ⓘ Free online encyclopedia. Did you know? page 96



                                               

শিশু পৰ্ণগ্ৰাফি

শিশু পৰ্ণগ্ৰাফি হৈছে বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ যত শিশু যৌন উত্তেজনাৰ বলি হয়। শিশুক প্ৰত্যক্ষ ভাৱে জড়িত কৰাই বা শিশুৰ সৈতে যৌন উৎপীড়নৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হব পাৰে । শিশুৰ পৰ্ণগ্ৰাফিৰ উৎপাদনত শিশুৰ জননেন্দ্ৰিয়ৰ ফটো, ভিডিঅ আদিৰ যৌন প্ৰদৰ্শনী ...

                                               

শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড

১৯৭৫ চনত ১৫ আগষ্ট পুৱাত বাংলাদেশ সেনাবাহিনীৰ এদল বিপথগামী সদস্য সামৰিক অভ্যুত্থান সংগঠিত কৰে আৰু শেখ মুজিবুৰ ৰহমানক তেওঁৰ ধানমণ্ডি-৩২ ৰ বাসভৱনত হত্যা কৰে। তাৰ পিছত ১৫ আগষ্ট ১৯৭৫ থাকে ৬ নভেম্বৰ ১৯৭৫ লৈকে খন্দকাৰ মোশতাক আহমেদ অঘোষিতভাবে বাংলাদেশৰ ৰ ...

                                               

নৱেম্বৰ ২০১৫-ৰ পেৰিছ আক্ৰমণ

১৩ নৱেম্বৰ, ২০১৫ ৰ সন্ধিয়া মধ্য ইউৰোপীয় সময় প্ৰায় ২১ বাজি ১৬ মিনিট ত আইছিছৰ অতি কমেও সাতজনীয়া জেহাদী যুঁজাৰুৰ দলে আত্মঘাতী মনোভাৱৰে ইউৰোপ মহাদেশৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰী আৰু ইয়াৰ উত্তৰীয় উপনগৰ চেইন্ট ডেনিছৰ সাত ঠাইত প্ৰায় সমান্তৰাল ...

                                               

ছভিয়েট সংঘ

ছভিয়েট সংঘ, আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছভিয়েট চচিয়েলিষ্ট ৰিপাব্লিক্স ১৯২২ৰপৰা ১৯৯১লৈ য়ুৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো ৰাষ্ট্ৰীয় ছভিয়েট গণৰাজ্যৰ সংঘ। এ ছভিয়েট সংঘ এখন এক-দলীয় দেশ আছিল, আৰু ৰাজধানী মস্কোস্থিত প ...

                                               

স্বালোকচিত্ৰ

স্বালোকচিত্ৰ নিজে নিজকে বা নিজদিশে তোলা এখন আলোকচিত্ৰ যিখন সাধাৰণতে আৰু সহজতে আজিকালি উপলব্ধ ডিজিটেল কেমেৰা বা কেমেৰা থকা ভ্ৰাম্যভাষ যন্ত্ৰৰে তুলিব পাৰি। ইংৰাজীত ছেলফি বুলি পৰিগণিত হোৱা এনে স্বালোকচিত্ৰ সমূহৰ বাবে ছেলফি শব্দটি পোনপ্ৰথমে অষ্ট্ৰেলি ...

                                               

ইনষ্টাগ্ৰাম

ইনষ্টাগ্ৰাম ইংৰাজী: Instagram; ইনষ্টা Insta আৰু আইজি IG বুলিও জনা যায়) ফটো আৰু ভিডিঅ ভাগ-বতৰা কৰিব পৰা এটা ছচিয়েল নেটৱৰ্কিং ৱেবছাইট। কেভিন ছিছট্ৰম আৰু মাইক ক্ৰীগাৰে নিৰ্মাণ কৰা এই ৱেবছাইটো ২০১০ চনৰ অক্টোবৰ মাহত মুকলি কৰি দিয়া হয়।

                                               

টুইটাৰ

টুইটাৰ হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস ...

                                               

ফেইচবুক

ফেইচবুক ইংৰাজী: Facebook এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইণ্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো ১১৫ কোটি অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাৱে ফেইচবু ...

                                               

লিংকডইন

লিংকডইন / ˌ l ɪ ŋ k t. ˈ ɪ n / পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়। সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে। ২০১৩ চনত এক বিবৃতিত ল ...

                                               

স্কাইপ

স্কাইপ হল ভি অ’ আই পি সঁজুলি যিয়ে দুটা ভইছ চেনেলৰ মাজত সংযোগ স্থাপন কৰে৷ স্কাইপ যি কোনো ব্যক্তিয়ে ডাউন লড কৰি নিজৰ কম্পিউটাৰত স্থাপন কৰিব পাৰে, আৰু তেওঁলোকে কম্পিউটাৰটো এটা ফোনৰ দৰে ব্যৱহাৰ কৰিব পাৰে৷ এটা নেটৱৰ্কত থকা এজন স্কাইপ ব্যৱহাৰকাৰীয়ে ...

                                               

হোৱাৎছএপ

হোৱাৎছএপ মেছেঞ্জাৰ এটা অ-মুক্ত উৎসৰ, একাধিক প্লে’টফৰ্মত ব্যৱহাৰ কৰিব পৰা এটা ক্ষিপ্ৰ বাৰ্তা এপ্লিকেছন। স্মাৰ্টফোনৰ এই এপ্লিকেছনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পাঠ, ছবি, ভিডিঅ’ আৰু শ্ৰাব্য মিডিয়া বাৰ্তাৰ লগতে সংযুক্ত মেপিং বৈশিষ্টৰ সহায়ত তেওঁলোকৰ অৱস ...

                                               

আমাজ’ন ডট কম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গে ...

                                               

এপ্ৰপিডিয়া

এপ্ৰপিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট যত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে। পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰপিডিয়া ব্যৱহাৰ কৰে। and the ...

                                               

এবাউট.মী

এবাউট.মী হৈছে ২০০৯ চনত অক্টোবৰত প্ৰতিষ্ঠা হোৱা এক ব্যক্তিগত ৱেব হ’ষ্টিং সেৱা। ইয়াৰ সহ-প্ৰতিষ্ঠাপকসকল হৈছে ৰায়ান ফ্ৰেইটাচ, টনী কনৰাড, আৰু টিমথি য়ং। এই ৱেবছাইটোৰ জড়িয়তে এজন ব্যক্তিয়ে এখন পৃষ্ঠা তৈয়াৰ কৰিব পাৰে, য’ত তেওঁ তেওঁৰ বিভিন্ন অনলাইন ...

                                               

খান একাডেমী

খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক শিক্ষা সংস্থা। সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে। খান একাডেমীৰ ৱেবছাইটটোত অনু ...

                                               

চায়েণ্টিফিক টেম্পেৰামেণ্ট

চায়েণ্টিফিক টেম্পেৰামেণ্ট ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ হৈছে অসমৰ চৰকাৰী পঞ্জীয়নভূক্ত বিজ্ঞান আৰু বিজ্ঞান মানসিকতাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কৰ্মৰত অগ্ৰণী সামাজিক অনুষ্ঠান। বিজ্ঞান শিক্ষাৰ বাবে ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ সংস্থাই সামাজিক মাধ্যম, ...

                                               

জিমেইল

জিমেইল ইংৰাজী: Gmail হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি ব ...

                                               

ডব্লিউ থ্ৰী স্কুলচ্

ডব্লিউ থ্ৰী স্কুলচ্ ‌ হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, j ...

                                               

নুপিডিয়া

নুপিডিয়া ইংৰাজী ভাষাত আধাৰিত ৱেব-ভিত্তিক অনলাইন বিশ্বকোষ আছিল। ইয়াৰ প্ৰবন্ধসমূহ স্বেচ্ছাসেৱক অৱদানকাৰীসকলে উপযুক্ত বিষয় দক্ষতাসহ লিখা হৈছিল আৰু প্ৰকাশৰ আগতে বিশেষজ্ঞ সম্পাদকসকলে সমীক্ষা কৰিছিল। নুপিডিয়াৰ সমলসমূহ বিনামূলীয়া সমল হিচাপে অনুজ্ঞা ...

                                               

নেটফ্লিক্স

নেটফ্লিক্স হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়। উদ্যোগটিৰ মুখ্য ব ...

                                               

পেট্ৰিয়ন

পেট্ৰিয়ন হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে। পেট্ৰিয়ন সাধাৰণতে ইউটিউব ভিডিঅগ্ৰাফাৰ, লেখক, পডকাষ্টাৰ, সংগীতজ্ঞ ...

                                               

ফেকিং নিউজ

ফেকিং নিউজ হৈছে এটা ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট। এই ৱেবছাইটত ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত আধাৰিত ব্যংগ সহিত ছলাহী সংবাদ পৰিবেশন কৰা হয়। এই ৱেবছাইটটোত মাজে সময়ে ভাৰতৰ দূৰদৰ্শন আৰু সংবাদ সেৱাৰ লগত জড়িত তথ্যপূৰ্ণ প্ৰবন্ধ ...

                                               

ফ্লিপকাৰ্ট

ফ্লিপকাৰ্ট হৈছে কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত এক ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠান। পূৰ্বতে আমাজ’ন ডট কমত কৰ্মৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দুজন স্নাতক শচীন বানচাল আৰু বিন্নী বানচালে ২০০৭ চনত ফ্লিপকাৰ্ট আৰম্ভ কৰে। প্ৰথম অৱস্থাত ফ্লিপকাৰ্টে কিতাপৰ ...

                                               

বলিউড হাংগামা

বলিউড হাংগামা এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল। ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ...

                                               

বিকাশপেডিয়া

বিকাশপেডিয়া ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক। ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ দ্বাৰা স্থাপিত। আৰম্ভণিতে বিকাশপেডিয়াক ৫টা ভাষাত মুকল ...

                                               

মাইক্ৰছফ্ট বিং

মাইক্ৰছফ্ট বিং হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন । মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান। বিং ৱেবে, ভিডিঅ, ছবি আৰু মেপ সন্ধান সামগ্ৰীসহ বিভিন্ন সন্ধান সেৱা প্ৰদান কৰে। ইয়াক ...

                                               

য়াহু!

য়াহু! এক ৱেব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অথ ইন্‌কৰ্পৰেচনৰ জৰিয়তে ভেৰিজন কমিউনিকেচন্‌ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিলই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈ ...

                                               

ৱিকি নিউজ

ৱিকি নিউজ বা ৱিকি সংবাদ হৈছে ৱিকিৰ মুক্ত সংবাদৰ উৎস আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নীপ্ৰকল্প। এই ছাইটটো সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলোৰ সহযোগত পৰিচালিত হয়। ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেলছ-এ ৱিকি নিউজ আৰু ৱিকিপিডিয়াৰ বিষয়ে কৈছে যে, "o ...

                                               

ৱিকিকোৱট

ৱিকিকোৱট বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্ ...

                                               

ৱিকিচৰ্ছ

ৱিকিচৰ্ছ বা ৱিকিউৎস ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে ...

                                               

ৱিকিট্ৰেভেল

ৱিকিট্ৰেভেল এটা ৱেব ভিত্তিক প্ৰকল্প, যাৰ উদ্দেশ্য" বিনামূল্যে আধুনিক, পূৰ্ণাঙ্গ আৰু নিৰ্ভৰযোগ্য বিশ্বব্যাপী ভ্ৰমণ সহায়িকা সৃষ্টি কৰা। ” ২০০৩ চনৰ জুলাই মাহত ইভান প্ৰোড্ৰোমো আৰু মিছেল এন জেনকিন্সে এই প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰে। এটা ৱিকি মডেলৰ অনু ...

                                               

ৱিকিপিডিয়া

ৱিকিপিডিয়া হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায ...

                                               

ৱিকিবুক্‌ছ

Wikibooks is a wiki hosted by the Wikimedia Foundation for the creation of free content textbooks and annotated texts that anyone can edit. In April 2010, Alexa ranked wikibooks.org as the 2.462 nd most popular web site in the world. Compete.com ...

                                               

ৱিকিভাৰ্চিটী

Wikiversity is a Wikimedia Foundation project, which supports learning communities, their learning materials, and resulting activities. It differs from more structured projects such as Wikipedia in that it instead offers a series of tutorials, or ...

                                               

ৱিকিস্পিচিজ

ৱিকিস্পিচিজ হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা অনলাইন প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক সকলৰ দ্বাৰা সকলো প্ৰজাতিৰ এখন বিনামূলীয়া তালিকা প্ৰস্তুত কৰা। ৱিকিমিডিয়াৰ সভাপতি জিম্মী ৱেলছে কৈছে যে, ইয়াত প্ৰবন্ধ লিখিবলৈ কোনো নিম্মতম যোগ্যতাৰ সীমা বন ...

                                               

চাবজাং

চাবজাং নৃত্য হৈছে উত্তৰ কাছাৰ পাহাৰ অঞ্চলত বসবাস কৰা জয়ন্তীয়াসকলে পালন কৰা বিভিন্ন কৃষিভিত্তিক উৎসৱৰ সৈতে জড়িত এটি উল্লেখযোগ্য নৃত্য। এই নৃত্যত গাভৰুসকলে মুগাৰ মেখেলা আৰু আঁঠু পৰ্যন্ত বিস্তৃত দীঘল বগা চোলা পিন্ধি মূৰটো ঢকাকৈ একোখন বগা কাপোৰ মা ...

                                               

বেলে নৃত্য

                                               

কলমকাৰী

কলমকাৰী হল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়। ভাৰতত কলমকাৰী চিত্ৰ ...

                                               

চম্বা ৰুমাল

চম্বা ৰুমাল ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়। ই সাধাৰণতে বিবাহ আৰু অন্যান্য ...

                                               

পশমিনা

পশমিনা হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল। পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনা ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা। কাশ্মীৰী ভাষাত পশমিনাৰ অৰ্থ কোমল সোণ । কাশ্মীৰী জা ...

                                               

ভৱানী জামাক্কালাম

ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য। এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।

                                               

ৰেচম

ৰেচম এক প্ৰকাৰৰ প্ৰাকৃতিক প্ৰটিন তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মেৰী নামৰ ৰেচম পলুৰ লেটা গুটিৰ পৰা সংগ্ৰহ কৰা হয়। এক প্ৰকাৰৰ ৰেচম পলুৰ গুটিৰ পৰা এক ধৰণৰ সূতা পোৱা যায়। বিশেষ ব্য ...

                                               

আশাৰীকান্দি

আশাৰীকান্দি অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাওঁ। আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ ...

                                               

খুৰ্জা মৃৎশিল্প

খুৰ্জা মৃৎশিল্প ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বুলন্দশ্বাহৰ জিলাৰ খুৰ্জাত প্ৰচলিত পৰম্পৰাগত ভাৰতীয় মৃৎশিল্প। বৌদ্ধিক সম্পত্তি অধিকাৰ চুক্তিৰ বাণিজ্য সম্পৰ্কীয় দিশৰ ওপৰত চুক্তিৰ ভৌগোলিক স্বীকৃতিৰ অধীনত খুৰ্জা মৃৎশিল্পক সুৰক্ষা প্ৰদান কৰা হৈছে। ইয়াক ...

                                               

বন চাইনা

হাড়ৰ ছাই, ফিল্ডছ্‌পাৰ আৰু কেঅলিনেৰে তৈয়াৰী এবিধ কোমল পেষ্টৰ চীনামাটিক বন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ নূন্যতম ৩০% ফছ্‌ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্‌চিয়াম ফছ্‌ফেট থকা অস্বচ্ছ পাত্ৰ। শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব ...

                                               

মাজুলীৰ মৃৎ শিল্প

মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক কুম্ভকাৰ নামেৰেও জনা যায়। অসমৰ গৌৰীসাগৰ, কাকডোঙা, ধৱলী, ভীমপাৰা আদি নৈপৰীয়া অঞ্চলৰ লোক মৃৎ শিল্পৰ লগ ...

                                               

ওড়িশাৰ শিলৰ খোদাই

ওড়িশাৰ শিলৰ খোদাই শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা ...

                                               

কোণ্ডাপল্লী খেলনা

কোণ্ডাপল্লী খেলনা ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ ওচৰৰ কৃষ্ণা জিলাৰ এখন গাওঁ কোণ্ডাপল্লীত কাঠৰে তৈয়াৰ কৰা খেলনাৰ প্ৰকাৰ। কোণ্ডাপল্লীৰ বুম্মলা কলনী বা খেলনাৰ কলনীত এই শিল্প চৰ্চা কৰা হয়। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি আইন, ১৯৯৯ অনুসৰি অন্ধ্ৰ প্ৰদেশৰ ...

                                               

চান্নাপাটনা খেলনা

চান্নাপাটনা খেলনা ভাৰত কৰ্ণাটক ৰাজ্যৰ চান্নাপাটনা চহৰৰ একপ্ৰকাৰৰ প্ৰাচীন কাঠৰ হস্তশিল্প। এই শিল্পৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুতলা, খেলনা, ফল-মূল পাচলি আদিৰ আকৃতি, গাড়ী, হুইছেল, বাঁহী, মানৱ আকৃতি আদি বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী কাঠেৰে প্ৰস্তুত কৰা হয ...

                                               

নাচিয়াৰকইল চাকি

নাচিয়াৰকইল চাকি হৈছে ভাৰতৰ তামিলনাডুৰ নাচিয়াৰ কইল চহৰৰ কাম্মালাৰ পথত শৃংখলাৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ অলংকাৰিক পিতলৰ চাকি। এই পাৰম্পৰিক হস্তশিল্পত পিতলৰ দীঘল স্তম্ভৰ ওপৰত কাৰুকাৰ্য খচিত চাকি থাকে। বিভিন্ন আকাৰত তৈয়াৰ কৰা এই চাকিৰ চাৰিটা অংশ থাকে ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →