ⓘ Free online encyclopedia. Did you know? page 92



                                               

খৰিচা

খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধিয ...

                                               

চুঙা পিঠা

চুঙা পিঠা কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়। পিঠাগুড়ি গুড় মিহলোৱা পানীৰে সানি বাঁহৰ ...

                                               

চুলাই

চুলাই উত্তৰ-পূব ভাৰতীয় ৰাজ্য অসমত তৈয়াৰ কৰা এবিধ বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়। ইয়াক ৰেক্তিফাইড স্পিৰিট বা সংশোধিত স্পিৰিট বুলিও কোৱা হয়। ৰাসায়নিক ভাবে ই হৈছে ইথানল আৰু ইয়াৰ ৰাসায়নিক সংকেত C 2 H 5 OH । চুলাইক উত্তৰ ...

                                               

জহা চাউল

জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী হোৱাৰ হেতুকে চাউলবিধ মূলতঃ অসমতেই উৎপাদিত হয়। জহা চাউলত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সুগন্ধি ২-এচিটাইল-১-পাইৰ’লাইন নিহিত হৈ থকাৰ বাবে চাউলবিধ নিজস্ব গোন্ধ ...

                                               

টেকেলি পিঠা

টেকেলি পিঠা অসমৰ স্থানীয় পিঠা। এই পিঠা বনাবলৈ অতি সহজ। আৰৈ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হলেই এইবিধ পিঠা সাজিব পাৰি। প্ৰথমে মধ্যমীয়া মাটিৰ টেকেলি এটাত পেটলৈকে পানী পূৰাই জুইৰ ওপৰত থ’ব লাগে। আৰৈ চ ...

                                               

টোপোলা ভাত

টোপোলা ভাত চাউলৰপৰা প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, জয়পুৰ আদিৰ উপৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু প্ৰভৃতি অঞ্চলত বসবাস কৰা শ্যামচীন গোষ্ঠীৰ টাইফাকেসকলে টোপোলা ভাত প্ৰস্তুত কৰে। বিভিন্ন উৎসৱ পৰৱত নিজে খোৱাৰ উপৰি ...

                                               

ডখৰা খাৰ

একাধিক মুছলমান ঐতিহাসিকৰ উপৰিও বিদেশী পৰ্যটক বৰ্ণিয়াৰ চাহাবে অসমীয়া মানুহে খাৰ খোৱাৰ কথা উল্লেখ কৰাটোেৱে অসমত খাৰৰ প্ৰাচীনতাৰ কথা সূচায়। খাৰ দুবিধ - কলাখাৰ আৰু উখৰা খাৰ।

                                               

তিল পিঠা

তিল পিঠা বা খোলাচপৰীয়া পিঠা হৈছে অসমীয়া লোকসকলে বিহু বা অন্যান্য অনুষ্ঠানত খাবৰ বাবে তৈয়াৰ কৰা এক পিঠা বিশেষ। এই পিঠাৰ বৰণ বগা, ভিতৰত তিল, গুৰ, নাৰিকলৰ প্ৰলেপ এটা থাকে। ইয়াৰ আকৃতি চুঙা বা অৰ্ধচন্দ্ৰৰ দৰে। শুকান পিঠাগুৰিৰে তৈয়াৰ কৰা ই এক তেল ...

                                               

নামচিং

নামচিং হল মিচিংসকলৰ মাজত প্ৰচলিত এবিধ সুস্বাদু খাদ্য। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই খাদ্য উপকৰণটি মিচিং অধ্যুষিত অঞ্চলত বহুলভাৱে পোৱা যায়। অনামিচিংসকলৰ মাজতো এনেধৰণৰ খাদ্য প্ৰচলিত যদিও বাকীসকল জনগোষ্ঠীৰ লোকে ইয়াক শুকতি বা চুঙাত থোৱা ছাটনি বুলি ...

                                               

পঁইতা ভাত

পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থ ...

                                               

পানীটেঙা

পানীটেঙা প্ৰস্তুত কৰিবৰ বাবে যাৱতীয় সামগ্ৰীসমূহ হৈছে সৰিয়হৰ গুটি, লাইশাকৰ গুটি সৰিয়হৰ ১/৪ অংশৰ সমান, কাজিনেমু বা থেকেৰা, নিমখ আৰু কলপাত। প্ৰথমেই সৰিয়হ আৰু লাইশাকৰ গুটিখিনি ভালদৰে ধুই একেলগ কৰি ৰদত শুকুৱাই লোৱা হয়। পানীভাগ সম্পূৰ্ণৰূপে শুকোৱা ...

                                               

পিঠা

পিঠা হৈছে মুখ্যতঃ পিঠাগুৰিৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া মিঠাই। পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে। অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন ...

                                               

বিহুৰ খাদ্য

বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, ব’হাগ বিহু বা ৰঙালী বিহু, মাঘ বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু । বিহু উৎসৱৰ লগত খোৱা-বোৱাৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বিশেষকৈ ভোগালী বিহু খেতি চপোৱাৰ প ...

                                               

বোকা চাউল

বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হ ...

                                               

বৰা চাউল

বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা, বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে। অসমত প্ৰ ...

                                               

মছলা চাহ

মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি কলা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হ ...

                                               

মাহ প্ৰসাদ

মাহ প্ৰসাদ হল অসমৰ নামঘৰ আৰু মন্দিৰ সমুহত নৈবদ্য হিচাপে ব্যৱহৃত এবিধ পাৰম্পাৰিক প্ৰসাদ। ফলা বা গুটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবদ্য হিচাপে উৎসৰ্গা কৰাৰ সময ...

                                               

লাও

লাও হল মূলতঃ টাই সকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত পানীয় যাক অসম,চীন,শান, থাইলেণ্ড আৰু লাওছৰ টাই সকলে নিৰ্মাণ আৰু প্ৰয়োগ কৰে। অসম আৰু উত্তৰ পূৰ্ব্বাঞ্চলত লাওৰ প্ৰয়োগ যথেষ্ট হয়। বিশেষকৈ অসমৰ টাই আহোম সকলৰ মাজত ইয়াৰ প্ৰয়োগ যথেষ্ট।

                                               

লুক লাও

লুক লাও চেপা ৰসৰ পৰা প্ৰস্তুত হয় বাবে ইয়াৰ ৰং সোণালী আৰু ইয়াৰ গোন্ধো অতি সুন্দৰ। ইয়াৰ এটা মিঠা সোৱাদ থাকে। লুক লাওত সুৰাগত গুণৰ শতকৰা হাৰ alcohol percentage নাম লাওতকৈ বেচি থাকে। এই পানীয় কেবাবিধ বনৌষধিৰ ৰস মিলাই বনোৱা বাবে ই স্বাস্থ্যকৰ পান ...

                                               

সাঁজ পানী

নাম লাও হল লাওৰ পনীয়া ৰূপ সেয়েহে নাম লাও অইন লাও সমূহতকৈ ৰঙ আৰু গাঢ়তাৰ ক্ষেত্ৰত পনীয়া হয়। ইয়াক অইন সকলো লাওৰ দৰে চাউল,ভীমকল নাইবা কঠাল আদিৰ পৰা প্ৰস্তুত কৰিব পৰা যায়। নাম লাও শব্দটো টাই আহোম ভাষাৰ পৰা আহিছে। নাম মানে হল পানী বা পনীয়া আৰু ...

                                               

সান্দহ

উখুৱা চাউল শুকানে ভাজি তাক গুড়ি কৰি তৈয়াৰ কৰা এবিধ অসমীয়া জলপান, সাধাৰণতে চেনি আৰু গাখীৰৰ সৈতে খোৱা হয়। সান্দহ হল অসমীয়া লোকে আহাৰ হিচাপে গ্ৰহণ কৰা এবিধ সঘু খাদ্য, অসমীয়াৰ অন্যান্য জলপানৰ ইও অন্যতম। সান্দহ-গুড়ি বা কৰাই গুড়ি অথবা সান্দহে এ ...

                                               

জেং বিহু

জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন ক ...

                                               

ঝুমুৰ

ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্‌যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হলেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। এই নৃত্যত নাচনীসকলে একেলগে হাতত ধৰাধৰি কৰি এটা ...

                                               

দেওধনী নৃত্য

দেওধনী নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন ঠা ...

                                               

বহুৱা নৃত্য

বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে। প্ৰতি দুবছৰৰ অন্তত ...

                                               

বাগৰুম্বা

বাগৰুম্বা হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। বগ্ৰুম বাগ্ৰুম মৌছাদে বাক্যাংশৰ অৰ্থ হল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা ...

                                               

বিহু নৃত্য

বিহু নৃত্য হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।

                                               

মাটি আখৰা

সত্ৰীয়া নৃত্যৰ বাবে মাটি আখৰা অপৰিহাৰ্য। ইয়াৰ দ্বাৰা শৰীৰটো নাচৰ উপযোগী হোৱাৰ লগতে বিভিন্ন ভংগী শুদ্ধভাবে দিয়াত সুবিধা হয়। তদুপৰি সত্ৰীয়া নাচৰ বেলা শাস্ত্ৰীয় নৃত্য কলাৰ অভিনয়ে হস্তত আৰম্ভ কৰি ৰণলৈকে বিশেষ শিক্ষা নিদিলেও এই মাটি আখৰা শিকিয় ...

                                               

সত্ৰীয়া নৃত্য

সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। সত্ৰীয়া নৃত্যৰ সত্ৰীয়া শব্দটো সত্ৰৰ পৰা আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাএই নৃত্যধা ...

                                               

সূত্ৰধাৰ নৃত্য

সূত্ৰধাৰ নৃত্য সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা ...

                                               

আকাশবাণী গুৱাহাটী

আকাশবাণী গুৱাহাটী হল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলা হয়। ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত ...

                                               

ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)

ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এন্টাৰতেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ ...

                                               

জোনাক (দূৰদৰ্শন কেন্দ্ৰ)

জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী ...

                                               

ডী ডী অসম

ডী ডী অসম হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ ...

                                               

নিউজ লাইভ

নিউজ লাইভ ইংৰাজী: News Live হৈছে ২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত প্ৰতিষ্ঠিত উত্তৰ-পূব ভাৰতৰ এটা ২৪ ঘণ্টীয়া নিউজ চেনেল। এইটো উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট তথা প্ৰথম বিনামূলীয়া ফ্ৰী টু এয়াৰ চেটেলাইট নিউজ চেনেল বৰ্তমান পে চেনেল। এই চেনেলত অসমীয়া ভাষ ...

                                               

নিউজ ১৮ অসম-নৰ্থ ইষ্ট

নিউজ ১৮ অসম-নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট নিউজ চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটো নেটৱৰ্ক১৮ গোষ্ঠীৰ। ইয়াত অসমীয়া আৰু ইংৰাজী ভাষাত অসম তথা উত্তৰ-পূব ভাৰতৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্ত ...

                                               

প্ৰতিদিন টাইম

প্ৰতিদিন টাইম ইংৰাজী: Pratidin Time অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, চলচ্চিত্ৰ, কলা-সংস্কৃতি আদি বিষয়ক বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয়।

                                               

প্ৰাগ নিউজ

প্ৰাগ নিউজ ইংৰাজী: Prag News উত্তৰ-পূব ভাৰতৰ সকলোতকৈ পুৰণি চেটেলাইট নিউজ চেনেল। ২০০১ চনৰ ৪ মাৰ্চত এই চেনেলটো উদ্বোধন কৰা হৈছিল। প্ৰাগ নিউজত প্ৰধানকৈ অসমীয়া ভাষাত বাতৰি পৰিৱেশন কৰা হয়। তাৰ উপৰিও এই চেনেলত বিভিন্ন সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত ...

                                               

ফকাছ এন.ই.

ফকাছ এন.ই. ইংৰাজী: Focus NE পূৰ্বৰ এন.ই. টি.ভি. উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট নিউজ চেনেল আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, কক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱ ...

                                               

ৰং (দূৰদৰ্শন কেন্দ্ৰ)

ৰং এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু, নৰ্থ ইষ্ট লাইভ

                                               

ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)

ৰামধেনু এটা অসমীয়া ভাষাৰ সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেমসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম সংগ ...

                                               

ৰেঙণি টিভি

ৰেঙণি অসমীয়া ভাষাৰ সাধাৰণ মনোৰঞ্জনমূলক টিভি চেনেল। গুৱাহাটীৰ এ এম টেলিভিছন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন ধৰ্মী কাৰ্যসূচী প্ৰচাৰ কৰা হয়।

                                               

একতাৰা

একতাৰা তত বাদ্যৰ অন্তৰ্গত। একতাৰাৰ আন এটি নাম লাওটোকাৰী । ইয়াৰ নিৰ্মাণ প্ৰণালী এনেধৰণৰ- পানী লাওৰ খোলা এটাৰ এমূৰে ঘূৰণীয়াকৈ কাটি এপাব বাঁহৰ এটা মূৰে গাঁঠি ৰাখি বাকী ফলা কামি দুচটাক খোলাটোত বান্ধি লোৱা হয়। এতিয়া লাওখোলাটোৰ তলমূৰে বিন্ধা উলিয়া ...

                                               

কৰতাল

কৰতাল প্ৰায় ৮ ইঞ্চি দীঘল গুৰি বাঁহ এপাব ফালি চাৰিডোখৰ কৰি তাৰে কৰতাল ভাগৰপৰা দুয়ো মূৰে ক্ৰমে সৰুকৈ চাঁচি লোৱা হয়। দুয়োখন হাতত দুপাতকৈ এই বাঁহ কেইচটাই লৈ কৌশলেৰে কলাপূৰ্ণভাৱে বাঁহ কেইচটাই পৰস্পৰে আঘাত কৰাকৈ হাত দুখন মেলি আৰু জপাই কৰতাল বজাব পা ...

                                               

খঞ্জৰী

খঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা হয়। খোলটো তিনি বা চাৰি ইঞ্চি ডাঠ কৰি ল’ব লাগে। এই খোলাটো কাঠৰ পাৰটোত বিন্ধা কৰি ধাতুৰ সৰু সৰু তাল তিনি বা চাৰিখনকৈ একেলগ কৰি তাঁৰৰ শলাৰে বান্ধি ৰখা হয়। এ ...

                                               

খোল

খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হল। বিশেষকৈ, পূৱভাৰতৰ অসম, বঙ্গ, মণিপুৰ আৰু উৰিষ্যাত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্ ...

                                               

গগনা

গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। মিচিং ভা ...

                                               

টকা (বাদ্য)

টকা হৈছে অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। এই বাদ্যৰ ব্যৱহাৰ অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে এই বাদ্যটি অতি সুলভ। বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতপৰিৰ চন্দকে ...

                                               

টোকাৰী

টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য৷ আম বা চাম কাঠৰ খোলা এটাত সাধা ...

                                               

ঢোল

ঢোল অসমৰ জনসংস্কৃতিত সকলোতকৈ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →