ⓘ Free online encyclopedia. Did you know? page 9



                                               

চাৰ্লছ ডাৰউইন

চাৰ্লছ ডাৰউইন আছিল এগৰাকী যুগান্তকাৰী প্ৰকৃতি আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি মানৱ সমাজত খলকনি তোলাৰ লগতে সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা ওফৰাবলৈ সক্ষম হৈছিল।

                                               

গঙ্গা নদী

গঙ্গা) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তৰ্জাতিক নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2.525 km ; উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ ...

                                               

ভোলানাথ বৰুৱা মহাবিদ্যালয়

ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান। অসম তথা ভাৰতৰ প্ৰখ্যাত উদ্যোগী ভোলানাথ বৰুৱালৈ শ্ৰদ্ধা জনাই এইখনি শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। ১৯৪৩ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ...

                                               

দীপৰ বিল

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা ...

                                               

শান্তনু তামূলী

শান্তনু তামূলী অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগ ...

                                               

শিল

উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়। ৰূপান্তৰিত শিল Metamorphic rock: আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপড় পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল marble, শ্লেট slate আদি। গেদীয় শিল Se ...

                                               

মাউণ্ট ফুজি

মাউণ্ট ফুজি বা Mount Fuji, Mount Fuji 富士山, Fuji-san জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা3.776 মিটাৰs 12.388 ফুট। লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্ ...

                                               

মাউণ্ট কিলিমাঞ্জাৰ

মাউণ্ট কিলিমাঞ্জাৰ, টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি ৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব, মাৱেঞ্জি, আৰু শ্বিৰা ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷

                                               

শিক্ষা

ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে: শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায় জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আ ...

                                               

শিক্ষা মনোবিজ্ঞান

মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান । শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই ল ...

                                               

শিশু শিক্ষা সমিতি, অসম

শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা। ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। ...

                                               

ইন্দিৰা মিৰি

ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্য ...

                                               

অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু ...

                                               

প্ৰহ্লাদ চন্দ্ৰ তাছা

প্ৰহ্লাদ চন্দ্ৰ তাছা এগৰাকী ভাৰতীয় লিখক আৰু শিক্ষাবিদ। শিক্ষা বিষয়ক ৰচনাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ ২০১৭ চনলৈ অসম সাহিত্য সভাৰ উপসভাপতি আছিল। ইয়াৰ আগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিয়োজিত আছিল। তেওঁৰ শিক্ষা আৰু সামাজিক সমস্যাৰ ...

                                               

উমাকান্ত শৰ্মা

উমাকান্ত শৰ্মা এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৮ চনত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে।

                                               

শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ

শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ হৈছে কমলপুৰ অঞ্চলৰ এখন লেখত লবলগীয়া বিদ্যালয়। ২০০১ চনৰ ১ জানুৱাৰী তাৰিখে বৃহত্তৰ কমলপুৰ অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।

                                               

অসমীয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়া হল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৮,৪৭৪টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়। সক্ ...

                                               

বেণুধৰ ৰাজখোৱা

বেণুধৰ ৰাজখোৱা বিশিষ্ট সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ। বেণুধৰ ৰাজখুৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছ ...

                                               

কল্পনা পাটোৱাৰী

কল্পনা পাটোৱাৰী অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে ...

                                               

উৰ্মিলা মহন্ত

উৰ্মিলা মহন্ত এগৰাকী ভাৰতীয় অভিনেত্ৰী। পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দুৰদৰ্শনৰ চিৰিজ আদিত অভিনয় কৰিছে। ২০১২ চনত প্ৰথমবাৰৰ বাবে তামিল অপৰাধ থ্ৰিলাৰ ...

                                               

সংস্কৃতি

সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমা ...

                                               

অসমীয়া লোক-সংস্কৃতি

কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।

                                               

বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্ ...

                                               

১৫ এপ্ৰিল

১৯৭২ - মন্দিৰা বেদী, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ আৰু টেলিভিছন এংকৰ। ১৪৫২ - লিঅনাৰ্ড দা ভিন্সি, ইটালীয়ান নৱজাগৰণ যুগৰ কালজয়ী চিত্ৰশিল্পী। মৃত্যু: ১৫১৯ ১৯৯০ - এমা ৱাটছন, বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। ১৪৬৯ - গুৰু নানক, শিখ ধ ...

                                               

ইংৰাজী ভাষা

ইংৰাজী ইণ্ডো-ইউৰোপীয় ভাষা-পৰিয়ালৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ এংগল্‌চ, ছেক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল। ১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ Great Vowel Shift সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে ...

                                               

ব্ৰুণেই

ব্ৰুণেই দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চ ...

                                               

গীতা হাতীকাকতি

গীতা হাতীকাকতি এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। তেখেতে এখনি পানচৈ উটি যায় আহা না, তৰা আখৰে কবিতা লিখি, জোন জ্বলে সপোনৰ, সোণফুল যেন ৰদৰ পখিলা, নিলগতে থাকা নাহিবা কাষলে আদি গীত ৰচনা কৰিছ ...

                                               

দক্ষিণ কোৰিয়া

দক্ষিণ কোৰিয়া এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম দেহান মিন্গুক । দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীন। ছিউল ...

                                               

কেৰুমণি

কেৰুমণি বা কেৰু হৈছে অসমীয়া পম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। ইয়াল অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল। অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্ ...

                                               

খিলঞ্জীয়া লোক

খিলঞ্জীয়া লোকসকল হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে শেহতীয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰ, থল ...

                                               

জাহ্নু বৰুৱা

জাহ্নু বৰুৱা একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

                                               

ৰাখাল পূজা

ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ ...

                                               

এলজিবিটি সমাজ

এলজিবিটিকিউ+ সমাজ হল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখী থকা লেছবিয়ান, গে’, বাইচেক্সুৱেল আৰু পৃথক লিংগ পৰিচয় থকা ট্ৰান্সজেণ্ডাৰ তথা কুইয়াৰ সকলৰ একত্ৰিত সমাজ। এই সমাজখনে গৌৰৱেৰে নিজক আঁকোৱালি নিজস্বতাক উদযাপন কৰে। ...

                                               

সাম্যবাদী সমাজ

সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সাম ...

                                               

বীণাপাণি নাট্য সমাজ

চাৰিআলি বীণাপাণি নাট্য সমাজ বিশ্বনাথ চাৰিআলিৰ এটা সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু ক্ৰীড়া জগতত এই অনুষ্ঠানটিয়ে অগ্ৰণী ভুমিকা লৈ আহিছে। ১৯৩১ চনৰ নবেম্বৰ মাহত এই অনুষ্ঠানৰ জন্ম হৈছিল।১৯৩১ চনৰ ১ ...

                                               

মেঘালয়ৰ মাতৃবংশীয় সমাজ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে। ...

                                               

সীতানাথ ব্ৰহ্মচৌধুৰী

সীতানাথ ব্ৰহ্মচৌধুৰী অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।

                                               

২৪ মাৰ্চ

২৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৩ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল। তেওঁ ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁ ...

                                               

অম্বিকাগিৰি ৰায়চৌধুৰী

অম্বিকাগিৰি ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু ...

                                               

২০ আগষ্ট

২০ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম দিন। বছৰ শেষ হবলৈ ১৩৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

১৫ জুন

১৫ জুন ইংৰাজী: 15 June হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম অধিবৰ্ষত ১৬৭তম দিন। বছৰ শেষ হবলৈ ১৯৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল - ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ...

                                               

১১ ছেপ্টেম্বৰ

১১ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম দিন। বছৰ শেষ হবলৈ ১১১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

৩১ মাৰ্চ

১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল। ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল। ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়। ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়। ১ ...

                                               

সাহিত্য

লিখন-শিল্পক এক কথাত সাহিত্য বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য । ...

                                               

অসম সাহিত্য সভা

অসম সাহিত্য সভা ৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত ...

                                               

আহোম সাহিত্য

টাই আহোম সাহিত্য হল প্ৰাচীন টাই সাহিত্যৰ পৰা বিকশিত হোৱা সাহিত্য যি মধ্যযুগৰ অসমৰ ৰাজসাহিত্য আছিল। ই চীনৰ গুৱাঙচি অঞ্চলৰ পৰা আৰম্ভ হৈছিল। আহোম সাহিত্যত নিজা আহোম লিপি আৰু ভাষাৰ প্ৰয়োগ হয় যি ইয়াক উচ্চখাপৰ সাহিত্য বুলি প্ৰমাণ কৰে। ইয়াত টাই সাহি ...

                                               

আধুনিক গল্প সাহিত্য

আধুনিক গল্প সাহিত্য হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

                                               

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। ৩১ জানুৱাৰীৰ দিনা মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণী গ্ৰন্থ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →