ⓘ Free online encyclopedia. Did you know? page 69



                                               

পোলাও

পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু। চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয় ...

                                               

ফলৰ ৰস

ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচা ...

                                               

ফুচকা

ফুচকা এবিধ অতি জনপ্ৰিয় সুস্বাদু দক্ষিণ এচিয় মুখৰোচক খাদ্যবিশেষ। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় সকলোতে এইবিধ খাদ্যৰ প্ৰচলন আছে। অঞ্চলভেদে ই বিভিন্ন নামেৰে পৰিচিত; যেনে উত্তৰ ভাৰতত ইয়াৰ পৰিচয় গোলগাপ্পা হিচাপে, আৰু পশ্চিম ভাৰতত ইয়াৰ নাম পানীপুৰি । স ...

                                               

বহনি

বহনি হৈছে দেশী জনগোষ্ঠী মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। অবিভক্ত গোৱালপাৰা জিলাৰ লগতে মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী জনগোষ্ঠীৰ মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। ইয়াক বকুনি বুলিও কোৱা হয়। বহনি তৈয়াৰ কৰা আৰু খোৱাৰ উপযুক্ত সময় ভাদ মাহ যদ ...

                                               

বিকানেৰী ভূজিয়া

বিকানেৰী ভূজিয়া এক প্ৰকাৰৰ বেচন আৰু ৰাজস্থানৰ চহৰ বিকানেৰৰ স্থানীয় মচলাৰে প্ৰস্তুত কৰা মচমচীয়া জলপান। ই দেখিবলৈ পাতল হালধীয়া বৰণৰ। পোনপ্ৰথমে ভূজিয়া বিকানেৰত তৈয়াৰ কৰা হৈছিল আৰু পিছলৈ গোটেই পৃথিৱীত ইয়াৰ প্ৰচলন হবলৈ ধৰিলে। বৃহৎ পৰিমাণে প্ৰস্ ...

                                               

ভাত

ভাত হৈছে সিজোৱা চাউল। সৰহ পানীত উতলাই বা কম পানীত ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। খাদ্য হিচাপে ভাত যথেষ্ট জনপ্ৰিয়। ভাত ৰান্ধিবৰ বাবে এছিয়া, আফ্ৰিকা বা যিকোনো ঠাইত উপলব্ধ ধানৰ দীঘল, মধ্যমীয়া বা চুটি চাউল ব্যৱহাৰ কৰিব পাৰি। চাউলবোৰ সম ...

                                               

মাংস

গাহৰিৰ পৰা পৰ্ক, হাম আৰু বেইকন। হৰিনৰ পৰা ভেনিচন। গৰুৰ পৰা বীফ আৰু ভিল। ছাগলীৰ পৰা মাটন। হাঁহ, কুকুৰা আৰু তাৰ্কিৰ পৰা পোল্ট্ৰী। মাংস শব্দটো জন্তুৰ আন অংগ যেনে হৃদযন্ত্ৰ কলিজা, যকৃৎ, অন্ত্ৰ আদিক বুজাব ব্যৱহাৰ কৰা হয়। অসমীয়া ভাষাত মাংস মানে সাধাৰ ...

                                               

মিঠৈ

মিঠৈ হ’ল কুঁহিয়াৰ অথবা sugar beet ৰ পৰা চেনি প্ৰস্তুত কৰণত সৃষ্টি হোৱা এবিধ সান্দ্ৰ পদাৰ্থ। ইংৰাজী শব্দ Molassesটো পৰ্টুগীজ শব্দ melaço ৰ পৰা আহিছে, যাৰ মূল হ’ল লেটিন শব্দ mel যাৰ অৰ্থ মৌ-জোল। মিঠৈৰ গুণমান নিৰ্ভৰ কৰে কুঁহিয়াৰৰ পূৰঠ হোৱাৰ মাত্ৰা ...

                                               

মোমো

মোমো বা মম পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য। মোমো দক্ষিণ-পশ্চিম চীন অঞ্চল তিব্বতৰ লগতে ভূটান, নেপাল, লাডাখৰ উত্তৰ ভাৰতীয় অঞ্চল, ছিক্ক ...

                                               

মৰ্টন

মৰ্টন হৈছে এক মিঠা খাদ্য যত মুখ্য উপাদান হিচাপে চেনিক ব্যৱহাৰ কৰা হয়। চেনি কনফেক্সনেৰী নামৰ শ্ৰেণীত চকলেট, চুইং গাম, আৰু চেনি মৰ্টনসহ যিকোনো মিঠা কনফেক্সন অন্তৰ্ভুক্ত থাকে। চেনিৰ প্ৰলেপ দিয়া পাচলি, ফল বা বাদাম আদিকো মৰ্টন বুলিব পাৰি। মৰ্টনক আমে ...

                                               

সৰিয়হ গুটি

সৰিয়হ এবিধ তেলজাতীয় গোলাকাৰ বীজ, ইয়াৰ ৰং গাঢ় ৰঙা আৰু কলা হয়, আন এবিধ সৰিয়হ হালধীয়া বৰণৰ হয়, যাক সাধাৰণতে হালধীয়া বৰণৰ বুলি নকৈ বগা সৰিয়হ বুলিহে জনা যায়। ইয়াৰ ফুলবিলাকৰ ৰং হালধীয়া হয়। সৰিয়হৰ গুটি বিলাকৰ আকাৰ ১ ৰ পৰা ২ মিলিমিটাৰ হয়।

                                               

হৰলিক্স

হৰলিক্স ইংৰাজী: Horlicks এবিধ জনপ্ৰিয় মল্টেড শক্তিবৰ্ধক উষ্ম পানীয়৷ এই শক্তিবৰ্ধক পানীয়বিধ গ্লাক্সোস্মিথক্লিন নামৰ এটি কোম্পানীয়ে যুক্তৰাষ্ট্ৰ, ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু জামাইকাত উৎপাদন কৰে তথা ফিলিপাইনচ আৰু মা ...

                                               

আব্ৰাহামিক ধৰ্ম

ইব্ৰাহিমীয় ধৰ্ম বা আব্ৰাহামিক ধৰ্ম বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান। এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জ ...

                                               

আহোম ধৰ্ম

ফ্ৰালুং ধৰ্ম বা বানফি ধৰ্ম আহোম সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় পূৰ্বপুৰুষ উপাসনা কৰা ধৰ্ম। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক ...

                                               

ইহুদী ধৰ্ম

ইহুদী ধৰ্ম অত্যন্ত প্ৰাচীন, একেশ্বৰবাদী ধৰ্ম। ইহুদী ধৰ্ম খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্মৰ নিচিনাকৈ, আব্ৰাহামিক ধৰ্ম। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হিচাপে পুৰণা নিয়মৰ প্ৰথম পাঁচটা কিতাপক গণ্য কৰা হয়: আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয় পুস্তক, গণনাপুস্তক, আৰু ...

                                               

একেশ্বৰবাদ

একেশ্বৰবাদ এটি প্ৰচলিত ধৰ্মীয় ধাৰণা, যাৰ অৰ্থ হল ঈশ্বৰৰ একত্ববাদত বিশ্বাসী অৰ্থাৎ মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী। এই ধাৰণাত বিশ্বাসীসকলে সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা অথবা সংহাৰকৰ্তা হিচাপে এটা মাত্ৰ সত্তাত বিশ্বাসী আৰু তেওঁৰ আৰাধনা বা উপাস ...

                                               

ধৰ্ম

Major Religions of the World Ranked by Number of Adherents by Adherents.com August 2005 The Complexity of Religion and the Definition of" Religion” in International Law Harvard Human Rights Journal article from the President and Fellows of Harvar ...

                                               

বাথৌ ধৰ্ম

বাথৌ ধৰ্ম বড়ো আৰু কছাৰী সম্প্ৰদায়ৰ জাতিগত ধৰ্ম। বাথৌ নাম টোৰ অৰ্থ হৈছে পাঁচটি নীতি। এই ধৰ্মৰ পাঁচটি মূলনীতি হল: বাৰ, অৰ, হা, দৈ আৰু অখৰাং । প্ৰধান দেৱতা বাথৌৱৰাই নামে পৰিচিত - সৰ্বব্যাপী আৰু সৰ্বজ্ঞ যি এই পাঁচটি নীতি তৈয়াৰ কৰিছিল বুলি জনা যায় ...

                                               

বাহাই ধৰ্ম

বাহাই ধৰ্ম এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। বাহাই ধৰ্মৰ তিনি মূল নীতি হল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্য ...

                                               

পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান

বিজ্ঞান, চলচ্চিত্ৰ, সাহিত্য, সাংবাদিকতা, সমাজসেৱা, শান্তি আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক প্ৰদান কৰা পৃথিৱীৰ কেইটামান উল্লেখযোগ্য বঁটাৰ তথ্য ইয়াত প্ৰকাশ কৰা হৈছে।

                                               

একুশে পদক

একুশে পদক বাংলাদেশৰ এক ৰাষ্ট্ৰীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। বাংলাদেশৰ বিশিষ্ট সৈনিক, ভাষাবিদ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ, গবেষক, সাংবাদিক, অৰ্থনীতিবিদ, দৰিদ্ৰতা দূৰীকৰণত অৱদানকাৰী আৰু সামাজিক প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা ...

                                               

আৰনাই

আৰনাই হৈছে একপ্ৰকাৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। হাতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে। বড়ো পৰম্পৰা অনুসৰি আৰনাই পৰম্পৰাগত ভাৱে পৰিধান কৰাৰ উপৰিও, প্ৰিয়জ ...

                                               

উত্তৰীয়

উত্তৰীয় শৰীৰৰ ওপৰৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ইয়াক ডিঙিৰ পিছফালৰ পৰা দুয়োটা বাহুৰে পাক কৰি এফাল কাপোৰ পিঠিৰ ফালে পেলাই আৰু আনফালে শৰীৰৰ ওপৰৰ অংশৰ আধালৈ ওলোৱাই পিন্ধা হয়। উত্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই চেলেং বা ওৰণি সৈতে ...

                                               

ওৰণি

ওৰণি হৈছে এক কাপোৰৰ আৱৰ্তন যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সমাজত এই আৱৰণৰ এক দীঘলীয়া ইতিহাস আছে। ওৰণিৰ স্থায়ী ধৰ্মীয় গুৰুত্বৰ উপৰিও, বিবাহৰ ৰীতি-নীতিৰ দৰে কিছুমান আধুনিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াৰ এক বি ...

                                               

কৱচ-কাপোৰ

কৱচ-কাপোৰ হৈছে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা এক কাপোৰ বিশেষ। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গলে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম ৰজাসকলৰ দিনত বিশ্বাস কৰিছিল।

                                               

গান্ধী টুপী

গান্ধী টুপী হৈছে এক বগা ৰঙৰ টুপী বা চাইডকেপ। ইয়াৰ সন্মুখ আৰু পিছ অংশ ঠেক আৰু মাজ অংশ অলপ বহল। গান্ধী টুপী খাদীৰ পৰা তৈয়াৰ কৰা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথমে ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় কৰা ভাৰতীয় নেতা মহাত্মা গান্ধীৰ নামেৰে ইয়াৰ নামা ...

                                               

চাদৰ

চাদৰ হৈছে এবিধ বহল আৰু দীঘলীয়া কাপোৰ বিশেষ। বিশেষকৈ অসমীয়া তিৰোতা মানুহে পৰিধান কৰা মেখেলা-চাদৰৰ এক অংশ। মেখেলা আৰু চাদৰ মিলি এক সংহতি গঠন কৰে। চাদৰখন শৰীৰৰ ওপৰ অংশত পৰিধান কৰা হয়। অসমীয়া মেখেলা-চাদৰ পৰিধানৰ কলা অনুসৰি চাদৰ খনেৰে দেহৰ সমুখৰ অ ...

                                               

দখনা

দখনা বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্‌ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ ...

                                               

ধুতি

ধুতি বা চুৰিয়া হৈছে এক বস্ত্ৰ বিশেষ। ই ভাৰতীয় মূলৰ এক পৰম্পৰাগত কাপোৰ। ভাৰতীয় পুৰুষে দৈনন্দিনৰ বস্ত্ৰ হিচাপে বা পৰম্পৰাগত ভাৱে কোনো বিশেষ অনুষ্ঠান যেনে: বিবাহ ইত্যাদিত ধুতি পৰিধান কৰে। ভাৰতৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায়। পুৰুষ ...

                                               

নক্সি কাঁথা

নক্সি কাঁথা হ’ল এক ধৰণৰ পৰম্পৰাগত সূচিকৰ্ম বা এম্ৰয়দাৰী; বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গ, ত্ৰিপুৰা, অসম আদি ৰাজ্যত বাস কৰা বঙালীসকলৰ শতিকা পুৰণি এক কলা-পৰম্পৰা। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল- বেজী, সূতা আৰু পুৰণি কাপোৰ। বাংলাদেশৰ বিশেষকৈ ময়ম ...

                                               

বক্ষবন্ধনী

বক্ষবন্ধনী হল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত ইয়াক brassiere, হিন্দীত চোলী আৰু বাংলাত বক্ষবন্ধনী বা কাচুলি বুলি কয়।

                                               

বালুচড়ী শাড়ী

বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা ...

                                               

বৃন্দাবনী বস্ত্ৰ

বৃন্দাৱনী বস্ত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত থাকোঁতে কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। প্ৰকৃত বৃন্দাৱনী বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডন ...

                                               

বোৰ্খা

বোৰ্খা হৈছে মধ্য এছিয়াৰ এক বাহ্যিক পোছাক যিয়ে কিছুমান মুছলমান পৰম্পৰামতে মহিলাৰ শৰীৰ আৰু মুখ আৱৰি ৰখাত সহায় কৰে। ইছলামৰ বেছিভাগ আলোচনাত, পৰ্দা প্ৰণালীটো বোৰ্খাৰ দ্বাৰা উদাহৰণ দিয়া হয়, যি দীঘল আৱৰণে এগৰাকী মহিলাক মূৰৰ পৰা ভৰিলৈকে আৱৰি ৰাখে। ব ...

                                               

মিচিং জনগোষ্ঠীৰ সাজপাৰ

মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। প্ৰত্যেক জনজাতিৰ দৰেই মিছিংসকলো নিজস্ব লোক-সংস্কৃতি আছে। মিচিং পৰম্পৰাগত সাজপাৰৰ গামিগ ৰ আৰ্হি আৰু ৰঙৰ সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত লবলগীয়া বুলি গণ ...

                                               

মৰাণসকলৰ পৰম্পৰাগত সাজপাৰ

মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰৰ এটা অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটো সকলো দিশৰ পৰাই এটা চহকী জনগোষ্ঠীৰূপে খ্যাত। সাজপাৰ বা বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰতো মৰাণ সকল যথেষ্ট চহকী। কিয়নো,অধিকাংশ মৰাণ মহিলাই তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ সমূহ নিজে প্ৰস্তু ...

                                               

লিপুতা

লিপুতা হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ। ‘লিপুতা’ অৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। কংগো দেশৰ মহিলাসকলৰ সাজপাৰ সাধাৰণতে ৰং বিৰঙী আৰু ই দেশখনৰ সংস্কৃতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ কংগো মহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দ ...

                                               

হিমাচলী টুপী

হিমাচলী টুপী হিমাচল প্ৰদেশৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক স্বকীয় টুপী। ইয়াক পাহাৰী টুপী বুলিও কোৱা হয়। ই পাহাৰী অঞ্চলৰ বাসিন্দাৰ পৰম্পৰাগত পোছাকৰ এটা অংশ। ইয়াক সাধাৰণতে স্থানীয় অনুষ্ঠান, বিবাহ, উৎসৱ-পাৰ্বন আদিত পৰিধান কৰা হয় যদিও ই হিমাচলৰ দৈ ...

                                               

পৰ্ণগ্ৰাফি

পৰ্ণগ্ৰাফি যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা। পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে। পৰ্ণগ্ৰাফি বিভিন্ন মাধ্যমৰ দ্বাৰা উপস্থাপন কৰা হয়, এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আ ...

                                               

প্ৰেম বিবাহ

প্ৰেম বিবাহ বা লাভ মেৰেজ শব্দটো দক্ষিণ এছিয়াত; বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাত ব্যৱহাৰ হয়। ইয়াৰ জৰিয়তে এহাল যুৱক-যুৱতীয়ে প্ৰেমৰ জৰিয়তে মাক-দেউতাকৰ সন্মতি পোৱা বা নোপোৱাকৈ কৰা বিবাহক বুজোৱা হয়। আচলতে প্ৰেম বিবাহৰ কোনো স্পষ্ট ...

                                               

বিয়া নাম

বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ ...

                                               

সংস্কৃতকৰণ

সংস্কৃতকৰণ হৈছে ভাৰতবৰ্ষত উপলব্ধ এক সামাজিক পৰিৱৰ্তন। ই সামাজিক বৰ্গীকৰণত তলৰ ফালে স্থান দিয়া কোনো জাতিয়ে ওপৰ খাপৰ জাতি এটাৰ পৰম্পৰা আৰু জীৱনশৈলী অনুকৰণ কৰি ওপৰ ধাপলৈ আগবঢ়া এক প্ৰক্ৰিয়া। ১৯৫০ৰ দশকত ভাৰতৰ সমাজতাত্বিক এম. এন. শ্ৰীনিৱাসে সংস্কৃত ...

                                               

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সোপন্থী ছাত্ৰ সংগঠন। অ ভা বি প ৰ প্ৰতিষ্ঠা হৈছিল ১৯৪৮ চনত আৰু পিছলৈ ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে আনুষ্ঠানিক ভাৱে পঞ্জীভুত হয়। ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ৷ ২০১৪ চনৰ নবেম্ ...

                                               

অসম চাৰু-কাৰু কলা পৰিষদ

অসম চাৰু-কাৰু কলা পৰিষদ অসমৰ শিল্পকলা জগতৰ এটি পুৰণি অনুষ্ঠান। অসমৰ শিল্পকলাৰ জগতখনত এই অনুষ্ঠানটোৰ এক বিশেষ অৰিহণা আছে।

                                               

অসম শঙ্কৰ মিশ্যন

অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।

                                               

আত্মসহায়ক গোট

আত্মসহায়ক গোট হৈছে মূলতঃ গ্ৰম্যাঞ্চলৰ স্থানীয় মহিলাসকলৰ বা কোনো কোনো ক্ষেত্ৰত পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। সাধাৰণতে এনে এটা গোট ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ১০ৰ পৰা ২০ গৰাকী স্থানীয় মহিলা বা পুৰুষৰ দ্বাৰা গঠিত। আত্মসহায়ক ...

                                               

গান্ধী গ্লবেল ফেমিলি

গান্ধী গ্লবেল ফেমিলি হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী যোগাযোগ বিভাগৰ স্বীকৃত এটি শান্তি এন জি অ যি যুৱসকলৰ মাজত মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শ প্ৰচাৰ কৰে। ই তৃণমূল স্তৰত বন্ধুত্ব বৃদ্ধি কৰাত নিজকে সহযোগিতা কৰে, আৰ ...

                                               

দুলীয়াজান ক্লাব

দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয় ...

                                               

বাংলা পক্ষ

বাংলা পক্ষ এটি বঙালী জাতীয়তাবাদী সংগঠন। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখত পশ্চিমবংগৰ বৰ্ধমান জিলাত বাংলা পক্ষ সৰ্বপ্ৰথম পতাকা উন্মোচন কৰিছিল। ইয়াৰ প্ৰতিষ্ঠাতা তথা বৰ্তমান সভাপতি গৰ্গ চেটাৰ্জী।।॥ উল্লেখনীয় বাংলা পক্ষৰ সভাপতি অসমৰ স্বভিমান স্বৰ্গদেউ চ ...

                                               

বিদ্যা ভাৰতী

বিদ্যা ভাৰতী হৈছে সমগ্ৰ ভাৰতত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা এটা বেচৰকাৰী শৈক্ষিক অনুষ্ঠান। ই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ -ৰ এক ভগ্নী অনুষ্ঠান। ইয়াৰ পঞ্জীকৃত প্ৰধান কাৰ্যালয় লক্ষ্ণৌত, দিল্লীত এটা কাৰ্যকৰী কাৰ্যালয় আৰু কু ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →