Back

★ গোলাঘৰ - অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন ..



গোলাঘৰ
                                     

★ গোলাঘৰ

গোলাঘৰ বা খাৰঘৰ ইংৰাজী ভাষা: Golaghar or Kharghar হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ ১৬৬৩-১৬৬৯ ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।

গোলাঘৰ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম। ভাৰত চৰকাৰৰ পুৰতাত্বিক বিভাগে ইয়াৰ চোৱা-চিতা কৰে।

                                     

1. গঠন

স্থাপত্য অনুসৰি গোলাঘৰ আয়তাকাৰ সৰু ঘৰ। পোৰা মাটিৰ ইটাৰে নিৰ্মিত গোলাঘৰৰ চাল দুতৰপীয়া। গোলাঘৰৰ দীঘ ২২.৮ মিটাৰ আৰু প্ৰস্থ ১১.৭ মিটাৰ। বেৰৰ প্ৰস্থ ২.১৫ মিটাৰ। ইয়াত বতাহৰ চলাচলৰ বাবে বহুতো ঘূৰণীয়া বড়ো বৰ্গাকাৰ ফুটা আছে।

                                     
  • মহ ব দ য লয ন জ ৰ য ৰহ ট ল কসভ সমষ ট ৰ অন তৰ ভ ক ত৷ গড গ ও ক ৰ ঘৰ, গড গ ও গ ল ঘৰ ৰজ প ল ন মৰ এট ৰজ দ ন য প খ ৰ ক ইব ট ও ৰজ দ ন য প খ ৰ ক ইব ট ও
  • স ৰষ ট আজ নপ ৰৰ সম ধ স থল সকল ধৰ মৰ ল ক ইয ত শ ৰদ ধ জন য গ ল ঘৰ ব খ ৰঘৰ গ ল ঘৰ হ ছ শ ৱস গৰ নগৰৰ ভ তৰত থক অন য ন য প ৰণ ক ৰ ত ত চ হ ন সম হৰ
  • অসন ত ষ ট ৰ ভ ৱ প ৰক শ প ইছ ল এই য দ ধৰ ক ৰণ বয - বস ত কঢ ওৱ ব অস থ য গ ল ঘৰ সজ আদ ক মল গ ৱল য ম ন হক ধৰ ন ছ ল এই ঘটন ৰ ব ব ম ন হৰ ম জত প ৰশ সন
  • স থ ন শ ৱস গৰ S - AS - 87 চৰ ইদ উ চৰ ইদ উ S - AS - 88 বগ দ ল শ ৱস গৰ S - AS - 89 গ ল ঘৰ শ ৱস গৰ S - AS - 90 Sculpture at Chummery Compound শ ণ তপ ৰ S - AS - 91 ধন দ
                                     
  • জয স গৰ শ ৱস গৰ জ ল N - AS - 32 ঘনশ য মৰ ঘৰ জয স গৰ শ ৱস গৰ জ ল N - AS - 33 গ ল ঘৰ জয স গৰ শ ৱস গৰ জ ল N - AS - 34 তল তল ঘৰ জয স গৰ শ ৱস গৰ জ ল 26 57 58 N

Users also searched:

শিৱদৌল কোনে নিৰ্মাণ কৰিছিল, শিৱসাগৰ বিষয়ে ৰচনা, শৱসগৰ, ৰচন, পখৰ, কৰছল, নৰমণ, শৱদ, কৰতচহন, সগৰম, বধনত, বষয, শৱসগৰজলকৰতচহন, ৰঘৰৰচন, শৱদকনৰমণকৰছল, শৱসগৰপখৰ, ঘৰকনৰমণকৰছল, শৱসগৰজলবধনতসগৰমসকল, ৰঘৰ, শৱসগৰবষযলখ, গলঘৰ, শৱসগৰবষযৰচন, গোলাঘৰ, অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন. গোলাঘৰ,

...

Encyclopedic dictionary

Translation

শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্ন.

শিৱসাগৰ জিলাৰ প্ৰত্নতাত্ত্বিক. ৯৬ গোলাঘৰ, গড়গাঁও, শিৱসাগৰ জিলা. এইটো আহোম যুগৰ এটা খাৰ বাৰুদৰ ঘৰ। এসয়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আছিল আৰু আহোম শাসকসকলে এই সৌধটোকে অস্ত্ৰ শস্ত্ৰৰ ভঁড়াল হিচাপে. শিৱসাগৰ পুখুৰী. শিৱসাগৰ জিলাৰ উল্লেখযোগ্য. ১৮৯৭ খৃঃৰ ভূঁইকপত মন্দিৰটো ভাগি পৰিছিল আৰু শিখৰৰ কিছু অংশ এই মন্দিৰৰ লগতে থকা ঐতিহাসিক পুখুৰী এটাৰ পাৰত পৰি আছে। 14 গোলাঘৰ, গড়গাঁও, শিৱসাগৰ জিলা এইটো আহোম যুগৰ.





শিৱসাগৰ বিষয়ে ৰচনা.

Gola Ghar Daily. গোলাঘৰ. গোলাঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তিচিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ বাৰুদ, অস্ত্ৰ শস্ত্ৰ, বন্দুক. ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল. সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু. গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীর্তিচিহ্ন সমুহৰ ভিতৰত অন্যতম ইটাঘৰ । ইয়াতে ৰজাঘৰীয়া খাৰ বাৰুদ, অস্ত্র সস্ত্র, বন্দুক, বৰটোপ আদি মজুত. ৰংঘৰ ৰচনা. Gola Ghar. গোলাঘৰ. Gola. Front view of Gola Ghar. General information. Location, Sivasagar, Assam, India. Town or city, Sivasagar. Country, India.


শিৱসাগৰ বিষয়ে লিখা.

শিৱদৌল কোনে নিৰ্মাণ কৰিছিল. শিৱসাগৰ জিলাৰ স্বাধীনতা সংগ্ৰামী সকল.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →