Back

★ মৰিয়নি - অসমৰ নগৰ-মহানগৰ ..



মৰিয়নি
                                     

★ মৰিয়নি

ইতিহাসৰ পাতত মৰিয়নিৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।

                                     

1. নামৰ উৎপত্তি

সময়ে সময়ে বিভিন্ন জনে মৰিয়নি নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – ব্ৰিটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভুৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটোত সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল। আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ বৰ্তমানৰ ভোগদৈ পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰাত এই এৰা সুঁতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তদুপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ ভূমিকম্প বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।

                                     

2. ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে মৰিয়নি 26.67°N 94.33°E  / 26.67, 94.33 ত অৱস্থিত। এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৫৫ মিটাৰ ৫০৮ ফুট। এই টাউনখন যোৰহাট ৰেলৱে ষ্টেচনৰ পৰা ১৭.৫ কিমি দুৰত্বত অৱস্থিত। ই নাগালেণ্ডৰ সীমান্তবৰ্ত্তী অঞ্চল।

                                     

3. যাতায়ত ব্যৱস্থা

মৰিয়নিক ধোদৰ আলিয়ে অন্য অংশৰ সৈতে সংযোজিত কৰিছে। মৰিয়নিৰ পৰা নিকটবৰ্ত্তী বিমানবন্দৰটো হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ। এই অঞ্চলটো মৰিয়নি ৰেলৱে ষ্টেচনৰ জৰিয়তে দেশৰ অন্য অংশৰ সৈতে সংযোজিত।

                                     

4. শিক্ষা

মৰিয়নিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হল-

বিদ্যালয়
  • লিটল ষ্টাৰ স্কুল.
  • পাৰিজাত জাতীয় বিদ্যালয়.
  • মহাদেব আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়.
  • মৰিয়নি জাতীয় বিদ্যাপীঠ.
  • মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়.
  • মৰিয়নি উচ্চ মাধ্যমিক বিদ্যালয়.
  • আদৰ্শ হিন্দী বিদ্যালয়.
  • চেইণ্ট এন্থনি উচ্চ মাধ্যমিক বিদ্যালয়.
  • এডিথ ডগলাছ উচ্চ মাধ্যমিক বিদ্যালয়.
মহাবিদ্যালয়
  • মৰিয়নি মহাবিদ্যালয়.
                                     

5. উল্লেখযোগ্য ব্যক্তি

  • ইলা কাকতি, অভিনেত্ৰী, বিশিষ্ট নাট্যকৰ্মী, হেঙুল থিয়েটাৰৰ জন্মদাতা.
  • প্ৰশান্ত হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী, হেঙুল থিয়েটাৰৰ জন্মদাতা.
  • ভৱকৃষ্ণ গোস্বামী, শ্ৰীশ্ৰী বৰএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সত্ৰীয়া সাধক, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ.
                                     
  • মৰ য ন জ চন হ ছ য ৰহ ট জ ল ত অৱস থ ত এট গ ৰ ত বপ ৰ ণ ৰ ল ষ ট চন মৰ য ন ক ৰ লস ৱ ই স পৰ শ কৰ ৰ প ছত ক টন ব ৰ অঞ চলত ই ৰ জসকল এট জ চন প ত ছ ল প ৰধ নক
  • আৰ গ ৱ হ ট - য ৰহ ট - মৰ য ন ইণ ট ৰচ ট এক সপ ৰ ছ হ ছ প ৰধ ন ৰ ল স য গ মৰ য ন জ চন য ৰহ ট নগৰৰ পৰ প ৰ য ক ম আ তৰত মৰ য ন জ চন অৱস থ ত তদ পৰ
  • অসমৰ এজন আন ত ৰ ষ ট ৰ য ভ ৱ জন জ ত উদ ভ দব দ ত খ ত - চনত মৰ য ন মধ য ই ৰ জ ব দ য লয ত শ ক ষকত ৰ কৰ মৰ প তন ম ল চনত ট ক ল ই চ হ
  • স থ ন য ৰহ ট ৰৰ য য ৰহ টৰ ব ম ন বন দৰ আনহ ত ৰ লৱ জ চন য ৰহ ট আৰ মৰ য ন অসম ক ষ ব শ বব দ য লয ট ক ল ই চ হ গৱ ষণ ক ন দ ৰ, উত তৰ প ব ব জ ঞ ন
  • ভ গ ল কভ ৱ ভ ল উগ ৰ ৰতনপ ৰ গ ওখন 26.70 N 94.45 E স থ ন কত অৱস থ ত৷ এই ঠ ইখন মৰ য ন ৰ লৱ জ চনৰ পৰ ক ম দ ৰত বত অৱস থ ত৷ ব ৰঞ জ প ৰস দ ধ ধ দৰ আল গ ওখনৰ
  • কম ৰগ ৱৰ পৰ দক ষ ণ - প ৱল গ গ ল ঘ ট নগৰৰ ম জ দ কম ৰ - বন ধ হ ত ত বৰ, মৰ য ন ম জ ৰ ন মৰ পৰ ওচৰৰ জয প ৰত স য ক ত হ ছ এই আল ট ৰ দ ৰ ঘ য প ৰ য
  • আ তৰত মৰ য ন জ চন আছ গ ৱ হ ট - য ৰহ ট জন শত ব দ এক সপ ৰ ছ আৰ গ ৱ হ ট - য ৰহ ট - মৰ য ন ইণ ট ৰচ ট এক সপ ৰ ছ হ ছ প ৰধ ন ৰ ল স য গ আনহ ত মৰ য ন জ চনৰ
  • ব য স য গ আছ ৰ লপথ ৰ গ ৱ হ ট ৰ পৰ ওচৰৰ য ৰহ ট ট উন ৰ লৱ ষ ট চন আৰ মৰ য ন জ চন ল ক প ৰত যক ষ ৰ ল স য গ প ৱ য য য ৰহ টৰপৰ মহ ব দ য লয ল মহ ব দ য লয ৰ
  • য ৰহ ট ল ক সভ সমষ ট ত তলত উল ল খ ত ব ধ ন সভ সমষ ট সম হ আছ য ৰহ ট ত ত বৰ মৰ য ন ট য ক আমগ ৰ ন জ ৰ ম হমৰ স ণ ৰ থ ওৰ শ ৱস গৰ দ ৱ শ বৰ শৰ ম ভ ৰত য
  • ন মৰ য ন ব ধ ন সভ সমষ ট তথ ন য ৰহ ট ল কসভ সমষ ট ৰ এই অঞ চলট মৰ য ন আৰক ষ থ ন ৰ অন তৰ ভ ক ত আৰ ইয ত ড ব ৰ প ৰ আৰক ষ চক ন ম ৰ এখন আৰক ষ
  • জ ল ৰ স ন প ৰ আৰ বক গ ৱ লপ ৰ জ ল ৰ অসম - ম ঘ লয স ম ন ত, য ৰহ ট জ ল ৰ মৰ য ন ত ন চ ক য ৰ উপকণ ঠ অঞ চল, ক ৰ ব আ ল উত তৰ ক ছ ৰ প ৰ বত য জ ল ত যথ ষ ট


                                     
  • চল চলৰ ক ৰণ চনৰ ফ ব ৰ ৱ ৰ ল ক আৰ ত ন বছৰ ব ট চ ব লগ য হয মৰ য ন স য গক ৰ ৰ লপথছ ৱ সম প ৰ ণ হ ৱ ৰ লগ লগ চ ন মৰ অসমৰ ৰ লপথৰ ইত হ সত
  • ন কটৱৰ ত ৰ ল ষ ট ছন হ ছ য ৰহ ট ৰ ল ষ ট ছন আনট ন কটৱৰ ত ষ ট ছন হ ছ মৰ য ন জ চন দ ৰত ব প ৰ য ক ম পথস ৱ অসমৰ প ৰ য সকল ঠ ইৰ লগত য ৰহ ট
  • ৰ লপথ ৰ গ ৱ হ ট ৰ পৰ ওচৰৰ মৰ য ন ল ক প ৰত যক ষ ৰ ল স য গ প ৱ য য মৰ য ন জ চনৰ পৰ মহ ব দ য লয খনল দ ৰত ব প ৰ য ক ম উজন অসমৰ য ৰহ ট জ ল ৰ
  • প ন - ত ল আদ ত ন য জ ত কৰ হ ছ ল আহ ম ৰ জত বৰ প ছৰ ক লছ ৱ ত ক কত ল, মৰ য ন হ ল প ৰ, জ জ আদ ব ভ ন ন ঠ ইত মৰ ণসকলৰ বসত প ৱ হ ছ ল আৰ ত ও ল ক
  • কম ট স থ পন কৰ হ ছ ল চনৰ আগষ ট ম হৰ ক ৰ ত ৰ খ মহ ত ম গ ন ধ মৰ য ন হ ৰ ল ৰ য ৰহ টল আহ ছ ল স ই সময ত গ ন ধ জ ৰ দৰ শন প বল ন ত হ জ ৰ - ব জ ৰ
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য


                                     
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • 9.খ মট ই 10.ড ৰগ ও অন স চ ত জ ত য ৰহ ট ন ই 1.য ৰহ ট, 2.ত ত বৰ, 3. মৰ য ন 4.ট য ক, 5.আমগ ৰ 6.ন জ ৰ 7.ম হমৰ 8.স ণ ৰ 9.থ ওৰ 10.শ ৱস গৰ
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য
  • জনজ ত ম জ ল লখ মপ ৰ ত ত বৰ ন ই য ৰহ ট য ৰহ ট মৰ য ন ন ই য ৰহ ট য ৰহ ট ট য ক ন ই য ৰহ ট য ৰহ ট আমগ ৰ
  • মৰ য ন ৰ ইত হ স মহক ম য ৰহ ট মহক ম ত ত বৰ মহক ম নগৰ চহৰ য ৰহ ট ত ত বৰ মৰ য ন ট য ক বৰহ ল ভ গ ল ব ৰহ মপ ত ৰ ম জ ল ভ গদ নদ হ ল ঙ প ৰ গ বন অভয ৰণ য

Users also searched:

মৰযন, মৰিয়নি, অসমৰ নগৰ-মহানগৰ. মৰিয়নি,

...

Encyclopedic dictionary

Translation

মৰিয়নি চাঁদের রাইজিং এবং সেটিং.

অনুগ্ৰহ কৰি শেষলৈকে চাওক। বাহৰপৰা সৰি পৰা চৰাই পোৱালিকেইটাক কেনেদৰে যতন লোৱা হৈছিল. Thaneshwar Borah Quotes YourQuote. মঙ্গলবার, 16 ফেব্রুয়ারি 2021. চন্দ্রোদয়: 08:​35 চন্দ্রাস্ত: চাঁদের বয়স: 4 চাঁদ ফেজ:. শিৱসাগৰ–মৰিয়নি চামগুৰিত আজি. ষ্টাফ ৰিপৰ্টাৰ শুক্ৰবাৰে অসম আৰক্ষীৰ ডিজিপি বিশেষ জিপি সিঙে যোৰহাট জিলাৰ মৰিয়নি ৰাজহ চক্ৰৰ অন্তৰ্গত দিচৈ সংৰক্ষিত বনাঞ্চলৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী.





Indian Army Recruitment Rally 2021 At Mariani ভাৰতীয়.

যাতায়াত ব্যৱস্থা. বিমানবন্দৰ সমীপৰ বিমানবন্দৰ ৰৰৈয়া, যোৰহাট. ৰেলসেৱা মৰিয়নি ৰেল ষ্টেচন. পথসেৱা মৰিয়নিৰ পৰা সুচল পথসেৱা, যোৰহাটৰ পৰা দূৰত্ব ৩৪ কিলোমিটাৰ. কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে. যোৰহাট বন সংমণ্ডলৰ নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই বেদখলৰ লগতে সামান্তৰাল ভাবে চলাইছে বনজ সম্পদৰ লুণ্ঠন​।. Untitled MeitY. তি শইকীয়া, মৰিয়নি, ২২ জুলাই অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত যােৰহাট সম্পাদক গােলাপ Fা ১৯তম কমনরেলথ গেমছৰ প্ৰচাৰ মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি তৰুণ.


মৰিয়নি দিচৈ ভেলী বনাঞ্চলত গছ গছনি.

Mariani, Jorhat মৰিয়নি: মৰিয়নীৰ হাতী জুৰি চাহ বাগিছাত কুকুৰা যুঁজৰ গইনা লৈ লাখ লাখ টকাৰ. ৰেলযোগে অসমলৈ আহিবলগীয়া News On AIR. মৰিয়নি ৰেলৱে ষ্টেচনত কোভিডঃ কুম্ভমেলাৰ পৰা অহা ১৬জন আক্ৰান্ত… – Asomiya Pratidin. হোলোঙাপাৰ গিবন বন্যপ্ৰাণী. তিতাবৰলৈ ২৫ কিঃমিঃ. মৰিয়নি লৈ ৩৫ কিঃমিঃ. ​খ সমীপৱৰ্তী বিমানবন্দৰ, ৰেল ষ্টেচন, বাছ আস্থান আদিৰ নাম আৰু দূৰত্ব. শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা. বিমান বন্দৰ ৰৈয়া ​যােৰহাট.





গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ.

মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তই গুলিচালনা কৰা ​অসম নাগালেণ্ড সীমান্তৰ মৰিয়নি থানাৰ অন্তৰ্গত দিচৈ সংৰক্ষিত বনাঞ্চলত নগাই. মৰিয়নি জংচনত কোভিড Asomiya Pratidin. যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষই টীয়ক মৰিয়নি সাংবাদিকৰ মাজত.


জিলাখনলৈ যাতায়াত কাৰবি আংলং জিলা.

মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন জংঘল ব্লক আঞ্চলিকৰ উদ্যোগত ২৫ আৰু ২৬ ডিচেম্বৰৰ পৰা ২ দিনীয়া কাৰ্যসূচীৰে মৰিয়নিৰ জংঘল ব্লকৰ জয় মাচি ডুংডুং. মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম. নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে মৰিয়নি সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থীত্ব উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ. সংকটজনক অৱস্থাত GMCH ত ভৰ্তি NEWZ NOW. সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত যোৰহাট জিলাৰ ১০১ নং মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী চতুৰ্থ বাৰৰ বাবে জয়ী হয় ৷. ইতিমধ্যে.


মৰিয়নি ধুমুহাই ভাঙিলে Asomiya Pratidin.

শিৱসাগৰ আৰু মৰিয়নি সমষ্টিত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অখিল গগৈৰ মনোনয়ন দাখিল. Last updated Mar 8, 2021 20. Share. দ্য ষ্টেটমেন্ট:সকলো জল্পনা কল্পনাৰ অন্তত আজি হাজাৰ হাজাৰ লোকে​. অসমৰে সীমা বিবাদঃ কেন্দ্ৰক The Sentinel. Assamese translation of মৰিয়নি. অসমীয়া Assamese meaning of ​মৰিয়নি. land on which jungle had been cut down previously for subsequent cultivation মৰিয়নি mৰiyyni. মৰিয়নি related English words. land on which jungle had been cut down previously for subsequent. বোকাখাতত মোদীয়ে সম্বোধন কৰিব. ৪ কার্যবাহী বিষয়া, পৌৰসভা যােৰহাট, জ্ঞাতার্থে প্রেৰণ কৰা হল। ৫ চক্ৰ বিষয়া যােৰহাট পূব পশ্চিম তিতাবৰ টীয়ক মৰিয়নি ৰাজহ চক্ৰ জ্ঞাতার্থে ও. বিহিতার্থে প্ৰেৰণ কৰা হল।.





অন্ত পৰিল অসম বিধানসভাৰ প্ৰথম DY365.

আনহাতে, কোকৰাঝাৰ ষ্টেচনত ৮ জন, গুৱাহাটীত ৩৭ জন আৰু মৰিয়নি ষ্টেচনত দুজন যাত্ৰী নামিব । এই লোকসকলক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰ লৈ যোৱাৰ ব্যৱস্থা কৰা হব ।. নগৰ অঞ্চলৰ পানী যোগান আঁচনি অসম. মৰিয়নি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা নকৰে অখিল গগৈয়ে… বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মৰিয়নি ৰ পৰা নিৰ্বাচন নেখেলে ৰাইজৰ দলৰ সভাপতিজনে. আজি এই কথা সংবাদমেলৰ. মৰিয়নিত নিৰ্বাচন নেখেলে অখিল. প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধী. Gana Adhikar March 22, 2021. মৰিয়নি সমষ্টিত বিজেপিৰ শেন চকু দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী সভাত অংশ ললে হিমন্তবিশ্ব শৰ্মাই. Gana Adhikar March 22, 2021.





নব মৰিয়নি Author on ShareChat সময় হলে.

কুম্ভ মেলা চাবলৈ যোৱা মৰিয়নিৰ ১৬ গৰাকী লোকৰ দেহত কভিড পজিটিভ Time8 Webdesk 19 Apr 21 @ ​. মনোৰমা মৰিয়নি Manooroma Mariani. একেৰাহে চতুৰ্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা কুৰ্মীয়ে নিজকে উপযুক্ত বুলি ভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদৰ বাবে । Facebook Twitter. Mariani, Jorhat মৰিয়নি: মৰিয়নীৰ হাতী. জনগোষ্ঠীয় সংগঠনৰ মাজত ক্ৰিকেট প্ৰতিযোগিতাঃ মৰিয়নি ক্ৰিকেটত সংগ্ৰামী মৰিয়নি সমিতিৰ মাজত অনুষ্ঠিত হয়৷ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতি. ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মৰিয়নি. মৰিয়নি সমষ্টিৰ বাবে এটা ভাল খবৰ। আজি দিনটোতে ১০১নং মৰিয়নি বিধানসভাৰ সমষ্টিৰ​.


মৰিয়নিৰ অসম নাগালেণ্ড.

Assam News Updates CITY18: ফ্লপ শ্বত পৰিণত মৰিয়নি সভা Rupjyoti Kurmi. Assam News Updates CITY18: ফ্লপ শ্বত পৰিণত মৰিয়নি সভা Rupjyoti Kurmi. News18 Assam 2 days ago news. Assam News Updates CITY18: ফ্লপ শ্বত. মৰিয়নি বিধানসভা সমষ্টিৰ পৰা. ASSAM TIMES POST নিউজ ডেস্ক: আজি পুৱা ৫ বজাত মৰিয়নি ৰেল ষ্টেচনত উপস্থিত হয় দিল্লী পৰা ডিব্ৰুগড় অভিমুখীৰ বিশেষ যাত্ৰীবাহীৰ ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী খন।বিশেষ. Untitled. ১৩.৩১. ১৩২৮২. ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ. ৰাজেন্দ্ৰ নগৰ. নিউ তিনিচুকীয়া. দেওবাৰ. ১৫.​৪১. ১৫.৪৩. ১৫৭১৭. গুৱাহাটী মৰিয়নী এক্সপ্ৰেছ. গুৱাহাটী. মৰিয়নি. প্ৰতিদিন. ১৭.​৩৬. ১৭.৩৮. ১৫৬৬৫. Dimapur Mariani Passenger UnReserved 55903 Travel Forum. বেদখলকাৰীসকলৰ বিৰুদ্ধে মৰিয়নি আৰক্ষী থানাত এখন এজাহাৰ দাখিল বৃহস্পতিবাৰে মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ যাওঁতেই বিধায়ক.





মৰিয়নি ৰেলৱে ষ্টেচনত NECentric.

গুৰুতৰভাৱে অসুস্থ মৰিয়নি সমষ্টিৰ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ ৷ জানিব পৰা মতে,মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত. মৰিয়নি Archives TIME8. নব মৰিয়নি সময় হলে সপোনতে দেখা দিবা তুমি ShareChat. মৰিয়নি Assamese translation of মৰিয়নি. সামৰণি পৰিল দুৰ্গাপূজাৰ দেবী বিসৰ্জনত আজি মৰিয়নি নগৰত ৰাইজৰ ব্যাপক ভীৰ. publisher.


মৰিয়নি পালে ৰেল বিভাগৰ ২০ টা কোভিড.

কৰে৷ এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনটোত প্ৰধানমন্ত্ৰীৰ প্ৰতি কৰিলে কেতবোৰ তুচ্ছ তাচ্ছিল্য সূচক মন্তব্য। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে. The Inside Story Headline 8. শিৱসাগৰ–মৰিয়নি চামগুৰিত আজি স্মৃতি ইৰাণী স্মৃতি ইৰাণীয়ে কাইলৈ তিনিখন ৰাজহুৱা সভাত অংশগ্রহণ কৰিব৷ মৰিয়নিৰ প্রার্থী ৰমণী তাঁতী, শিৱসাগৰৰ প্রার্থী সুৰভি.


পৰাজয়ৰ ভয়তে মৰিয়নি এৰিলে অখিলে.

মৰিয়নি জংচনত থাকিবলগীয়া ৰেলখনত কোৰোণা আক্ৰান্ত ৰোগীৰ বাবে প্ৰতিটো ডবাত থাকিব দুটাকৈ অক্সিজেনৰ চিলিণ্ডাৰ. News18 Assam Last Updated: May 8, 2021, 8:22 PM IST. Share this. নগা আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ. Entry 1670695 Tags. Past Edits. This feature shows the full history of past edits to this Blog Post. Number: 55904. Train Name: Mariani Dimapur Passenger ​UnReserved Regional Name: মৰিয়নি ডিমাপুৰ পেচেঞ্জাৰ. Hindi Name: मरियानी दिमापुर पैसेंजर. বটদ্ৰৱা থান দৰ্শন কৰি আৰ্শীষ গ্রহণ. মৰিয়নি সমষ্টিৰ নিৰ্বাচী যুঁজৰ পৰা নিজকে আঁতৰাই অনা ৰাইজৰ দলৰ প্ৰধান অখিল গগৈয়ে. মৰিয়নি ষ্টেচনত নমা যাত্ৰীৰ মুখত. দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে কৃষক নেতা অখিল গগৈয়ে মনোনয়ন দিছিল যদিও এটা সমষ্টিত হে নিৰ্বাচনত নামিব বুলি জানিবলৈ দিয়ে৷ মৰিয়নি সমষ্টিত নিৰ্বাচ.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →