ⓘ Free online encyclopedia. Did you know? page 97



                                               

হেঙুল আৰু হাইতাল

হেঙুল আৰু হাইতাল অসমত অতীজৰে পৰা ব্যৱহৃত দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ। অসমীয়া সংস্কৃতিৰ লগত হেঙুল আৰু হাইতাল বিশেষভাৱে জড়িত। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া। সাধাৰণতে খনিৰ পৰা বিশেষ উপায়েৰে শোধিত কৰি হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। সত্ৰীয় ...

                                               

লী কৰবাজিয়ে

চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ, যাক প্ৰধানকৈ লী কৰবাজিয়ে নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক। তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়। ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন ...

                                               

বিষ্ণু ৰাভা স্মৃতি উদ্যান

বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত। ভৈৰৱী মন্দ ...

                                               

ৰাজঘাট সমাধি পৰিসৰ

ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলি ...

                                               

ছেইণ্ট পিটাৰ্ছ বেছিলিকা

ছেণ্ট পিটাৰছ বেছিলিকা হল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী। এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ ...

                                               

নটৰ-ডেমৰ কেথেড্ৰেল

নটৰ-ডামৰ কেথেড্ৰেল ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্ক ৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷

                                               

প্ৰকৃত যীশু গীৰ্জা

প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূ ...

                                               

শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা

শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা। শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল। পিছলৈ ১৭শ শতিক ...

                                               

মাৰাঠা মন্দিৰ

মাৰাঠা মন্দিৰ মুম্বাইৰ মাৰাঠা মন্দিৰ মাৰ্গত অৱস্থিত এটা চিনেমা হল। ই চিনেমা হলটোৰ নামত এটা অভিলেখ স্থাপিত হৈছে। অভিলেখটো হৈছে যে, দিলৱালে দুলহানিয়া লে যায়েংগে নামৰ জনপ্ৰিয় হিন্দী বোলছবিখন ১৯৯৫ চনত মুক্তি পোৱা দিনৰে পৰা আজি পৰ্যন্ত প্ৰতিদিনে প্ ...

                                               

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ হৈছে যোৰহাট নগৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান ক ...

                                               

মছজিদ

মছজিদ মুছলিমসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা । সাধাৰণতে, যিবোৰ ইমাৰত বা স্থাপনাত মুছলিমসকলে একত্ৰীত হৈ প্ৰতিদিনে পাঁচ ওয়াক্ত নামাজ আৰবী ...

                                               

আজান পীৰৰ দৰগাহ

আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰ ...

                                               

কাবা

কাবা, কাবাঘৰ, কাবা শ্বৰীফ, অথবা, এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে। ইছলাম ধৰ্ম মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে। এইটো মুছলিম সকলৰ কিবল ...

                                               

পাঁচ পীৰ দৰগাহ

পাঁচ পীৰ দৰগাহ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ...

                                               

বগা বাবাৰ মাজাৰ

বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে ...

                                               

বাবৰী মছজিদ

বাবৰী মছজিদ ভাৰতৰ অযোধ্যা নগৰৰ এটি মছজিদ, হিন্দুসকলে ইয়াক হিন্দু দেৱতা ৰামৰ জন্মস্থান বুলি বিশ্বাস কৰে। ওঠৰ শতিকাৰ পৰা এইটো হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ কেন্দ্ৰবিন্দু হৈ আছে। মছজিদৰ শিলালিপি অনুসৰি, ইয়াক মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত ...

                                               

মক্কাৰ মছজিদ

মছজিদ আল-হাৰাম আৰবী: المسجد الحرام ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে। এই মছজিদখন চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত। ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় 3.56.800 square metres 88.2 একৰs জুৰি অৱস্তিত। মছজিদ সক ...

                                               

মছজিদে নববী

মছজিদে নববী মুহাম্মাদ কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰামৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ হিজৰত কৰি মদিনালৈ অহাৰ পাছতেএই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ। মছজিদটো দি ...

                                               

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামখন মূলতঃ এথলেটিক্‌ছ আৰু ফুটবল খেলৰ বাবে ব্যৱহৃত হৈ আছে। ষ্টেডিয়ামখনত মুঠ ৩৫,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে। ২০০৭ চনত ইয়াত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড ...

                                               

নুৰুল আমিন ষ্টেডিয়াম

নুৰুল আমিন ষ্টেডিয়াম বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰ ...

                                               

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (ইংৰাজী: Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ...

                                               

নেহৰু ষ্টেডিয়াম, গুৱাহাটী

নেহৰু ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলত: ক্ৰিকেট আৰু ফুটবল খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল। মুঠ ১৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে। নেহৰু ষ্টেডিয়ামত ১৪ খন এদিনীয ...

                                               

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম বা অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।

                                               

সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম

সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম হৈছে এখন বহুমুখী ষ্টেডিয়াম৷ ষ্টেডিয়ামখন অসমৰ শিলচৰত অৱস্থিত৷ পূৰ্বতে ইয়াক জিলা ক্ৰীড়া সন্থা ষ্টেডিয়াম বুলি জনা গৈছিল৷ আভ্যন্তৰীন ব্যৱস্থা আৰু আন্তঃগাঁঠনিৰ ব্যাপক উন্নতি সাধন কৰাৰ পাছত ইয়াক সন্তোষ মোহন দেৱৰ পিতৃৰ ...

                                               

ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী

ভাৰতৰ নতুন দিল্লীৰ ডাক ভৱনত থকা ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়টো ডাক বিভাগৰ দ্বাৰা পৰিচালিত। সংগ্ৰহালয়টো "দিল্লী ঐতিহ্য গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান"ৰ ড° আনন্দ বৰ্ধনে ৰূপাঙ্কণ কৰিছিল, তেওঁ "ভাৰতীয় সংগ্ৰহালয় সংস্থা"ৰ সচিবও। সংগ্ৰহালয়টোত ক ...

                                               

উগ্ৰতাৰা দেৱালয়

উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰা ৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰা ৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ। ...

                                               

কমাৰকুছি থান

কমাৰকুছি থান বৰপেটা সত্ৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত কমাৰকুছি নামে ঠাইত অৱস্থিত। কথিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইয়াত এবছৰ কাল আছিল। ১৫৪৩ খৃঃ ত শংকৰদেৱে নাৱেৰে ভটিয়াই আহি কামৰূপ পাইছিলহি। কামৰুপত গুৰুজনাই ক্ষেত্ৰীৰ ওচৰৰ কাপনা, টপাবাৰ ...

                                               

কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ...

                                               

কেতেকেশ্বৰ দেৱালয়

তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান ...

                                               

গাং‍মৌ থান

গাং‍মৌ থান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন থান। মহাপুৰুষ শংকৰদেৱৰ তীৰ্থভ্ৰমণ সময়ত অসমৰ বিভিন্ন ঠাইত থাকি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থা ...

                                               

গুপ্তেশ্বৰ দেৱালয়

গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে। তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ ...

                                               

গৰখীয়া দল

গৰখীয়া দল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দলৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফ ...

                                               

গৰখীয়া দৌল, নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত সজা এটা মন্দিৰ। ইয়াক মাই দৌল বা মহেশ্বৰ ঘৰ বা পূজা শিল বুলিও অভিহিত কৰা হয়। এই মন্দিৰটো আহোমসকলে সজা প্ৰথম মন্দিৰসমূহৰ এটা আৰু সেইবাৰে ইয়াত আহোম স্থাপত্যৰ আৰম্ভণ ...

                                               

জগন্নাথ মন্দিৰ, ডিব্ৰুগড়

শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম ওড়িশাৰ পুৰীত অৱস্থিত শ্ৰী জগনাথ মন্দিৰক আৰ্হি হিচাপে ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ডি ...

                                               

টিলিঙা মন্দিৰ

টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে। হাজাৰ হাজাৰ কাঁহ, পিতল, তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘণ্টা ওল ...

                                               

টুক্ৰেশ্বৰী দেৱালয়

প্ৰাচীন এক জনশ্ৰুতি অনুসৰি এই পাহাৰতে সতীৰ দেহৰ কোনো এটুকুৰা কোনো কোনোৰ মতে সতীৰ জিভা পৰিছিল। টুকুৰা শব্দৰ পৰাএই পীঠস্থানৰ নাম টুক্ৰেশ্বৰী হল বুলি জনশ্ৰুতিয়ে কয়। আন এক প্ৰৱাদমতে এই অঞ্চলতে টুকুৰা নামৰ এজন গৰখীয়া আছিল। তেওঁ সদায় টুক্ৰেশ্বৰী পা ...

                                               

তেত্ৰিশ কৌটি দেৱ মন্দিৰ

শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহানগৰীত অৱস্থিত। ১৯৭৩ চনত এই মন্দিৰ স্থাপিত হয়। বহুবছৰ ধৰি এই মন্দিৰটোৱে হিন্দু ধৰ্মৰ ভক্তসমাজৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে।

                                               

দদান থান

অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দদান থান ৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা ৰাভাসকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয ...

                                               

দীৰ্ঘেশ্বৰী দেৱালয়

দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দী ...

                                               

দৌল গোবিন্দ মন্দিৰ

অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্‌যাপন কৰে।

                                               

নাগশংকৰ মন্দিৰ

নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে। শোণিতপুৰ ...

                                               

নৱগ্ৰহ মন্দিৰ, গুৱাহাটী

নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ।

                                               

বাসুদেৱ থান

বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখনা ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গলে এই প্ৰসিদ্ধ থানখন পোৱা যায়॥ থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় ২০০ বিঘা। বৰ্তম ...

                                               

বুঢ়ীগোসানী দেৱালয়

বুঢ়ীগোসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী স ...

                                               

ভিমেশ্বৰ শিৱ ধাম

ভিমেশ্বৰ দ্বাদশ জ্যোতিলিংগ শিৱ ধাম হৈছে গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত অৱস্থিত এখন জ্যোতিলিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভিমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অ ...

                                               

ভৈৰৱী মন্দিৰ

ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণ ...

                                               

মহাভৈৰৱ মন্দিৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চা ...

                                               

মহামায়া ধাম

মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। ম ...

                                               

লংকেশ্বৰ দেৱালয়

লংকেশ্বৰ দেৱালয় কামৰূপ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মন্দিৰটোৰ অৱস্থিতি। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈ ...

                                               

শুক্ৰেশ্বৰ মন্দিৰ

শুক্ৰেশ্বৰ মন্দিৰ হল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →