ⓘ Free online encyclopedia. Did you know? page 85



                                               

নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন

নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্ ...

                                               

মৰিয়নি জংচন ৰেল ষ্টেচন

মৰিয়নিক ৰেলসেৱাই স্পৰ্শ কৰাৰ পিছতে কাটনীবাৰী অঞ্চলত ইংৰাজসকলে এটি জংচন পাতিছিল। প্ৰধানকৈ ককিলামুখৰ জাহাজঘাটলৈ চাহপাত কঢ়িওৱাৰ উদ্দেশ্যৰে এই জংচনটো স্থাপন কৰা হৈছিল। পৰৱৰ্তীকালত বৰ্তমানৰ স্থানলৈ অনা হয়। ১৮৮৫ চনত যোৰহাট প্ৰভিন্সিয়েল ৰেল লাইনটি খ ...

                                               

ৰঙিয়া জংচন ৰেল ষ্টেচন

ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।

                                               

ভূপেন্দ্ৰ নাথ গোস্বামী

ভূপেন্দ্ৰ নাথ গোস্বামী এগৰাকী ভাৰতীয় বতৰবিজ্ঞানী, Indian Institute of Tropical Meteorology ৰ প্ৰাক্তন ডিৰেক্টৰ আৰু Indian Institute of Science Education and Research ৰ এগৰাকী অধ্যাপক৷ তেওঁ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে প্ৰসিদ্ধ৷ ড৹ ...

                                               

কেশৰবাই কেৰকৰ

কেশৰবাই কেৰকাৰ ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী আছিল। এই ঘৰানাৰ প্ৰৱৰ্তক ওস্তাদ আল্লাদিয়া খানক ষোল্ল বছৰ বয়সত তেওঁ গুৰু হিচাপে গ্ৰহণ কৰে। কুৰি শতিকাৰ চতুৰ্থ, পঞ্চম দশকলৈ তেওঁ খয়ালৰ অন্যতম প্ৰখ্যাত কণ্ঠশি ...

                                               

ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

সাহিত্য অকাডেমি বঁটা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যৰ সন্মান। জ্ঞানপীঠ বঁটাৰ পিছতে ইয়াৰ স্থান। ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ১৯৬০ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে আৰ কে নাৰায়ণে তেওঁৰ উপন্যাস দ্য গাইড "-ৰ বাবে।

                                               

হৰিপ্ৰসাদ বৰুৱা

হৰিপ্ৰসাদ বৰুৱা অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।

                                               

আদেশ শ্ৰীবাস্তৱ

আদেশ শ্ৰীবাস্তৱ এজন ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক আছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ এশখনতকৈও বেছি হিন্দী বোলছবিত সংগীত দিছিল। জবলপুৰৰ এক কায়স্থ হিন্দু পৰিয়ালত জন্মলাভ কৰা শ্ৰীবাস্তৱে ১৯৯৩ চনত কন্যাদান ছবিত সংগীত পৰিচালনা কৰাৰ সুযোগ লাভ কৰে। এই ছবিত ...

                                               

কিশোৰ কুমাৰ

কিশোৰ কুমাৰ গাঙ্গুলি এজন বিখ্যাত ভাৰতীয় বাঙালী গায়ক আৰু নায়ক। অসাধাৰণ প্ৰতিভাশালী এই লোকজন ভাৰতৰ শ্ৰেষ্ঠতম প্লে-বেক গায়কসকলৰ মাজত অন্যতম। সাধাৰণতে গায়ক হিচাবে তেওঁক দেখা গলেও তেওঁ হিন্দী চিনেমা জগতৰ এজন গুৰুত্বপূৰ্ণ অভিনেতাও আছিল। তেখেতৰ অভি ...

                                               

তানা আৰু ৰিৰি

তানা আৰু ৰিৰি হল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ। এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল। তানা আৰু ৰিৰি ...

                                               

বনী ঠনী

বনী ঠনী ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে। কিষাণগড়ৰ মাৰৱা ...

                                               

গাৰ্গী

গাৰ্গী বাচকন্বী এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক আছিল। বৈদিক সাহিত্যত তেওঁক এগৰাকী মহান প্ৰাকৃতিক দাৰ্শনিক হিচাপে সন্মানিত কৰা হয়, বেদৰ প্ৰসিদ্ধ ব্যাখ্যাকৰক, আৰু ব্ৰহ্মবিদ্যাৰ জ্ঞান থকা ব্যক্তি হিচাপে ব্ৰহ্মবাদিনী বুলি জনা যায়। বৃহদাৰণ্যক উপনিষদ ...

                                               

মৈত্ৰেয়ী

মৈত্ৰেয়ী প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল। হিন্দু মহাকাব্য মহাভাৰত আৰু গৃহ্যসূত্ৰত অৱশ্য তেওঁক ব ...

                                               

আৰুচি নিশাংক

আৰুশি নিশাংক পণ্ট হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ৰ অধ্যক্ষ৷

                                               

দেৱদাস বনজাৰে

দেৱদাস বনজাৰে: সৎনামী সকলৰ প্ৰধান নৃত্য পন্থী ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা এগৰাকী বিশিষ্ট নৰ্তক শিল্পী । ছত্তীছগঢ়ৰ প্ৰথম মঞ্চ শিল্পী।

                                               

বৈশালী মহান্তি

বৈশালী মহান্তি হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅগ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয ...

                                               

গগনদীপ কাং

গগনদীপ কাং এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। তেওঁ ভেলুৰত অৱস্থিত খ্ৰীষ্টান মেডিকেল কলেজৰ গেষ্ট্ৰইন্টেষ্টিনেল বিজ্ঞানৰ অধ্যাপক আৰু বৰ্তমান ফৰিদাবাদত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ ট্ৰেন্সলে ...

                                               

ছিৰাজ মিনৱালা

ছিৰাজ মিনৱালা এগৰাকী ভাৰতীয় তাত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ ৰজ্জু তত্ত্ব সম্পৰ্কীয় মৌলিক গৱেষণাৰ বাবে প্ৰখ্যাত। তেওঁ বৰ্তমান মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ তাত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। ইয়াৰ আগেয়ে তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ত হাৱ ...

                                               

জগদীশ চন্দ্ৰ বসু

ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা প্ৰথম ব্যক্তি হিচাপে সদায়ে জগদীশ চন্দ্ৰ বসু ৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব ৷ তেওঁ আছিল আধুনিক ভাৰতৰ বিজ্ঞানৰ বাটকটীয়া ৷ তেওঁয়েই আছিল বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা প্ৰথম ভাৰতীয় ৷

                                               

লীলাৱতী ভট্টাচাৰ্য

লীলাৱতী ভট্টাচাৰ্য ইংৰাজী: Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবি ...

                                               

ৰজনী এ. ভিছেই

ৰজনী এ. ভিছেই এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা, আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।

                                               

আমিৰ খশ্ৰু

আমিৰ খশ্ৰুৰ জন্ম হয় ১২৫৩ চনত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পাটিয়ালিত। আমিৰ খশ্ৰুৰ পিতৃৰ নাম আছিল ছৈফুদ্দিন। তেওঁ জাতিত আছিল তুৰ্কী। কিন্ত্ত মাতৃ আছিল ভাৰতীয়।

                                               

কিৰণ দেশাই

কিৰণ দেশাই এগৰাকী ভাৰতীয় লেখিকা। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস দা ইনহেৰিটেন্স অফ লষ্ট ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে। একেখন উপন্যাসৰ বাবে তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটাও লাভ কৰিছিল।২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ আগশা ...

                                               

ৰবীন্দ্ৰনাথ ঠাকুৰ

ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰ ...

                                               

ভক্তি শৰ্মা

ভক্তি শৰ্মা এগৰাকী ভাৰতীয় সাঁতোৰবিদ । এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম। শৰ্মাই ৪১.১৪ মিনিটত ১.৪ মাইল সাঁতুৰি, এই তাপমাত্ৰাত সাঁতোৰা, লীন কক্স আৰু লুইস পিউ ৰ ৰেকৰ্ড ভংগ কৰিছে। ...

                                               

গৌতম বুদ্ধ

সিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক। অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ । বুদ্ধ শব্দৰ অৰ্থ আলোকপ্ৰাপ্ত ব্যক্তি বা দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় অজ্ ...

                                               

শিৰডীৰ সাই বাবা

১৮৫৮ত সাইবাবা শিৰডীলৈ ঘূৰি আহে। তেতিয়ালৈকে তেওঁ তেওঁৰ আঁঠুলৈকে দীঘল কফতন আদি থকা প্ৰসিদ্ধ পিন্ধন শৈলীত, কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। ভক্ত ৰামগিৰ বুআৰ মতে সাইবাবা একেবাৰে খেলুৱৈৰ দৰে লাগিছিল, তেওঁৰ দীঘল চুলি আছিল, ৰাজহাড়ৰ শেষলৈকে, যেতিয়া তেওঁ শিৰ ...

                                               

স্বামী নিগমানন্দ

স্বামী নিগমানন্দ পৰমহংস) নদীয়া জিলাৰ তেতিয়াৰ চাব-ডিভিজন কুতুবপুৰ নামৰ এখন সৰু গাঁৱত এক বাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ শ্ৰী শ্ৰী ঠাকুৰ নামেৰেও পৰিচিত। চৈতন্য মহাপ্ৰভুৱেও এই একেখন জিলাতে জন্মগ্ৰহণ কৰিছিল। সন্ন্যাস গ্ৰহণৰ পাছত তেওঁ পৰমহংস শ্ৰ ...

                                               

আন্না চান্দী

আন্না চান্দী ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। ১৯৩৭ চনত তেখেত এখন জিলা ন্যায়ালয়ত ভাৰতৰ প্ৰথম মহিলা বিচাৰকৰূপে নিযুক্ত হৈছিল। তেখেত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা বিশ্বৰ সম্ভৱতঃ দ্বিতীয়গৰাকী মহিলা আছিল। ইয়াৰ আগতে ৯১২২ চনত আমেৰিকা যুক্ত ...

                                               

কমলা হেৰিছ

কমলা দেৱী হেৰিছ এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হ ...

                                               

কল্পনা চাওলা

কল্পনা চাওলা এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্ ...

                                               

গীতা গোপীনাথ

গীতা গোপীনাথ এগৰাকী ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক। ইয়াৰ লগতে তেওঁ নেছনেল ব্যুৰ অফ ইকনমিক ৰিচাৰ্ছৰ আন্তৰ্জাতিক বিত্ত আৰু সামষ্টিক অৰ্থনীতি কাৰ্য ...

                                               

ঝুম্পা লাহিড়ী

নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।

                                               

সুন্দৰ পিচাই

পিচাই সুন্দৰাৰাজন, অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী আৰু বৰ্তমানে গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া.

                                               

কুমলী দেৱী

কুমলী দেৱী আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেঁকিয়াজুলিত ভাৰতৰ তিৰংগ পতাকা উত্তোলন কৰিবলৈ যাওঁঁতে পুলিচৰ গুলিত প্ৰাণ আহুতি দি শ্বহীদ হয়।

                                               

তৰুণ ৰাম ফুকন

গুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃ বলৰাম ফুকন গুৱাহাটীৰ এগৰাকী মান্য ব্যক্তি আছিল। জীৱনৰ প্ৰথমছোৱাত তেখেতে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত Collegiate Schoo ...

                                               

পদ্মধৰ চলিহা

পদ্মধৰ চলিহা এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আছিল। তেখেতে গীত আৰু নাটকো ৰচনা কৰিছিল। কৰ্মজীৱনত প্ৰথমে অধিবক্তা আছিল আৰু পাছলৈ শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৫৮ চনত তিনিচুকীয়াত হোৱা অসম সাহিত্য স ...

                                               

পিয়লি ফুকন

পিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন বদন বৰফুকনৰ মাজু পুতেক আছিল। সৰুতে তেওঁ হাতীৰ পৰা পাৰি ভৰি এটা ভাগিছিল, ঘূণীয়া হোৱাত মানুহে চ ...

                                               

বাহাদুৰ গাঁওবুঢ়া

বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল। তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দা ...

                                               

বীৰেণ বৰকটকী

বীৰেণ বৰকটকী বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক, সমালোচক আৰু শিক্ষাবিদ আছিল তেওঁ। ১৯৪২ চনত মহাত্মা গান্ধীৰ লগত স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাসো খাটিছিল। অসম সাহিত্য সভালৈ আগবঢ়োৱা বৰঙণিৰ বাবে বৰকটকীদেৱক ১৯৮৬ চনত কামপুৰত বহা অসম সাহ ...

                                               

সোণাৰাম চুতীয়া

সোণাৰাম চুতীয়া একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল। তেখেতে অসম চৰ ...

                                               

অসমৰ বৰষুণ

সমগ্ৰ অসমত গড়ে প্ৰতি বছৰে ১৫০০ – ২০০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে। মাৰ্চ মাহৰ মাজভাগৰপৰা ৰাজ্যখনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। জুলাই মাহৰপৰা ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ ...

                                               

আই নদী

আই ভূটানত উৎপন্ন হৈ অসমত সোমাই চিৰাং আৰু বঙাইগাঁও জিলাৰ মাজেৰে বৈ আহি মানাহ নদীত পৰিছেহি। ইয়াৰ অসমত থকা অংশৰ দৈৰ্ঘ্য হৈছে ১০৩ কিঃ মিঃ। আই নদীয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৰ গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও অংশটো বিজনী আৰু বঙাইগাঁওৰ মাজেৰে অতিক্ৰম কৰে। ২০ ...

                                               

কপিলী নদী

কপিলী নদী ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই পশ্চিম কাৰ্বি আংলং জিলা, কাৰ্বি আংলং জিলা, হোজাই জিলা, নগাঁও জিলা, মৰিগাঁও জিলাৰ মাজেৰে বৈ কামৰূপ মহানগৰ জিল ...

                                               

কলং নদী

কলং নদী নাইবা কৈলাং হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিল ...

                                               

জাঁজী নদী

জাঁজী নদী হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে। নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ কোনো এক ঠাইৰপৰা জাঁজী নদীৰ উৎপত্তি হৈছে। ১৯১৭ চনৰ মানচিত্ৰৰ মতে, জাঁজী নদী খনৰ দীঘ ১০৭ কি:মি: আৰু অৱবা ...

                                               

ডিব্ৰু নদী

ডিব্ৰু নদী হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে।

                                               

ডিমৌ নদী

ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহে। তাৰ পৰা খোৱাংৰ পৰা ৬কি:মি: পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নদী লগ লাগিছে। তাৰ পাচত ...

                                               

দিখৌ নদী

দিখৌ নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীখন দৈৰ্ঘ্য প্ৰায় ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকা ৪৩৭২ বৰ্গ কি:মি: আগুৰি আছে।

                                               

দিচাং নদী

তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লি নদী নাম লৈ নামৰূপৰ দিল্লিঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃমিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতিয়া হৈ টিমক নদীৰ লগ হয় । ইয়াৰ পৰা ৩০ কিঃমিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →