Back

★ চিলাপথাৰ - অসমৰ নগৰ-মহানগৰ ..

চিলাপথাৰ
                                     
★ চিলাপথাৰ

চিলাপথাৰ অসমৰ ধেমাজি জিলাত অৱস্থিত এখন ব্যস্ত ব্যৱসায়িক নগৰ। ধেমাজিৰ পাছতে চিলাপথাৰ নগৰখন ধেমাজি জিলাৰ প্ৰধান ঠাই।ই অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ দিশে প্ৰায় ১৬ কিমি আঁতৰত অৱস্থিত। নগৰখনৰ কেন্দ্ৰৰ পৰা অসম অৰুণাচলৰ সীমান্তত অৱস্থিত লিকাবালি নগৰলৈ প্ৰায় ৭ কি.মি. দূৰত্ব। গুৱাহাটীৰ পৰা কলিয়া ভোমোৰা হৈ প্ৰায় ৮০০ কি.মি. দূৰত্বৰ বাট। ধেমাজি জিলাৰ সদৰ ঠাই ধেমাজিৰ পৰা প্ৰায় ৩৫ কি.মি আৰু জিলাখনৰ আন এখন প্ৰধান ঠাই জোনাইৰ পৰা চিলাপথাৰৰ দূৰত্ব প্ৰায় ৭০ কি.মি.।

1. যাতায়ত ব্যৱস্থা

চিলাপথাৰলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা পোনপটীয়া যাতায়তৰ ব্যৱস্থা আছে। অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ পৰা চৰকাৰী আৰু বেচৰকাৰী দিবা-নৈশ যাত্ৰীবাহী বাছৰ সুচল ব্যৱস্থা আছে। গুৱাহাটীৰ পৰা বাছেৰে চিলাপথাৰলৈ প্ৰায় ১৪ৰ পৰা ১৬ ঘণ্টা সময়ৰ বাট। ৫২ নং ৰাষ্ট্ৰীয় পথেৰে চিলাপথাৰবাসী দেশবাসীৰ লগত সংযুক্ত হৈ আছে।নদীপথেৰে ডিব্ৰুগড়লৈ প্ৰায় ৪-৫ ঘণ্টাৰ বাট। বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য্য চলি থকালৈ চাএই সময়ৰ ব্যৱধান অদূৰ ভৱিষ্যতে প্ৰায় ১ঘণ্টালৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। চিলাপথাৰৰ মাজেৰে অৰুণাচলৰ আলং, ডাপৰিজো, বাচাৰ আদি ঠাইলৈ যাব লগা হয়। জোনাই, পাছিঘাট আদি অঞ্চললৈ চিলাপথাৰৰ পৰা পোনপটীয়া যাতায়তৰ ব্যৱস্থা আছে। দেশৰ অন্য প্ৰান্তৰ লগত ৰেল যোগাযোগৰ ব্যৱস্থা আছে । চিলাপথাৰৰ পৰা আকাশী পথেৰে যাব বিছাৰিলে সমীপবৰ্তী লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰেৰে সুবিধা আছে।ধেমাজি জিলাৰ বানপানীৰ সমস্যাৰ বাবে বাৰিষা কালত যাতায়ত ব্যৱস্থা ব্যাহত হয় যদিও বানপানীৰ সৃষ্টিকাৰক নদীবোৰ খৰস্ৰোতা পাহাৰীয়া নদীহোৱা হেতুকে কম সময়ৰ ব্যৱধানত পথ সমূহেৰে পুণৰ যাতায়ত কৰিব পৰা হয়।

2. শিক্ষা

চিলাপথাৰৰ শৈক্ষিক ক্ষেত্ৰখন শিক্ষাৰ সুস্থিৰ বাতাৱৰণৰ মাজেৰে পৰিচালিত। প্ৰাক-প্ৰাথমিক ৰ পৰা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান চিলাপথাৰত আছে। লেখত লবলগীয়া শিক্ষানুষ্ঠান কেইখন মানৰ নাম তলত দিয়া হৈছে।

* নিন্ম আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানঃ

  • ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়, মাধ্যমঃ অসমীয়া, ঠিকনাঃ ভৈৰৱপুৰ, স্থাপিতঃ ১৯৭৫.
  • খনামুখ প্ৰাথমিক বিদ্যালয়.
  • চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়.

* উচ্চ-মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানঃ

  • চিলাপথাৰ ৰেচিডেন্সিয়েল হায়াৰ চেকেণ্ডাৰী স্কুল.
  • শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ.
  • চিলাপথাৰ পাব্লিক ইংলিছ স্কুল.
  • ডনবস্কো হাইস্কুল চিলাপথাৰ.
  • চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়.

* উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানঃ

  • চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়.
  • চিলাপথাৰ পূৰ্বাঞ্চল কলেজ।.
  • চিলাপথাৰ টাউন কলেজ।.
  • চিলাপথাৰ কনিষ্ঠ মহাবিদ্যালয়.
  • চিলাপথাৰ মহাবিদ্যালয়.
                                     
3. চিলাপথাৰ অঞ্চলৰ গাঁওসমূহ

চিলাপথাৰ অঞ্চলৰ গাঁওসমূহ হৈছে খনামূখ, বামগাঁও, অমৃতপুৰ, মিলন নগৰ, জ্যোতি নগৰ, গান্ধীনগৰ, পালপট্টী, কল্যাণ পুৰ, জোনাকী নগৰ, কাৰপুম্‌ পুলি, কুলামোৱা, কেন্দুগুৰি, ন-গাঁও, মেছু কছাৰি, মেছু, নলনিপাম, মাজগাঁও, সমবায়, বৰপথাৰ, নতুন গাঁও, নতুন মিছিং গাঁও, ফুলবাৰী, ছোচাইটি, অকাজান, বৰমূৰীয়া, বালিজান, বেতনিপাম, বাৰুৱতী, জৰী গুৰি, চিলাগাঁও, চিলাবালি, চিলাগুটুং, কললুৱা, শলখনি, সৰুপাম, মাদুৰিপথাৰ, সেউজী নগৰ, লাচিত নগৰ, লেচাই নগৰ, ভৈৰৱপুৰ, জলকীয়া সূঁতি, বালি গাঁও, বিজয়পুৰ আদি।

4.1. উল্লেখনীয় ঠাই মালিনী থান

ই এখন শক্তিপীঠ।চিলাপথাৰৰ পৰা উত্তৰ দিশে প্ৰায় ৭ কি.মি দূৰত্বত অৱস্থিত লিকাবলি নামৰ সৰু নগৰখনৰ পূৱ দিশৰ পাহাৰৰ ওপৰত মালিনী থান অৱস্থিত।শক্তিপীঠ কামাখ্যাৰ দৰেএই থান খনিৰ মহত্ব আছে । থান খনিৰ নামনিৰ মুকলি প্ৰাঙ্গণত প্ৰতিবছৰে মালিনী মেলা অনুস্থিত হয় অসমীয়া চত মাহত। থান খনিত শ্ৰীশ্ৰীদূৰ্গা দেৱীৰ বাসন্তী পূজা অনুস্থিত হয়। কোণাৰকৰ বিখ্যাৎ সাতটা ঘোঁৰাই টনা ৰথৰে সৈতে সূৰ্য্যদেৱতাৰ মূৰ্তিৰ অবিকল সাদৃশ্যৰ মূৰ্তি মালিনী থানত আছে। পূৰাতত্ব বিভাগে জৰীপ চলাই মন্দিৰটোৰ আশে পাশে প্ৰাচীন কালৰ বহু আপৰুগীয়া ভাষ্কৰ্য্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

4.2. উল্লেখনীয় ঠাই ৰক্মিণী মন্দিৰ

এই থান খনি মালিনী থানৰ পৰা পাহাৰৰ ওপৰলৈ অৱস্থিত। থান খনিৰ ঐতিহাসিক মহত্ব আছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত বৰ্তমান এই থানখনিয়ে মহত্ব হেৰুওৱাৰ এক পৰিস্থিতিত উপনীত হৈছেগৈ।ৰক্মিণী মন্দিৰৰ পৰা ভৈয়ামৰ মনোমোহা দৃশ্য পৰিলক্ষিত হয়।

4.3. উল্লেখনীয় ঠাই গাইনদীৰ মুখলিকাবালি

এই অঞ্চলৰ পাকৃতিক পৰিৱেশ অতি মনোমোহা। দুশাৰী পৰ্বতৰ মাজে মাজে গাইনৈ খনে লয়লাস ভংগীৰে আকাশী গংগাৰ পৰা বৈ আহি অতিকে মনচুই যোৱা মনোমোহা দৃশ্যৰ অৱতাৰণা কৰিছে। বছৰি ডিচেম্বৰ আৰু জানুৱাৰী মাহত শ বনভোজৰ দলৰ লোকৰ আগমনে অঞ্চলটি প্ৰাণৱন্ত কৰি ৰাখে। পাহাৰীয়া নদীখন পাহাৰীয়া মাছৰ ৰূপালী চিকমিকনিৰে জিলিকি থাকে।

  • শ কৰদ ৱ শ শ ন ক তন, চ ল পথ ৰ Sankardev Sishu Niketon, Silapathar ধ ম জ জ ল ৰ চ ল পথ ৰ নগৰৰ দক ষ ণ পশ চ ম দ শৰ ব মগ ৱ ৱ ৰ ড ন - ত অৱস থ ত এখন ব দ য লয
  • এক শ আৰ বৰদলন ম জ আৰ জ ন ই মহক ম ৰ ধ ম জ জ ল গঠন হয জ ল সদৰক ল চ ল পথ ৰ নগৰ আৰ ধ ম জ নগৰৰ ম জত হ ৱ টন টন ৰ অৱস ন ঘট ই অক ট বৰ ত ৰ খৰপৰ
  • এক শ আৰ বৰদলন ম জ আৰ জ ন ই মহক ম ৰ ধ ম জ জ ল গঠন হয জ ল সদৰক ল চ ল পথ ৰ নগৰ আৰ ধ ম জ নগৰৰ ম জত হ ৱ টন টন ৰ অৱস ন ঘট ই অক ট বৰ ত ৰ খৰপৰ
  • চ চ বৰগ ও অসমৰ ধ ম জ জ ল ত অৱস থ ত এখন গ ও গ ওখনৰ উত তৰ দ শ গ ইনদ প ৱ চ ল পথ ৰ আৰ পশ চ ম গ ইনদ ব গ ছ চ চ বৰগ ও এখন উন নত আৰ জনবসত প ৰ ণ গ ও
  • দ খ য য এই ঠ ই অৰ ণ চল প ৰদ শৰ পশ চ ম ছ য জ ল ৰ দক ষ ণ স ম ন তৰ চ ল পথ ৰ ন মৰ ঠ ইৰ পৰ ক ইম ইলম ন উত তৰ - প বত অৱস থ ত এই থ নৰ ধ ব স ৱশ ষসম হ ইয ক
  • সম ত - আউন আট সত ৰ ঢ লত চ পৰ ম ৰ স ম ন ত ত ম ল এ জ ক প ব ল ক চন চ ল পথ ৰ ব হ ৰ ব ৰ ণ প ত জয ক ন ত গন ধ য ড: ন মল গগ প থ ৱ ৰ জ ম ড য অভ জ ত
  • ধ ব ৰ গ ৰ প ৰ স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ

  • সম ত চ পৰ নগৰ সম ত ধ ম জ AS22 ধ ম জ ধ ম জ সদৰ ধ ম জ নগৰ সম ত চ ল পথ ৰ নগৰ সম ত জ ন ই নগ ও AS02 নগ ও নগ ও সদৰ নগ ও প ৰসভ ধ প ৰসভ ক মপ ৰ
  • ধ ব ৰ গ ৰ প ৰ স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ

Users also searched:

চলপথৰ, চিলাপথাৰ, অসমৰ নগৰ-মহানগৰ. চিলাপথাৰ,

...

Encyclopedic dictionary

Translation

চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী.

ঈদলৈ কেইদিনমান বাকী থকা সময়তে আৰক্ষীয়ে দেওবাৰে চিলাপথাৰ থানাৰ অন্তৰ্গত গেলুৱাৰ পৰা জব্দ কৰে ৯০টা গৰু৷ ধেমাজি, চিমেন চাপৰি আৰু চিলাপথাৰ আৰক্ষীৰ যৌথ. চিলাপথাৰত নাগৰিকত্ব সংশোধনী আইন. চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ ​পূবত অৱস্থিত । পাহাৰৰ পাদদেশত । ইয়াত একালত কেইটিমান মন্দিৰ আছিল, নতুবা একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী. Sissibargaon, Dhemaji চিচিবৰগাঁও: চিলাপথাৰ. বানমুক্ত অসম গঢ়াৰ লক্ষ্যৰে চিলাপথাৰত মন্ত্ৰী পিয়ুষ হাজৰীকা. ২৮ মে ২০২১ঃ বিজেপিৰ প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি ​বানমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আজি চিলাপথাৰ​.

মালিনী থান Vikaspedia.

তলত দিয়া নথিপত্রসমূহ লগত দিব লাগিব । নির্দেশক s Admit Card HSLC. 2 Passport size Photo 1 copy. ডঃ দিব্য দলে. ভাৰপ্ৰাপ্ত অধ্যক্ষ. চিলাপথাৰ টাউন কলেজ. চিলাপথাৰ. Principal 1 0. Silapathar Town College. কাকতি ফৰিং নহয়, চিলাপথাৰত চৰহা. ASSAM TIMES POST নিউজ ডেস্ক: চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বুধবাৰে সংঘটিত হোৱা ঘটনাত একেটা পৰিয়ালৰে মাতৃ আৰু ১৩ বছৰীয়া কিশোৰী. চিলাপথাৰ আলো ৰেলৱে পথ সম্প্রসাৰণ. দীপাৱলীৰ নিশা চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড Regional. বিধ্বংসী অগ্নিকাণ্ডত মুহূৰ্তৰ ভিতৰতে শেষ হৈ যায় চিলাপথাৰ কল্যাণ কেন্দ্ৰ পথৰ হেমন্ত পেগু ওৰফে এচিড পেগু.

1 page 19 October.P65 Dainik Agradoot.

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ নামেৰে অসমত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰকঃ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা. August 11, 2017. 1.298 Less than a minute. প্ৰথম খবৰ, চিচিবৰগাঁও: অসম চৰকাৰ আৰু শিক্ষা. প্ৰধানমন্ত্ৰীৰ চিলাপথাৰ Asomiya Pratidin. চিলাপথাৰ জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা… সংবাদ, ধেমাজিঃ ধেমাজিৰ লগতে চিলাপথাৰ আৰু জোনাইত কেইবাদিনো ধৰি বৃহস্পতিবাৰলৈ হৈ থকা. চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত. নিমন্ত্ৰণী পত্র. অর্কিড মহোৎসৱ ২০২১. চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত. অসম অর্কিড চছাইটিৰ লগতে সাৰথি স্বেচ্ছাসেবী সংস্থাৰ সহযােগত. তাৰিখঃ ০৩ ​০৪ ২০২১,. প্ৰদৰ্শন তথা বিক্ৰী কেন্দ্ৰ অসম. কাকতি ফৰিং নহয়, চিলাপথাৰত চৰহা পোকে নষ্ট কৰিছে শ বিঘা খেতি… ডিজিটেল সংবাদ,নিউজ অসম24 চিলাপথাৰঃ ৰাজ্যৰ কেইবাখনো জিলাত চৰহা পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে. পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ. পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী চিলাপথাৰ কাণ্ডৰ অন্যতম অভিযুক্ত অম্বিকা ৰায়. News18 Assam Last Updated: March 27, 2021, 9:01 AM IST. Share this.

সুবোধ বিশ্বাসৰ কু কীৰ্তিৰ সাক্ষী.

প্ৰধানমন্ত্ৰীৰ চিলাপথাৰ আগমনৰ প্ৰাকক্ষণত ভূমি অধিগ্ৰহণক লৈ উত্তপ্ত ২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিলাপথাৰৰ পিয়াঙত অনুষ্ঠিত হব লগা.,এনেয়, পুন্যদা গগৈ বৰৱা,চিলাপথাৰ. এনেয়, পুন্যদা গগৈ বৰৱা,চিলাপথাৰ মানুহৰ যেতিয়া মানুহৰ ওপৰত বিশ্বাস হেৰাই যায়, মানুহে যেতিয়া মানুহক বিশ্বাসঘাটকতা কৰে তেতিয়া মানুহে দিগ বিদিগ বিছাৰি নাপা.

Ishan News নিশা চিলাপথাৰ আৰক্ষী থানাত.

অসমৰ চিলাপথাৰৰ পৰা ৰাজ্যখনৰ পশ্চিম ছিয়াং জিলাৰ বামে হৈ আলো লৈকে মতুন ৰেলৱে পথৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিছে।. New Doc 04 01 2021 09.45.20 Silapathar Science College. চিমেন আঞ্চলিকৰ সভানেত্রী সবিতা স্বর্গীয়াৰী, চিলাপথাৰ আঞ্চলিকৰ উপ–​সভানেত্রী ৰঞ্জু গয়াৰী, এন ডি এফ বি এছ ৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্রসেনজিৎ বসুমতাৰী, সহঃ সাধাৰণ. 1±Ê Profile Login. চিলাপথাৰ নগৰৰ ৰেচিডেনচিয়েল। কৰাত সচেতন লােকে প্রশংসা কৰিছে। নুমলীগড় আৰক্ষীয়ে মাছ ধৰা পার্থপ্রতিম বৰাই জিলা প্রশাসক. লােকসকলে অঞ্চলটোৰ. হায়াৰ ছেকেণ্ডাৰী আৰু​.

চিলাপথাৰত নাগৰিকত্ব Axom Darshan.

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত উদ্ভিদ ​প্ৰাণীবিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম. চিলাপথাৰত সান্ধ্য আইন জাৰি. LOGO SREHSS. Estd: 1982. SILAPATHAR RESIDENTIAL ENGLISH HIGHER SECONDARY SCHOOL. চিলাপথাৰ ৰেসিডেনশিয়েল ইংলীশ উচ্চতৰ মাধ্য়মিক বিদ্যালয়. Menu. Home About Us Administrator expand child menu. Teaching Staff Non Teaching Staff. কৰণাৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষীৰ. সদৌ অসম গোর্খা ছাত্র সন্থা চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত শান্তি প্ৰাৰ্থনা হোজাইত ধৰ্ষণৰ বলি হৈ মৃত্যু বৰণ কৰা 5 বছৰীয়া কন্যা সন্তানৰ আত্মা শান্তিৰ বাবে । We want the culprit.

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ নামেৰে.

চিলাপথাৰ, গৌৰীপুৰ নহয় এইবাৰ বিলাসীপাৰা নিয়মীয়া বাৰ্তা Dec 3, 2019. নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ পুনৰ অসমীয়াৰ স্বাভিমানত আঘাত হানি দুৰ্বৃত্তই লণ্ড ​ভণ্ড কৰিলে. 3 Page 17 July.p65. কৰণাক লৈ চিলাপথাৰ আৰক্ষীৰ কঠোৰ স্থিতি ৷ ক​ৰণা লৈ উপলুঙা একাংশ অসচেতন জনতাৰ ৷.

গুৱাহাটীত আয়কৰ বিভাগৰ তালাচী.

২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত নিব্বাচ নামৰ সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয়. চিলাপথাৰ জোনাইত বানত বিধ্বস্ত. Home Posts Tagged চিলাপথাৰ. ভুৱা প্ৰতিষ্ঠানৰ ভুৱা ঋণ! শনিবাৰ, ডিচেম্বৰ ২৬, ২০২০. ৯:৩১. Silapathar Railway Station Timeline Railway Enquiry India Rail Info. ডিজিটেল ডেস্ক, অসম দৰ্শন আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত চিলাপথাৰত গ্ৰহন কৰে এক.

বানমুক্ত অসম গঢ়াৰ লক্ষ্যৰে DY365.

Sissibargaon, Dhemaji চিচিবৰগাঁও: চিলাপথাৰ নগৰৰ মাজমজিয়াত পথ দুৰ্ঘটনাত কালিবাৰি মন্দিৰৰ. পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত. নিশা চিলাপথাৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। দুৰ্নীতিগ্ৰস্ত এজেণ্টক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ স্থানীয় লোকৰ​।. ঈদৰ পূৰ্বে অভিযান চিলাপথাৰত গৰুৰ. গুৱাহাটী, দিল্লী, চিলাপথাৰ আৰু পাঠশালা ​অসম ৰ ১৪টা স্থানত তালাচী অভিযান চলোৱা হৈছে। এই তিনিগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত প্ৰধান অভিযোগসমূহ হল যে তেওঁলোকে. New Doc 06 17 2020 13.09.32 SILAPATHAR COLLEGE. চিলাপথাৰত নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবী আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ডিজিটেল ডেস্ক, অসম দৰ্শন আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক.

Page 627 – নিয়মীয়া বাৰ্তা.

ইয়াৰ দ্বাৰাই চিলাপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক জনােৱা যায় যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা. সংসদে ২০২০ ​২০২১শিক্ষদর্যৰ পৰা সংসদৰ শৈক্ষিক বিষয়ৰ পাঠ্যক্ৰমত. চিলাপথাৰ – NewsFile Online Oxomiya. বন্ধুৱে হল কাল ভাওনা চাবলৈ মাতি হত্যা কৰি ওলোমাই থলে বন্ধুৰ মৃতদেহ. ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ভাওনা চাবলৈ মাতি পৰিকল্পিত ভাৱে হত্যা. চিলাপথাৰ ডিমৌত পথ দুৰ্ঘটনাত নিহত ২. বিগত দুদিন ধৰি চিলাপথাৰ ৰেল ষ্টেচনৰ বিহাৰিপট্টীত অচিনাক্ত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। অৰ্ধ উলংগ অৱস্থাত পৰি থকা যুৱকজনৰ মৃতদেহ পৰিত্যক্ত অৱস্থা. Untitled. বুলেটিন. ২ ২০১০. ধানৰ মেট নাৰ্চাৰী. ড° তৰুণ চন্দ্র মহন্ত । আৰিফা মমতাজ বেগম. ছিদ্দিক আলি আহমেদ. কৃষি বিজ্ঞান কেন্দ্র, ধেমাজি. অসম কৃষি বিশ্ব বিদ্যালয়. চিলাপথাৰ ৭৮৭০৫৯.

দীপাৱলীৰ নিশা চিলাপথাৰত Live Seven Sisters.

২২ ফেব্ৰুৱাৰীত চিলাপথাৰ পিয়াঙলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল বিশাল মণ্ডপ, মসৃন উপপথ, দুখনকৈ হেলিপেডৰ লগতে পাচ. Ò±Ú1 Œ˜Èƒ¬ Ú±‰¬±1œ. চিলাপথাৰ কাণ্ডৰ ৫৪। অভিযুক্তৰ জামিন। আবেদনৰ শুনানি স্থগিত. ষষ্ঠ অনুসূচিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক অন্তর্ভুক্তিৰ দাবী কেবাটাও সংগঠনৰ পথ অৱৰােধ,.

কাইলৈ চিলাপথাৰত দেশৰ.

পুৰোহিতে বৈদিক মন্ত্ৰোচ্ছাৰণত ব্যস্ত থকাৰ সময়তে চিলাপথাৰৰ পৰা যোৱা এখন ১০৮ পোৱা যাব কত ৷ অবশেষত বহু বিচাৰ খোচাৰৰ পিছত চিলাপথাৰ মাজৰবাৰীৰ পৰা দুগুধন ভৰি. দুৰ্গা পূজাৰ মণ্ডপৰ পৰা পণ্ডিতক. লখিমপুৰৰ ষ্টাফ ৰিপর্ৰ আৰু চিলাপথাৰৰ নিজা বাতৰি দিওঁতা, 11 মার্চ ঃ চৌদিশে মাথোঁ আদিত বিগত ছদিনে অঘোষিত বন্ধৰ পৰিৱেশে বিৰাজ কৰিছে৷ চিলাপথাৰ নগৰখনত আৰক্ষী চি আৰ. Teaching Staff – SILAPATHAR RESIDENTIAL ENGLISH HIGHER. Tag: চিলাপথাৰ. আসাম লাইট নুমোৱাই বন্তি প্ৰজ্বলন কৰাৰ সময়তে চিলাপথাৰত ভয়ংকৰ. AAGSU silapathar, Gorkha Bhawan, Dhemaji 2021 FindGlocal. Vaishali Express जितना सुंदर तुम्हारा नाम उतनी सुंदर तुम्हारी चाल be my valentine Rahul Vatsa SPTR ​Silapathar 3 PFs. চিলাপথাৰ सिलापथार. Track: Single Diesel ​Line. The Inside Story Headline 8. চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ – সুপ্রকাশ তালুকদাৰ ৬ মাৰ্চত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত অবাঞ্ছিত ঘটনাই সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু.

...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →