ⓘ Free online encyclopedia. Did you know? page 83



                                               

মন আৰু মৰম

মন আৰু মৰম ১৯৮০ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে নিপন গোস্বামী আৰু অঞ্জু বৰুৱাই।

                                               

মন যায় (চলচ্চিত্ৰ)

মন যায় হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহ ...

                                               

মনে মোৰ কইনা বিচাৰে

মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশি ...

                                               

মনোমতী (চলচ্চিত্ৰ)

মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই। ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। মন ...

                                               

মমতা (চলচ্চিত্ৰ)

মমতা নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতা ই ৰজত পদক ...

                                               

মহাপুৰুষ (চলচ্চিত্ৰ)

মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জয়গুৰু চিনে প্ৰডাক্‌চনৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰ ...

                                               

মহাসমৰ (চলচ্চিত্ৰ)

মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বাবে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। অকতৃত্বশীল ভাৱে গছ-গছনি কটাৰ বিৰূদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ ছবিখন নিৰ্মান কৰা বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে। জন্‌ছ মহলীয ...

                                               

মা (চলচ্চিত্ৰ)

মা (ইংৰাজী: Maa ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজ ...

                                               

মাক আৰু মৰম (চলচ্চিত্ৰ)

মাক আৰু মৰম ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি। বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত মাক ...

                                               

মাজ ৰাতি কেতেকী

মাজ ৰাতি কেতেকী সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।

                                               

মানসী

মানসী ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু বিদ্যা ৰাৱে। প্ৰখ্যাত বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। অগ ...

                                               

মানৱ আৰু দানৱ

মানৱ আৰু দানৱ ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।

                                               

মিছন চাইনা (চলচ্চিত্ৰ)

মিছন চাইনা হল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন ...

                                               

মী এণ্ড মাই ছিষ্টাৰ

মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্‌চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।

                                               

মীমাংসা (চলচ্চিত্ৰ)

মীমাংসা হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছ ৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰ ...

                                               

মৃগনাভি (চলচ্চিত্ৰ)

মৃগনাভি হল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।

                                               

যুঁজ (চলচ্চিত্ৰ)

যুঁজ ১৯৯০ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ছবি। ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য আছিল হেমেন দাসৰ। প্ৰযোজনা বিপুল বৰুৱাৰ। অসমৰ লোকসঙ্গীত আৰু শঙ্কৰী সঙ্গীতক আধাৰ স্বৰূপে লৈ ছবিৰ সঙ্গীত ৰচনা কৰিছিল খগেন মহন্ত আৰু ৰমেন বৰুৱাই। পৰম্পৰাগত গীতমাত ...

                                               

যোগ-বিয়োগ

যোগ-বিয়োগ ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ। ২০১৩ চনত যোগ বিয়োগ ছবিৰ একমাত্ৰ ...

                                               

যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)

যৌৱনে আমনি কৰে ১৯৯৮ত মুক্তি পোৱা, অশোক কুমাৰ বিষয়া পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন অসমীয়া ছবি। বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত এই ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। ছবিৰ নাম ...

                                               

লখিমী (চলচ্চিত্ৰ)

লখিমী ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ। ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল। কানামাছি নামেৰে বঙ ...

                                               

লটিঘটি

লটিঘটি হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল। চতুৰ্দশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লা ...

                                               

ললিতা

ললিতা ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।

                                               

লাচিত বৰফুকন (চলচ্চিত্ৰ)

লাচিত বৰফুকন ১৯৬১ চনত মুক্তিলাভ কৰা এখন বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। সমবায় ভিত্তিত গঠিত প্ৰাগজ্যোতি কলা মন্দিৰৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। ম ...

                                               

লাজ

লাজ ২০০৪ চনত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। সঙ্গীত পৰিচালনা তৰালী শৰ্মাৰ। অৰুণ গোস্বামীৰ চুটিগল্প ‘মাছমৰীয়া ছোৱালীৰ লাজ’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পৰিচালিকা মঞ্জু বৰাই। ২০০৫ৰ ভাৰতীয় পেনোৰামা তথ ...

                                               

লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)

লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্‌ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ। ...

                                               

লুইতক ভেটিব কোনে

লুইতক ভেটিব কোনে ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। বিস্তীৰ্ণ ফিল্মছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।

                                               

লোকেল কুং ফু

লোকেল কুংফু হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধটেকাৰৰ। ...

                                               

লোকেল কুং ফু ২

লোকেল কুং ফু ২ এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল। লোকেল কুং ফু ২ৰ কাহিনী উইলিয়াম শ্বেইকছপীয়েৰৰ হাস্ ...

                                               

শকুন্তলা (চলচ্চিত্ৰ)

শকুন্তলা ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ। ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ...

                                               

শকুন্তলা আৰু শংকৰ জোচেফ আলি

শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰ গুচি আহিবলগীয়া হয়। এগৰাকী অটো চালক শংকৰে শকুন্তলাক প্ৰত্যক্ষ কৰি নিজৰ তত্বাৱধানত তেখেতক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শংকৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যা সমূহ ভালদৰেই উ ...

                                               

শৃংখল (চলচ্চিত্ৰ)

শৃংখল হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই। অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সহযোগত ছিলভাৰ লাইন প্ৰডাক্‌চনৰ বেনাৰত বোলছবিখনৰ ...

                                               

শৈশৱতে ধেমালিতে

শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।

                                               

শ্ৰীমতী মহিমাময়ী

শ্ৰীমতী মহিমাময়ী ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা ...

                                               

শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)

শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে। নাম ভূমিকাত অৰিন্দম ...

                                               

সংস্কাৰ

সংস্কাৰ ১৯৯৭ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা, আৰু ৰঞ্জিত দাস পৰিচালিত এই ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। মূল ভূমিকাত আছিল বিষ্ণু খাৰঘৰীয়া আৰু পূৰব ...

                                               

সতী বেউলা (চলচ্চিত্ৰ)

সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল। বঙ ...

                                               

সন্তান

সন্তান ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা ...

                                               

সমীৰণ বৰুৱা আহি আছে (চলচ্চিত্ৰ)

সমীৰণ বৰুৱা আহি আছে হৈছে ২০১২ চনৰ ৩০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আৰ্কলাইটছৰ বেনাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰদ্যুৎ কুমাৰ ডেকাই। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ বহুপঠিত চুটিগল্পৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়। ইয ...

                                               

সাগৰলৈ বহু দূৰ

সাগৰলৈ বহুদূৰ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

                                               

সাত নম্বৰৰ সন্ধানত

সাত নম্বৰৰ সন্ধানত ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে। মুখ্য ভাওত অভিনয় ক ...

                                               

সাৰথি (চলচ্চিত্ৰ)

সাৰথি ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।

                                               

সূত্ৰপাত

সূত্ৰপাত ১৯৮৭ত মুক্তি পোৱা, আই.পি. প্ৰডাকচন্সৰ বেনাৰত নিৰ্মিত আৰু মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিখনত বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰ পৰিবেশ চিত্ৰিত হৈছে, যদিও ই বিদেশী বহিষ্কাৰ আন্দোলন বিষয়ক ছবি নহয়। মূল ভূমিকাত অভিনয় কৰিছে তপ ...

                                               

সূৰ্যাস্ত (চলচ্চিত্ৰ)

সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব। পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি ...

                                               

সেন্দূৰ (চলচ্চিত্ৰ)

সেন্দূৰ ১৯৮৪ চনত মুক্তি পোৱা প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত, পুলক গগৈ পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাৱে। ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল।

                                               

সোণ মইনা (চলচ্চিত্ৰ)

সোণ মইনা ১৯৮৫ত মুক্তি পোৱা এখন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে। আৰ বি প্ৰডাকচন্সৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাট ...

                                               

সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)

সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।

                                               

স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)

স্ম়তিৰ পৰশ ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু না ...

                                               

সৰাপাত (চলচ্চিত্ৰ)

সৰাপাত ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ ব ...

                                               

হলধৰ (চলচ্চিত্ৰ)

হলধৰ এখন মধুৰ হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালৰ প্ৰথম ছবিৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। গল্পকাৰ অপূৰ্ব শৰ্মাৰ এটি চুটিগল্পৰ আধাৰত সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰ ...

                                               

হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)

হালধীয়া চৰায়ে বাওধান খায় ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একেনামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে। ছবিখনে শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →