Back

★ শদিয়া - অসমৰ নগৰ-মহানগৰ ..



শদিয়া
                                     

★ শদিয়া

শদিয়া হল উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়াক শতফুলৰ দেশ বুলিও জনাজাত। পিছে এই শতফুল নো কি সঠিক ভাৱে কোনোৱে নাজানে।

                                     

1. ইতিহাস

মহাভাৰত যুগত শদিয়া "বিদৰ্ভ ৰাজ্য"নামেৰে জনাজাত আছিল আৰু এই ৰাজ্যৰ ৰজা আছিল ভীষ্মক। এই ৰজাৰ জী ৰুক্মিণীকে ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰিছিল বুলি জনা যায়। শদিয়াত ১১৮৭ খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ-পূৱ অসম আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ কিছু অংশ লৈ স্থাপন কৰা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়নে ত্ৰয়োদশ শতিকাত শদিয়াত ৰাজধানী স্থাপন কৰে আৰু ষোড়শ শতিকালৈকে ই ৰাজধানী হৈ থাকে। শদিয়াত ব্ৰিটিছ ৰাজৰ পূৱ বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লখিমপুৰ জিলাৰ উত্তৰ-পূৱ সীমান্তৰ চাউনি আছিল। নদীৰ আনটো পাৰত অসম-বংগ সংযোগী ৰেল লাইনৰ বাবে এটা ৰেলৱে ষ্টেচন আছিল। শদিয়াক সেনাৰ দুৰ্গ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তাৰ বজাৰত, মিচিমি, আবৰ, আৰু খামতি আদি সীমান্তৰ সিপাৰৰ পৰ্বতীয়া লোক সকলে কপাহী কাপোৰ, নিমখ আৰু ধাতৱ বস্তুৰ বিনিময়ত ৰবৰ, মম, হাতী দাঁত, আৰু কস্তুৰী আনি দিছিল। ১৯৫০ চনৰ বৰ ভূমিকম্পত পুৰণি শদিয়া চহৰ ধ্বংস হৈছিল। ১৯২৬ চনৰ এই শদিয়াৰ বুলুং নামৰ এখন গাঁৱত ভাৰত ৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল। বৰ্তমান এই বুলং নামৰ ঠাইখন বালি চৰ হল। ১৯৫০ বৰ ভূঁইকঁপত ধ্বংস হোৱা এই গাঁৱৰ লোক সকলে বৰ্তমান অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত পুনৰ বুলুং নামেৰেই নতুনকৈ গাওঁ পাতি বাস কৰি আছে। এই গাওঁখনতে অৰুণাচল চৰকাৰে সুধাকণ্ঠৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।

                                     

2. ভৌগোলিক

শদিয়াৰ ভৌগোলিক অৱস্থান হল- 27.83°N 95.67°E  / 27.83, 95.67 সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় 123 মিটাৰ 404 ফুট।

শদিয়াক বহুলোকে দিহং, দিবাং, আৰু লোহিত নদীৰ সংগমেৰে গঠিত বিশাল ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা পৃথিবীৰ আটাইতকৈ বৃহৎ ভূ-খণ্ড বুলি গণ্য কৰে।

                                     

3. ৰাজনৈতিক

শদিয়া ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, বিধানসভা সমষ্টিৰ নাম হল ১২৬ নং শদিয়া বিধানসভা সমষ্টি।

তিনিচুকীয়া জিলাৰ তিনিটা মহকুমাৰ ভিতৰত শদিয়া এটা অন্যতম মহকুমা। চপাখোৱা শদিয়াৰ কেন্দ্ৰবিন্দু ১৯৭৯ চনৰ ২৬ জানুৱাৰীত শদিয়াক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল।

শদিয়া মহকুমাত এখন পৌৰসভা আছে। এই চপাখোৱা পৌৰসভাৰ প্ৰথম নিৰ্বাচিত পৌৰপতি জনৰ নাম হল বিপিন গগৈ। শদিয়া মহকুমাত ১১খন পঞ্চায়ত, দুখন জিলা পৰিষদ আছে।

                                     

4.1. পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন শদিয়াৰ চাৰিশাল

শদিয়াত অতীজৰে পৰা চুতীয়া সকলৰ দেউৰী-চুতীয়া আৰু পৰৱৰ্তী সময়ত আহোম সকলে এই শালকেইখনত পূজা-অৰ্চনা কৰি আহিছে। প্ৰতি বছৰে বহাগ, আহাৰ বা শাওন, কাতি আৰু মাঘ মাহত বলি-বিধানেৰে পূজা কৰা হয়। তিনি বছৰৰ মূৰে মূৰে চতুৰ্থ বছৰত মহ বলি দিয়া হয়। অতীতত এই শাল সমূহত নৰবলি দিয়া হৈছিল। এই শাল সমূহত এতিয়াও দেউৰী সকল পূজাৰীৰ কাম কৰি আছে।

  • কেঁচাইখাতী শাল বা তাম্ৰেশ্বৰী মন্দিৰ: চপাখোৱাৰ পৰা প্ৰায় এঘাৰ কিলোমিটাৰ দূৰৈত কুণ্ডিল নদীৰ পাৰৰ পুৰণি লখিমপুৰীয়া গাঁৱত অৱস্থিত। কেঁচাইখাতী গোসাঁনীক পূজা কৰা হয়।.
  • পাতৰ শাল: চপাখোৱাৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ কুকুৰামৰা গাঁৱৰ সমীপৰ বালিজান নদীৰ পাৰত অৱস্থিত। শদিয়াৰে হলৌগাঁৱতো এখন পাতৰ শাল আছে কিন্তু উক্ত শালখন প্ৰকৃত মুল পাতৰ শাল নহয়।.
  • বলিয়া বাবাৰ থান: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ হৰিপুৰ গাঁৱত অৱস্থিত। বুঢ়া-বুঢ়ী বা শিৱ-পাৰ্বতীৰ পুত্ৰ বলিয়া বাবাক পূজা কৰা হয়। ইয়াত নাৰীৰ প্ৰৱেশ নিষিদ্ধ।.
  • বুঢ়া-বুঢ়ী শাল: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় সাত কিলোমিটাৰ দূৰৈৰ বুঢ়াবুঢ়ী গাঁৱত অৱস্থিত। শিৱ-পাৰ্বতীক পূজা কৰা হয়।.


                                     

4.2. পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন পুখুৰী

শদিয়াত খন্দোৱা কেইবাটাও পুখুৰী শদিয়াত দেখিবলৈ পোৱা যায়।

  • বৰ পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈবৰ পুখুৰী গাঁৱত আছে। দীঘলে প্ৰায় এশমিটাৰ আৰু বহলে প্ৰায় ত্ৰিশমিটাৰ।.
  • নৌ বহৰ: পুখুৰী সদৃশ এই নৌবিহৰটোক বৰ্তমান লাচিত ষ্টেডিয়াম নামেৰে জনাজাত। ইয়াক এখন খেল পথাৰলৈ উন্নিতকৰণ কৰা হৈছে। এই পুখুৰীত পানী জমা নহয়। অসমত হয়তো এইটোৱে এটা পুখুৰীত নিৰ্মাণ কৰা একমাত্ৰ ষ্টেডিয়াম।.
  • আহোম পুখুৰী মিচিমিয়ে দিয়া নাম: বৰ্তমান এই পুখুৰীটো সম্পূৰ্ণৰূপে অৰুণাচলৰ বাসিন্দাৰ দখলত।.
  • পদুম পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ অৰুণাচল সীমান্তত অৱস্থিত পদুম পুখুৰী গাঁৱত আছে। কালি প্ৰায় দহ বৰ্গকিলোমিটাৰ, গভীৰতা দহ ফুট।.
  • আম পুখুৰী: পদুম পুখুৰী পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ শলখনিৰ ওচৰত আছে। কালি প্ৰায় আধাবিঘামান হব।.
                                     

4.3. পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন অন্যান্য কীৰ্তিচিহ্ন

  • বৈৰাগী থান: চপাখোৱাৰ পৰা প্ৰায় ন কিলোমিটাৰ দূৰৈত অৱস্থিত। ড॰ ভূপেন হাজৰিকা সেতুৰ পাৰ হৈ কেৱল এক কিলোমিটাৰ দূৰৈৰ সাত মাইল নামৰ ঠাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই থান খন।.
  • যুৰীয়া মৈদাম: চপাখোৱাৰ পৰা দক্ষিণে প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ বিষ্ণুপুৰ গাঁৱত দুটা মৈদাম আছে।.
  • প্ৰতিমা গড়: কেৱল ভগ্নাৱশেষ দেখা পোৱা যায়। ইয়াত চুতীয়াসকলৰ যুদ্ধৰ বেহু পাতিছিল বুলি কোৱা হয়। পুৰনি তৰানি গাওঁৱত এই ভগ্নাংশেষ এতিয়াও আছে।.
                                     
  • ড ব ৰ - শদ য ৰ লৱ ই ৰ জ Dibru Sadiya Railway, চম ক DSR ব ৰ ট ছ অসমৰ প ৰথম ৰ ল প ৰত ষ ঠ ন ম লত চ হ আৰ কয ল লগত য ত ৰ পৰ বহণৰ উদ দ য শ এই
  • ভ প ন হ জৰ ক স ত ব ঢল - শদ য দল ই ৰ জ Dhola Sadiya bridge হ ছ অসমৰ ত ন চ ক য জ ল ৰ শদ য আৰ ঢল ক স য গ কৰ ল হ ত নদ ৰ ওপৰত অৱস থ ত এখন এখলপ য
  • ৰজ ন ত প লক হত য কৰ চ ত য ৰ জ যৰ ৰ জধ ন শদ য দখল কৰ আহ মসকল স ই অঞ চলট শ সন কৰ বৰ ব ব শদ য খ ৱ গ হ ই ন মৰ পদৰ স ষ ট কৰ ক ন ত চ ত য সকল
  • থক ত ন ক ণ য ন মৰ ত ন ট চ ক থক প খ ৰ এট ৰ পৰ হ ছ চনত ড ব ৰ - শদ য ৰ লপথ প ৰত ষ ঠ ৰ প ছত চহৰখনৰ প ৰভ ত আৰ থ - স ম জ ক পৰ বৰ ত তন হ বল লয A
  • বৰ গ ম ইল চনত ত ন চ ক য ক অসমৰ তম জ ল হ চ প ঘ ষণ কৰ হয শদ য আৰ ম ৰ ঘ ৰ ট ইয ৰ আন দ ট মহক ম প ৰ বত এই জ ল চ ত য ৰ জ যৰ অন তৰ গত
  • অ শক শদ য ফ ৰন ট য ৰ ট ৰ ক ট আৰ পশ চ ম অ শট ক ব ল প ৰ ফ ৰণ ট য ৰ ট ৰ ক ট হ চ প ন ম কৰণ কৰ হয চনত চনৰ ভ ৰত চৰক ৰ আইনৰ অধ নত শদ য আৰ
  • চ হ ম ঙ ৰজ ই চ ত য ৰ জধ ন শদ য দখল কৰ ও আন স মগ ৰ ৰ লগত শৰ ই ল ভ কৰ ছ ল ইয ৰ উপৰ ও ত চ ত য ৰ জধ ন শদ য দখল কৰ চ হ ম ঙ ম ইহ শৰ ই
  • সন ধ য ৰ আল কত য ৰহ ট ম জ ল ম জ ল ৰ কমল ব ৰ সত ৰৰ প ৰত ন ও ধল - শদ য ধল - শদ য দলঙৰ ওপৰত নৰ ন দ ৰ ম দ 1 ড ব ৰ গড প ৰখণ ডৰ গঠন, 2 গ ল ঘ ট
  • চনৰ পৰ ম ছলম নসকলৰ হ জ ৰ চন গণন কৰ চনৰ আজ ৰ দ নট ৰ পৰ ই ড ব ৰ - শদ য ৰ লৱ ৰ অধ নত উত তৰ প ৰ ব ঞ চলৰ সৰ বপ ৰথম ড ব ৰ গড আৰ ম ক মৰ ম জত ৰ ল চল চল
  • অসমৰ আট ইতক প ব প ৰ ন তত অৱস থ ত এখন নগৰ চ প খ ৱ ত ন চ ক য জ ল ৰ শদ য মহক ম ৰ সদৰ ঠ ই ত ন চ ক য জ ল ৰ পৰ চ প খ ৱ ল দ ৰত বত প ৰ য ক ল ম ট ৰ
  • এজনক গত ই দ বল স দ ধ ন ত লয প ৰন দৰ স হ ব ছন ত উঠ ত চনৰ এপ ৰ লত শদ য আৰ মটক অঞ চলৰ ব হ ৰ গ ট ই উজন অসম আন ষ ঠ ন কভ ৱ ত ও ক গত ই দ য হয


                                     
  • অন স চ ত জনজ ত ৰ ব ব স ৰক ষ ত চ ব ৱ ব ধ নসভ সমষ ট ড মড ম ব ধ নসভ সমষ ট শদ য ব ধ নসভ সমষ ট ক কৰ ঝ ৰ জ ল ল ক সভ ৰ সমষ ট সম হৰ ত ল ক List of Parliamentary
  • হৰ প ৰ গ ওখন শদ য মহক ম তথ শদ য ম জ ৰ অন তৰ গত শদ য মহক ম ৰ সদৰ ঠ ই চপ খ ৱৰ পশ চ ম দ শত হৰ প ৰ গ ও অৱস থ ত এই গ ওখন চপ খ ৱ ৰ পৰ প ৰ য
  • কৰ বল ৰ পৰ জ প উপহ ৰ দ ছ ল ইয ৰ প ছত চ হ ম ঙ ৰজ ই চ ত য ৰ জধ ন শদ য দখল কৰ বহ ত জ প ল ভ কৰ ছ ল চ ত য ৰজ ৰ দ নত জ প ন ৰ ম ণ কৰ বল জ প সজ য
  • খন ৰ অধ স থ ত ৰ দ ৱ গৰ ক য ই হ ছ প ৰ বৰ চ ত য সকলৰ আৰ ধ য দ ৱ সদ য শদ য ৰ ব খ য ত ত ম ৰ শ বৰ মন দ ৰৰ ক চ ইখ ট গ স ন ব দ ৱ দ ক কৰব স ন আহ ম - চ ত য ৰ
  • শদ য ত শ ক ষ ব ষয হ চ প য গদ ন কৰ প ৰথমত ইন দ ৰ ম ৰ য প ছ ঘ ট আৰ শদ য ভ ৰমণ কৰ স ই সময ত ত ও শদ য ত এট শ ক ষক প ৰশ ক ষণ ক ন দ ৰ প ৰত ষ ঠ
  • ব দ ক প ৰভ ব পৰ আগত ব হ ব চ ব হ গ ম হৰ প ৰথম ব ধব ৰৰ পৰ আৰম ভ হ ছ ল শদ য অঞ চলৰ ল কসকলৰ লগত দ উৰ সম প ৰদ য ৰ ল কসকল আজ ও আগৰ দ নৰ দৰ স ই দ নট ত
  • প ৰক ত ৰ থত শ সনভ ৰ চল ইছ ল স ধ ৰণ অৱস থ ন ড ঙৰ য জন দ খ ন ৰ উত তৰপ ৰৰ পৰ শদ য পৰ যন ত শ সন কৰ ছ ল Gait, Edward 1905 History of Assam, Calcutta
  • নগৰৰ দ ব ত য ৰ ল ষ ট চন জ ল ই, চনত ড ব ৰ ম খৰ পৰ ম ক মল ড ব ৰ - শদ য ৰ লৱ ৰ 1, 000 mm  3 ft 3 3 8 in বহল ম ট ৰগ জ ৰ লল ইন য ত ৰ ৰ ব ব ম কল
  • station ড ব ৰ গড জ ল ৰ এট প ৰধ ন ষ ট চন চনত ন ৰ ম ণ আৰম ভ হ ৱ ড ব ৰ - শদ য ৰ লৱ ৰ অন তৰ গত এই ষ ট চনট চনত ম কল কৰ হ ছ ল স ই বছৰৰ জ ল ইত
  • বৰগ হ ইৰ সমমৰ য দ ৰ বৰপ ত ৰগ হ ই পদব ৰ স ষ ট কৰ এক দৰ যথ ক ৰম শদ য আৰ মৰঙ গ ৰ ব ব শদ য খ ৱ গ হ ই আৰ মৰঙ গ খ ৱ গ হ ই পদব ৰ স ষ ট কৰ
                                     
  • ত ত য ৰ পৰ ই ত ৰ ন ম শ - দ য প ত হয বহ ত কয য এই শ - দ য প ত ই বৰ তম নৰ শদ য ইয ৰ ক ছ দ ন প ছত ৰত নধ বজৰ ম ত য হয ভ প ন দ ৰ ন থ চ ধ ৰ
  • চ হ ম ঙ ৰজ ই চ ত য ৰ জধ ন শদ য দখল কৰ ও আন স মগ ৰ ৰ লগত শৰ ই ল ভ কৰ ছ ল ইয ৰ উপৰ ও ত চ ত য ৰ জধ ন শদ য দখল কৰ চ হ ম ঙ ম ইহ শৰ ই
  • চনত এই পথট ত ন চ ক য ল সম প ৰস ৰণ কৰ হয আৰ চনত ইয ক ড ব ৰ - শদ য ৰ লপথৰ স ত স য জ ত কৰ হয এক ট বছৰত আস ম ব গল ৰ লৱ ই লকচমৰ পৰ ন ৱ খ ল ল য
  • প ৰ বত সত ৰৰ ভ ম য ত এইখন ম লত অৱস থ ত আছ ল খ ৰ ষ ট ব দত সদধ প ৰ শদ য ৰ জ যৰ চ ত য ৰজ সত যন ৰ য ণ ব ষ ণ প জ কৰ বল ন ৰ য ণ দ জ ক দ ন কৰ ছ ল
  • স বতন ত ৰ অঞ চল দ য হ ছ ল ব ঢ গ হ ইৰ অঞ চল আছ ল ব ৰহ মপ ত ৰৰ উত তৰপ ৰ শদ য আৰ গ ৰ ল ৱ নদ ৰ ম জত, আৰ বৰগ হ ইৰ অঞ চল আছ ল পশ চ মফ ল ব ৰ নদ ল ক
  • খ ৰ ষ ট ন ধৰ ম প ৰচ ৰ কৰ ৰ লগত অসম য ভ ষ ৰ হক ক ম কৰ ন থ ন ব ৰ উনৰ পত ন শদ য জয প ৰ আৰ শ ৱস গৰত হ ৰ য ট ব এল. কট ট ৰ - ৰ স ত লগল গ ক ইব খন অসম য
  • কৰ ফলত ই ৰ জ চনৰ ম ৰ চ ম হৰ ত ৰ খ এখন চ ক ত য গ প ৰন দৰ স হক শদ য আৰ মটক ৰ জ যৰ ব হ ৰ ধনশ ৰ নদ ৰ প ব থক সমস ত উজন খণ ডৰ ৰজ প ত চ ক ত মত
  • ট কট ট ৰ ৰ পত ন ম লত আম ৰ ক ৰ ব স ন দ এই মহ ল ই স ব ম ৰ স ত অসমৰ শদ য জয প ৰ আৰ শ ৱস গৰত থ ক আৰ ইল ইজ হ ইট ন ব ৰ উনৰ লগল গ ক ব খন অসম য
  • ন মৰ এখন ঠ ইত উপস থ ত হয ইয ত ই ত ও ল কৰ এট দল ম ল গ টৰ পৰ ফ লৰ ক ট শদ য প য গ আৰ ব ক দলট আহ য ৰহ টৰ ট ক ল ইত ব হৰ প ত ম নৰ অসম আক ৰমণৰ সময ত

Users also searched:

শদয, শদিয়া, অসমৰ নগৰ-মহানগৰ. শদিয়া,

...

Encyclopedic dictionary

Translation

শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ Prag News.

Resident of Srinagar district, 16 year old Sadiya Nisar Shah after writing her debut novel The butterfly of Paradise has become one among the youngest authors of Kashmir valley. Chief Electoral Officer, Assam. অসমী আইৰ পূৱ প্ৰান্তত সৌ সিদিনালৈকে দুৰ্গম ঠাইত অৱস্থিত উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি ভূপেন হাজৰিকা সেতুৰ কৃপাত সুচল যাতায়ত ব্যৱস্থাৰে সমৃদ্ধ । তাহানি. PM Narendra Modi: সেতু উদ্বোধনে আসছেন নমো. চুতীয়া ৰাজ্যৰ ৰাজধানী. আছিল শদিয়া। জয়ন্তীয়াসকল ঃ জাতিগতভাৱে পূর্বপুৰুষ হল বার্মাৰ শ্বাসকল। বার্মাৰ পৰা প্ৰব্ৰজন ঘটা খাটিসকলে আহি অসমৰ শদিয়াত. থিতাপি লৈছিল।. ক্ৰমাৎ এক আন্তঃৰাষ্ট্ৰীয়. ১ ভাৰতৰ মহাসেতু ধলা–শদিয়া দলঙত আছে মুঠ ১৮২টা খুঁটা। দৈৰ্ঘ্যৰ ফালৰ পৰাই নহয়। খুঁটাৰ দিশৰ পৰাও ই এক অভিলেখ। ২ ভূমিকম্প প্ৰতিৰোধী হব ধলা–শদিয়া দলং। সমগ্ৰ উত্তৰ–​পূব.





India constructs bridge near China border in Arunachal.

বন বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বন বিষয়াৰ ছত্ৰছায়াত মুক্তভাৱে চোৰাং কাঠ সৰবৰাহ. ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ JioNews. সেতু উদ্বোধনে আসছেন নমো, নিরাপত্তায় মুড়ল শদিয়া থেকে গুয়াহাটি. সায়নী মুখোপাধ্যায়, গুয়াহাটি প্রধানমন্ত্রী নরেন্দ্র মোদীর অসম সফরের আগে উজান অসম এবং. Unit 3.pmd. ০ মহাৰাজাই শদিয়া নগৰলৈ গল। O একে হাবিতে দুটা মতা বাঘ, হাতী নাথাকে। O একে পাটতে দুটা ৰজাও নাথাকে। O লাউ তল যাব, শিল উপঙ্গিব, কোৱা বগা হব, বগ কলা হব আৰু ব্ৰহ্মপুত্রে. উভতি গতি. Unit 9.pmd KKHSOU. শদিয়া অৰুণাচলৰ পৰ্যতন। ✍ Puberun Eco Tourism. Under by PUBERUN NGO অসমৰ পূৱ প্ৰান্তত অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত শদিয়া হল বৰ্তমান তিনিচুকীয়া জিলাৰ এটা মহকুমা। মহাভাৰতৰ.


যাত্ৰা JAATRA কোন বিধানসভা সমষ্টিত.

ভাৰতীয় জনতা পাৰ্টী শদিয়া জিলা সমিতিৰ উদ্যোগত ড° ভূপেন হাজৰিকা সেঁতু সমীপৰ বালি চাপৰিত শনিবাৰে এখনি বুথ সন্মিলন অনুষ্ঠিত হয় ৷ উক্ত বুথ সন্মিলনত উপস্থিত. পূর্ব হিমালয়ে ভূকম্প Dailyhunt. শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। চেতিয়া ভাইৰাছটোত আক্ৰান্ত হোৱা ৰাজ্যৰ তৃতীয়গৰাকী বিধায়ক। আনহাতে, পজিটিভ ধৰা পৰাৰ লগে.





শদিয়ালৈ Sadiya The Land of Rising Sun of Assam.

অগপ পোণাকন বৰুৱা তিনিচুকীয়া বিজেপি সঞ্জয় কিষাণ ডিগবৈ বিজেপি সুৰেন ফুকন মাৰ্ঘেৰিটা বিজেপি ভাস্কৰ শৰ্মা ডুমডুমা বিজেপি ৰূপেশ গোৱালা শদিয়া বিজেপি বলীন. শদিয়া থেকে রাজ্যের ৭০টি সংগঠনের. ধলা শদিয়া দলং. বৰফৰ বগা দলিচাই আৱৰি ৰখা মায়দিয়াই মাতিছে হাত বাউলি উত্তৰ ​পূৰ্বাঞ্চল 6 Jan 20 @. ABOUT US. © Fifth Pillar Media Pvt. Ltd​. All rights reserved. Home News. ▽ Guwahati News Assam News Northeast National. শদিয়া অৰুণাচলৰ পৰ্যতন। Puberun Eco. কাহিনীৰ যোগেদি উজনি অসমৰ বিশেষকৈ শদিয়া অঞ্চল আৰু মিচিমি জনগোষ্ঠীৰ আৰ্থ সামাজিক,. দুলীয়াজানত লুৰীণজ্যোতি, শদিয়াত. কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা। ১৮২৩ চনত ব্ৰিটিছসকলে শদিয়াত চাহ গছ আৱিষ্কাৰ কৰে আৰু তিনিচুকীয়াৰ ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ আৰম্ভ হয়।.


100 Best Images, Videos 2021 শদিয়া ShareChat.

ড° ভুপেন হাজৰিকা ধলা শদিয়া দলং ত আজিও নহল পোহৰৰ ব্যৱস্থা. NE NOW NEWS জিলাৰ ছৈখোৱা ​ধলা আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা দেশৰ দীৰ্ঘতম নদী দলং ধলা শদিয়া দলং ৷. 10 Points longest Dhola Sadiya bridge dgtl Anandabazar. Olympia Sports News তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন ত্ৰিভায়ান ৰাজ বৰালৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান. Moulana Rumi inspires teenager Sadiya to write The butterfly of. Sadiya election result live updates: Who won and who lost, who is leading, who is trailing and is the new Sadiya শদিয়া MLA. 126. Sadiya ​सादिया, is an Assembly Vidhan Sabha seat in Upper Assam region and Tinsukia district of Assam. নতুনকৈ আৱিস্কৃত পূৰাতাত্ত্বিক. গুৱাহাটীঃ তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া আক্ৰান্ত হৈছে কৰোনাত। ছৱাব টেষ্টত পজিটিভ​.


Sadiya Election Result 2021 Live Updates: Bolin Chetia of BJP Wins.

ধোলা শদিয়া, বগিবিলেপর এবার অরুণাচল প্রদেশে চিন সীমান্তে একটি নয়া ব্রিজ তৈরি আগে বগিবিল সেতু, ধোলা শদিয়া সেতু, সিসেরি সেতু সহ একাধিক সুবিশাল সেতু অসম ও. ভাস্কৰ কলিতাৰ হত্যাৰ গোচৰত আলফাৰ ৭. ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ ওলাই আহিছে শদিয়া সমষ্টিৰ ৰাইজ. Time8 News 5 days ago news. প্ৰয়াত পিতৃ চিতাভস্ম কঢ়িয়াই. তিনিচুকীয়া জিলাৰ শদিয়াত আজি শদিয়া মহকুমা অসামৰিক চিকিৎসালয়. খন অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত. বিশ্ব শৰ্মাই উদ্বোধন. শদিয়াত বিজেপিৰ বুথ সন্মিলনত. আজি যোৰহাট চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনাজৰী ৭৬ৰ পুনৰ মিলন অনুষ্ঠানত লেখক তপন কুমাৰ শৰ্মাৰ শেহতীয়া গ্ৰন্থ মিচিমি বিহৰ সন্ধানত শদিয়া আৰু.





২০১৫ ২০১৬ চনত নতুনকৈ আবিস্কৃত.

প্ৰতিমা গড়, চপাখোৱা, শদিয়া. তিনিচুকীয়া. ১৪. জুৰীয়া মৈদাম, চপাখোৱা, শদিয়া. তিনিচুকীয়া. ১৫. বৰপুখুৰী, চপাখোৱা, শদিয়া. তিনিচুকীয়া. ১৬. তিনি কোণীয়া পুখুৰী. তিনিচুকীয়া. শদিয়া আৰু মিচিমি পাহাৰৰ ঐতিহ্য. লগতে পঞ্চ ছহীদৰ হত্যাকাৰীয়ে শাস্তি আৰু ছহীদ পৰিয়ালক ন্যায় লাভ নকৰা পৰ্যন্ত ক্ষান্ত নহও বুলি ঘোষনা কৰিছিল৷ প্ৰাক্তন আছুনেতা তথা শদিয়া সমষ্টিৰ প্ৰাক্তন. Ujani Sadiya HS School: Home. আলফা সদস্য হৈছে বিজিত গগৈ ওৰফে অৰুণোদয় দহোতিয়া, কান্ত বৰা ওৰফে ৰূপম অসম, যুশিন্ত মৰাণ ওৰফে য়াংখো অসম, বুবুল মৰাণ ওৰফে টাইগাৰ অসম, সন্তোষ গগৈ শদিয়া, দীপাংকৰ.





চীনের বিষ নজর অরুনাচলে, সুরক্ষা.

শদিয়া কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ বাৰেৰহণীয়া সংস্কৃতিক শোভা যাত্রা ৰ কিছু সুন্দৰ মহূত. Sadiya Vlog, Sadiya Central Bihu Cultural Rally, Arun Hazarika Central Bihu Sadiya ​Cultural Rally. Untitled Tinsukia. TINSUKIA Assam. H. Date: 01 10 13 Electoral Registration Officer. বিধানসভা সমষ্টিৰ নং ও নাম 125, শদিয়া. Assembly Constituency 126, SADIYA. No, and Name: খণ্ড লং ও সাম:51, মাজ্ঞাও প্রাথমিক বিদ্যালয়. Part No. 51. Majgaon L.P. School and Name. 23 02 2021 2.pdf News On AIR. শদিয়া মহকুমা প্ৰশাসন সতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক সকলোকে সামাজিক দূৰত্ব. শদিয়াৰ বিধায়ক বলেন চেতিয়া. শদিয়াৰ একাংশ ভোটাৰৰ মতে শদিয়াত বলিন চেতিয়া বিধায়ক হলে পুনৰ চলিব চিণ্ডিকেট। ইফালে শদিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক বলিন চেতিয়াৰ নেতৃত্বতে কয়লা, গৰু কাঠ.


শদিয়া মহকুমা প্ৰশাসন সতে.

পরিকাঠামো আরও মজবুত করল ভারত। ধোলা ​শদিয়া, বগিবিলেপর এবার অরুণাচল প্রদেশে চিন সীমান্তে একটি নতুন ব্রিজ তৈরি করেছে ভারত। অরুণাচল প্রদেশে সুবনসিরি নদীর …. তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা. শদিয়াত বলিন হাটাও অভিযানত শদিয়া সমষ্টি জনজাতি ৰাজনৈতিক সুৰক্ষা মঞ্চ, পুৰঞ্জন মাক্ৰাৰীক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবী. ধলা–শদিয়া দলঙৰ বিষয়ে. নকলেও হয় যে ১২২৮ চনত চাওলুং ছ্যু কা ফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ উত্তৰ পূব সীমান্তৰ ডিবৰু শদিয়া অঞ্চলত স্বাধীনমনা মৰাণ, মটক, খামতি, চিংফৌ, চুতীয়া আদি. DIKRONG JFMC D.pmd. শদিয়া সমষ্টিৰ বৰডিৰাকত নিৰ্মীয়মান এখন বাঁহৰ দলঙত শ্ৰমদান কৰি থকা অৱস্থাত জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ. তিনিচুকীয়া জিলাৰ ঐতিহাসিক তথা. দুলীয়াজানত লুৰীণজ্যোতি, শদিয়াত জগদীশ ভূঞাঃ অসম জাতীয় পৰিষদৰ FINAL LIST লুৰীণজ্যোতি গগৈ দুলীয়াজান জদগীশ ভূঞা শদিয়া সৰু পথাৰ ৰাজু ফুকন ধেমাজি চিত্ৰৰঞ্জন.





পুৰণি কু কীৰ্তিয়ে টেঙা দিব নেকি.

তিনিচুকীয়া জিলাৰ এটা মহকুমা হল শদিয়া। অসমৰ প্ৰথম নগৰ বা শেষ নগৰ মানে অসম যৰ পৰা অসম আৰম্ভ হৈছে বা যত শেষ হৈছে। গুৱাহাটীৰপৰা প্ৰায় ৫৮০ কিলোঁ মিটাৰ দূৰত অৱস্থিত শদিয়া. Sadiya, Tinsukia শদিয়া: শদিয়াত নতুন এছ অ. নিউজ ডেস্কঃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শেষ ইচ্ছা পূৰণ বাবে শদিয়া পৰা ধুবুৰীলৈ যাত্ৰা শান্তি সদভাৱনা যাত্ৰা কৰিব পুত্ৰ সাংসদ গৌৰৱ গগৈসহ. পঞ্চ ছহীদৰ পৰিয়ালক দিয়া Gana Adhikar. সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দূর্গা ভূমিজ, শদিয়া সমষ্টি আৰু ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কদ্বয়ৰ. প্রতিনিধি উপস্থিত থাকে । লগতে তিনিচুকীয়া জিলাৰ জিলা পৰিষদৰ. শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ. শদিয়া–কাকপথাৰত কংগ্রেছ অজাপক তীব্র সমালোচনা ড০ শর্মাৰ এই উদ্দেশ্যে দুদিনীয়া কার্যসূচীৰে শদিয়াত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা, লোকনির্মাণ,.


অসমীয়া লোক সংগীতত ডিব্ৰুগড়ৰ.

চাওঁক অথবা ডাউনলোদ কৰক. ৭. ১২১ চাবুৱা বিধানসভা সমষ্টি. চাওঁক অথবা ডাউনলোদ কৰক. ৮. ১২৫ ডুমডুমা বিধানসভা সমষ্টি. চাওঁক অথবা ডাউনলোদ কৰক. ৯. ১২৬ শদিয়া বিধানসভা সমষ্টি​. শদিয়া সমষ্টিৰ বৰডিৰাকত Dainandin Barta. জিলা পৰিষদৰ সভাপতি উপ সভাপতি আৰু ১২২নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ আৰু ১২৬ নং শদিয়া. বিধানসভা সমষ্টিৰ মাননীয় বিধায়কদ্ব্যৰ প্রতিনিধি সকল সভাত উপস্থিত থাকে ।.


শদিয়াত বলিন হাটাও অভিযানত শদিয়া.

দীর্ঘ সাত বছরের কৌতূহলের অবসান।​প্রধানমন্ত্রী নরেন্দ্র মোদীর হাত ধরে পথ চলা শুরু করল দেশের দীর্ঘতম সেতু। ব্রহ্মপুত্রের উপনদী লোহিত নদীর উপর ধলা ​শদিয়া সেতুই. শদিয়া–কাকপথাৰত কংগ্রেছ অজাপক. বাবে ক্ষুদ্র পৰিকল্পনা। এই নথিত প্রকাশ কৰা হৈছে। এই জে এফ এম চি ডুমডুমা বন্য প্রাণী বন সংমণ্ডলৰ. অন্তর্গত শদিয়া বনাঞ্চলিক প্রশাসনৰ অধীনত অৱস্থিত। এই ক্ষুদ্র. মিচিমি বিহৰ সন্ধানত শদিয়া আৰু. তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত অৱস্থিত আৰু ঢলা শদিয়া দলঙেৰে অসমৰ প্ৰধান । ভূমিখন্দৰ লগত সংযুক্ত। এলেকাটো ডুমডমা টাউনৰ পৰা আনুমানিক ২২ কিলােমিটাৰ আৰু. জিলা সদৰৰ ৬০. আমাৰ শদিয়া, Chapakhowa, Sadiya 2021 FindGlocal. শদিয়া ♥ লাভ ষ্টেটাছ জীৱনৰ উক্তি ফটো.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →