Back

★ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান - অসমৰ পৰ্যটনস্থলী ..



অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান
                                     

★ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা৷ এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ৷ এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত৷ লণ্ডনৰ হুইপ্‌ছনেইড চিৰিয়াখানাৰ আৰ্হিত ইয়াৰ জীৱ-জন্তুবোৰক প্ৰাকৃতিক পৰিবেশত ৰখা হৈছে। তথ্য অনুসৰি এই চিৰিয়াখানাত প্ৰায় ৮৯৫ বিধ জীৱ-জন্তু আছে৷

                                     

1. ইতিহাস

১৯৫৭ চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন অনুষ্ঠিত হৈছিল। অধিবেশনৰ আয়োজক সমিতিয়ে কেইবিধমান জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী পাতিছিল। ইয়াৰে ভিতৰত স্পটী নামৰ এটা মাইকী নাহৰফুটুকী বাঘৰ পোৱালি জনপ্ৰিয় হৈ পৰিছিল। অধিবেশন শেষ হোৱাৰ পাছত এই জীৱ-জন্তুবোৰৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিলে

এই জন্তুবোৰ জাপৰীগোগৰ ১৩০ হেক্টৰ মাটিকালিৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা হল। ১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা এই চিৰিয়াখানা ১৯৫৮ চনত দৰ্শকৰ বাবে মুকলি কৰা হয়।

পাছলৈ চিৰিয়াখানাত এটা সংগ্ৰহালয় খোলা হয়। ১৯৮২ চনত ইয়াৰ এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয়। ২০০২ চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ আৰু ৪৫ হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে ১৭৫ হেক্টৰ।

                                     

2. জীৱ-জন্তু

চিৰিয়াখানাৰ আৰম্ভণিতে জন্তু আৰু চৰাইৰ সংখ্যা আছিল ক্ৰমে ৪২ ২২টা প্ৰজাতি আৰু ২৩৬ ৩১ টা প্ৰজাতি।

সময়ৰ লগে লগে চিৰিয়াখানালৈ ন-ন জন্তু অনা হয়, যেনে- আফ্ৰিকাৰ পৰা চিম্পাঞ্জী, বগা গঁড়, কলা গঁড়, জেব্ৰা, অষ্ট্ৰিছ, আৰু জিৰাফ, জাগুৱাৰ আৰু লামা আৰু অষ্ট্ৰেলিয়াৰ পৰা কেংগেৰু। এইবোৰৰ সলনি স্থানীয় ভাৰতীয় গঁড়কে ধৰি অন্য জন্তু বিদেশলৈ পঠিওৱা হৈছিল। পাছলৈ স্থানীয় প্ৰজাতিৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰা হয় আৰু বংশ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হয়।

                                     

3. বাহ্যিক সংযোগ

  • Official website of: "Central Zoo Authority of India"CZA, Government of India.
  • ৱিকিমিডিয়া কমন্সত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল।.

Users also searched:

উদযন, অসমজকচৰখআৰভদউদযন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান,

...

Encyclopedic dictionary

Translation

Assam State Zoo Cum Botanical Garden, RG Baruah Rd.

ASSAM TIMES POST নিউজ ডেস্ক: কৰনা বাবে বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান।এই কথা জানিবলৈ দিছে অসম ৰাজ্যিক চিৰিয়াখানা কতিপক্ষই।কৰনা প্ৰতিৰোধৰ. অসম ৰাজ্যিক চিৰিয়াখানাত ৬৬সংখ্যক. গুৱাহাটী, ৩১ অক্টোবৰ কভিড ১৯ মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যন ১ ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি.





পুনৰ সজীৱ হব চিৰিয়াখানা – NewsFile Online.

উদ্ভিদ আৰু প্ৰাণী. ১ প্ৰশ্ন উদ্যান। ৮ প্ৰশ্ন কোনটো ফুল অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃত? উত্তৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ১৭ প্ৰশ্ন. ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ. অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান. Information & Services. Wetland APFBCS Assam State Zoo cum Botanical Garden Assam State Biodiversity Board Forest Types In Assam Indian Rhino Vision 2020 Reserve Forests Social Forestry State CAMPA. Bhelowguri live অসম ৰাজ্যিক চিৰিয়াখানা. ক্ৰমান্বয়ে জীৱ জন্তু হ্ৰাস পাবলৈ ধৰা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ অনা হল বহু নতুন জীৱ জন্তু । কিছুদিন পূৰ্বে অহা অষ্টিক আৰু হায়েনা পাছতে. চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল. কৰনাভাইৰাছ: বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান কৰ​নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক পদক্ষেপ হিচাপে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা অহা.


বৈচিত্ৰময় অসম ৰ বিষয়ে কিছু কথা.

অন্য এখন নগৰ বন উদ্যান গঢ়াৰ পৰিকল্পনাৰ কথা আৰু ৰাজ্যিক চিৰিয়াখানাৰ লগতে লাগি থকা ৬২০ কৰা হব৷ ৰাজ্যিক চিৰিয়াখানাৰ লগতে উদ্ভিদ অসমত কৰনাত আক্ৰান্ত হোৱা এগৰাকী. তিনি বজাৰ শীৰ্ষ দহটা বাতৰি. ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যোনত ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যিক পৰিবেশ আৰু. অসম ৰাজ্যিক Dainik Agradoot. নিউজ ডেস্কঃ কৰোনা মহামাৰী আৰু লকডাউনৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আজিৰে পৰা দর্শনাৰ্থীৰ বাবে মুকলি কৰা হয় ৷ বনমন্ত্ৰী পৰিমল. May 2020 Dr. Chuchengfa Gogoi: চিন্তন. Запрос должен включать:.





১ ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে.

১৭ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ প্ৰকল্প আৰু অভয়াৰণ্যও আজিৰে পৰা ২৯ মাৰ্চলৈ বন্ধ থাকিব ৰাজ্যিক চিৰিয়াখানা হিচাপে ২৯ মাৰ্চলৈ দৰ্শণাৰ্থীৰ বাবে বন্ধ থাকিব অসম ৰাজ্যিক চাৰিয়াখানা। লগতে বন্ধ থাকিব উদ্ভিদ উদ্যানো।. অসম ৰাজ্যিক চিৰিয়াখানাক easterntimes. অসমত ছয়খন ৰাষ্ট্ৰীয় উদ্যান ক্ৰমে কাজিৰঙা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ. অনলাইনত উপলব্ধ হব অসম ৰাজ্যিক. অসম চৰকাৰে নতুন বছৰৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ আগবঢ়াইছে উপহাৰ ৷ ১জানুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হব অসম ৰাজ্যিক চিৰিয়াখানা ৷ বৃহস্পতিবাৰে. কৰনা বাবে বন্ধ ঘোষণা অসম ৰাজ্যিক. থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ২০২১ চনৰ ২ জানুৱাৰীৰ পৰা পুনৰ খোলাৰ.


Untitled m.

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান. Similar companies nearby. Bura Chapori Wildlife Sanctuary. Sonitpur. ১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি অসম. উদ্ভিদ, প্রাণী আৰু সকলাে প্ৰকাৰৰ অজৈৱিক অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হল কাজিৰঙা ৰাজ্যিক চিৰিয়াখানা গুৱাহাটী। 46. আজিৰ পৰা মুকলি ৰাজ্যিক চিৰিয়াখানা. অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানক বিশ্বমানৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ২০১৮ ১৯ বিত্তীয় বৰ্ষৰ বাবে আবণ্টন কৰিছে ৫ কোটি টকা।. আজিৰে পৰা ২৯ মাৰ্চলৈ বন্ধ থাকিব. দাগ পৰ্যটকৰ বাবে মুকলি হল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৰাইজৰ দলঃ অসমৰ নতুন ৰাজনৈতিক দল পাশৱিক! অসম ৰাজ্যিক চিৰিয়াখানাক ব্যক্তিগত খণ্ডলৈ গতোৱাৰ তীব্ৰ বিৰোধীতা খণ্ডক গতাই দিয়াৰ এক ব্ল ু–প্রিণ্ট প্রস্তুত কৰিছে আৰু শীঘ্ৰে কেন্দ্রীয় কেবিনেটে ইয়াক প্রায় ১৭৫ হেক্টৰ ভূমিত থকা অসম ৰাজ্যিক চিৰিয়াখানা ধ্বংস কৰাৰ বাবে ডিএফঅ তেজস্ব.





পৰিবেশমূলক সাময়িকী ডিচেম্বৰ 2020.

ইয়াত ১১০০ ৰো অধিক পশু পক্ষী আৰু প্ৰায় ৫ লাখৰো অধিক উদ্ভিদ আছে। এই চিৰিয়াখানা উদ্যানত দুখন পৃথক পক্ষী উদ্যান আছে, এটা ঘৰুৱা পক্ষীবোৰৰ বাবে, আনটো বিদেশৰ পৰা. উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা. মহামাৰী, লকডাউনৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আজিৰেপৰা দর্শনাৰ্থীৰ বাবে মুকলি কৰা হয়৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে.


অসম ৰাজ্যিক চিৰিয়াখানা আৰু.

ভাৰতৰ এখন সৰ্ববৃহৎ চিৰিয়াখানা হৈছে এইখন​। জৈৱ বিচিত্ৰৰ আন এক অনুপম ঠাএই উদ্ভিদ উদ্যানখন। বাহিৰৰ ৰাজ্য এখনত নিজৰ ৰাজ্যৰ মানুহ লগ পালে খুৱব ভাল লাগে। লৌহ উদ্যান, কৃত্ৰিম হৃদ যত নৌকা বিহাৰ কৰিব পৰাৰ সুবিধা আছে, কেইবাখনো ফুড কৰ্ট, ধুনীয়া ফুলনি বাগিছা সমূহ। অসমৰ মোৰ আৰু দ্বীপজ্যোতি গোস্বামীৰ বাহিৰেও মোৰ জুনিয়ৰ ভন্টি কটন. প্ৰতিদিনে ১২০০ কেজি ঘাঁহ উৎপাদন হব. প্ৰায় সাত মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ৷ দুটাকৈ বাঘৰ পোৱালী, এটা বাঘৰ পোৱালী আৰু এটা জলহস্তীৰ পোৱালী. অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, গুৱাহাটী পুণৰ দৰ্শনাৰ্থীৰ বাবে মুকলি. বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু গুৱাহাটী শোধনাগাৰৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি৷ এই চুক্তি অনুসৰি গুৱাহাটী ৰিফাইনাৰীয়ে CSRৰ অধীনত. ১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি কৰা হব অসম ৰাজ্যিক চিৰিয়াখানা । পুৱা ৮ ৰ পৰা ১১ বজালৈ আৰু বিয়লি ১ ৰ পৰা ৪ বজালৈ মুকলি থাকিব চিৰিয়াখানা । প্ৰতি ঘন্টাত ১৫০ জনকৈ লোক প.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →