Back

★ আকাশী গংগা জলপ্ৰপাত - অসমৰ পৰ্যটনস্থলী ..



                                     

★ আকাশী গংগা জলপ্ৰপাত

আকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।

                                     

1. ভৌগোলিক অৱস্থান

আকাশী গংগা জলপ্ৰপাত ডবকা-ডিমাপুৰ পথত অৱস্থিত। ই নগাঁও জিলাৰ পূব-দক্ষিণ দিশত ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অঞ্চলৰ নিকটৱৰ্ত্তী ৰেলৱে ষ্টেচনটো হৈছে চাপৰমুখ।

                                     

2. ইতিহাস

কিংবদন্তি অনুসৰি মহাদেৱৰ পত্নী সতীৰ পিতৃ দক্ষ ৰজাই মহাদেৱক নিজৰ যজ্ঞস্থলীত কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত তাত একোখন তীৰ্থস্থান গঢ়ি উঠিল। ইয়াৰে এটা অংশ আকাশী গংগাতো পৰা বুলি জনা যায়। লোকবিশ্বাস অনুসৰি, আকাশী গংগাই সৃষ্টি কৰা হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশিস পোৱা যায়।

এই জলপ্ৰপাতৰ আশে পাশে শৈল মন্দিৰৰ ধ্বংসাৱশেষো পোৱা যায়। এইবোৰ দশম আৰু বাৰশ শতিকাৰ দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়। কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলি উল্লেখ কৰা হৈছে।

                                     
  • মহ ব দ য লয - Thok Nogbe College ঝ ক শ বৰ মহ দ ৱ মন দ ৰ আক শ গ গ শ ৱ মন দ ৰ মহ ম য মন দ ৰ ড কৰ ৎপ প কল ক ম জলপ ৰপ ত অসমৰ প ৰ আৰ প য ল নগৰসম হৰ ত ল ক ভ ৰতৰ

Users also searched:

জলপৰপত, আকশ, আকশগজলপৰপত, আকাশী গংগা জলপ্ৰপাত, অসমৰ পৰ্যটনস্থলী. আকাশী গংগা জলপ্ৰপাত,

...

Encyclopedic dictionary

Translation

শেহতীয়া বস্তুনিষ্ঠ সাধাৰণ জ্ঞান.

কোনোৱে পাহাৰ ও পাহাৰৰ জলপ্ৰপাত আদিৰ গঢ় লৈ উঠা আকাশী গংগা সদৃশ জলপ্ৰপাতে আকৰ্ষিত. জলপ্রপাত Waterfall Mission Geography India. পৃথিবীর অসাধারন নৈসর্গিক সৌন্দর্য্যমন্ডিত প্রাকৃতিক ভূমিরূপগুলির মধ্যে একটি হল জলপ্রপাত ​Waterfall । সাধারনত, নদীর উচ্চ প্রবাহে কঠিন ও কোমল শিলা পর্যায়ক্রমে অবস্থান. ডেংগি ৰোগ ನಲ್ಲಿ ಇಟಾಲಿಯನ್. Возможно, вы имели в виду:.





লকডাউনৰ মাজতে আকস্মিকভাৱে - Redtimes.

আকাশী গংগা জলপ্ৰপাত ডবকা ডিমাপুৰ পথত অৱস্থিত৷. Po di Volano Rotta della Cucca Po Delta del Po. Matrix. অসমীয়াত কথা বতৰা সাত. Monumental heritage is. গংগাদিছা নৈত আকাশী গংগা নামৰ জলপ্ৰপাত আছে​ বুলি কিতাপত পঢ়িছিলোঁ৷ তাৰ মানে আকাশী. কাৰবি আংলং জিলাৰ পৰ্যটন Karbi Anglong District. স্থল, জল আৰু আকাশী যুদ্ধত শত্ৰুৰ বিৰুদ্ধে অসাধাৰণ সাহস, বীৰত্ব অথবা আত্মবলিদানৰ বাবে উত্তৰ ১৮৭৬ চনত নায়েগ্ৰা জলপ্ৰপাতৰ দৃশ্য তোলা ৰবাৰ্ট পলৰ ডাৰ্বি। উত্তৰ গংগা।. ঊৰ্ধ্ব গংগা. কাৰবি আংলং আৰু নগাঁও জিলাৰ সীমাত এই জলপ্ৰপাতৰ অৱস্থান৷ পাহাৰৰ ওপৰৰ পৰা থিয়ৈ থিয়ৈ নামি আহি তলত এটা প্ৰকাণ্ড কুণ্ডৰ সৃষ্টি কৰি তাৰ পৰা জুৰি আকাৰে বৈ আকাশী.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →