Back

★ অশ্বক্ৰান্ত মন্দিৰ - অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন ..



অশ্বক্ৰান্ত মন্দিৰ
                                     

★ অশ্বক্ৰান্ত মন্দিৰ

অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়। কোনো কোনোৱে এই অঞ্চলক অশ্বক্লান্ত বুলিও কয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়। শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ । পৌৰাণিক শাস্ত্ৰ মতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়। আজিকালি ‘অশ্বক্লান্তʼ বা ‘অশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়।

পাহাৰৰ নামনি অংশত অৱস্থিত মন্দিৰটোৰ কাষতে অশ্বক্ৰান্ত নামৰ এটা কুণ্ডও আছিল। বৰ্তমান অৱশ্যে এই কুণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত লীন গʼল। চʼত মাহৰ অশোকাষ্টমী তিথিত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়। ১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। হিন্দুসকলৰ বাবে অশ্বক্ৰান্তৰ মাহাত্ম্য অসীম। সত্য যুগত পুষ্কৰ, ত্ৰেতাত নৈমিষাৰণ্য, দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত। মন্দিৰটোৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা।

                                     
  • ট ল ঙ মন দ ৰ ত ন চ ক য জ ল ৰ বৰড ব ন মৰ ঠ ইত অৱস থ ত দ ল য জ নৰপৰ এই মন দ ৰল ক ল ম ট ৰ আৰ ত ন চ ক য নগৰৰপৰ ক ল ম ট ৰ দ ৰত ব এই মন দ ৰট
  • নৱগ ৰহ মন দ ৰ অসমৰ গ ৱ হ ট মহ নগৰৰ চ ত ৰ চল প হ ৰ নৱগ ৰহ প হ ৰ ত থক এক প ৰ চ ন মন দ ৰ ইয ত স ৰ যক ধৰ নট গ ৰহৰ শ ল চ হ ন আছ ইয ত থক ব ভ ন ন
  • হয গ ৰ ৱ ম ধৱ মন দ ৰ ই ৰ জ Hayagriva Madhava Temple অসমৰ ক মৰ প জ ল ৰ হ জ ত অৱস থ ত এক দ ৱ লয হ জ ৰ মণ পৰ বত ন মৰ এট ট ল ৰ ওপৰত এই দ ৱ লয অৱস থ ত
  • এই মন দ ৰ ন ৰ ম ণ কৰ ছ ল এই মন দ ৰ মহ ষ স ৰমৰ দ ন দ ৱ দ ৰ গ ৰ প ৰত সমৰ প ত এই মন দ ৰ অসমৰ অন যতম উল ল খয গ য শক ত উপ সন স থল হ ত ম ৰ মন দ ৰ নগ ও
  • ক ম খ য মন দ ৰ ই ৰ জ Kamakhya Temple হ ছ অসমৰ গ ৱ হ ট ত অৱস থ ত হ ন দ ধৰ মৰ এক প ৰ চ ন মন দ ৰ গ ট ই ভ ৰতত ব য প ত হ থক ম ঠ খন দ ৱ প ঠৰ ম জৰ
  • মহ ভ ৰৱ মন দ ৰ অৱস থ ত এই মন দ ৰত হ ন দ সকলৰ আৰ ধ য দ ৱত শ ৱক ন ত প জ অৰ চন কৰ হয কথ ত আছ য দ ব পৰ য গত শ ৱভক ত ব ণ স ৰ এই মন দ ৰ ন ৰ ম ন কৰ ছ ল
  • মন দ ৰ ই ৰ জ Gupteswar Temple হ ছ অসমৰ শ ণ তপ ৰ জ ল ৰ পশ চ ম প ৰ ন তত ঢ ক য জ ল চহৰৰ অৱস থ ত হ ন দ ধৰ মৰ এক দ ৱ লয এই দ ৱ লয শ ঙৰ মন দ ৰ হ চ প ও
  • ন গশ কৰ মন দ ৰ অসমৰ শ ণ তপ ৰ জ ল ত অৱস থ ত এট ঐত হ যমণ ড ত শ ৱ মন দ ৰ শ ণ তপ ৰ জ ল ৰ প ৰধ ন শ ৱ প ঠস থ ন সম হৰ ভ তৰত ন গশ কৰ মন দ ৰ অন যতম দ ন ক যথ
  • ভ ৰৱ মন দ ৰ ত জপ ৰ নগৰৰ নত ন কল ব ৰ ত ব ৰহ মপ ত ৰ ন ৰ ন চ ই ক ষত এট ট ল ৰ ওপৰত অৱস থ ত ব ম ণ প হ ৰৰ ক ছ প ব থক এই মন দ ৰ স থ ন য ভ ৱ ম ইথ ন
  • দ ৰ ঘ শ বৰ দ ৱ লয ব দ ৰ ঘ শ বৰ মন দ ৰ অসমৰ উত তৰ গ ৱ হ ট ৰ ব ৰহ মপ ত ৰ নদৰ প ৰত অৱস থ ত এখন ঐত হ স ক শক ত উপ সন স থল আহ ম স বৰ গদ উ শ ৱ স হয
  • শ ৰ শ ৰ ত ত ৰ শ ক ট দ ৱ মন দ ৰ অসমৰ ক মৰ প মহ নগৰ জ ল ৰ গ ৱ হ ট মহ নগৰ ত অৱস থ ত চনত এই মন দ ৰ স থ প ত হয বহ বছৰ ধৰ এই মন দ ৰট ৱ হ ন দ
                                     
  • অসমৰ উত তৰ গ ৱ হ ট ৰ চন দ ৰভ ৰত প হ ৰত শ ৰ শ ৰ দ ল গ ব ন দ মন দ ৰ অৱস থ ত প ৰধ নত এই মন দ ৰত ভগৱ ন শ ৰ ক ষ ণৰ আৰ ধন কৰ হয প ৰত য ক বছৰৰ ফ ব ৰ ৱ ৰ
  • নৰক স ৰৰ প ত ৰ ভগদত তক স থ পন কৰ হয উত তৰ গ ৱ হ ট ত অশ বক ৰ ন ত অৰ থ - অশ বৰ আৰ হণ ন ম ৰ এট মন দ ৰ আছ ব শ ব স কৰ হয য প ৰ গজ য ত ষপ ৰ আক ৰমণ কৰ ৰ
  • ৰ দ ৰ শ বৰ দ ৱ লয ব ৰ দ ৰ শ বৰ মন দ ৰ অসমৰ উত তৰ গ ৱ হ ট ত অৱস থ ত ভগৱ ন শ ৱৰ প ৰত উছৰ গ ত এখন মন দ ৰ ই ব ৰহ মপ ত ৰ নদৰ উত তৰ প ৰৰ ৰ দ ৰ শ বৰ গ ৱত
  • পৰ বতয ৰ মহক ম ৰ বগৰ ব ৰ ত অৱস থ ত হ ন দ ধৰ মৰ এক প ৰ চ ন মন দ ৰ মহ ম য দ ৱ ল সমৰ প ত দ ই মন দ ৰ উল ল খয গ য শক ত প ঠ হ চ প গণ য কৰ হয মহ লয দ ৱ
  • অৱস থ ত আহ ম স বৰ গদ উ প ৰত প স হই দ ৰগ ৱৰ মন দ ৰ সজ ৱ ৰ আগত দ ৰগ ৱৰ গ ল ব ল ন ৰ ক ষত মহ দ ৱৰ এট মন দ ৰ স জ ছ ল এই দ ৱ লয ট নদ ৰ প ন য খহ ই ন য ৰ
  • ভ ম ৰ স ম ত চ ৰয গম য কৰ ৰ খ বৰ ব ব হৰ হৰ ত মক শ ৱ প ৰত ষ ঠ কৰ মন দ ৰ ন ৰ ম ণ কৰ ইছ ল ক ষ ণৰ হ তত ব ণ য দ ধত পৰ জ ত হ স স থ হ ৱ ত ক ষ ণৰ প ৰত
  • বৰ তম নৰ উত তৰ গ ৱ হ ট আৰ ত ৰ আশ প শ প ৱ অস খ য দ ৰ গ, ৰ ষ ট - ঘ ট, ভৱন, মন দ ৰ শ ল ল প আদ ৰ ভগ ন ৱশ ষৰ ব ব ব ৰঞ জ ব দসকল উত তৰ গ ৱ হ ট ক ত হ ন ৰ ক মৰ প
  • এৰ থ গ ছ প ছত আহ ম স বৰ গদ উ শ ৱস হ ই খ ৰ ষ ট ব দত মন দ ৰৰ এই মন দ ৰ ন ৰ ম ন কৰ মহ ব হ ব ৰহ মপ ত ৰ নদ ৰ খহন য ৰ গৰ হত পৰ ম খ য মন দ ৰট
  • ব ল ব শ বৰ দ ৱ লয অসমৰ নলব ৰ জ ল ৰ এট অত প ৰণ মন দ ৰ নলব ৰ চহৰৰ পৰ প ৰ য ক ল ম ট ৰ পশ চ মৰ ব লশৰত শ ৰ শ ৰ ব ল ব শ বৰ দ ৱ লয অৱস থ ত এই
  • স ই দ ল ব ঢ উঠ দ খ গ ৱৰ ৰ ইজ ত ত এট শ ৱম ৰ ত প ৰত ষ ঠ কৰ এট মন দ ৰ ন ৰ ম ণ কৰ ল প ৰব দমত শ ৱস হ ৰজ ৰ দ নত প ৰথম ইয ত বল দ য হ ছ ল
  • ব গ ৰ প ঠট ত ৰ তলত অৱস থ ত শ ৱ ল গত দ য পদ য অৰ ঘ য য ন প ঠ ৰ গ মন দ ৰ স লগ ন ক ণ ডত পৰ ৰ ব যৱস থ আছ প জ ৰ সময ত দ য সকল জলপ ষ প শ ল ৰ ন ৰ ম ত
                                     
  • ল গ থক ব লন ঘৰৰ প ৰ প ৰ য হ ত দ ৰত ইট ৰ ব ৰত ল গ থক ব ট চ ৰ সহ মন দ ৰ প ৰ গণত স ম বল এখন ম ত ৰ দ ৱ ৰ আছ ইট ৰ গড ৰ চ ৰ ওফ ল এট ম ট ৰ গড
  • চহৰৰ ওচৰৰ ভ ম শঙ কৰ ধ মক দ ব দশ জ য ত ল গ ৰ প আৰ ধন কৰ এই ধ মত ক ন মন দ ৰ দ খ বল প ৱ ন য য বৰঞ চ ইয ত এট শ ৱল গ আৰ স ই শ ৱল গৰ দ ত ৰ ব
  • ক ম - ক জ পৰ চ লন কৰ আহ ছ বৰদ ৱ সত ৰৰ ভ তৰত থক পৱ ত ৰ আক শ গ গ দ ল মন দ ৰ প দশ ল গ হ ইয ত শ লত গ ৰ জন ৰ ভৰ ৰ পত ৰ চ হ ন আছ ব ল জনব শ ব স আছ
  • প ৰ  আ  স অসমৰ হ ন দ ধৰ মৰ মঠ - মন দ ৰ অশ বক ৰ ন ত উগ ৰত ৰ উম নন দ কম ৰক ছ থ ন কল আই থ ন ক ম খ য ক ত ক শ বৰ ক দ ৰ শ বৰ গৰখ য দ ল গৰখ য দ ল, ন জ ৰ
  • প ৰ  আ  স অসমৰ হ ন দ ধৰ মৰ মঠ - মন দ ৰ অশ বক ৰ ন ত উগ ৰত ৰ উম নন দ কম ৰক ছ থ ন কল আই থ ন ক ম খ য ক ত ক শ বৰ ক দ ৰ শ বৰ গৰখ য দ ল গৰখ য দ ল, ন জ ৰ
  • প ৰ  আ  স অসমৰ হ ন দ ধৰ মৰ মঠ - মন দ ৰ অশ বক ৰ ন ত উগ ৰত ৰ উম নন দ কম ৰক ছ থ ন কল আই থ ন ক ম খ য ক ত ক শ বৰ ক দ ৰ শ বৰ গৰখ য দ ল গৰখ য দ ল, ন জ ৰ
  • S - AS - 26 ক ন ই বৰশ ব ৱ শ ল ল প উত তৰ গ ৱ হ ট ক মৰ প S - AS - 27 অশ বক ৰ ন ত মন দ ৰ উত তৰ গ ৱ হ ট ক মৰ প S - AS - 28 দ ৰ ঘ শ বৰ ভগ ন ৱশ ষ উত তৰ গ ৱ হ ট

Users also searched:

মনদৰ, অশবক, অশবকনতমনদৰ, অশ্বক্ৰান্ত মন্দিৰ, অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন. অশ্বক্ৰান্ত মন্দিৰ,

...

Encyclopedic dictionary

Translation

কোনে ধ্বংস কৰিব বিচাৰিছে উত্তৰ.

ঐতিহাসিক অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান৷ কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে এই. শ্ৰীশ্ৰী অশ্বক্ৰান্ত অশ্বক্লান্ত. অসমৰ বহুতো প্ৰাচীন হিন্দু মন্দিৰৰ পৌৰাণিক কাহিনী আছে। অসম হৈছে শংকৰদেৱ অশ্বক্ৰান্ত মন্দিৰটো ভগৱান বিষ্ণুৰ অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ। সৰ্পত অধিষ্ঠিত. Shri Aswaklanta Temple অশ্বক্লান্ত মন্দিৰ. অশ্বক্ৰান্ত দেৱালয় অসম তথা ভাৰতৰ এখন ঐতিহাসিক তীৰ্থস্থান। ব্ৰহ্মপুত্ৰৰ উত্তৰ এই দেৱালয়ত কুৰ্ম্ম জনাৰ্দ্দন আৰু অনন্তশায়ী নাৰায়ণৰ দুটা মন্দিৰ আছে। কুৰ্ম্ম.





অসমৰ মন্দিৰসমূহ অসম ৰাজ্যিক পৰ্টেল.

উত্তৰ গুৱাহাটীতে আছে কানাই বৰশী বোৱা শিল, দীৰ্ঘেশ্বৰী মন্দিৰ। কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি প্ৰচলিত৷ অশ্বক্লান্ত মন্দিৰৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →