Back

★ গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা - অসমৰ পৰ্যটনস্থলী ..



গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা
                                     

★ গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা

গুৱাহাটী অসমৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ"নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰপলিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌল গোবিন্দ মন্দিৰ আদি এইবোৰৰ ভিতৰত অন্যতম।

                                     

1. ধৰ্মীয় স্থান

কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

  • নৱগ্ৰহ মন্দিৰ.
  • শুক্ৰেশ্বৰ মন্দিৰ.
  • বশিষ্ঠ আশ্ৰম.
  • দৌল গোবিন্দ মন্দিৰ.
  • উমানন্দ মন্দিৰ.
                                     

2. প্ৰাকৃতিক

দীপৰ বিল

গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল Bird Life International-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা Important Bired Area বুলি চিহ্নিত কৰিছে।

দীঘলীপুখুৰী
                                     

3. অন্যান্য

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰখা হৈছে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। অসমীয়া সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি ভূপেন হাজৰিকাদেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে।

জ্যোতি চিত্ৰবন

জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ। পূৰ্বতে এই প্ৰতিষ্ঠানটো জ্যোতি চিত্ৰবন বুলি জনা গৈছিল। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত এই ষ্টুডিঅৰ নামকৰণ কৰা হৈছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত। ১৯৬৮ চনত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ নামেৰে এই ষ্টুডিঅৰ স্থাপন কৰা হৈছিল। ১৯৯৯ চনত জ্যোতি চিত্ৰবনক আনুষ্ঠানিক ভাৱে জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান বুলি অভিহিত কৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সংশ্লিষ্ট বিষয়ৰ শিক্ষা প্ৰদানৰ অনুষ্ঠান হিচাপে গঢ় দিয়া হৈছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এইখন চলচ্চিত্ৰ আৰু দূৰদৰ্শন বিষয়ক প্ৰশিক্ষণৰ একমাত্ৰ শিক্ষানুষ্ঠান।

  • গুৱাহাটী তাৰকাগৃহ.
  • একোলেণ্ড.
  • গুৱাহাটী চিৰিয়াখানা.
  • অসম ৰাজ্যিক সংগ্ৰহালয়.


                                     
  • ইয ৰ প ছত, জ ত গ ত পক ষ সম হৰ হত য প ৰ য হ ৰ স প য অসমৰ পৰ যটনস থলসম হৰ ত ল ক ক জ ৰঙ ৰ ষ ট ৰ য উদ য ন ড ম হ ছ ও জ ল Choudhury, A. U. 1986
  • কৰ বল ল সমন বয আৰ সম হ ৰ প ৰক ৰ য ৰ স য গত অসম য জ ত গঠন কৰ ছ গ ৱ হ ট ৰ পৰ ক ল ম ট ৰ প ৱত অৱস থ ত উজন অসমৰ এখন গ ৰ ত বপ ৰ ণ চহৰ আহ ম শ সনৰ
  • Magic আৰ আয ৰ ব দৰ বহ প ৰ চ ন প ণ ড ল প স ৰক ষ ত হ ছ অসমৰ পৰ যটনস থলসম হৰ ত ল ক ম য সম পৰ ক য তথ যচ ত ৰ The Land of Black Magic: Mayong 2008 - 12 - 12
                                     
  • জ ল খনৰ প ৰধ ন সদৰ ঠ ই হ ছ ত জপ ৰ ই ব ৰহ মপ ত ৰ নদ ৰ প ৰত, ক ল ম ট ৰ গ ৱ হ ট ৰ প বত অৱ স থত বৰ তম ন শ ণ তপ ৰ জ ল ৰ প ৰধ ন নগৰ ত জপ ৰ ঐত হ স ক সম পদৰ
  • য ৰহ ট অসমৰ এখন গ ৰ ত বপ ৰ ণ চহৰ আৰ য ৰহ ট জ ল ৰ সদৰ ই গ ৱ হ ট ৰ পৰ ক ল ম ট ৰ প বত অৱস থ ত শ শত ক ত আহ ম শ সনৰ শ ষৰফ ল ট খ ঙ য আহ ম ৰ জব শই

Users also searched:

তলক, পৰযটনসথলসমহৰ, গৱহটৰ, গৱহটৰপৰযটনসথলসমহৰতলক, গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা, অসমৰ পৰ্যটনস্থলী. গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা,

...

Encyclopedic dictionary

Translation

Love Assam पोस्ट Facebook.

Возможно, вы имели в виду:. শৰাইঘাট দলং ইংৰাজী: Saraighat Bridge অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →