ⓘ Free online encyclopedia. Did you know? page 88



                                               

ডিমাপুৰ জিলা

ডিমাপুৰ নাগালেণ্ডৰ এখন জিলা। ইয়াৰ সদৰ ঠাই হৈছে ডিমাপুৰ চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত আটাইতকৈ জনবহুল জিলা।

                                               

পেৰেণ জিলা

পেৰেণ জিলাৰ পশ্চিমে অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে কহিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷ পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ New Peren৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ ...

                                               

ফেক জিলা

ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।

                                               

মন জিলা

মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পশ্চিমে অসম, পূবে ম্যানমাৰ আৰু দক্ষিণে লংলেং আৰু টুৱনচাং জিলা৷ জিলাখনৰ সদৰঠাই মন চহৰ৷

                                               

মোককচাং জিলা

মোককচাং জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷ জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷

                                               

লংলেং জিলা

লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ ৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷

                                               

ৱখা জিলা

ব্ৰিটিছৰ শাসনৰ সময়ত ৱখা জিলা ১৮৭৮ লৈকে নাগা হিলছ জিলা Naga Hills District-ৰ সদৰ ঠাই আছিল। পৰৱৰ্ত্তী কালত এই সদৰ ঠাই কহিমালৈ স্থানান্তৰ কৰা হয় আৰু ৱখাক পৃথক মহকুমা হিচাপে স্বীকৃতি দিয়া হয়। ১৮৮৯ চনত এই মহকুমা মোককচাং মহকুমাৰ সৈতে যোগ দিয়া হয়। ...

                                               

অৰৰিয়া জিলা

অৰৰিয়া জিলা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।

                                               

অৰৱল জিলা

অৰৱল জিলা ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।

                                               

ঔৰংগাবাদ জিলা, বিহাৰ

২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যা ২,৫৪০,০৭৩জন। জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬০জন ২০০০ প্ৰতি বৰ্গ মাইল। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৬ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭২.৭৭%। ২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগ ...

                                               

উখৰুল জিলা

উখৰুল উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।

                                               

চান্দেল জিলা

চান্দেল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷

                                               

চুড়াচান্দপুৰ জিলা

চুড়াচান্দপুৰ জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷

                                               

তামেংলং জিলা

তামেংলং জিলা ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷

                                               

থৌবাল জিলা

থৌবাল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত। থৌবাল জিলাৰ মুঠ মাটিকালি ৫১৪ বৰ্গ ক ...

                                               

পশ্চিম ইম্ফল জিলা

পশ্চিম ইম্ফল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা মণিপুৰৰ জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ৷

                                               

পূব ইম্ফল জিলা

পূব ইম্ফল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ পিছতে এই জিলা মণিপুৰৰ দ্বিতীয় জনবহুল জিলা৷ ১৯৯৭ চনৰ ১৮ জুনত পূব ইম্ফল জিলা প্ৰতিষ্ঠা হয়৷

                                               

বিষ্ণুপুৰ জিলা

বিষ্ণুপুৰ জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।

                                               

সেনাপতি জিলা

সেনাপতি জিলা ৯৩.২৯° আৰু ৯৪.১৫° পূব দ্ৰাঘিমাংশ আৰু ২৪.৩৭° আৰু ২৫.৩৭° উত্তৰ অক্ষাংশত অৱস্থিত৷ জিলাখনৰ দক্ষিণে কংপকপি জিলা Kangpokpi District, পূবে উখৰুল জিলা, পশ্চিমে তামেংলং জিলা আৰু উত্তৰে নাগালেণ্ডৰ ক’হিমা আৰু ফেক জিলা অৱস্থিত৷ এই জিলা সাগৰপৃষ্ঠ ...

                                               

উত্তৰ গাৰো পাৰ্বত্য জিলা

উত্তৰ গাৰো পাৰ্বত্য ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৰেচুবেলপাৰাত অৱস্থিত। জিলাখনৰ আয়তন ১,১১৩ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,১৮,৩২৫ জন।

                                               

দক্ষিণ গাৰো পাৰ্বত্য জিলা

দক্ষিণ গাৰো পাৰ্বত্য ইংৰাজী: South Garo Hills ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা out of 7। জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।

                                               

দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা

দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত

                                               

পশ্চিম খাছী পাৰ্বত্য জিলা

পশ্চিম খাছী পাৰ্বত্য জিলাখন খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে, যাক ১৯৭৬ চনৰ ২৮ অক্টোবৰত পশ্চিম আৰু পূৱ খাছী পাৰ্বত্য জিলাত হিচাপে বিভক্ত কৰা হৈছিল।

                                               

পূব গাৰো পাৰ্বত্য জিলা

পূব গাৰো পাৰ্বত্য ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৱিলিয়ামনগৰত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৩১৭,৯১৭জন।

                                               

অভয়াপুৰী

অভয়াপুৰী অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷

                                               

আমগুৰি

২০১১ চনৰ লোকপিয়ল অনুসৰি, আমগুৰিৰ মুঠ জনসংখ্যা ৮,০০২ গৰাকী। ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। আমগুৰিৰ জনসংখ্যাৰ ১০.২৭% ছয় বছৰ বয়সৰ অনুৰ্ধৰ। আমগুৰিৰ গড় সাক্ষৰতাৰ হাৰ ৯১.৭১%। ইয়াৰে পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৯৩.৮৬% আৰু ৮৯.২২%।

                                               

উত্তৰ গুৱাহাটী

উত্তৰ গুৱাহাটীক দুৰ্জয় বুলিও জনা যায়, যি পাল সাম্ৰাজ্যত ঐতিহাসিক কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। মধ্যযুগৰ আৰম্ভণিভাগত ঠাইখিনিক কামৰূপ নগৰ বুলিও জনা গৈছিল। উত্তৰ গুৱাহাটী পৌৰাণিক মন্দিৰ, পথ, দলং, দুৰ্গ আৰু পৰিকল্পিত খাৱৈৰে পৰিপূৰ্ণ হৈ আছে। অশ্বক্লান ...

                                               

উমৰাংছু

উমৰাংছু অসমৰ ডিমা হাছাও জিলাৰ এখন সৰু চহৰ। চহৰখন অসম আৰু মেঘালয়ৰ সীমাত অৱস্থিত, আৰু ডিমা হাচাও জিলাৰ সদৰঠাই হাফলঙৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১১২ কিলোমিটাৰ। উমৰাংছু চহৰখনে কেইবা দশকো ধৰি সন্ত্ৰাসবাদৰ সমস্যাৰ সৈতে যুঁজি আছে, বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ ...

                                               

ওদালগুৰি

ওদালগুৰি নামৰ উৎপত্তি "ওদাল" নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল" মানে এডাল গছ ইয়াৰ লগত গুৰি অৰ্থাৎ শিপা যোগ কৰি ওদালগুৰি নাম সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি ...

                                               

কমলপুৰ

কমলপুৰ অসমৰ কামৰূপ জিলাত অৱস্থিত এটা উন্নয়নশীল অঞ্চল তথা কামৰূপ জিলাৰ ১৪ টা উন্নয়ন খণ্ডৰ মাজৰ এটা । চৰকাৰী নথি মতে কমলপুৰ উন্নয়ন খণ্ডৰ ক্ৰমিক নং ১৮২ । এইটো উন্নয়ন খণ্ডৰ অধীনত ১২ খন গাওঁ পঞ্চায়ত, ৬৬ খন গাওঁ আৰু ২১৬৩৯ টা পৰিয়াল আছে ।

                                               

কামপুৰ

অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ ...

                                               

কোকৰাঝাৰ

কোকৰাঝাৰ অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। কোকৰাঝাৰৰ বড়োফা নগৰত "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ অন্তৰ্ভুক্ত।

                                               

খাৰুপেটীয়া

খাৰুপেটীয়া অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

                                               

গোগামুখ

গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰ খন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াৰ মিচিং লোকৰ ঘন জনবসতি আছে। মিচিং সকলৰ স্বায়ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্য ...

                                               

গোলাঘাট

গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু গোলা অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে।

                                               

গোসাঁইগাঁও

২০১১ চনৰ লোকপিয়ল অনুসৰি গোসাঁইগাঁৱৰ মুঠ জনসংখ্যা ১৩,২৬৭ জন। ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ। গোসাঁইগাঁৱৰ গড় সাক্ষৰতাৰ ৭৬% হাৰ। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮২% আৰু ৬৮%।

                                               

গৌৰীপুৰ

গৌৰীপুৰ অঞ্চলটোৰ স্থাপনৰ সৈতে ইয়াৰ মূল প্ৰতিষ্ঠাতা ৰঙামাটিৰ জমিনদাৰ ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ এটা জনশ্ৰুতি আছে। এদিন, ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাই অৰণ্যত চিকাৰৰ বাবে যাওঁতে কোনো এক ঠাইত এটা ভেকুলীয়ে সাপ ভক্ষণ কৰা দেখিবলৈ পায়। এই অসাধাৰণ ঘটনাটো দে ...

                                               

ঘিলামৰা

ঘিলামৰা অঞ্চলটো ঘিলামৰা অৰক্ষী থানা আৰু ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি জিলা, দক্ষিণে গোগামুখ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ নদ। ঘিলামৰা এখন সমতল ঠাই। সৰ্বমুঠ ২৬৯ বৰ্গ কি:মি: লৈ অঞ্চলটো বিয়পি আছে।

                                               

চাপাখোৱা

চাপাখোৱা নগৰখনই হৈছে অসমৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন নগৰ। চাপাখোৱা, তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ সদৰ ঠাই। তিনিচুকীয়া জিলাৰ পৰা চাপাখোৱালৈ দূৰত্বত প্ৰায় ৭০ কিলোমিটাৰ। চাপাখোৱা নগৰৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। আগতে চাপাখো ...

                                               

চাপৰ

২০১১ চনৰ লোকপিয়ল অনুসৰি চাপৰৰ মুঠ জনসংখ্যা ১৮,৫৫৯ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ৷ চাপৰৰ গড় সাক্ষৰতাৰ হাৰ ৬৫% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭১% আৰু ৫৮%৷

                                               

চাবুৱা

১৮২০ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে অসমত চাহৰ উৎপাদন আৰম্ভ কৰে৷ পোনপ্ৰথমে অসমৰ চাহবাগান পতা হৈছিল চাবুৱাত ১৮৩৭ চনত৷ চাবুৱা নামটো, চাহ আৰু বুৱা অৰ্থাৎ বাগান ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়৷

                                               

চিলাপথাৰ

চিলাপথাৰ অসমৰ ধেমাজি জিলাত অৱস্থিত এখন ব্যস্ত ব্যৱসায়িক নগৰ। ধেমাজিৰ পাছতে চিলাপথাৰ নগৰখন ধেমাজি জিলাৰ প্ৰধান ঠাই।ই অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ দিশে প্ৰায় ১৬ কিমি আঁতৰত অৱস্থিত। নগৰখনৰ কেন্দ্ৰৰ পৰা অসম অৰুণাচলৰ সীমান্তত অৱস্থিত লিকাবা ...

                                               

জাগীৰোড

জাগীৰোড ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা জাগী নামৰ বাটটোৰ বাবে ইয ...

                                               

জামুগুৰিহাট

জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্ব ...

                                               

টংলা

২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি টংলাৰ মুঠ জনসংখ্যা ১৭,৩১৩ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। টংলাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১% আৰু ৭০%। ইয়াৰ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ।

                                               

টিংখং

টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি। টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ ন ...

                                               

টিহু

টিহুৰ পুৰণি নাম দিহু Dihu আছিল বুলি জনা যায়। দিহু প্ৰকৃততে এটা বড়ো ভাষাৰ শব্দ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মত অনুসৰি, DIৰ অৰ্থ পানী আৰু HU মানে সোঁত। এই নামটো টিহুৰ কাষেৰে বৈ যোৱা দিহু নামৰ নৈখনৰ পৰা অহা বুলি জনা যায়। কালক্ৰমত এই নৈখনৰ নাম টিহু ...

                                               

টীয়ক

টীয়কৰ প্ৰধান শিক্ষানুষ্ঠান ‌সমূহ হৈছে- বিদ্যালয় টীয়ক ৰজাবাৰী উচ্চতৰ মধ্যমিক বিদ্যালয়। টীয়ক উচ্চ মাধ্যমিক বালক বিদ্যালয় হলি ফ্লাৱাৰ হাই স্কুল জ্যোতি বিদ্যাপীঠ, টীয়ক টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয় মহাবিদ্যালয় জ্ঞানপীঠ একাডেমী চন্দ্ৰ ক ...

                                               

ডকমোকা

২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ। ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%।

                                               

ডবকা

২০১১ চনৰ লোকপিয়ল অনুসৰি ডবকাৰ মুঠ জনসংখ্যা ১১,০৪৩ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৮% ছয় বছৰৰ অনুৰ্ধৰ। ডবকাৰ গড় সাক্ষৰতাৰ হাৰ ৫৮%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৪% আৰু ৫১%।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →