ⓘ Free online encyclopedia. Did you know? page 71



                                               

দেৱদাস

দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব্বতী বা পাৰোৰ, দেৱদাসৰ প্ৰতি থকা গভীৰ অনুৰাগ, উৎকৃষ্ট প্ৰেমৰ উদাহৰণ। শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৯০০ চনত দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছত অৰ্থাৎ ১৯১৭ চন ...

                                               

দ্য অথ অফ দ্য বায়ুপুত্ৰজ

দ্য অথ অফ দ্য বায়ুপুত্ৰজ হৈছে ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই ক ...

                                               

দ্য ইমৰ্টেলছ অফ মেলুহা

দ্য ইমৰ্টেলছ অফ মেলুহা অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমণৰ সৈতে আৰম্ভ হৈছে। শিৱই ঔষধি সোমৰস পান কৰোঁতে তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰাত শিৱ তেওঁলোকৰ উদ্ধাৰকৰ ...

                                               

দ্য এলকেমিষ্ট (উপন্যাস)

দ্য এলকেমিষ্ট পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰতীকধৰ্মী এই গ্ৰন্থখনত ছাণ্টিয়াগো নামৰ এক এণ্ডালুচিয়ান ভেড়াৰখীয়া যুৱকে বাৰম্বাৰ দ ...

                                               

দ্য গড অৱ স্মল থিংছ

দ্য গড অৱ স্মল থিংছ হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰায়ৰ প্ৰথম উপন্যাস। "কাক, কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সৰু সৰু কথাবোৰে ...

                                               

দ্য চিক্ৰেট গাৰ্ডেন

দ্য চিক্ৰেট গাৰ্ডেন হল ফ্ৰান্সেছ হডছন বাৰ্নেট ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়। ই বৰ্তমান ব্ৰুনেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস সমূহৰ ভিতৰৰ এখন হোৱাৰ উপৰিও এখন ...

                                               

দ্য ছিক্ৰেট অফ দ্য নাগাজ

দ্য ছিক্ৰেট অফ দ্য নাগাজ ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজী ৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়। ইয়াত এখন যুদ্ধৰ সূচনা হয় যত শিৱৰ নেতৃত্বত সূ ...

                                               

দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ

দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ হৈছে চেতন ভগত ৰচিত তৃতীয়খন উপন্যাস। ২০০৮ চনৰ মে মাহত ইয়াৰ প্ৰথম ৪২০০০০খন কিতাপ প্ৰকাশ হৈ ওলায়। পশ্চিম ভাৰতৰ আহমেদাবাদৰ পটভূমিত ৰচিত এই উপন্যাসখনিত তিনিজন বন্ধুৰ কাহিনী বৰ্ণিত হৈছে। চেতন ভগতৰ এইখন তৃতীয় সৰ্বাধিক বি ...

                                               

পপীয়া তৰাৰ সাধু

পপীয়া তৰাৰ সাধু উপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি। সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখ ...

                                               

ফ্ৰেংকেনষ্টাইন

ফ্ৰেংকেনষ্টাইন বা দ্য মডাৰ্ণ প্ৰমিথিউছ হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেএই উপন্যাসখন ৰচনা কৰে।

                                               

মা (ৰুছ উপন্যাস)

মা বা মাডাৰ হল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মেক্সিম গৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।

                                               

হেইডি

হেইডি দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে । আল্প্‌ছ পৰ্বতীয় অঞ্চলত থকা ককাদেউতাকৰ তত্ত্বাৱধানত ডাঙৰ হোৱা হেইডি নামৰ কণমানি ছোৱা ...

                                               

হেৰী পটাৰ

হেৰী পটাৰ হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক কলা যাদুকৰ ভলডেমৰ্ট। ইয ...

                                               

ৰবিনছন ক্ৰুছো

ৰবিনছন ক্ৰুছো হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল। পত্ৰ-পত্ৰি ...

                                               

ৰিভলিউচন ২০২০

ৰিভলিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।

                                               

অ’ ফ’ৰছ্যোনা

অ’ ফ’ৰছ্যোনা ১৩শ শতিকাৰ আৰম্ভনিতে লিখিত এটি মধ্যযুগীয় লেটিন বিদ্ৰূপাত্মক পদ্য যি কাৰমিনা বুৰাণা বোলা ২৫৪টি পদ্যসমষ্টিৰ অন্তৰ্গত। এই পদ্যটিৰ মাধ্যমেৰে নিয়তি আৰু ৰোমান ভাগ্যদেৱী ফৰছ্যোনাক বিদ্ৰূপ কৰা হৈছে। ১৯৩৫-৩৬ চনত অ’ ফ’ৰছ্যোনা ৰ বাবে জাৰ্মান ...

                                               

কৰতল কমল দল নয়ন

কৰতল কমল দল নয়ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েএই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।

                                               

গীতাঞ্জলি (কাব্যগ্ৰন্থ)

গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ। এইখন ১৫৭টা গীতিকবিতাৰ সংকলন। এইবিলাক মূলত: ভক্তিমূলক ৰচনা আৰু কবি আৰোপিত সুৰত অধিকাংশই গীত হৈ আছে। ১৯০৮-০৯ চনত ৰচিত এই কবিতাবিলাক ১৯১০ চনত গীতাঞ্জলি গ্ৰন্থাকাৰে প্ৰকাশিত হয়। ১৯১২ ...

                                               

পদ্মাৱত

পদ্মাৱত ১৫৪০ চনত চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা। তেখেতে কবিতাটো হিন্দুস্তানী ভাষা অৱধী আৰু তাৰ পূৰ্বে পাৰ্ছী নাষ্টালিক লিপিত ৰচনা কৰিছিল। অৱধীত ৰচিত বৰ্তমানেও প্ৰাপ্য গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি। সে ...

                                               

বিশ্ব কবিতা দিৱস

বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্কই ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্কৰ ঘোষণাত কোৱা হৈছে "এই দিনটো বিশ্বৰ জাতীয়, স্থান ...

                                               

ৰুবায়েট

ৰুবায়েট একাদশ শতিকাৰ পাৰস্যৰ কবি ওমৰ খৈয়ামৰ দ্বাৰা ৰচিত এখন কাব্য সংকলন। পাৰ্চী ভাষাত ৰুবায় শব্দৰ অৰ্থ দুশৰীয়া এক বিশেষ শ্ৰেণীৰ কবিতাৰ পংক্তি। ৰুবায়েট ৰ অৰ্থ ৰুবায় ৰ দুগুণ অৰ্থাৎ চাৰিশৰীয়া কবিতাৰ পংক্তি। পাৰ্চী ভাষাত ৰচিত মূল কাব্যগ্ৰন্থ খ ...

                                               

আনাৰকলী

আনাৰকলী বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত লাহোৰৰ এগৰাকী নৰ্তকী আছিল। তেওঁৰ জন্মৰ নাম শৰিফ-উন-নিচা আৰু তেওঁক নাদিৰা বেগম বুলিও জনা যায়। এটা কাহিনী অনুসৰি তেওঁৰ মোগল চাহজাদা চেলিমৰ সৈতে অবৈধ সম্পৰ্ক আছিল, যাৰবাবে তেওঁক মোগল সম্ৰাট আকবৰে জীয়াই জীয়াই ক ...

                                               

চেভেৰাছ স্নেইপ

চেভেৰাছ স্নেইপ জে. কে. ৰাউলিঙৰ হেৰী পটাৰ কল্প-কাহিনী শৃংখলাৰ এক প্ৰধান চৰিত্ৰ। শৃংখলাটোত স্নেইপ হগৱাৰ্ট্ছ যাদু বিদ্যালয়ৰ যাদু ৰসায়নৰ শিক্ষক। ষষ্ঠ গ্ৰন্থখনত তেওঁ কলা যাদুৰ পৰা প্ৰতিৰক্ষা বিষয়ৰ শিক্ষক নিযুক্ত হৈছে। শেষৰ গ্ৰন্থখনত এলবাছ ডাম্বলডোৰ ...

                                               

ছাণ্টাক্লজ

ছাণ্টাক্লজ হল বৰদিনৰ ৰাতি সৰু লৰা-ছোৱালীলৈ উপহাৰ লৈ আহে বুলি কল্পিত, পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক মহিলা, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ...

                                               

ছাৰ্লক হম্‌ছ

ছাৰ্লক হোম্‌ছ এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী ছাৰ্লক হোম্‌ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত। ছ ...

                                               

ছুন ৱুকং

ছুন ৱুকং, ছুন-ৱু-কং, ছুন-ৱু-কাং, ছুন-হৌ-জি, ছুন-হৌ-জে, পি-মা-ৱেন বা বান্দৰ ৰজা এজন চীনা দেৱতা। তেওঁ ছিয়ৌ জি) উপন্যাসৰ এক মুখ্য চৰিত্ৰ, যি উপন্যাস চীনৰ চাৰি মহান উপন্যাসৰ অন্যতম। তেওঁ নিজৰ অদমনীয় উৎপাতৰ বাবে কুখ্যাত।

                                               

থৰ

জাৰ্মাণিক বিশ্বাসত থৰ এগৰাকী হাতুৰীধাৰী দেৱতা- বিজুলী, গাজনি, ধুমুহা, ওকগছ, বল, মানৱতা ৰক্ষা, পবিত্ৰকৰণ আৰু উৰ্বৰতাৰে সম্বন্ধিত। পুৰণি নৰ্ছ Þórrৰ উপৰিও এই দেৱতাই পুৰণি ইংৰাজী ভাষাত Þunor আৰু পুৰণি উচ্চ জাৰ্মান ভাষাত Donar ৰূপে স্থান লাভ কৰিছে। দে ...

                                               

পজাইডন

পজাইডন হৈছে পৌৰাণিক গ্ৰীক কিংবদন্তিৰ বাৰজন অলিম্পিয়ান অৰ্থাৎ অলিম্পাচ পৰ্বত নিবাসী দেৱতাসকলৰ এজন। তেওঁ সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি। প্ৰাক অলিম্পিয়ান যুগ অৰ্থাৎ গ্ৰীচৰ তাম্ৰ যুগত পজাইডনক পাইলছ আৰু থেবিছ নামৰ ঠাইত এজন প্ৰধান দেৱতাৰ ...

                                               

পিকাচু

পিকাচু এটি কাল্পনিক পকেমনৰ প্ৰজাতি। পকেমন বিভিন্ন কিতাপ, এনিমেশ্যন ছবি, দূৰদৰ্শন, ভিডিঅ খেল, বিণিজ্য পাত খেল আদিত প্ৰকাশিত কাল্পনিক প্ৰাণী যাৰ মালিকী স্বত্ব জাপানৰ পকেমন কোম্পানীৰ হাতত। কেন চুগিমৰিয়ে সাজি উলিওৱা পিকাচু প্ৰথম ১৯৯৬ত প্ৰকৃত গেম বয় ...

                                               

বুদাই

বুদাই বা পু টাই এজন চীনা লোক দেৱতা। তেওঁৰ নামৰ অৰ্থ কাপোৰৰ দম। আৰু এই নাম তেওঁ অনবৰতে কঢ়িয়াই ফুৰে কাপোৰৰ বেগৰ পৰা আহিছে। তেওঁক সাধাৰণতে বুদ্ধৰ অৱতাৰ মৈত্ৰেয় বুলি গণ্য কৰা হয়। তেওঁক সকলো সময়তে হাঁহি থকা দেখা যায়, সেয়ে চীনা ভাষাত তেওঁৰ আন এট ...

                                               

মীনা

মীনা হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন ভাষাত সম্প্ৰচাৰ হোৱা এক জনপ্ৰিয় টিভি কাৰ্টুন ধাৰাবাহিক তথা কমিক্‌ছ। দক্ষিণ এছিয়াৰ দেশসমূহৰ বিভিন্ন সামাজিক বৈষম্যেৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰা তথা শিশুসকলৰ বাবে শিক্ষামূলক এক অনুষ্ঠানৰ অংশ হিচাপে ইউনিছেফৰ দ্বাৰ ...

                                               

লৰ্ড ভলডেমৰ্ট

লৰ্ড ভ’লডেমৰ্ট হ’ল এক কাল্পনিক চৰিত্ৰ আৰু জে কে ৰাউলিঙৰ" হেৰী পটাৰ ” শৃংখলাৰ প্ৰধান বিৰোধী চৰিত্ৰ তথা দাৰ্ক লৰ্ড অৰ্থাৎ এজন কলা যাদুগৰৰ চৰিত্ৰ আছিল যি ৱিজাৰ্ডিঙ যুদ্ধৰ কাৰণ আছিল। ১৯৯৭ চনত প্ৰকাশ হোৱা ‘’হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’ন’’ত ভ’লড ...

                                               

শক্তিমান

শক্তিমান হল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত,মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ। প্ৰতি দেওবাৰে ভাৰতীয় মান সময় অনুসৰি দিনৰ ১২ বজাত, প্ৰায় ৪০০ খণ্ডৰে ২৭ ছেপ্তেম ...

                                               

হাৰমাইনি গ্ৰেইঞ্জাৰ

হাৰমাইনি জিন গ্ৰেইঞ্জাৰ ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস-শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। শৃংখলাৰ প্ৰথম উপন্যাস হেৰী পটাৰ এণ্ড দ্য ফিলছফাৰ্চ ষ্টন ৰ পৰা পৰৱৰ্তী প্ৰতিখন উপন্যাসতে তেওঁৰ উপস্থিতি আছে। শৃংখলাটিত হেৰী পটাৰ আৰু ৰন ৱিজলিয ...

                                               

হেডিচ

হেডিচ হৈছে গ্ৰীক কিংবদন্তিসমূহৰ মতে মৃত্যুৰ দেৱতা আৰু পাতালপুৰীৰ অধিপতি৷ তেওঁ ক্ৰনচ আৰু ৰিয়াৰ জ্যেষ্ঠ সন্তান আছিল। পিতৃ ক্ৰনচে জ্যুচৰ বাদে সকলো সন্তানকে উদৰস্থ কৰে যদিও পিছত জ্যুচৰ হস্তক্ষেপত ক্ৰনচৰ উদৰৰ পৰা হেডিচ সৰ্বশেষত নিৰ্গত হয়। ভ্ৰাতৃ জ্য ...

                                               

হেৰী পটাৰ (চৰিত্ৰ)

হেৰী জেমছ পটাৰ ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ। কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্‌ছ স্কুল অফ উইচক্ৰ্য ...

                                               

ৰজি দ্য ৰিভিটাৰ

ৰজি দ্য ৰিভিটাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল। এই মহিলাসকলকৰ বহুতেই যুদ্ধত যোগদান কৰা ...

                                               

ৰজা আৰ্থাৰ

ৰজা আৰ্থাৰ এগৰাকী সম্ভৱতঃ কাল্পনিক ব্ৰিটিছ নেতা। মধযুগীয় বুৰঞ্জী আৰু ৰমাঞ্চসমূহৰ মতে তেওঁ পঞ্চম আৰু ষষ্ঠ শতিকাত চেক্সন আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিছিল। আৰ্থাৰৰ বিষয়ে লোককথা আৰু সাহিত্যিক উদ্ভাৱনেৰেহে জনা যায় আৰু আৰ্থাৰৰ বাস্তৱ অস ...

                                               

ৰুবিয়াছ হেগ্ৰিড

ৰুবিয়াছ হেগ্ৰিড জে কে ৰাউলিং সৃষ্ট হেৰী পটাৰ শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। হেৰী পটাৰ এণ্ড দ্য ফিল’ছফাৰ্ছ ষ্টনত আবিৰ্ভাৱ ঘটা অৰ্ধ-দৈত্য আৰু অৰ্ধ-মানৱ হেগ্ৰিড হ’ল হগৱাৰ্টছৰ গৰখীয়া তথা ছাবিসমূহৰ ৰক্ষক। তৃতীয় উপন্যাস ‘’হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ ...

                                               

অভিজ্ঞানম শকুন্তলম

অভিজ্ঞানম শকুন্তলম ইংৰাজী: Abhijñānashākuntala or Abhijñānaśākuntalam, দেৱনাগৰী: अभिज्ञानशकुन्तलम् হল মহাকবি কালিদাসৰ এখন বিশ্ববিখ্যাত সংস্কৃত নাটক যিখনৰ অনুবাদ প্ৰায় গোটেইবোৰ বিদেশী ভাষাতেই হৈছে।

                                               

ধনু যাত্ৰা

ধনু যাত্ৰা উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে। ই শ্ৰীকৃষ্ণ আৰু তেওঁৰ মোমায়েক ...

                                               

বাটৰ নাট

বাটৰ নাট নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাষ্টাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা ...

                                               

বিশ্ব থিয়েটাৰ দিৱস

বিশ্ব থিয়েটাৰ দিৱস প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন ক ...

                                               

ইয়ং ইণ্ডিয়া

ইয়ং ইণ্ডিয়া হল মহাত্মা গান্ধী য়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন সাপ্তাহিক কাকত, যিখন ১৯১৯ চনৰপৰা ১৯৩১ চনলৈ প্ৰকাশ হৈছিল। এই কাকতখনত গান্ধীয়ে লিখা বিভিন্ন বাণীয়ে বহুজনক প্ৰভাৱিত কৰিছিল। ইয়ং ইণ্ডিয়া ৰ জৰিড়তে তেওঁ অহিংস আন্দোলনৰ যথাযোগ্যতা প্ৰত ...

                                               

গ্লবেল টাইমছ

গ্লবেল টাইম্ছ এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তৰ্জাতিক বাতৰি প্ৰকাশ কৰে।

                                               

দ্য চাইনপষ্ট

দ্য চাইনপষ্ট ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত। ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়। বাতৰি কাকতখনত ৱিকিপিডিয়া সমাজ, ৱিকিপিডিয়া সম্বন্ধীয় ঘটনা, আৰ্ব্ৰিটেচন কমিটীৰ ৰুলিংসমূহ ৱি ...

                                               

ভাংলাইনি

ভাংলাইনি মিজোৰামৰ পৰা প্ৰকাশিত এখন মিজো ভাষাৰ দৈনিক বাতৰি কাকত৷ ভাৰতৰ বাতৰি কাকত পঞ্জীয়কৰ ওচৰত পঞ্জীকৃত কাকতখনকে ছাপডাংগাৰ দ্বাৰা সম্পাদিত, মুদ্ৰিত আৰু তেওঁ কাকতখনৰ স্বত্বাধিকাৰিও৷ এই কাকতখন মিজোৰামত সৰ্বাধিক প্ৰচলিত কাকত৷

                                               

চোনী মহিৱাল

চোনী মহিৱাল অথবা চুনী মেহেৰ পঞ্জাবৰ চাৰিটা বিষাদ-গাথাৰ এটা। অন্য তিনিটা হ’ল- চচ্ছি পুন্নুন, মিৰ্জা চাহিবা আৰু হীৰ-ৰাঞ্জা । কাহিনীৰ নায়িকা চোনীয়ে যিজন পুৰুষক বিয়া কৰাইছিল, তেওঁৰ প্ৰতি কোনো শ্ৰদ্ধাবোধ নাছিল। বিবাহিত জীৱনত তেওঁ এগৰাকী অসুখী নাৰী ...

                                               

থাম্বেলিনা

থাম্বেলিনা হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি.এ.ৰেইটজেল । থাম্বেলিনা হল এটি কণমানি ছোৱলীৰ সাধু যত তাই নিজৰ শাৰ ...

                                               

দ্য টেলছ অফ বিডল দ্য বাৰ্ড

দ্য টেলছ অফ বিডল দ্য বাৰ্ড শিশু তথা কিশোৰসকলৰ বাবে লিখা এখন সাধুকথাৰ কিতাপ। জে. কে. ৰাউলিঙে লিখা এই কিতাপখনৰ প্ৰকাশক চিলড্ৰেনছ হাই লেভেল গ্ৰুপ । প্ৰথমতে ২০০৭ চনৰ ১৩ ডিচেম্বৰত গ্ৰন্থখনৰ হাতেলিখা সাতটা কপি নীলাম কৰা হৈছিল। ইয়াৰ পৰা হোৱা লাভ লণ্ডনৰ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →