Back

★ কমলেশ্বৰ বৰা - অসমীয়া শিক্ষাবিদ ..



                                     

★ কমলেশ্বৰ বৰা

কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল। তেওঁ কামৰূপ জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

                                     

1. জন্ম আৰু শিক্ষাজীৱন

কমলেশ্বৰ বৰাৰ জন্ম হৈছিল ১৯২৭ চনৰ ৩ অক্টোবৰত নগাঁৱৰ ফৌজদাৰীপট্টিত । নগাঁৱৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত বৰাই ১৯৪৪ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰাই আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৮ চনত কটন কলেজত ভৰ্তি হয়। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাত তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে ক্ৰিকেট খেলুৱৈ হিচাপে একাধিকবাৰ ৰাজ্যৰ বাহিৰত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল।

                                     

2. কৰ্মজীৱন

১৯৫০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কমলেশ্বৰ বৰাই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে যদিও ১৯৫৩ চনত অসম প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হৈ ১৯৫৪ চনৰ জুলাইত প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈ কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৭ চনত তেওঁ শিক্ষা বিভাগৰ আয়ুক্ত সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৮৭ চনত যোগ দি ১৯৯২ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। উপাচাৰ্যৰ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বৰা অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ বৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য হিচাপে মনোনীত হৈছিল।

কমলেশ্বৰ বৰাই একাধিকবাৰ অসম পেঞ্চনাৰ সন্থাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যু পৰ্যন্ত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৈ আছিল। এগৰাকী সমাজহিতৈষী সুবক্তা হিচাপে পৰিচিত বৰাৰ অসমীয়াৰ লগতে ইংৰাজী আৰু বাংলা ভাষাতো দখল আছিল।

                                     

3. মৃত্যু

২০১৩ চনৰ জানুৱাৰীত কমলেশ্বৰ বৰাৰ উচ্চ ৰক্তচাপজনিত কাৰণত মগজুৰ ষ্ট্ৰক হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। একে বছৰৰে ৫ নৱেম্বৰৰ পুৱা বৰা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি আন আৰ চি হস্পিটেলত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি গৈছে।

                                     
  • চ ক ল ফ ব কমল শ বৰ স হ আহ ম ৰ জ যৰ এজন স বৰ গদ উ ত ও ৰ শ সনক লত ই ম ৱ মৰ য ব দ ৰ হ দমন কৰ উজন অসমত আহ মৰ ৰ জত ব প নৰ ই প ৰত ষ ঠ
  • ন থ আচ ৰ য স ম ত দ ৱস আহ ন: গ ন ধ জয ন ত আহ ন: ত লক হ জৰ ক কমল শ বৰ বৰ প ৰত ম বৰ ৱ প ণ ড ৰ জন ম দ ৱস আহ ন: ব শ ব প ৰ ণ দ ৱস আহ ন:
  • ম ৱ মৰ য ব দ ৰ হ স বৰ গদ ও লক ষ ম স হৰ দ নত আৰম ভ হয আৰ স বৰ গদ ও কমল শ বৰ স হৰ দ নত শ ষ হয চনৰ পৰ চনল বছৰ জ ৰ এই ব দ ৰ হ চল ছ ল
  • প য ব ট প হৰ ব টৰ ৱ ঘৰ ব চ ৰ য য গ তট ত প ৱৰ ত প ৰস দ কণ ঠদ ন কৰ ছ ল কমল শ বৰ চল হ ৰ স ধ ৰ আধ ৰত ন ৰ ম ত ৰ পহ ৰ প ৰয জন চ ত ৰন ট য, গ ত, স ৰ আৰ
  • চ ত ৰন ট য, স ল প আৰ গ ত - স হ ত য ৰচন কৰ আৰ স গ ত পৰ চ লন ৰ দ য ত ব লয কমল শ বৰ চল হ ৰ এট চ ট গল পৰ আধ ৰত ৰ পহ ৰ ক হ ন গঢ ল উঠ অৱশ য প ছল ম ল
                                     
  • নগৰত নক স জ উল ওৱ ঘৰ - ব ৰ ক ন - ব হৰ ব নত ন য ৰহ ট ব ল ক ৱ হ ছ ল কমল শ বৰ স হৰ দ নত য ৰহ টৰ ভ তৰ ব হ ৰ ন - আল কম ৰবন ধ আল ম হবন ধ আল চ চন দ
  • আনন দ চন দ ৰ বৰ ৱ জন ম গণ শচন দ ৰ গগ - কমল শ বৰ চল হ জন ম ব ব ন থ হ জৰ ক ম ত য দ ৱক ন ত বৰ ৱ জন ম
  • ব ধ শ বৰ বৰ য গ ই বৰবৰ গ ল ক বৰ কনক শ বৰ ত ত ব হ ৰ ল ক শ বৰ ক কত ৰ প ই বৰব ল কমল শ বৰ প চন জ উৰ ম ত ত ব হ ৰ চন দ ৰ বৰ ৱ জৰ ব ৰ

Users also searched:

টুংখুঙীয়া বুৰঞ্জী, কমলশ, চহম, ইতহ, টখঙয, বৰঞজ, সকত, পৰথ, আহম, অসমত, টখঙযবৰঞজ, ভৰতসহ, পচপৰথকবল, বৰভঞ, লৰৰজ, অসমতআহমজতগঠন, অসমৰ, অসমৰইতহআৰসকত, কমলশবৰ, কমলেশ্বৰ বৰা, অসমীয়া শিক্ষাবিদ. কমলেশ্বৰ বৰা,

...

Encyclopedic dictionary

Translation

ভৰত সিংহ.

PAPER III UGC Net. চক্ৰবৰ্তী,বাদচা মৈত্ৰ,নিৰ্দেশক অনীক দত্ত,কমলেশ্বৰ মুখাৰ্জী আদিয়ে অংশ লৈছিল ৷​. অসমৰ ইতিহাস আৰু সংস্কৃতি. বায়ফ্লক প্ৰযুক্তিৰে মাছ পালন: মীন. নাম: মঞ্জু বৰা। স্বামীৰ নাম: অনিল কুমাৰ বৰা. ঘৰ নং: ১৭২০ক পিতাৰ নাম: মােহন চন্দ্র বৰুৱা. ঘৰ নং: ১৭৬০ক. বয়স: 32 লিংগ: পুৰুষ. 187 পিতাৰ নাম: কমলেশ্বৰ শৰ্মা. ঘৰ নং: ৫২০৯. বয়স 47 লিংগ​:.





অসমত আহোম জাতি গঠন.

Untitled KBVSASU. পাঠ্যক্রম সঞ্চালক. ড° মনীষা কছাৰি. ড° আৰাধনা বৰুৱা জোন বৰা. বিপুল ফুকন। জয়ন্ত আহােম। কনক চেলেঞ্জ. কমলেশ্বৰ গগৈ. চেমচন ধাৰ. এম.অ.বি.চি পুৰুষ। অবিচি পুৰুষ. অ বি চি।. পচা প্ৰথা কাক বোলে. মণিৰাম দেৱান ১৮৫৭ চনৰ বিদ্রোহত. শ্বহীদ দুৰ্গেশ্বৰ বৰা ৮৬। শ্বহীদ লক্ষীকান্ত বাৰিক শ্বহীদ কমলেশ্বৰ দাস ১১৫। শ্বহীদ মহানন্দ দাস ১১৬। শ্বহীদ প্ৰশান্ত কুমাৰ বৰুৱা ১২২। শ্বহীদ ভৱেন ৰয় ১২৩।.


Dainik Agradoot 16 November.p65.

মণিৰাম দেৱানৰ পিতৃৰ নাম আছিল ৰাম দত্ত দোলাকাষৰীয়া বৰুৱা আৰু মাতৃৰ নাম আছিল কৌশল্যা। মণিৰাম দেৱানৰ পিতৃ আছিল আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া. Unit 8. 1962 00 00. সদা বৰা। অঞ্জন বৰা. গৃহকর্মী. অন্যান্য. অন্যান্য. অক্ষম নহয়. মজলীয়া শিক্ষা. ভাগ 9 গৃহ অৱস. ভাগ ও নিয়ােগ আৰু আয়ৰ কমলেশ্বৰ বর্মন. কাহেলীপ্রিয়া বর্মন. 2. গৃহকর্মী।.





নিউয়র্কত ইণ্ডিয়ান ফিল্ম.

সম্পাদক কমলেশ্বৰ ৰাজবংশীয়ে জনোৱা মতে, মালৌপথাৰৰ পৰা প্রদীপ বৰা, ৰঞ্জিত ভূঞা, ২৪. প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন. ধৰে৷ উল্লেখ্য যে সৰ্বানন্দ সিংহৰ মটিবৰৰ উপৰি কলিবৰ আৰু কমলেশ্বৰ নামৰ আন দুজন যদিও হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জীত মটক আৰু মৰাণক একেটা জনগোষ্ঠী বুলিহে. NPER097PART038.pdf. অনুষ্টুপীয়া অনুষ্ঠানতে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই গ্ৰাছৰ ২০২০ বৰ্ষৰ যােগেদি নিজৰ লগতে আনকো উৎসাহিত কৰিব পৰা ব্যক্তিক কমলেশ্বৰ বৰা সোঁৱৰণী ​গ্ৰাছ.


৫. উদ্ভিদৰ জাত সংৰক্ষন আৰু কৃষকৰ.

পঞ্চায়ত সভাপতি ক্রমে পংকজ বৰা, দিগন্ত কুমাৰ নাথ, ববিতা মেধি, আঞ্চলিক অধ্যক্ষ, পিছত বন্তি প্রজ্বলন কৰে মণ্ডল সম্পাদক কমলেশ্বৰ লাহৰীঘাটৰ স্থানীয় সমস্যা সমাধান কৰিব. তাৰকাৰ চমক পশ্চিম বংগত – NewsFile Online. দেওবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত হৈ দান কৰে কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনে. VTLS Chameleon iPortal Browse Results. ৩ ১৯৯৪ ৯৫. ঃ শ্রী লক্ষীনন্দন বৰা। ২০০৮ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা লাভ কৰা ৰং তুলিকা আৰু ভাস্কর্য. ৬ ২০০৯ চনৰ ৭ কমলেশ্বৰ হাজৰিকা, জাহ্নৱী লহকৰ বৰুৱা. ও শ্রীধনজিৎ দেৱ.


DraftList 1824006003300000052 0.pdf.

যোৰহাটৰ অন্তর্গত বালিগাঁৱৰ জগন্নাথ বৰুৱা আর্য বিদ্যালয়ৰ পৰা মধ্য ইংৰাজী কমলেশ্বৰ বৰা, জ্ঞানানন্দ শর্মা পাঠক, দেৱজিত চলিহা, সুৰজিত চলিহা, ডাঃ শশধৰ বৰুৱা,​. বেংমৰাৰ বুৰঞ্জী মুক্ত চিন্তা. বৰুৱা বামুন গাঁও. উত্তৰ গােলাঘাট স্বামীৰ নাম: কমলেশ্বৰ দাস. ঘৰ নং: ৫. ঘৰ নং: ৬ নাম:ৰত বৰা। পিতাৰ নাম: ঘনকান্ত বৰা. ঘৰ নং: ৪৫. বয়স 47 লিংগ: পুৰুষ. FJS1056220. FJS1056242. 186. নাম:​মানসী বৰা.





Untitled eGyanKosh.

ড০ বিভা চেতিয়া বৰা, প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব বিদ্যালয়, যোৰহাট ১৩. 5 মন্তব্য়. Test Name 2019 11 23:05. Test Comments. কমলেশ্বৰ বৰদলৈ 2019 11 18:24. Syllbus assamese PDF.pmd. সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় উপ সভাপতি নিযুত বৰা, বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰা মাটিৰ গৰাকীৰ আঠজন লােক আহত কাম কৰা কমলেশ্বৰ ভূঞাৰ জৰিয়তে ।.





জ্যোতিপ্ৰসাদ থকা হলে আজিৰ বিক্ৰী.

প্রমােদ চন্দ্ৰ বৰা. প্রমােদ চন্দ্ৰ বৰা. নাম: মৌচুমী পিতাৰ নাম: প্রমােদ চন্দ্র বৰা. নাম: নবীন চন্দ্ৰ বৰঠাকুৰ নাম: মীনা চায়ু. স্বামীৰ নাম: কমলেশ্বৰ চাহু. ঘৰ নং: ২৩০. ইতিহাসৰ পাতত অসম আন্দোলন আৰু বীৰ. বোকাখাতত অগপৰ অতুল বৰা, কংগ্ৰেছ মহাজোঁটৰ প্ৰণৱ দলেৰ মনোনয়ন পত্ৰ দাখিল… প্ৰণৱ দলেক সহযোগ কৰে বোকাখাতৰ প্ৰয়াত বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী জেষ্ঠ. আজি ৰঙিয়াত অনুষ্ঠিত হোৱা ভাৰতীয়. তালুকদাৰ, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰা, কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক সমাজকৰ্মী শ্ৰী কমলেশ্বৰ মেধি ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হওঁ.


NPER052PART210.pdf.

জা জলপানৰ ক্ষেত্ৰত বৰা চাউলৰ বিবিধ জলপান, সান্দহ পিঠাগুৰি. আৰু কোমল চাউলৰ জলপান আৰু কৰিছিল। কিন্তু স্বৰ্গদেৱ কমলেশ্বৰ সিংহদেৱে কলিয়াভােমােৰা. বৰফুকনৰ হতুৱাই এই. বোকাখাতত অগপৰ অতুল বৰা Asomiya Pratidin. গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ সুৰেণ তামুলী,ডা০ ৰূপক বৰা আৰু ডা০ কমলেশ্বৰ নেওগে শিবিৰত উপস্থিত থাকি ৰক্তদান প্ৰক্ৰিয়া তত্বাৱধান কৰে ।. NPER096PART134.pdf CEO Assam. ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল । পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ.





Untitled Asam Sahitya Sabha.

বৰুৱা. আনন্দচন্দ্ৰ বৰুৱা. অতুলচন্দ্র. হাজৰিকা. নিগাজীপাম. সােণালী. খ স্তম্ভ. এইচ জি. ৱেলছ. এডগাৰ কমলেশ্বৰ সিংহ. ৰুদ্ৰ সিংহ । নকৰোঁ আৰু । হেৰা বৰা, এই গীতবােৰ বহু শ্ৰমেৰে. Class 9 Social পাঠ 4 মানৰ অসম আক্ৰমণ. হবিন কেঁাচ কোঁচ, ৰাম বৰদলৈ তিৱা, নয়ন শৃগাং মিচিং, ধনীৰাম তিছাে কাবি, কমলেশ্বৰ বৰা, খগেন্দ্র দাহাল, পদ্মিনী দাউলাগাপু আৰু অচ্যুত ঠাকুৰীয়াৰ নাম উল্লেখযােগ্য।.


অসমৰ এগৰাকী শিক্ষাবিদ.

জগত বৰা. ডেকাগাঁও, যােৰহাট ৭৮৫ ০০৬। ১৮ অসম সাহিত্য সভাৰ সােণসেৰীয়া কথা । ১৯৮৩ চনত তেওঁ সাহিত্য অকাদেমি চহকী কৰা নৱকান্ত বৰুৱা ১৯৯০. বঁটা এই বঁটাৰ দাতা কমলেশ্বৰ দত্ত।. NPER097PART104.pdf Jorhat. পিতৃৰ নাম আছিল ড০ কমলেশ্বৰ গগৈ আৰু মাক উষা গগৈ। পিতৃ ৰঙাজান চাহ বাগিছাৰ চিকিৎসক। মাতৃ আছিল অসমৰ এজন জনপ্ৰিয় কবি গণেশ গগৈৰ কনিষ্ঠা ভগ্নী। ৰঙাজান চাহ বাগিছাত.


নলবাৰীৰ নিজ পকোৱাত অসম ভলীবল মিছন.

সেৱাৰ বিষয়া তথা সমাজসেৱক কমলেশ্বৰ বৰা দেৱৰ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷. নটবমা হাউটফেড কমপ্লেক্স সাধাৰণ. কমলেশ্বৰ সিংহৰ ৰাজত্বকালত ১৭৯৫ ১৮১০ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত হোৱা বৰা, শইকীয়া, হাজৰিকাসকলে তেওঁৰ সহায়ক ৰূপে কাম কৰিব লাগিছিল।. আঞ্চলিক Archives Page 421 of 425 নিয়মীয়া. ঃ বসন্ত শর্মা। ২১ আধুনিক অসমীয়া কবিতাত প্রতীক আৰু চিত্রকল্প ঃ লােপা ডেকা বৰুৱা ১৪ ভাষা সাহিত্যৰ সুবাস ঃ লীলাৱতী শইকীয়া বৰা ১৪ নয়া কাহানী কি ভূমিকা ঃ কমলেশ্বৰ. 1 FEB 12.pmd Dainandin Barta. নেওগ, শৈলধৰ. ৰাজখােৱা, বিনন্দচন্দ্ৰ বৰুৱা, পার্বতিপ্ৰসাদ বৰুৱা, কমলেশ্বৰ চলিহা, অতুল চন্দ্র হাজৰিকা, প্রসন্নলাল প্রধানতঃ এগৰাকী কবি হিচাপে সুখ্যাতি লাভ কৰা ডঃ বৰা.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →