Back

★ ক্ষীৰধৰ বৰুৱা - অসমীয়া শিক্ষাবিদ ..



ক্ষীৰধৰ বৰুৱা
                                     

★ ক্ষীৰধৰ বৰুৱা

ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউতি, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিছাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে আকাশী যানৰ কথা, অসমীয়া বিজ্ঞানী, বিজ্ঞানৰ ৰেঙণি আদি গ্ৰন্থও লিখি উলিয়াইছে।

                                     

1. শিক্ষা

তেখেতে ১৯৬৩ চনত জামুগুৰি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হয়। গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত ৰসায়ন বিজ্ঞান বিষয়ত সন্মানসহ বি.এছ.চি পৰীক্ষাত ঊত্তীৰ্ণ হয়। ১৯৭০ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত তেখেতে এম.ফিল ডিগ্ৰী লাভ কৰে।

                                     

2. কৰ্মজীৱন

ক্ষীৰধৰ বৰুৱাই ১৯৭০ চনৰ পৰা ২০০৬ চনৰ ৩১ আগষ্টলৈকে বিশ্বনাথ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। ৩১ আগষ্ট ২০০৬ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। ১৯৮৭-৮৮ চনত বোকাজান চিমেণ্ট কাৰখানাত Environmental Impact Analysis and Assessment of Bokajan Cement Factory বিষয়ত গৱেষণা কৰে।

বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে বহুতো পুথি লিখিছে। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ৰ বাবে কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছে। ১৯৬০ চনৰ পৰাই তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত ১০০০ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানক জনপ্ৰিয়কৰণত অৰিহণা যোগাই আহিছে। ইয়াৰ ভিতৰত অসমবাণী, সাদিন, আমাৰ অসম, দৈনিক অসম, প্ৰান্তিক, বিজ্ঞান জেউতি আদিয়েই প্ৰধান। অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত "বিজ্ঞান জেউতি"নামৰ দুমহীয়া আলোচনীখনৰ ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে সম্পাদক হিচাবে দায়িত্ব পালন কৰিছিল। তেখেত ২০০২ চনত অসম সাহিত্য সভাই প্ৰকাশ কৰা অসমীয়া বিশ্বকোষ"ৰ বিজ্ঞান বিভাগৰVol.I,II & IIIৰ সহযোগী সম্পাদক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ৰসায়ন শিক্ষা নামৰ জনপ্ৰিয় আলোচনীৰ তেখেত আছিল সহযোগী সম্পাদক। ইয়াৰ উপৰি অসম বিজ্ঞান লিখক সমাজএ প্ৰকাশ কৰা ১০খন গ্ৰন্থৰ সহযোগী সম্পাদক আছিল। বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেখেতে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত আলোচনা চক্ৰ আদিত প্ৰায়ে অংশগ্ৰহণ কৰে। বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে তেখেতক Scientoons Science cartoons ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ বাটকটীয়া বুলিব পাৰি। ভিডিঅ’ সংলগ্ন

                                     

3. সাহিত্য চৰ্চা

তেখেতে অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে লিখা কিতাপসমূহ হল:

  • বিশ্ববিখ্যাত মহিলা বিজ্ঞানী ১৯৮৩ চন.
  • আকাশী যানৰ কথা অসম বিজ্ঞান সমিতি, ১৯৭২ চন.
  • বিজ্ঞানৰ সৰু-বৰ কথা লয়াৰ্ছ বুক ষ্টল, ১৯৯৭ চন.
  • বিজ্ঞানৰ ৰেঙণি চন্দ্ৰ প্ৰকাশ, ১৯৯০ চন.
  • ৰসায়নৰ পঞ্চৰত্ন ৰসায়ন শিক্ষা সমাজ, ১৯৯৮ চন.
  • বিজ্ঞানৰ নতুন দিগন্ত অসম প্ৰকাশন পৰিষদ.
  • অসমীয়া বিজ্ঞানী বুক হাইভ্‌, ১৯৯৯ চন.
  • সাগৰৰ কথা ১৯৭৫ চন, অসম চৰকাৰৰ বিত্তীয় অনুদান প্ৰাপ্ত.
                                     

4. সদস্যপদ

  • প্ৰতিষ্ঠাপক সভাপতি: আকাশ, শিশু বিজ্ঞান সংগঠন।.
  • আজীৱন সদস্য.
  • সভাপতি: অসম বিজ্ঞান লিখক সমিতি২০০২-২০০৪.
  • ভাৰতীয় বিজ্ঞান লিখক সন্থা, নতুন দিল্লী।.
  • নেচনেল চেণ্টাফৰ চায়েঞ্চ কমিনিউকেচন,মুম্বাই।.
  • অসম বিজ্ঞান সমিতি, গুৱাহাটী।.
                                     

5. পুৰস্কাৰ/সন্মান

  • National Award for Best Science and Technology Coverage in the Mass Media 2004 awarded by NCSTC,Dept of Science & Technology,Govt. of India, New Delhi.
  • বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাজ্যিক বটা:২০০১ চনৰ ঘনশ্যাম গোস্বামী সোৱঁৰণী সন্থা গুৱাহাটীএ আগবঢ়োৱা।.
                                     
  • জন মদ ত ব ল ক ৱ হয চনৰ জ ন ৱ ৰ ত হৰ প ৰস দ বৰ ৱ ৰ ম ত য ঘট ক ষ ৰধৰ বৰ ৱ অসম য ব জ ঞ ন প ৰক শক প নবজ ৰ, গ ৱ হ ট ব ক হ ইভ প ষ ঠ
  • ৰ পৰ ল - ড প ৰদ প শৰ ম ৰ পৰ ল - - ক ষ ৰধৰ বৰ ৱ ৰ পৰ 18 ম চম হ জৰ ক 19 ড৹ জগদ ন দ ৰ ৰ য চ ধ ৰ kitap
                                     
  • হ জৰ ক প ৰক শ - জ ই আৰ জ য প ৰ জনব জ ঞ ন প ষ ট ক - ল খক - ক ষ ৰধৰ বৰ ৱ প ৰক শ - ভ ঙন ব জ ঞ ন স হ ত যৰ অন ব দ কৰ মশ ল উপলক ষ প ৰক শ ত
  • ল খ ছ ইত মধ য এখ তৰ ক ব খন গ ৰন থ প ৰক শ প ইছ ক ষ ৰধৰ বৰ ৱ ব জ ঞ ন ল খক - ব শ বন থ মহ ব দ য লয ৰ প ৰ ক তন অধ য পক বৰ ৱ এজন ব জ ঞ ন স হ ত যৰ স প ৰত ষ ঠ ত ল খক
  • শইক য ব ট দ প ৱল ক ৰ ম অন ল শৰ ম স ৱৰণ ব জ ঞ ন - স হ ত য ব ট ক ষ ৰধৰ বৰ ৱ ৰ মদ উ শৰ ম স ৱৰণ ব ট প ৰ ঞ জল শইক য গ ত স ম ত বৰ হ ম ক ষ

Users also searched:

প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল, পৰথম, অসমৰ, অসময, খতয, যনতর, ভৰতৰ, উষণত, জতয, অৰথন, ৰজযপ, বযকত, ভৰতয, অসমৰজতযখলক, অসমৰটলকমন, অসমৰজযসভৰআসনকইখন, অৰথনলটপৱভৰতযবযকতকন, ভৰতৰপৰথমউপগৰহ, বযউষণতজখযনতর, বৰৱ, উপগৰহ, পৰথমঅসমযৰজযপকনআছল, সভৰ, কইখন, কমন, কষৰধৰ, আছল, অসমৰপৰথমচহখতযকন, কষৰধৰবৰৱ, ক্ষীৰধৰ বৰুৱা, অসমীয়া শিক্ষাবিদ. ক্ষীৰধৰ বৰুৱা,

...

Encyclopedic dictionary

Translation

অসমৰ মাটি কালি কিমান.

বিজ্ঞান কুইজ ৩ গণিত চৰা. আৰু অভিধান প্রণেতা ড° দীনেশ চন্দ্র গােস্বামী, জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যাপক ক্ষীৰধৰ বৰুৱা, বি বৰুৱা মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত. বায়ুর উষ্ণতা জোখা যন্ত্র. SAMOY YANTRA কালজয়ী সাহিত্য সময়. ক্ষীৰধৰ বৰুৱা. প্ৰকৃতিৰ প্রতি মানুহৰ দৃষ্টিভংগী তথা আচৰণ আজি প্ৰদূষিত হৈ পৰিছে​। বায়ুমণ্ডলত কার্বন ডাই অক্সাইড, মিথেন. সংকটাপন্নভাৱে গুৰুত্বপূর্ণ। কিয়নাে মানুহে. ভাৰতৰ প্ৰথম উপগ্ৰহ. মাতৃভাষাতে লব পাৰিব বিজ্ঞান আৰু. পিতৃ বিয়ােগ ঘটাত ৰােহিণীকান্ত বৰুৱা পুথি: ৰসায়নৰ পঞ্চৰত্ন, ক্ষীৰধৰ বৰুৱা.





অৰ্থনীতিত নোবেল বঁটা পোৱা ভাৰতীয় ব্যক্তি কোন.

Untitled Assam Jatiya Bidyalay. ড০ দীনেশ চন্দ্র গোস্বামী, ক্ষীৰধৰ বৰুৱা আৰু ড০ সোণেশ্বৰ শর্মাই বিজ্ঞানৰ তিনিটা খণ্ড বিশ্বকোষ ১৮ মাহতে সম্পূর্ণ কৰি অসম সাহিত্য সভাৰ লগতে সমগ্র অসমৰ বৌদ্ধিক. অসমৰ জাতীয় খেল কি. সাগৰৰ গৰ্ভত মানুহ বি.এফ্‌.ছাপ্‌গাৰ. বিশিষ্ট অতিথি ড: আবু হানিফা, প্রশান্ত বৰুৱা, দেৱব্ৰত বৰা । অংশগ্ৰহণকাৰী ক্ষীৰধৰ বৰুৱা, দীনেশচন্দ্র গােস্বামী, সােণেশৰ শৰ্মা, জয়ন্তী চুতীয়া, অভিজিৎ শৰ্মা বৰুৱা. প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল. অসম সাহিত্য সভা আৰু হোমেন বৰগোহাঞি ২. Recent Posts. ক্ষীৰধৰ বৰুৱা বিজ্ঞান জনপ্রিয়কৰণৰ আন এটা নাম আমাৰ ফালৰ পৰা ৫ হাতীপটি তাৰকাৰাজ্যৰ নক্ষত্ৰৰ বংশ বৃক্ষ ষষ্ঠ মহা বিলুপ্তি গগনদীপ কাং. অসমৰ প্ৰথম চাহ খেতিয়ক কোন. Untitled Pragjyotish College. ৫ যদি ১৯৩৭ চনত আৱাহনত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱাৰ বিৰচতীয়াৰ দেশ গল্পটো প্ৰথম শৰ্মা, ক্ষীৰধৰ বৰুৱা, শান্তনু তামুলী, ৰমেশ চন্দ্ৰ গোস্বামী, অভিজিত শৰ্মা বৰুৱা.


বিজ্ঞান, বৈজ্ঞানিক মানসিকতা আৰু.

ছাপ্‌গাৰ অনুবাদ: ক্ষীৰধৰ বৰুৱা NATIONAL BOOK TRUST. Product Information. Product code: 2917 Category: National Book Trust. অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া. সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ লেখক ক্ষীৰধৰ বৰুৱাই সঞ্চালনা অসমীয়া বিভাগৰ যৌথ উদ্যোগত অহা ১১ নৱেম্বৰত আলােচক হিচাপে অংশ লব অভিজিৎ শৰ্মা বৰুৱা, ডু. ά Ú‰¬Q±ø1 ˙ ¬ıÂ√1 Úª˜ √˙˜ ¸ ‡…±º 1 30 ¤øõ PRANTIK. বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, ৰাণা প্ৰসাদ হাজৰিকা আৰু অতিৰিক্ত উপায়ুক্ত. ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত. প্রথম অধিৱেশন ঃ দুপৰীয়া ১১.৩০ বজা. আলােচনা পত্র ও অভিজিৎ শৰ্মা বৰুৱা. মৃদুল শর্মা। ছালিম আলি আহমেদ. সঞ্চালক। ঃ ক্ষীৰধৰ বৰুৱা. ভােজন বিৰতি. দ্বিতীয় অধিৱেশন ও.





Issue 11 All DIPR Assam.

ক্ষীৰধৰ বৰুৱা. ৭ প্লেটোৰ অনুপম সৃষ্টি–​পাঁচটা। দূৰীকৰণ অভিযান আৰু গ্রাম্য. ড° ৰমেশ চন্দ্র গােস্বামী. প্লেটনিক ঘন. বিজ্ঞান মেলাৰ কাৰ্যসূচী. সদস্য ঃ. ড° অনুপ কুমাৰ তালুকদাৰ. Sualkuchi Sahitya Sabha Adhibeshan, Jyoti Sahitya Sabha Ground. আলােচনা ও ডা° ভুবনেশ্বৰ বৰুৱা সম্পৰ্কত বিশ্বব্যাপী সন্ত্রাস ও ক্ষীৰধৰ বৰুৱা ।.


All page 11 Sept.p65 Dainik Agradoot.

উল্লেখযোগ্য যে, শিক্ষাবিদ ক্ষীৰধৰ বৰুৱাই অসমীয়া ভাষাত এখন বিজ্ঞানৰ বিশ্বকোষ লিখি উলিয়াইছে। যি অসমীয়াত বিজ্ঞানৰ শিক্ষা প্ৰদানৰ দিশত আপুৰুগীয়া সমল হব।. Anuranan a bi monthly science e Scientific Temperament. ক্ষীৰধৰ বৰুৱা, মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শর্মা, মেহেতাবুদ্দিন। আহমেদ ক্ষীৰধৰ. বৰুৱাই উদ্বোধন কৰা শােভাযাত্রা বিশ্বনাথ চাৰিআলি নগৰ পৰিভ্ৰমণ কৰি. جı:±Ú ŒÊ√ά øÓ¬. ক্ষীৰধৰ বৰুৱা বিজ্ঞান লেখক বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰুৱা এজন বিজ্ঞান সাহিত্যৰ সুপ্ৰতিষ্ঠিত লেখক। এখেত কিছুদিন অসমৰ জনপ্ৰিয় বিজ্ঞান আলোচনী.





PARIBESH BATORI.p65 Pollution Control Board, Assam.

জিলা সম্পাদক ক্ষীৰধৰ ওজা,চেউনী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ ধৰ্মেশ্বৰ বৰুৱা,শলগুৰি বিহুমেলা কমিটি, নদুৱাৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্নজনে৷. JB 0000 Bijnan Jeuti July August 2017. লেখক: ক্ষীৰধৰ বৰুৱা. লেখক ক্ষীৰধৰ বৰুৱা অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, ৰসায়ন ​বিজ্ঞান বিভাগ, বিশ্বনাথ মহাবিদ্যালয়, চাৰিআলি৷ বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ভাৰত​. বিশ্বনাথ চাৰিআলি Vikaspedia. ৪। মৌচাকমামাৰ চিঠি. ১৮। তপন বৰুৱা. ডিটিপি. ৬​। বিশ্ব সাধুকথা দিৱস শান্তনু তামুলী ৩৪। ২২। পৰুৱাৰ বুদ্ধি অৰুণা বৰদলৈ বৰুৱা ৪২। ক্ষীৰধৰ বৰুৱাই পৰিচালনা কৰা বিজ্ঞানৰ.


Express Tales উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান.

এন. আই. ৪২২২৩. মূল্য ঃ ২৫ টকা. সম্পাদনা সমিতি. উপদেষ্টা ও. ৩ সম্পাদকীয়. ড° বাৰীন্দ্র কুমাৰ শৰ্মা। ৪ বিজ্ঞানৰ ক্ষেত্ৰত কালামৰ অৱদান. ড° দীনেশ চন্দ্র গােস্বামী. ক্ষীৰধৰ বৰুৱা. অসমীয়া কল্পবিজ্ঞান সাহিত্য. দাস, অৱনী কুমাৰ ভাগৱতী, প্রয়াত নৱকান্ত বৰুৱা, এক পৰিশীলিত কথনভংগী আৰু যুক্তিনিষ্ঠ বলেন দেৱচৌধুৰী, ক্ষীৰধৰ বৰুৱা, সমীৰণ বৰুৱা, বিশ্বাস মানুহৰ লগত জড়িত হৈ আছে। ঠিক. জামুগুৰিহাটত শংকৰী কলা সংস্কৃতিৰ. কালজয়ী সাহিত্য সময় যন্ত্ৰ. এইচ. জি. ৱেলছৰ দা টাইম মেছিনৰ অনুবাদ ক্ষীৰধৰ বৰুৱা. BOOK NAME: SAMOY YANTRA. TRANSLATED BY KSHIRADHAR BARUAH. EDITOR DR. DINESH CHANDRA GOSWAMI. PUBLISHED BY SARAIGHAT. Untitled Sahitya Akademi. অসমত প্রথম কল্পবিজ্ঞান সাহিত্যৰ আৰম্ভণি ঘটাইছিল হৰিপ্ৰসাদ বৰুৱাই ১৯৩৮ চনত। আৱাহন কল্পবিজ্ঞান গল্পও ক্ষীৰধৰ বৰুৱাই ছেগাচোৰোকাকৈ অনুবাদ কৰিছে। বিজ্ঞান.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →