Back

★ তেজপুৰ - অসমৰ নগৰ-মহানগৰ ..



তেজপুৰ
                                     

★ তেজপুৰ

তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱিস্থত। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত।

                                     

1. তেজপুৰ নামৰ উৎপত্তি

তেজপুৰ: তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সূৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।

এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে। প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাবে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আবদ্ধ হয়।

বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগবান শিৱইও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেবগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

লোককথামতে হৰি-হৰ যুদ্ধ হৰি:কৃষ্ণ, হৰ: শিৱ বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। সেয়ে কালক্ৰমত এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি তেজৰ/শোণিতৰ নগৰ পৰিচিত হৈ পৰে।

                                     

2. কলা, সংস্কৃতি, সাহিত্য

তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ। ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ঠ ব্যক্তিৰ জন্ম হয়। অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰীৰ দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে। অসমৰ প্ৰথমটো আধুনিক ৰংগ মঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ ১৯৪০ চনত ইয়াতেই স্থাপিত হয়। অসমৰ জাতীয় সংগীত "অ’ মোৰ আপোনাৰ দেশ"প্ৰথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল। "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ সকলো কাম সম্পাদনা কৰে। আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত গহপুৰআৰক্ষী চকীত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকীৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কণকলতা বৰুৱা আৰক্ষীৰ গুলিত নিহত হয়।

                                     

3. উল্লেখযোগ্য ব্যক্তি

কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল।:-

  • কণকলতা বৰুৱা.
  • গহণ চন্দ্ৰ গোস্বামী.
  • গজেন বৰুৱা.
  • দণ্ডিনাথ কলিতা.
  • পদ্মনাথ গোহাঞি বৰুৱা.
  • ফণী শৰ্মা.
  • চন্দ্ৰ কুমাৰ আগৰৱালা.
  • দন্দিৰাম কলিতা.
  • আনন্দ চন্দ্ৰ আগৰৱালা.
  • জ্যোতিপ্ৰসাদ আগৰৱালা.
  • বিষ্ণুপ্ৰসাদ ৰাভা.
  • কমলাকান্ত ভট্টাচাৰ্য্য.
  • চন্দ্ৰনাথ শৰ্মা.
  • লম্বোদৰ বৰা.
  • অমিয় কুমাৰ দাস.
  • সোমনাথ চেটাৰ্জী.
  • লক্ষ্মীধৰ শৰ্মা.
  • হীৰাৱতী গোহাঞি বৰুৱা.
  • হেমচন্দ্ৰ বৰুৱা.
  • বিজয় চন্দ্ৰ ভাগৱতী.
                                     

4. উল্লেখযোগ্য ঠাই

তেজপুৰ নগৰৰ উল্লেখযোগ্য ঠাই।:

  • ড॰ ভূপেন হাজৰিকা কলাভূমি.
  • বাণ ৰঙ্গমঞ্চ.
  • দ-পৰ্বতীয়াৰ শৈল দ্বাৰ.
  • বামুণী পাহাৰ.
  • পদুম পুখুৰী.
  • নামেৰী ৰাষ্ট্ৰীয় উদ্যান.
  • হজৰা পুখুৰী.
  • ত্ৰিমূৰ্তি উদ্যান.
  • অগ্নিগড়.
  • জ্যোতি ভাৰতী.
  • জিলা সংগ্ৰহালয়,তেজপুৰ.
  • চিত্ৰলেখা উদ্যান.
                                     

5. উল্লেখনীয় মঠ-মন্দিৰ

  • ৰামকৃষ্ণ সেৱাশ্ৰম:- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত।.
  • কলিয়া গোসাঁইৰ থান:-অৱস্থিতি:বালিপাৰা, মানশিৰি নৈৰ পাৰত।.
  • শ্ৰী চৈতন্য গৌড়ীয় মঠ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।.
  • শলগুৰি সত্ৰ:- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও।.
  • হেংগুলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত।.
  • ভৈৰৱী মন্দিৰ:-অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত॥.
  • আঁহতগুৰি সত্ৰ:- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও।.
  • টিঙ্গেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি নিলগত পশ্চিম দক্ষিণ দিশত।.
  • বৰালিমৰা সত্ৰ:-অৱস্থিতি দআটি গাঁও, তেজপুৰ।.
  • শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত।.
  • নিকামূল সত্ৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও।.
  • গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত।.
  • কামৰূপীয়া নামঘৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।.
  • নিজ বৰচলা মন্দিৰ:-অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা।.
  • গুপ্তেশ্বৰ মন্দিৰ:-অৱস্থিতি:ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত।.
  • মহাভৈৰৱ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত॥.
  • বৰালিমৰা সত্ৰ:- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও।.
  • লক্ষ্মীনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কণকলতা অসামৰিক চিকিত্সালয়ৰ সমীপত।.
  • বিশ্বনাথ ক্ষেত্ৰ:- অৱস্থিতি: বিশ্বনাথ চাৰিআলি।.
  • ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি:বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত।.
  • গিৰ্জা / ছাৰ্চ এফিটেনী: অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ।.
  • চাৰিদুৱাৰৰ বুঢ়াগোঁসাই থান:- চাৰিদুৱাৰ।.
  • বুঢ়া গোঁসাই দেৱালয়:-অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত।.
  • নাগশংকৰ মন্দিৰ:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি নিলগত, নাগশংকৰ মৌজাত।.
  • শুক্লেশ্বৰ দেৱালয়:-অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি আতৰত।.
  • গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ।.
  • মছজিদ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।.
  • দক্ষিণা কালী মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মুখত।.
  • চিপহা সত্ৰ:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।.
  • বুঢ়াগোসাঁই থান:-অৱস্থিতি:প্ৰতাপগড় চাহ বাগিচাৰ সমীপত।.
  • সিদ্ধেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত।.
  • হলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি নিলগত।.
  • হুদুপৰা থান:-অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ।.
  • ৰুদ্ৰপদ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত।.
  • হনুমান মন্দিৰ:-অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত।.
  • কেতেকেশ্বৰ দেৱালয়:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।.
  • কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট।.
  • ফুলবাৰী দেৱালয়:- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত।.


                                     

6. শৈক্ষিক প্ৰতিষ্ঠান

বিশ্ববিদ্যালয়:

  • তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়.

মহাবিদ্যালয়:

  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়.
  • দৰং মহাবিদ্যালয়: তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।.
  • তেজপুৰ মহাবিদ্যালয়: অগ্নি গড়ৰ নিচেই ওচৰত অৱস্থিত।.
  • বি.টি. কলেজ.
  • তেজপুৰ আইন মহাবিদ্যালয়.
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়.

উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়:

  • শিক্ষা জ্যোতি বিদ্যালয়.
  • তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • পাঁচমাইল কন্যা বিদ্যালয়.
  • পাঁচমাইল জাতীয় বিদ্যালয়.
  • তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়.
  • তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়.
  • পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • তেজপুৰ একাডেমি.
  • ডন বস্ক হাই স্কুল.
  • চেক্ৰেড হাৰ্ট স্কুল,তেজপুৰ.
  • তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়.
  • পাঁচমাইল হাই মাদ্ৰাছা.

কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান:

  • আই টি আই.
  • ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান.
  • গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ.

অনান্য শৈক্ষিক প্ৰতিষ্ঠান:

  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি।.
  • জ্যোতিকলা কেন্দ্ৰ.


                                     
  • চনত ত জপ ৰৰ নপ মত স থ প ত হয ত জপ ৰ ক ন দ ৰ য ব শ বব দ য লয বৰ তম ন ব শ বব দ য লয খনত ট ব ভ গ ৰ প ৰ য ছ ত ৰ - ছ ত ৰ য শ ক ষ গ ৰহণ কৰ
  • ত জপ ৰ জ ল স গ ৰহ লয হ ছ ত জপ ৰ চহৰৰ ক ন দ ৰস থলত অৱস থ ত অসমৰ ট স গ ৰহ লয ৰ এট চনৰ ম ৰ চ ম হত এই স গ ৰহ লয ট অসমৰ গ ৱ হ ট স থ ত স গ ৰহ লয
  • ত জপ ৰ মহ ব দ য লয কল আৰ ব ণ জ য শ খ ৰ ছ ত ৰ ছ ত ৰ ৰ ব ব উচ চ শ ক ষ ৰ এক ক ন দ ৰস থল এইখন অসমৰ ত জপ ৰ চহৰত, ব ৰহ মপ ত ৰ নদ ৰ উত তৰ প ৰ ত জপ ৰ ক ন দ ৰ য
  • প ৰয ক ত প ৰত ষ ঠ ন, ত জপ ৰ ই ৰ জ Girijananda Chowdhury Institute of Management and Technology, Tezpur, চম ক জ আই এম ট ত জপ ৰ ৰ জহ ৱ আৰ ব যক ত গত
  • ত জপ ৰ চৰক ৰ উচ চতৰ ম ধ যম ক ব দ য লয স থ প ত হ ছ ল চনত স ই সময ত ব দ য লয খন ত জপ ৰ গভট হ ইস ক ল ন ম ৰ পৰ চ ত আছ ল ক ন ত ইত হ সৰ প ত ল ট য ই
  • 26 40 49 N 92 39 12 E 26.6802778 N 92.6533333 E 26.6802778 92.6533333 ত জপ ৰ চ ক ৎস মহ ব দ য লয ই ৰ জ Tezpur Medical College & Hospital হ ছ অসমৰ
  • Tezpur Airport ত জপ ৰ ব ম নবন দৰ ই ৰ জ Tezpur Airport আইএট এ: TEZ, আইচ এঅ VETZ ভ ৰতবৰ ষৰ অন তৰ ভ ক ত অসম ৰ জ যৰ শ ণ তপ ৰ জ ল ৰ সদৰ ত জপ ৰৰ সম পৱৰ ত
  • ত জপ ৰ ল চ ই ৰ জ Tezpur Litchi হ ছ অসমৰ ত জপ ৰৰ ব ভ ন ন অঞ চলত উৎপ দ ত হ ৱ এক প ৰক ৰৰ ল চ ইয ৰ ব জ ঞ ন ক ন ম হ ছ Litchi chinensis ই Sapindaceae
  • মহ ব দ য লয খন প ৰত ষ ঠ কৰ মহ ব দ য লয খন ত জপ ৰ চহৰৰ SC পথৰ দ ত ত ত জপ ৰ জ ল ড কঘৰৰ ওচৰত অৱস থ ত ত জপ ৰ ম উজ ক স ক ল ব ল আত মপ ৰক শ কৰ এই স গ ত ন ষ ঠ নখনৰ
  • ত জপ ৰ ল কসভ সমষ ট ই ৰ জ Tezpur Lok Sabha constituency অসমৰ ট ল ক সভ সমষ ট ৰ ভ তৰত এট ত জপ ৰ ল কসভ সমষ ট ত তলত উল ল খ ত ব ধ ন সভ সমষ ট সম হ
  • Sonitpur ভ ৰতৰ অসম ৰ জ যৰ এখন প ৰশ সন ক জ ল জ ল খনৰ প ৰধ ন সদৰ ঠ ই হ ছ ত জপ ৰ চনৰ ল কপ য ল অন সৰ নগ ও আৰ ধ ব ৰ ৰ প ছত ত ত য জনবহ ল জ ল শ ণ তপ ৰ
                                     
  • ত জপ ৰ আইন মহ ব দ য লয হ ছ এখন চৰক ৰ আইন মহ ব দ য লয এই মহ ব দ য লয খন অসমৰ ত জপ ৰ চহৰৰ ধন ৱ নগৰ, মহ ভ ৰৱ পথৰ দ ত ত দৰ মহ ব দ য লয ৰ ক ষত অৱস থ ত
  • ত জপ ৰ এক ড ম হ ছ ত জপ ৰ চহৰৰ এখন চৰক ৰ উচ চতৰ ম ধ যম ক ব দ য লয ব দ য লয খনৰ বৰ তম ন অৱস থ ত কনকলত অস মৰ ক চ ক ৎস লয ৰ পৰ হ ত প ল খ ন স য গ
  • অগ ন গড ই ৰ জ Agnigarh হ ছ ত জপ ৰ চহৰৰ ব ৰহ মপ ত ৰৰ প ৰত অৱস থ ত ঐত হ স ক গড এই গড ট ত জপ ৰৰ ব ণৰজ ই ন ৰ ম ণ কৰ ছ ল শত ৰ ৰ পৰ নগৰখন স ৰক ষ ত
  • নয নদ প ড ক বৰ ৱ জন ম এজন ভ ৰত য গণ তজ ঞ বৰ তম ন ত জপ ৰ ব শ বব দ য লয ৰ গণ ত ব ভ গৰ এজন অধ য পক ৰ ম ন জনৰ গণ তৰ স ত জড ত কৰ মৰ জ ৰ ব ব ত ও
  • ত জপ ৰ ব ল প ৰ ল ইট ৰ লৱ ই ৰ জ Tezpur Balipara Light Railway, চম ক TBLR ব ৰ ট ছ ভ ৰতৰ দৰ জ ল ৰ বৰ তম ন শ ণ তপ ৰ জ ল চ হ খ ত য কসকলৰ ব শ ষ প ৰচ ষ ট ত
  • অসম য সম জকৰ ম আৰ ন ৰ সবল কৰণ আন দ লনৰ উল ল খয গ য ম খপ ত ৰ আছ ল ত জপ ৰ মহ ল সম ত ৰ হ পঞ চ শ বছৰতক ও অধ ক ক ল ত খ ত ন ন স ম জ ক ক ম - ক জত অ শ
  • ত জপ ৰ নগৰৰ আন এক পব ত ৰ স থ ন হ ছ ক ত ক শ বৰ ব স থ ন য ৰ ইজৰ পৰ চ ত থ য শ ল ত জপ ৰৰ পৰ প ৰ য ক ম উত তৰ ক ত ক ব ৰ ৰ ব হব ৰ এখনত প ত
  • দৰ মহ ব দ য লয ই ৰ জ Darrang College ত জপ ৰ চহৰৰ উচ চ শ ক ষ ৰ অন যতম ক ন দ ৰস থল মহ ব দ য লয খন খ ৰ ষ ট ব দত স থ প ত কৰ হ ছ ল প ৰত ষ ঠ পক
  • পঢ থ ক ত শ ণ ত ক ৱৰ ত ক জ ব ঢ ৰ চৰ ত ৰত অভ নয কৰ ছ ল চনত ত জপ ৰ ম ল ট প ৰ প জ গ ৰ লছ স ক ল ৰ হ শ ৰ ষ ঠ অভ ন ত ৰ ৰ ব ট ল ভ কৰ ছ ল ত জপ ৰৰ
  • চনত ৰ য চ হ ব উপ ধ আৰ চনত ৰ য ব হ দ ৰ উপ ধ ল ভ কৰ ছ ল ত ও ত জপ ৰ প ৰসভ ৰ সভ পত ও আছ ল ছ ত ৰ অৱস থ ত ত ও ক ইজনম ন বন ধ ৰ লগল গ ধৰ ম সঙ গ ত
  • ত খ ত প ৰধ ন শ ক ষক ৰ প ন য ক ত হয ত খ তৰ কৰ মময জ ৱনত ত জপ ৰ নৰ ম ল স ক ল ত জপ ৰ চৰক ৰ হ ইস ক ল য ৰহ ট চৰক ৰ হ ইস ক ল আদ ত ক ম কৰ ক হ ম ত
  • শ ণ তপ ৰ, ধ ব ৰ আদ নগৰ গঢ উঠ ছ ল এত য ও গ ৱ লপ ৰ পল শব ৰ গ ৱ হ ট ত জপ ৰ শ লঘ ট, খ ৰ প ত য ব শ বন থ, ড ব ৰ গড আদ অসমৰ বহ নগৰ আৰ ব যৱস য
                                     
  • আৰ ৰ গণ আন দ লনৰ গ ৰ ধৰ ছ ল ত জপ ৰত শ ক ষ ক দ শট উন নয নৰ হ ত ত জপ ৰ এক ড ম ত খ তৰ এক ন ত প ৰচ ষ ট ত প ৰত ষ ঠ কৰ হ ছ ল চনৰ আগষ টত
  • মহ ব দ য লয য ৰহ ট চ ক ৎস মহ ব দ য লয ফখৰ দ দ ন আল আহম দ চ ক ৎস মহ ব দ য লয ত জপ ৰ চ ক ৎস মহ ব দ য লয ড ফ চ ক ৎস মহ ব দ য লয আঞ চল ক দন ত চ ক ৎস মহ ব দ য লয
  • জ ত য ক গ ৰ ছ দলৰ সদস য আছ ল ভ গৱত ভ ৰত য স সদৰ ন ম ন সদন ল কসভ ল অসমৰ ত জপ ৰ ল কসভ সমষ ট ৰ পৰ আৰ চনত স সদ হ চ প ন ৰ ব চ ত হ ছ ল
  • প ত ৰ ম ত য হ ৱ ত ব ষ ণ ৰ ভ ত জপ ৰত সম বন ধ য ল কৰ ঘৰত থ ক বল লয ত জপ ৰ চৰক ৰ উচ চতৰ ম ধ যম ক ব দ য লয ৰ পৰ ই চনত ত খ ত হ ইস ক ল শ ক ষ ন ত
  • শ ণ তপ ৰ জ ল অসম ৰ জ যৰ এখন প ৰশ সন ক জ ল জ ল খনৰ সদৰ ঠ ই ত জপ ৰ শ ণ তপ ৰ জ ল প ৰ ক ত কভ ৱ অত স ন দৰ এখন জ ল আৰ ব ভ ন ন জ ত - জনগ ষ ঠ ৰ ম লনভ ম
  • অসমৰ শ ণ তপ ৰ জ ল ৰ ত জপ ৰ নগৰৰ এখন ঐত হ স ক উদ য ন প ৰ বত এই উদ য নৰ ন ম ক ল প ৰ ক আছ ল চ ত ৰল খ উদ য নক ত জপ ৰৰ এক য দ ঘৰ ব ল ব প ৰ চনত স ই
  • ভ ৰৱ মন দ ৰ ত জপ ৰ নগৰৰ নত ন কল ব ৰ ত ব ৰহ মপ ত ৰ ন ৰ ন চ ই ক ষত এট ট ল ৰ ওপৰত অৱস থ ত ব ম ণ প হ ৰৰ ক ছ প ব থক এই মন দ ৰ স থ ন য ভ ৱ ম ইথ ন ব ল

Users also searched:

শোণিতপুৰ জিলা, তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য, তজপৰৰ, শণতপ, গৰতব, জলবয, মনদ, বমণ, বশববদযলয, ইতহস, তজপৰ, শণতপৰ, জলৰ, বষয, জপৰৰ, সনদৰয, ঐতহসক, শণতপজলৰবষয, তজপৰবশববদযলযইতহস, তজপৰৰবমণপহৰ, জপৰৰপৰতকসনদৰয, শণতপৰজল, জপৰৰঐতহসকগৰতব, পহৰ, গণশমনদতজপৰ, গণশ, তজপৰৰজলবয, তেজপুৰ, অসমৰ নগৰ-মহানগৰ. তেজপুৰ,

...

Encyclopedic dictionary

Translation

তেজপুৰৰ বামুণী পাহাৰ.

নতুন ভাৰতৰ যুৱ প্ৰজন্ম সমস্যাৰ. গন্তব্য স্থানঃ গুৱাহাটী কাজিৰঙা নামেৰী ​দিৰাং টাৱাং বমদিলা তেজপুৰ গুৱাহাটী. পেকেজঃ ৮ৰাতি ৯দিন. লক্ষ্যনীয় দিশ: প্ৰাতঃভোজনৰ সৈতে দুজন লোক একেলগে থাকিব পৰা ভিত্তিক. তেজপুৰৰ জলবায়ু. তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ. অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ উদ্যোগত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি ৰঙাপৰা চহৰত এক বৃহৎ সমদল উলিয়াই প্ৰতিবাদ​.





তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য.

তেজপুৰৰ লিচুৱে লাভ কৰিলে GI Tag News. The agricultural and Processed Food Product Export Development Authority ৰ তথ্য অনুসৰি তেজপুৰৰ লিচুৱে লাভ কৰিলে GI Tag । অতি সুস্বাদু তেজপুৰৰ লিচুত আছে ৬০% ৰস । স্বাস্হ্যৰ বাবে অতি উত্তম তেজপুৰৰ.


তেজপুৰৰ ঐতিহাসিক গুৰুত্ব.

Tezpur Samay আমাৰ গৌৰৱ … তেজপুৰ সময়ৰ. তেজপুৰ আৰক্ষীৰ সাফল্য দুজন আন্তৰাষ্ট্ৰীয় গাড়ী চোৰক গ্ৰেপ্তাৰ ধৃত চোৰকেইজন.





শোণিতপুৰ জিলাৰ বিষয়ে.

তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনা Brahmaputra. মঙলবাৰে তেজপুৰত আয়োজিত এখন সভাত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে তেজপুৰত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, ইয়াক সম্পূৰ্ণ ব্যৱহাৰ কৰা দৰকাৰ। অসমৰ ঐতিহ্য আৰু. Tezpur, Sonitpur তেজপুৰ: ৩.৩ ৰিখটাৰত. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান. Lokopriya Gopinath Bordoloi Regional. Institute of Mental Health, LGBRIMH তেজপুৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক. শোনিতপুৰ জিলাৰ ঐতিহাসিক তথা. স্থানঃ তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ, অসম​. সােমবাৰ, ২২ মার্চ, ২০২১ তৃতীয় সত্র ঃ আবেলি ৩.০০ বজাৰ পৰা ৪.৩০ বজালৈ. উদ্বোধনী সভা ঃ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা ১১.০০ বজালৈ,.


লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক.

তেজপুৰ ঃ বিশেষ প্রতিনিধি, ৯ মে ঃ স্বাধীনতাৰ পূর্বেই ব্যৱসায় বাণিজ্যৰ মূল স্থলী হিচাপে পৰিগণিত তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত চক বজাৰ কালি নিশাৰ পৰা ইতিহাস. ৰঙাপৰাত কা বাতিলৰ দাবীত অসম চাহ. উপায়ুক্তৰ কাৰ্যালয় ঃঃ শােণিতপুৰ ওঃ তেজপুৰ।। খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগ । নং এচ এম ৩৫ ২০১৭​ 20. তাৰিখঃ ৫ ১ ২০১৭. বিজ্ঞাপন. অসম চৰকাৰৰ খাদ্য.


তেজপুৰ News Breaking Latest In Assamese News18 Assam.

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কভিত ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ, মৃত্যুৰ সৈতে যুঁজি আছে বিশ্বনাথৰ ৰোগী দুৰ্নীতিৰ দৰ্পণ সেৱা, ছয়নিকা ডেকা, বিশ্বনাথ, ১২ মে:. অসম সন্মানীয় তেজপুৰ লোকসভ YourQuote. অসম তথা ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 18 সংখ্যক সমাৱৰ্তন 22 জানুৱাৰীত অনুষ্ঠিত হব ৷ কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য. Automatically generated PDF from existing images. NRC, Assam. তেজপুৰ চহৰৰ মাজ মজিয়াত বন বিভাগৰ চকুত ধূলি ছটিয়াই একাংশ দুষ্ট চক্ৰই চলাই আহিছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা। তেজপুৰ চহৰৰ মহাভৈৰৱত বন বিভাগৰ চকুৰে আগতে একাংশ. Untitled. তেজপুৰ বিশ্ববিঃৰ সপ্তদশ সমাৱর্তনত ১,২৭৫ শিক্ষার্থীক ডিগ্রী–ডিপ্লমা প্রদান. বৃহৎ. তেজপুৰ কেন্দ্ৰীয় Our North East assamese. News ৰাধাগোবিন্দ বৰুৱা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত শিলচৰৰ মুখামুখি তেজপুৰ.





তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কভিত.

উত্তৰঃ iv গুৱাহাটী – তেজপুৰ । ডিব্ৰুগড়ৰ, যােৰহাটৰ ৰৰৈয়া, লখিমপুৰৰ লীলাবাৰী, তেজপুৰৰ পালনি আৰু শিলচৰৰ ভীৰগ্রাম বিমান বন্দৰৰ পৰা ঘাইকৈ কলকাতা আৰু দিল্লীৰ লগতে. দেশলৈ আকৌ সুনাম কঢ়িয়াই আনিলে. ১২জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। জিলাখনত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪২জনলৈ বৃদ্ধি। তেজপুৰ বিশ্ববিদ্যালয়তো এগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে কোৰোনাৰ. নতুনত্বৰ সন্ধানত সফলতাৰ বাটত. তেজপুৰত ২২ জনীয়া. পৰিয়ালৰ হাহাকাৰ। প্রতিদিন সংবাদ, তেজপুৰ, ২৩ জুলাই ঃ ১৯৬৪ আৰু ১৯৭১ চনৰ ভােটাৰ. তালিকাত নাম থকাৰ পিচতাে লিগেচী ডাটাত পিতৃৰ নাম উলিয়াব নােৱাৰি।. তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা. Tezpur, Sonitpur May 2, 2021. তেজপুৰ: ৩.৩ ৰিখটাৰত ঢেকিয়াজুলি অভিকেন্দ্ৰীয় ভূমিকম্পই জোকাৰিগল তেজপুৰৰ লগতে দাতিকাষৰীয়া অঞ্চল. @dharitry. 4.5k views. @dharitry. @dharitry. Share.





আবৰ্তন ১ পৰ্যটন বিভাগ অসম চৰকাৰ.

উল্লেখযোগ্য যে, ২০২০ চনৰ ১ জানুৱাৰীক ভিত্তি হিচাপে লৈ আজি প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুযায়ী তেজপুৰ পৌৰ সভাৰ ১৯ টা ৱাৰ্ডত মুঠ ভোটাদাতাৰ সংখ্যা হল ৪৭,৭৪৪. ইতিহাস হল তেজপুৰ চক বজাৰ The Janambhumi. তেজপুৰ থানাৰ অন্তৰ্গত দোলাবাৰীৰ নেৰিআলমৰ সমীপত পথ দুৰ্ঘটনাত পথচাৰীসহ নিহত হয় দুজন লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন লোক। বুধবাৰে নিশা ৮মান বজা. শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহ. অসম সন্মানীয় তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সন্মানীয় সাংসদ জনদৰদি নেতা, মানৱ হিতৈষী মনৰ গৰাকী, বিশাল হৃদয়বান নেতা মনিকুমাৰ চুব্বা ডাঙৰীয়াৰ. পি.ডব্লিউ.ডি. তেজপুৰ বিল্ডং দিভিজন. তেজপুৰ তেজপুৰ কলিয়াভোমোৰা সেতুত ভয়াবহ দুৰ্ঘটনা সংঘটিত হয় । ১০ নম্বৰ খুঁটাৰ ওপৰত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটোত নিহত হৈছে RJ42 GA 4766 নম্বৰৰ ট্ৰাক খনৰ চালক. অসম বিধানসভা নিৰ্বাচন: তেজপুৰত. অসম বিধানসভা নিৰ্বাচন: তেজপুৰত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় জিলা নিৰ্বচনী ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চ তেজপুৰ নিৰ্বাচন জিলাৰ ৫টা বিধানসভা সমষ্টিত অহা.


তেজপুৰত অবৈধ চোৰাং কাঠৰ বেহা G Plus News.

বিশ্বনাথৰ আন এক কভিড ৰোগীৰ মৃত্যু বিশ্বনাথৰ চতিয়াৰ জয়সিদ্ধিৰ পূৰ্ণকান্ত নাথৰ ৪২ মৃত্যু তেজপুৰ মেডিকেল কলেজ হস্পিতালত দেওঁবাৰে নিশা মৃত্যু হয়. তেজপুৰ Archives NORTHEAST NOW Assamese. No stories found matching this criteria. এতিয়া LIVE. Sri Lanka vs Bangladesh BAN 31 1 7.1 Overs. ফটো Bollywood সুন্দৰী ৰাইমাই কলে মোৰ লাজ নালাগে সুস্বাস্থ্যৰ বাবে বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ.





নিৰ্বাপিত হল তেজপুৰ চক বজাৰৰ জুই.

শনিবাৰে নিশাৰ ভাগৰ পৰা অব্যাহত আছে তেজপুৰ চহৰৰ মাজমজিয়াত থকা চক বজাৰত সংঘটিত অগ্নিকাণ্ড. বিশ্বনাথৰ আন এজন কভিডৰোগীৰ মৃত্যু. তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৩ গৰাকী কভিড ১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ অনুসৰি নিজ গৃহলৈ যাবলৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ আজি তেজপুৰ চিকিৎসা. তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া. অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা: তেজপুৰত টিকট লাভ কৰিলে পৃথীৰাজ ৰাভাই তেজপুৰ সমষ্টিত বিষ্ণু ৰাভাৰ পুত্ৰ পৃথীৰাজ ৰাভাই এইবাৰ অগপৰ প্ৰাৰ্থীত্ব লাভ কৰিছে।. তেজপুৰ বিশ্ববিদ্যালয়ত Asomiya Pratidin. তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনা. তেজপুৰ ডিপোটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত এছ ০২. কিউ ৬৪০০ নম্বৰৰ ইয়ন গাড়ীৰে প্ৰচণ্ডভাৱে. খুন্দা মৰাৰ বাবে চালকৰ আসনত থকা বৰছলা.


ৰাধাগোবিন্দ বৰুৱা ক্ৰিকেটৰ.

খা খবৰ লৈ জানি আনন্দিত হৈছিলোঁ যে তেওঁলোক তেজপুৰৰ, কলেজত পঢ়ি থকা যুৱক যুৱতী। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেইদিনমানৰ আগেয়ে তেজপুৰ থেছপিয়ান ৰ মুখ্য. তেজপুৰ আৰক্ষীৰ সাফল্য – PI NEWS. তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰিবলৈ ইতিমধ্যে ইউ জি চি The University Grants Commission য়ে ইতিমধ্যে অনুমোদন জনাইছে । তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ.


তেজপুৰ বিশ্ববিদ্যালয় Images শামীম.

আমাৰ গৌৰৱ … তেজপুৰ সময়ৰ নতুন শিতান …… সংৰক্ষনৰ অভাৱত জহিখহি গৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত সৃষ্টি হোৱা বহু আপুৰুগীয়া চিত্ৰ ভাস্কয্য । মহান শিল্পী. তেজপুৰ বিশ্ববিঃৰ সপ্তদশ সমাৱর্তনত. অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাৰ্ছুৱেল ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে নতুন শিক্ষানীতিত নতুন প্ৰযুক্তি, বহুমুখী দৃষ্টিভংগী আৰু. Untitled Tezpur University. তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ৪জন যুৱক Amal Nath 3 Dec 19 @. অসম.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →