰ এই জ ল ৰ সদৰ ক ছ ৰ জ ল খন এসময ত ব হত তৰ কছ ৰ স ম ৰ জ যৰ অন তৰ ভ ক ত আছ ল শ লচৰ অসমৰ অন যতম ব হৎ ব ণ জ য ক ক ন দ ৰ
  • জন জ ত ভ ৰতৰ অসম ৰ জ যৰ দক ষ ণ অঞ চলত অৱস থ ত এই উপত যক ৰ ম খ য চহৰ হ ছ শ লচৰ এই অঞ চল বৰ ক নদ ৰ ন ম ৰ ন ম কৰণ কৰ হ ছ বৰ ক উপত যক অসমৰ ত ন খন প ৰশ সন ক
  • ড ণ ট ল চ ৰ জৰ অসম চ ক ৎস মহ ব দ য লয গ ৱ হ ট চ ক ৎস মহ ব দ য লয শ লচৰ চ ক ৎস মহ ব দ য লয য ৰহ ট চ ক ৎস মহ ব দ য লয ফখৰ দ দ ন আল আহম দ চ ক ৎস
  • চৰক ৰ দন ত চ ক ৎস মহ ব দ য লয শ লচৰ এখন অসমৰ চৰক ৰ দন ত চ ক ৎস মহ ব দ য লয চনত অসম চৰক ৰ ক ছ ৰ জ ল ৰ শ লচৰত এই মহ ব দ য লয খন প ৰত ষ ঠ
  • sends 14 Member of Parliament s to the Lok Sabha. কৰ মগঞ জ এইউড এফ শ লচৰ ক গ ৰ ছ স ব য ত বশ স ত জ ল ক গ ৰ ছ ধ ব ৰ এইউড এফ ক ক ৰ ঝ ৰ
  • হয বৰগ ও - ম ৰ ব ৰ ল মড - বদৰপ ৰ - আগৰতল বদৰপ ৰ জ চন - শ লচৰ কৰ মগঞ জ - মহ ষ সন শ লচৰ - জ ৰ ব ম ক ট খ ল জ চন - ভ ৰৱ কৰ মগঞ জ জ চন - দ ৰ লভচ ৰ ত ন চ ক য
  • 200 ম ইল ইয ৰ 100 km 62 ম ইল অসমত আৰ 220 km 140 ম ইল মণ প ৰত আছ শ লচৰ ক শ প ৰ ই ৰ জ Kashipur ব ঞ চক ণ ড ই ৰ জ Banskandi ফ ল ৰ তল ই ৰ জ
  • ন য ম য ব ম ন আছ চনত ভ ৰতৰ ক ন দ ৰ য চৰক ৰৰ ক ব ন ট জ ৰ ব ম শ লচৰ ৰ লপথ ইম ফলল প ৰস ৰ ত কৰ বল ঘ ষণ কৰ ছ ল ইম ফলৰ ম জ ৰ ন ৰ ষ ট ৰ য
                                     
  • স ব ধ নত আন দ লনত জ প য ই পৰ আৰ চনত ম হৰ ব ব ক ৰ ব স খ ট শ লচৰ জ ইলত ট ইফইড ৰ গত ভ গ সত ত ব ও ত খ ত কৰ ব স সম প ৰ ণ কৰ চনৰ শ ষৰফ ল
  • গঠ ত ক ছ ক ছ অ শ স গৰ প ষ ঠৰ পৰ প ৰ য ম ট ৰ উচ চত ত অৱস থ ত শ লচৰ আৰ কৰ মগঞ জৰ পৰ ইয ৰ দ ৰত ব ক ম উদ ভ দ: ম লত ক ৰ ন ত য স ম ক
  • ব শ বব দ য লয Dibrugarh University অসম ব শ বব দ য লয Assam University শ লচৰ ত জপ ৰ ব শ বব দ য লয Tezpur University বড ল ণ ড ব শ বব দ য লয Bodoland
  • শ ক ষকত ৰ চ কৰ জ ৱনৰ প তন ম ল ত খ ত প ছল ছ ব - ইন সপ ক টৰ, ইন সপ ক টৰ, শ লচৰ আৰক ষ প ৰশ ক ষণ ক ন দ ৰৰ অধ যক ষ, গ ৱ হ ট আৰ ড ব ৰ গড ৰ সহ আৰক ষ অধ ক ষক
  • জ চন এই জ চনট ৱ অসমক ত ৰ প ৰ ৰ স ত স য জ ত কৰ ছ ইয ট ল মড - বদৰপ ৰ - শ লচৰ - আগৰতল হ গ ছ ল মড ঙত ভ লস খ যক শ ক ষ প ৰত ষ ঠ ন আছ ইয ৰ ভ তৰত উল ল খয গ য
  • ৰ ষ ট ৰ য ঘ ইপথ : ব ইহ ট চ ৰ আল - ত জপ ৰ - ব ন দৰদ ৱ - উত তৰ লখ মপ ৰ - জ ন ই ন ৰ ষ ট ৰ য ঘ ইপথ : বদৰপ ৰ - শ লচৰ ন ৰ ষ ট ৰ য ঘ ইপথ : শ লচৰ - আইজ ল
  • ম দ ৰ ছ - উচ চ ম ধ যম ক ব দ য লয - প ৰ থম ক ব দ য লয - লক ষ প ৰ শ লচৰ ল কসভ সমষ ট ৰ অন তৰ ভ ক ত Falling Rain Genomics, Inc - Lakhipur Census
  • লগত উত তৰ - প ব ভ ৰতৰ আন আন দ ৰদৰ শন ক ন দ ৰ য ন আগৰতল ক হ ম ইম ফল, শ লচৰ ড ব ৰ গড ত ৰ আইজল, ইট নগৰ আৰ শ ব লঙ ক ন দ ৰৰ পৰ ও অন ষ ঠ ন সম প ৰচ ৰ ত
  • অত থ শ ল ট ক ঠ ৰ ব শ বব দ য লয ৰ এট অত থ শ ল আছ ক ণ ট ন য তয ত: শ লচৰ আৰ ব শ বব দ য লয ৰ ম জত য ত য তৰ ব ব ছ ত ৰ ছ ত ৰ আৰ কৰ মচ ৰ ৰৰ ব ব
  • ষ ট চন হ ছ অসমৰ শ লচৰ ৰ ল ষ ট চন আইজলৰ পৰ প ৰ য ঘণ ট ৰ য ত ৰ আইজলৰপৰ ব ৰব ৰ ল ষ ট চনল দ ৰত ব হ ছ ক ম ম ইল আৰ শ লচৰ ৰ ল ষ ট চনল
  • শ ধন গ ৰ স থ পন ত জপ ৰ ক ন দ ৰ য ব শ বব দ য লয আৰ অসম ব শ বব দ য লয শ লচৰ স থ পন ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ ন, গ ৱ হ ট স থ পন ড ব ৰ গড ত গ ছ
  • শ স ত ড ব ৰ গড ধ ব ৰ গ ৱ লপ ৰ গ ল ঘ ট গ ৱ হ ট য ৰহ ট নগ ও ত জপ ৰ শ লচৰ চনত চ ফ কম ছন ৰছ প ৰভ ড ন স হ চ প অসম গঠন কৰ হ ছ ল ত ত য অসমৰ


                                     
  • ষ ট ড য ম, শ লচৰ অসম ক ৰ ক ট সন থ ৰ শ খ ভ ক ত সদস য জ ল সন থ সম হ হ ল : উত তৰ - প ব স ম ন ত ৰ লৱ ক ৰ ড সন থ ত জপ ৰ, গ ৱ হ ট ড ব ৰ গড শ লচৰ নগ ও
  • মহ ব দ য লয ৰ পৰ এম.ব ব এছ. ড গ ৰ ল ভ কৰ অসমৰ ড ব ৰ গড গ ৱ হ ট আৰ শ লচৰ এই ত ন ওখন চ ক ৎস মহ ব দ য লয ত ড ন ৰ মল বৰ ৱ ই স ৱ আগবঢ য ত ও
  • সদস যৰ গঠ ত অসম গ ৰ ম ণ ব ক শ ব কক ট শ খ ক ষ ত ৰত নলব ৰ গ ল ঘ ট, শ লচৰ লখ মপ ৰ, গ ৱ হ ট ক কৰ ঝ ৰ আৰ ড ব ৰ গড ভ গ কৰ হ ছ এই ক ষ ত ৰসম হৰ
  • ল গ ব স ৰক ষ ত শ ৰ ণ ৰ আব দনক ৰ সকল ন য নতম শত শ প ৰ প ত হ ব ল গ শ লচৰ বঙ ইগ ও নলব ৰ লক ষ মপ ৰ গ ৱ হ ট ত জপ ৰ নগ ও য ৰহ ট ড ব ৰ গড ড ব ৰ গড
  • ম ল গ ও, গ ৱ হ ট ন হৰ ষ ট ড য ম, গ ৱ হ ট সত ন দ ৰ ম হন দ ব ষ ট ড য ম, শ লচৰ অন প ঘটক হ ম গ বৰ ৱ ৰ জ শ বৰ গ তম দত ত পৰ গ দ স শ ভ ৰজ ৎ শইক য জ ভ দ
  • ন মৰ স গঠন এট জন ম হয অসম চৰক ৰৰ এই অন য য ৰ ব ৰ দ ধ এপ ৰ ল ত ৰ খ শ লচৰ কৰ মগঞ জ আৰ হ ইল ক ন দ ৰ ল কসকল স কল প দ ৱস প লন কৰ বৰ কৰ জনগণৰ ম জত

Users also searched:

শলচৰ, শিলচৰ, অসমৰ নগৰ-মহানগৰ. শিলচৰ,

...

Encyclopedic dictionary

Translation

New Khoirabad.

Title, Size, Detail. PDF icon এ আই বি পি আঁচনি ২০১৩ ১৪ৰ পুনঃম্যাদ বৃদ্ধি উত্তৰকৃষ্ণপুৰ আৰু সোনাচেৰা, 716.54 KB, swf image. Information & Services. Water Supply to Cultivable Land Farmers Training and Demonstration Irrigation Service. শিলচৰ মেডিকেল কলেজ কাণ্ড! Brahmaputra. কোভিড ৰোগীৰ বাবে শিলচৰৰ ৰাজপথত কৰা হব গ্ৰীণ কৰিডৰ। গ্ৰীণ কৰিডৰ কৰি শিলচৰ মেডিকেল কলেজৰ পৰা নিয়া হব বিমানবন্দৰলৈ। বিমানবন্দৰৰ পৰা এয়াৰ এম্বুলেন্সেৰে. অসমৰ কেইটামান বিশেষ উদ্যোগ. গুৱাহাটী,২৫ এপ্ৰিল: শিলচৰ বিমানবন্দৰত উপস্থিত হোৱা প্ৰায় ১০০ যাত্ৰীয়ে বিমানবন্দৰৰ স্ক্ৰীণিং কেন্দ্ৰত কভিড ১৯ৰ পৰীক্ষা নকৰাকৈ পুনৰ পলায়ন কৰে। তিনিদিন. দেশৰ ভিতৰতে তৃতীয় লেতেৰা চহৰ. হাফলং শিলচৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৩২জন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে. সুস্মিতা দেৱৰ পদ ত্যাগ লৈ শিলচৰ. শিলচৰত আৰক্ষীৰ জালত বাইক চোৰৰ গেং, উদ্ধাৰ ৭খন বাইকসহ স্কুটি অসম 3 Oct 19 @. ABOUT US.





Silchar, Cachar শিলচৰ: আংশিক লোকডাউনে ছোট.

শিলচৰ বন সংমণ্ডল অসমৰ দক্ষিণ প্রান্ত উর্বৰ বৰাক উপত্যকাত অৱস্থিত। ইয়াৰ উত্তৰ দিশে উত্তৰ কাছাৰ. পার্বত্য জিলা, পূবে মিজোৰাম আৰু পশ্চিমে কৰিমগঞ্জ জিলাসহ কৰিমগঞ্জ বন. শিলচৰ আৰক্ষী Archives TIME8 News. শিলচৰ মেডিকেল কলেজ কাণ্ড! চিকিৎসাত গুৰুত্ব নিদিয়াৰ বাবেই অকাল মৃত্যু হল চায়ন আৰু মাচুকৰ! অভিযোগ এজেৱাইচিপিৰ। কভিড ১৯ ৰ চিকিৎসাৰ লগতে আন বেমাৰী সকলকো​.


বৰাক ভেলীত বিজেপিৰ ভেটি অধিক.

শিলচৰ মেডিকেল কলেজ হাস্পতালত বন্ধ মৰণোত্তৰ পৰীক্ষা চিকিৎসক ওৰিনা ৰাহাৰ শৰীৰত কৰণা পজিটিভ পোৱাৰ পিছতে এই সিদ্ধান্ত. Craft Clusters of India. ৩৪ অসমৰ জাতীয় প্ৰযুক্তি প্ৰতিষ্ঠান শিলচৰ। ৩৫ অসমৰ উচ্চ ন্যায়ালয় থকা ঠাই গুৱাহাটী। ৩৬ অসমৰ গেছ বিদ্যুৎ প্ৰকল্প কঁঠালগুৰি। ৩৭ অসম সাহিত্য সভাৰ যোৰহাট.





বিদেশত আবদ্ধ হৈ থকা অসমৰ লোকসকলক.

শিলচৰত গ্ৰেপ্তাৰ হল এজন ভণ্ড বাবা৷ প্ৰৱঞ্চনা কৰি অসংখ্য লোকৰ পৰা অৰ্থ আদায়ৰ অভিযোগ উত্থাপিত হৈছে ভণ্ড বাবাসহ এজন আৰক্ষী কৰ্মীৰ উপৰত ৷ অসম আৰক্ষীৰ কনিষ্টবল​. দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ. মানৱীয়তাৰ চৰম পৰিহাস! আজি ৰাতিপুৱা শিলচৰৰ ৰেলৱে ষ্টেচনৰ ৩ নং প্লেটফৰ্মত এটা. Assam – Assam news, Latest news stories of Assam DY365. No stories found matching this criteria. এতিয়া LIVE. Sri Lanka vs Bangladesh SL 97 3 25.0 Overs. ফটো বিয়াৰ বাবে থোৱা সকলো. TIME8 Axom শিলচৰ মেডিকেল কলেজ. ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ ইংৰাজী: National Institute of Technology Silchar হিন্দী: राष्ट्रीय प्रौद्योगिकी संस्थान, सिल्चर অসমৰ শিলচৰ চহৰত অবস্থিত এখন. আসামের বরাক উপত্যকার শিলচর ও করিমগঞ্জ উভয়ই কীভাবে ঘুরছে. ইফালে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰসমূহৰ ভিতৰত তৃতীয় স্থানত আছে অসমৰ শিলচৰ চহৰ। শিলচৰৰ পিছতে লেতেৰা চহৰৰ ভিতৰত কেইটামান বেছি পইন্ট লাভ কৰি উত্তৰ.


জাতীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ.

অসমঃ কাছাৰ জিলাৰ শিলচৰ খণ্ডৰ তাৰাপুৰ গাঁও পঞ্চায়তৰ ৫ টা স্বয়ংসেৱী দলৰ ১৭ জন সদস্যই মাস্ক তৈয়াৰ কৰি আছে। https:. শিলচৰ নগৰৰ মালোগ্ৰাম আৰক্ষী চকীৰ. শিলচৰৰ নিৰ্তামোয়ে বালিকা বিদ্যালয়ত ইভিএমৰ বিসংগতি । ১৪৬ নম্বৰ ভোটকেন্দ্ৰটোত ইভিএমৰ বিসংগতিৰ বাবে বন্ধ হৈছে ভোটদান । নগাওঁ আইন মহাবিদ্যালয় ভোটকেন্দ্ৰত. শিলচৰ বিমান বন্দৰৰ পৰা কভিড. Silchar, Cachar শিলচৰ: আংশিক লোকডাউনে ছোট ব্যবসায়ীর ক্ষতিগ্রস্ত, অভিমত শিলচরের ক্ষুদ্র ব্যবসায়ীর Public App. The Inside Story Headline 8. ষ্টাফ ৰিপৰ্টাৰ: কোনো নতুন দুষ্কাৰ্য সংঘটিত নোহোৱাৰ বাবে কাছাৰ জিলা প্ৰশাসনে শিলচৰ চহৰৰ মালোগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহৰ পৰা শুকুৰবাৰে পুৱা ৬ বজাৰ.


দেশৰ সকলো অঞ্চলতে স্থানীয় PIB.

শিলচৰ. Latest, Oldest, Most Discussed, Most Viewed, Most Upvoted শিলচৰৰ সাৰদা বিউটি পাৰ্লাৰত সংঘটিত এই ভয়ংকৰ ঘটনা. Headline 8 Logo mob. হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি. প্ৰশাসনীয় অনুমোদন শিলচৰ irrigation assam. শিলচৰ অসামৰিক চিকিৎসালয়ত একাংশ সুবিধাবাদী স্বাস্থ্যকৰ্মীয়ে কৰণা প্ৰতিষেধকৰ কেলেংকাৰীৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে.





শিলচৰ আৰু নগাওত ইভিএমৰ Asomiya Pratidin.

শিলচৰ জিলা কংগ্ৰেছ অফিচ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ সুস্মিতা দেবৰ পদ ত্যাগ. কৰোনা ভাইৰাছঃ শিলচৰ মেডিকেল কলেজ. অসম গুৱাহাটী বৃহত্তৰ শিলচৰ. এটা গোটৰ সংজ্ঞা হল ভৌগোলিক ভাবে ঘণীভূতহৈ এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো থকা প্রায় একে ধৰণৰ. শিলচৰ বিমান বন্দৰত কভিড News Daily. দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ইন্দোৰ অসমৰ ভিতৰত পৰিষ্কাৰ নগৰ শিলচৰ ৷ ইপিনে অসমৰ শিলচৰ নগৰে দেশৰ স্বচ্ছ নগৰৰ ভিতৰত ৩৪০ ৰেংক লাভ কৰিছে ৷ যোৱা বছৰ শিলচৰ নগৰৰ. শিলচৰ ৰেল ষ্টেচনত নৱজাতক উদ্ধাৰ. সাধাৰণ ৰোগীৰ বাবে এতিয়াৰে পৰা বন্ধ থাকিব শিলচৰ মেডিকেল কলেজ হাস্পতাল । কেৱল.


শিলচৰ চিকিৎসা মহাবিদ্যালয়ত.

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত লেবৰটৰী এচিচটেন্ট পদত নিযুক্তি ২০২০শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লেবৰটৰী এচিচটেন্টৰ খালি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন. শিলচৰ News Breaking Latest In Assamese News18 Assam. হাইলাকান্দিক সংযােগ কৰে আৰু আনটো যি কৰিমগঞ্জ হাইলাকান্দি শিলচৰ সংযােগ কৰে। সংযােক ৰখাৰ বাবে শিলচৰ বিমানবন্দৰ যাৰ দূৰত্ব খণ্ডৰ পৰা প্রায় ২১ ৬৮ কিলােমিটাৰ। বৰাইল.





শিলচৰত প্ৰলোভনৰে ধন আদায় কৰি.

শিলচৰৰ বেৰেংগাত সংঘটিত হৈছে এটা বৰ্বৰোচিত শিহৰণকাৰী ঘটনা। দুৰ্বৃত্তই নিশা নিজ বাসগৃহতে এচিডেৰে আক্রমণ কৰি মাতৃ আৰু শিশু কন্যাক হত্যা কৰে। বৃহস্পতিবাৰৰ. শিলচৰ বিমান বন্দৰত কভিড টেষ্ট নকৰি পলায়ন ৩৮৫জন যাত্ৰীৰ. যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে শিলচৰৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ চৰকাৰৰ. 04 23 2021. Facebook Twitter WhatsApp.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →