Back

★ কৰুণা কান্ত কলিতা - অসমীয়া শিক্ষাবিদ ..



কৰুণা কান্ত কলিতা
                                     

★ কৰুণা কান্ত কলিতা

কৰুণা কান্ত কলিতা অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।

                                     

1. শিক্ষা

প্ৰাথমিক শিক্ষাৰ অন্তত তেখেতে ১৯৬০ চনত হাজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৬২ বৰ্ষত বি. বৰুৱা কলেজৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৬৪ বৰ্ষত নলবাৰী কলেজৰ পৰা স্নাতক আৰু ১৯৮১ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা সুখ্যাতিৰে উত্তীৰ্ণ হয়।

                                     

2. শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদান

শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা কলিতাই ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেতে ঢকুৱাখানাত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে৷ ১৯৯১ বৰ্ষত কলিতাদেৱে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ আৰু ১৯৯৩ বৰ্ষত সঙ্ঘৰ পদিধিকাৰ আসনৰ বাবে নিৰ্বাচিত হৈ ২০০২ খ্ৰীষ্টাব্দলৈকে আৰু ২০০৫ বৰ্ষৰ পৰা ২০১০ বৰ্ষলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সৰ্বোচ্চ পদবী পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল৷ তাৰ ভিতৰত আধ্যাত্মিক চিন্তা-চৰ্চাৰে নৱ প্ৰজন্মক গঢ় দিয়াৰ উদ্দেশ্যে শিশু সমাৰোহ, আই সমাৰোহ, যুৱ সমাৰোহ, সেৱাবাহিনী গঠন আদি, মণিকাঞ্চন বাৰ্তালোচনী প্ৰকাশ, ইংলিছ জাৰ্ণেল ‘মহাপুৰুষজ্যোতি’, ইত্যাদি উল্লেখযোগ্য।

                                     

3. মৃত্যু

২০১৪ চনৰ ২৬ ডিচেম্বৰত কৰুণা কান্ত কলিতাৰ মৃত্যু হয়। তেওঁৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ দেৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত্যুৰ পাছদিনা তেওঁ কলিতাৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা যাঁচে।

                                     
  • ব ষ ণৱ পণ ড ত তথ শ ৰ মন ত শঙ কৰদ ৱ স ঘৰ প ৰ ক তন পদ ধ ক ৰ শ ৰ য ত কৰ ণ ক ন ত কল ত ব প চনৰ আজ ৰ দ নট ত ইহল ল সম বৰণ কৰ এই দ নট খ ৰ ষ ট ন ধৰ মপ ৰধ ন
  • দত ত ই ৰ জ এম.এ. শ ৰ মত ৰঞ জন ভট ট চ ৰ য য ই ৰ জ এম.এ. শ ৰ কৰ ণ ক ন ত ম দ য ৰ ভ গ ল এম.এচ.ছ এম.ফ ল. শ ৰ দ নমণ ভ গৱত ভ গ ল এম.এ.

Users also searched:

কলত, কৰণ, কৰণকনকলত, কৰুণা কান্ত কলিতা, অসমীয়া শিক্ষাবিদ. কৰুণা কান্ত কলিতা,

...

Encyclopedic dictionary

Translation

Auto Draft Redtimes.

প্ৰভাত কলিতা, হাজো তীৰ্থ নগৰী হাজোত কিয়নো প্ৰয়াত কৰুণা কান্ত মজুমদাৰ, হৰেণ দাস. যোৱাটো বছৰৰ স্মৰণীয় দিনবোৰ. কান্ত বর্মন. কাঞৰাম দাস. পৰশুৰাম হালৈ. প্রফুল্ল ডেকা. উপেন কলিতা. অমল ভট্টাচার্য্য. কৰুণা দাস. অনিল কলিতা. মহনুৰ আলি. প্রবীন দাস। ভগৱান শর্মা. ভূৱন গােস্বামী. বগা কাকতি. দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ. নাম: কৰুণা বৰা. পিতাৰ নাম: নীল কান্ত বৰা. ঘৰ নং: ৭৬। ব্যস 58 লিংগ: মহিলা. লিংগ: পুৰুষ স্বামীৰ নাম দেউৰাম কলিতা. ঘৰ নং.: ৯৭। বয়স 65 লিংগ: মহিলা. GRD1139066. 476. GRD1742989. 472.





অনুগামী, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ.

কে. গাণিৰ. কামিনীকান্তৰ অনুবাদ গ্রন্থ ​এলােকেশী বেশ্যাৰ কাহিনী, ফুলমণি আৰু কৰুণা​ দণ্ডিনাথ কলিতা আদি ঔপন্যাসিকসকলৰ ন চিন্তা ভাবনাৰ উপন্যাস পােৱা যায়। এনেদৰে​. DraftList 1824002001900000062 0.pdf. লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ মহা সচিব পদত অধিস্থিত মঙলদৈৰ কুশল কলিতা। থানা আলম, কৰুণা কান্ত শৰ্মা, গৌতমানন্দ গোস্বামী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপক পৰেশ শৰ্মা,. অসম আন্দোলনৰ বীৰ শ্বহীদসকল মুখা. অধ্যক্ষা ড০ গীতালি কলিতাই। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক কৰুণা কান্ত ডেকা।.


Martyrs Implementation of Assam Accord.

ভােলানাথ দাস, কান্ত চৌধুৰী আদি অৰুনােদইৰ লেখকে অমিত্রাক্ষৰ. ছন্দ ঔপন্যাসিক তথা নাট্যকাৰৰূপে পৰিচিত দণ্ডিনাথ কলিতাই কাব্যজগতলৈও অনবদ্য অৰুনােদই যুগত জাত্রিকৰ যাত্ৰা, ফুলমণি আৰু কৰুণা, এলােকেশী বেশ্যাৰ. NPER066PART062.pdf. মন্ত্রী ডাঃ কমলা কান্ত কলিতা, বকো সমষ্টিৰ প্রাক্তন বিধায়ক তথা দলৰ কেন্দ্রীয় অজিত কাব্যপ্রাণ বঁটা, ললিত কুমাৰ বসুমতাৰী​,বাৰিম শর্মা, মৃদুল দত্ত, কৰুণা কান্ত শর্মা,​. ±Àͬ±È¬± ‡GÓ¬ ¸ ¶®±11 ˘é¬… Œfl¡f1 Profile Login. জিংকুমনি কলিতা. পুতেক. কৰুণা কলিতা. লাৱণ্য কলিতা জাত অনান্য. 001. চন্দ্র কান্ত শর্মা.





শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা.

নাম: বানেশ্বৰ কলিতা. পিতাৰ নাম: সৰুৰাম কলিতা. ঘৰ নং: ১. বয়স: 61 স্বামীৰ নাম: মুনিন্দ্ৰ কলিতা. ঘৰ নং: ১। ব্যস 30 লিংগ: মহিলা নাম: কৰুণা কান্ত বড়া. পিতাৰ নাম: কনীৰাম বড়া. বিশিষ্ট কবি,লেখক বিনয় চলিহালৈ. মই তোমাক হাড়ে হিমজুৱে জানো৷ নিশ্চয় তৰুণ কলিতাই তোমাক তোমাৰ ভাল লগা কিবা কথা কৰুণা কান্ত দাস৷ ইয়াৰ আগতে অসমৰ বাহিৰত দুবাৰ কলকাতাত, ত্রিপুৰাত এবাৰ আৰু চীন.


হাজোত প্ৰাগজ্যোতিষ নাট মহোৎসৱৰ.

Tihu Part, Nalbari টিহু ভাগ: টিহুত সমাজহিতৈষী ​শিক্ষাবিদ কৰুণা কান্ত কলিতা জীৱন পৰিক্ৰমা. Schedule of Events Cotton University. মঃ চন্দ্র আলী. কৰুণা ডেকা. শ্রী গনেশ ৰ । মঃ মতলেৱ আলী. শ্রী সঞ্জয় কলিতা. দীনেশ বর্মণ. সর্বানন্দ বর্মণ পিতা শ্রী অর্চনা কলিতা. ডালিমী বর্মণ চিতা কান্ত বর্মণ. প্রদীপ বর্মণ. Pry w Pragjyotish College. কৰুণা কান্ত কলিতা বঁটা ২০১৯ প্ৰদান কৰা হব প্ৰাক্তন পদাধিকাৰ তথা বৰ্তমানৰ মুখ্য. Ò…±˚˛ 4 – ŒÊ√±Ú±fl¡œ ˚≈ 1 ¸˜œ˚˛± ¸±ø˝√Ó¬… 1. শ্বহীদ ধীৰেশ্বৰ কলিতা ৯। শ্বহীদ বীৰেন্দ্ৰ নাৰায়ণ দাস শ্বহীদ কৰুণা দাস ১৯। শ্বহীদ অনিল কলিতা ২০। শ্বহীদ শ্বহীদ কান্ত নাথ ৫৯৪। শ্বহীদ ৰবি ৰায় ৫৯৫। শ্বহীদ.





1 FEB 12.pmd Dainandin Barta.

সাহিত্যিক কৰুণা কান্ত ৰায়,বিশিষ্ট কবি মঞ্জু বৰা,সাংবাদিক কন্দৰ্প কুমাৰ কলিতা. লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ মহা. কৰুণা কান্ত কলিতা হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত৷ পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা৷ প্ৰাথমিক শিক্ষাৰ. কৰুণা কান্ত কলিতা Vikaspedia. আবৃতি প্ৰতিযোগিতাত প্ৰথম দীপশিখা কলিতা সভাপতি কৰুণা কান্ত বৰ্মন,কামৰূপ মহানগৰ.


NPER097PART120.pdf.

ঘটনায়াে কাঠচিতীয়া মােডীৰ অন্তৰত ​বিগলিত কৰুণাৰ জোৱাৰ উঠাব পৰা নাই, পংকজ কলিতা প্রযুক্তিৰ ক্ষেত্ৰত চমকপ্রদ সাফল্য অর্জন কৰা আহমেদ, সভাপতি মনােজ কুমাৰ বিষয়া জুৰি দলে, জিলা পৰিবহন বিষয়া গৌতম উপায়ুক্ত সত্যজ্যোতি বৰুৱা, ময়ূৰী ওজা, কান্ত. কৰুণা কান্ত ডেকা শতিকাৰ পটভূমিত লক্ষীনাথ বেজবৰুৱাৰ ভাষা চিন্তা. আৰু আধুনিকতাৰ অন্বেষণ। চুলতানা নাজিফা ইয়াছমিন। চুমি কলিতা. জুলুশ্রী গগৈ সঞ্চালক: ডঃ গৰিমা কলিতা.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →