ⓘ Free online encyclopedia. Did you know? page 82



                                               

তুমি মোৰ মাথোঁ মোৰ

তুমি মোৰ মাথোঁ মোৰ হল ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰজগতৰ অন্যতম সফল ছবি। জুবিন গাৰ্গ আৰু জেৰিফা ৱাহিদে মুখ ...

                                               

তুমি যদি কোৱা

তুমি যদি কোৱা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ...

                                               

তুলা আৰু তেজা (চলচ্চিত্ৰ)

তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাকচনৰ বেনাৰত জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে জোনমণি দেৱী খাউণ্ডে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তুলা আৰু তেজা" নামৰ সাধুৰ আধাৰত ...

                                               

তেজীমলা (চলচ্চিত্ৰ)

তেজীমলা ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি ...

                                               

তোমাৰ খবৰ

তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্‌চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে। সংগীত পৰিচা ...

                                               

তৰা (অসমীয়া চলচ্চিত্ৰ)

তৰা হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়। ২০০৩ চনত অনুষ্ঠিত হোৱা ৫১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডছত এই চলচ্চিত্ৰখনে শিশুৰ বাবে শ্ৰেষ্ঠ চলচ্ ...

                                               

দাগ (চলচ্চিত্ৰ)

দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰ ...

                                               

দিকচৌ বনত পলাশ

দিকচৌ বনত পলাশ হৈছে ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে সঞ্জীৱ সভাপণ্ডিতে আৰু প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিতে আৰু কেনভাস্কপৰ বেনাৰত সহঃ প্ৰযোজক উৎপল কুমাৰ দাসে। দিকচৌ বনত পল ...

                                               

দীনবন্ধু (চলচ্চিত্ৰ)

দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত "যৌতুক" নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা "দীনবন্ধু" নাটকৰ ওপৰত ভিত ...

                                               

দুৰ্জন (চলচ্চিত্ৰ)

দুৰ্জন ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।

                                               

দুৱাৰ (চলচ্চিত্ৰ)

দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে। অপূৰ্ব শৰ্মাৰ শুভবাৰ্তা নামৰ গল্প সংকলনটোত সন্নিৱিষ্ট বা ...

                                               

দূৰণীৰ ৰঙ

দূৰণীৰ ৰঙ ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্‌ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল। ছবিখনৰ কাষ্টিঙত কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু স ...

                                               

দূৰদৰ্শন এটি যন্ত্ৰ

দূৰদৰ্শন এটি যন্ত্ৰ ২০১৬ বৰ্ষৰ এখন হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন সমগ্ৰ অসমতে সফল ৰূপে বিবেচিত হৈছে।

                                               

দ্য ফেচ (অসমীয়া চলচ্চিত্ৰ)

দা ফেচ হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্‌ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। সন্তোষী মা প্ৰডাক্‌ছনৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।

                                               

ধুমুহা (চলচ্চিত্ৰ)

ধুমুহা ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।

                                               

ধৰ্মকাই

ধৰ্মকাই ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।

                                               

নতুন পৃথিৱী

নতুন পৃথিৱী আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী ...

                                               

নয়নমণি

নয়নমণি ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচাল ...

                                               

নায়ক (চলচ্চিত্ৰ)

নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল মুনিন বৰুৱাই আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ...

                                               

নিমিলা অংক (চলচ্চিত্ৰ)

১৯৫৫ চনত মুক্তি পোৱা নিমিলা অংক একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল। লঘু-ৰসাত্মক আৰু হাস্য-কৰুণ ৰস ম ...

                                               

নৰকাসুৰ (চলচ্চিত্ৰ)

নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক নৰকাসুৰৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে। নৰকাসু ...

                                               

পখী (চলচ্চিত্ৰ)

পখী হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

                                               

পলে পলে উৰে মন

পলে পলে উৰে মন হৈছে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ডিফুৰ হিলছ মচন পিকছাৰ এছচিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱা প্ৰযোজিত ছবিখনৰ পৰিচালনা তিমথী দাস হাঞ্চেৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী ...

                                               

পাগলী (চলচ্চিত্ৰ)

পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ স ...

                                               

পানী (১৯৯৫ চলচ্চিত্ৰ)

পানী ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু স ...

                                               

পানী (২০১৪ চলচ্চিত্ৰ)

পানী হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম আৰু জে পি ফিল্ম্‌ছৰ বেনাৰত যদুমণি দত্তৰ। দীপক কুমাৰ গগৈৰ এখন একাংকিকা নাটকৰ আধাৰত যদ ...

                                               

পাপৰি

পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।

                                               

পাৰঘাট (চলচ্চিত্ৰ)

পাৰঘাট প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টু ...

                                               

পুতলা ঘৰ

পুতলা ঘৰ ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন কলা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।

                                               

পুৱতি নিশাৰ সপোন

পুৱতি নিশাৰ সপোন ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল। এজন মৌজাদাৰ, এটা চাহ খেতিয়কৰ পৰিয়াল আৰু এজন ভণ্ড ...

                                               

পূবেৰুণ (চলচ্চিত্ৰ)

পূবেৰুণ ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ...

                                               

প্ৰতিদান (চলচ্চিত্ৰ)

প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমীয়া চলচ্চিত্ৰ।এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ।পৰিচালনা দাৰা আহমেদ।মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল।অভিনয়ত আছিল নিপন গোস্বামী,বিদ্যা ৰাও,ব্ৰজেন বৰ ...

                                               

প্ৰতিধ্বনি (চলচ্চিত্ৰ)

প্ৰতিধ্বনি ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে। এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হ ...

                                               

প্ৰথম ৰাগিনী

প্ৰথম ৰাগিনী ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত, ট্ৰেঞ্চ এচিয়া ফিল্মছ ৮৬ৰ বেনাৰত নিৰ্মিত আৰু ধীৰু ভূঞা পৰিচালিত এখন অসমীয়া বোলছবি। ভূঞাৰ এইখন প্ৰথম পৰিচালিত ছবি। ৰমা দাশৰ অচল টকা শীৰ্ষক এটা গল্পৰ আধাৰত প্ৰথম ৰাগিনীৰ চিত্ৰনাট্য ৰচনা কৰিছিল গৌতম বৰা আৰু মহম্ ...

                                               

পৰিণাম

দুই সন্তান জীৱন আৰু ৰবীনত উচ্চশিক্ষাৰে শিক্ষিত কৰি মানুহ কৰি তোলাৰ সপোন দেখিছিল হৰেন্দ্ৰই। কিন্তু এদিন এই পৃথিৱীৰ মায়া এৰি তেওঁ গুছি গ.ল। ভাগ্যৰ সৈতে সংগ্ৰাম কৰি দুই সন্তানৰ সৈতে জীয়াই থাকিল হৰেন্দ্ৰৰ বিধবা পত্নী প্ৰতিভা। খলনায়কৰ অত্যাচাৰত জীৱ ...

                                               

ফিৰিঙতি (চলচ্চিত্ৰ)

ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও ...

                                               

বকুল (চলচ্চিত্ৰ)

                                               

বদন বৰফুকন (চলচ্চিত্ৰ)

বদন বৰফুকন পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল না ...

                                               

বনজুই

বনজুই ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।

                                               

বনহংস

বনহংস ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।

                                               

বনানী (চলচ্চিত্ৰ)

বনানী হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ। বোলছবিখনৰ কাহিনী পৰিৱেশ সুৰক্ষা ...

                                               

বসুন্ধৰা (চলচ্চিত্ৰ)

বসুন্ধৰা ইংৰাজী: The Earth হৈছে, ২০১০ চনৰ ১৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। সুৰভি এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত আৰু হিৰেন বৰা পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খা ...

                                               

বাঁকৰ পুতেক

বাঁকৰ পুতেক ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। ছবিখনৰ প্ৰযোজক অমল বৰুৱা আৰু পৰিচালক চন্দ্ৰ মুদৈ। প্ৰচলিত জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে।

                                               

বান (চলচ্চিত্ৰ)

বান ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।

                                               

বাৰুদ (চলচ্চিত্ৰ)

বাৰুদ ২০০৪ চনত মুক্তি লাভ কৰা এখন একচন ধৰ্মী অসমীয়া চলচ্চিত্ৰ। মুনিন বৰুৱাই চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, ...

                                               

বিউটিফুল লাইভ্‌জ (চলচ্চিত্ৰ)

বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে। চেন্সৰ বোৰ্ডৰ ...

                                               

বিপ্লৱী (চলচ্চিত্ৰ)

বিপ্লৱী ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি। চলাচল, পঞ্চ ...

                                               

বিভ্ৰাট (চলচ্চিত্ৰ)

বিভ্ৰাট ১৯৭২ চনত মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত। ১৯৬৮ চনত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা কৰা জ্যোতি চিত্ৰবনত এখন ছবিৰ আট ...

                                               

বুলবুল কেন্ ছিং

বুলবুল কেন্ ছিং আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল। ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃ ...

                                               

বৃষ্টি (চলচ্চিত্ৰ)

বৃষ্টি ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে। যদিও মূলতঃ ই এখন প্ৰেমৰ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →