ⓘ Free online encyclopedia. Did you know? page 68



                                               

সোণ বিল

সোণবিল এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ ম ...

                                               

অভিযন্তা

যিজন ব্যক্তিৰ অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানিক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা বোলা হয়। অভিযন্তাই নিৰাপত্তা, আৰ্থিক আৰু বস্তুগত গুৰুত্ব বিব ...

                                               

বৈদ্যুতিক অভিযান্ত্ৰিকী

বৈদ্যুতিক অভিযান্ত্ৰিকী ইংৰাজী: Electrical engineering হৈছে অভিযান্ত্ৰিক বিদ্যাসমূহৰ ভিতৰৰ এক পুৰণি তথা গুৰুত্বপূৰ্ণ বিভাগ যত বিদ্যুৎ, অণুবিদ্যুৎ, আৰু বিদ্যুৎ-চুম্বকত্বৰ কাৰিকৰী অধ্যয়ন-প্ৰশিক্ষণ আৰু ক্ষেত্ৰ-প্ৰয়োগৰ ব্যৱস্থা কৰা হয়। ঊনবিংশ শতিক ...

                                               

যান্ত্ৰিক অভিযান্ত্ৰিকী

যান্ত্ৰিক অভিযান্ত্ৰিকী এটা অভিযান্ত্ৰিক বিষয়, যত অভিযান্ত্ৰিকী, পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিধি প্ৰয়োগ কৰি কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ ৰূপায়ণ, বিশ্লেষণ, নিৰ্মাণ আৰু প্ৰতিপালন কৰা হয়। ই এটা অভিযান্ত্ৰিক বিষয়ৰ শাখা যত কল-কব্জাৰ ৰূ ...

                                               

ৰবট

ৰবট হৈছে বিশেষভাবে কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা স্বয়ংক্ৰিয়ভাবে কিছুমান জটিল কাৰ্য শৃংখল সম্পাদন কৰিব পৰা এক প্ৰকাৰৰ যন্ত্ৰ। ৰবটবোৰক বাহ্যিকভাবে নাইবা তাৰ ভিতৰতে থকা এক প্ৰকাৰৰ নিয়ন্ত্ৰকৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয়। ৰবটবোৰ মানুহৰ শৰীৰৰ গঠনৰ আৰ ...

                                               

ৰাডাৰ

ৰাডাৰ হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ কিল’ৱাট ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি ...

                                               

ৱাল্টাৰ লুইন পদাৰ্থ বিজ্ঞান শ্ৰেণীকোঠাৰ পাঠসমূহ

ৱাল্টাৰ লুইনৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পাঠসমূহ” হৈছে এম আই টিৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৱাল্টাৰ লুইনে তিনিটা পাঠ্যক্ৰমৰ ওপৰত আগবঢ়োৱা শ্ৰেণীকোঠাৰ ভিডিঅ ৰূপ। এই পাঠ্যক্ৰমকেইটাৰ ভিতৰত আছে ধ্ৰুপদীয় বলবিদ্যা, বিদ্যুৎ, চুম্বকত্ব, ত ...

                                               

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা, চমুকৈ অসম-চি.ই.ই. হল ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা প্ৰৱেশ পৰীক্ষা। অসমৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ ...

                                               

এণ্ড্ৰিয়া এম. ঘেজ

এণ্ড্ৰিয়া মিয়া ঘেজ এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত। ২০০৪ ...

                                               

জন বস্ক

ছেইণ্ট জন বস্ক’ ১৯ শতিকাৰ এজন ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ আছিল। তেখেতে টুৰিনত কাম কৰি থকা কালত উদ্যোগীকৰণ, আৰু নগৰকৰণৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ লক্ষ্য কৰে। তেতিয়া তেখেতে নিজৰ জীৱন পথৰ শিশু আৰু আন সুবিধাহীন লৰা-ছোৱালীৰ বাবে ...

                                               

হেলেন কেলাৰ

হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া,আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায ...

                                               

ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌কৰ্পৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্লৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্‌ক, কেলিফৰ্নিয়াত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক ৱিকি প্ৰকল্প পৰিচাল ...

                                               

আল্লামা

আল্লামা হল ইছলামী চিন্তা, আইন আৰু দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পন্ডিতসকলৰ নামৰ সৈতে ব্যৱহৃত সম্মানজনক উপাধি। চুন্নি আৰু শ্বিয়া উভয় পক্ষত এই উপাধি ব্যৱহাৰ হয়। পাকিস্তানৰ স্বপ্নদ্ৰষ্টা চাৰ মুহাম্মদ ইকবালক আল্লামা ইকবাল বুলি সম্বোধন কৰা হয়। আল্ ...

                                               

গগৈ

গগৈ বা কক্ৱই হল আহোম ভাষাৰ পৰা অহা এটা সম্বন্ধ যাক বৰ্তমান উপাধি হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ আহোম ভাষাত মৰমৰ ডেকা । সাতঘৰীয়া আহোমৰ লোকেহে ইজনে-সিজনক বা দেওৰসকলক গগৈদেও বুলি সম্বোধন কৰিছিল। কিন্তু ১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধি ...

                                               

চাওফা

চাওফা হল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়। চীনৰ দাঈ আৰু শান সকলে এই উপাধি ...

                                               

চাওলুং

চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি চাওলুং চুতুফা লৈকে চাওলুং উপাধি দিয়া হৈছিল তাৰ পিছৰ সকলক অৰ্থাৎ চাওফা ত্যাও খামতী ৰ পৰা চাওফা বুলি কোৱা হয়। চাওলুং চুখ্ৰাম্‌ফা চাওলুং চুতুফা চাওলুং চুকাফা চাওলুং চুবিণ্‌ফা চাওলুং চুতেওফা চাওলুং চুখাংফা

                                               

পাঠক

পাঠক হৈছে ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। পাঠকসকলে ভাৰতৰ ন্যায়াধীশ আৰু উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। পাঠক শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পঢ়ুৱৈ অথবা যি জানিবলৈ বা জ্ঞান লাভ কৰিবলৈ উৎসুক।

                                               

ফুকন

ফুকন বা ফু-কান আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী। ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুণ সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

                                               

বুঢ়াগোহাঞি

বুঢ়াগোহাঞি বা বুঢ়াগোহাঁ‌ই হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁ‌ইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চুকাফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল। নাবালক বা অকৰ্মণ্য ৰজা বা ...

                                               

বৰগোহাঞি

বৰগোহাঞি বা চাও থাও লৌঙ আহোম সাম্রাজ্যৰ দ্বিতীয় জন পৰামর্শদাতা ৰাজমন্ত্রী। তেওঁক আহোম চাওফাই চাওফা হ’বৰ অযোগ্য সাতঘৰীয়া ফৈদৰ আহোম পৰিয়ালৰ পৰা নির্বাচিত কৰিছিল। অন্যজন পৰামর্শদাতা ৰাজমন্ত্রী আছিল বুঢ়াগোহাঞি। পিছলৈ তেওঁলোকৰ উত্তৰপুৰুষসকলে ইয়াক ...

                                               

বৰপাত্ৰগোহাঞি

বৰপাত্ৰগোহাঞি বা বৰপাত্ৰগোহাঁ‌ই আহোম ৰাজতন্ত্ৰৰ তিনিজন প্ৰধান ডাঙৰীয়াৰ তৃতীয়জন। দিহিঙীয়া ৰজা চুহুংমুংৰ দিনত নগাচাংত ডাঙৰ-দীঘল হোৱা কোঁ‌ৱৰ কনচেংৰ বাবে বৰপাত্ৰগোহাঁ‌ইৰ পদবীটো সৃষ্টি কৰা হৈছিল। কনচেংৰ পিতৃ স্বৰ্গদেৱ চুপিম্‌ফাৰ নক্টে খুনবাও কাৰঙ্গ ...

                                               

বৰফুকন

ফু-কন -লৌঙ বা বৰফুকন আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। এই পদটো আহোম চাওফা চুচেংফাই সৃষ্টি কৰিছিল। ইয়াৰ ‌উপৰিও কলিয়াবৰৰ পশ্চিম অঞ্চল বৰফুকন -এ নিয়ন্ত্ৰণ কৰিছিল। বৰফুকনৰ মুখ্য কাৰ্য্যালয় কলিয়াবৰত আছিল। কিন্তু পাছত লাচিত বৰফুকনৰ স ...

                                               

বৰবৰুৱা

বৰবৰুৱা হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও প্ৰতাপসিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই আৰু বৰপাত্ৰগোহাঁ‌ই য়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন ...

                                               

বৰা (উপাধি)

বৰা উপাধিটো আহোম ৰজাই দিয়া। আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক এজন সৈন্য হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। বিশজন পাইক পৰিচালনা কৰা বিষয়া জনক বৰা বোলা হৈছিল।

                                               

লুখুৰাখন

আহোম ৰাজ্যত এটা বিশেষ শ্ৰেণীৰ লোকক ‘লুখুৰাখন‘ উপাধিৰে অভিহিত কৰা হৈছিল। আহোমসকলৰ শাসনকালত মৃত ব্যক্তিক মৈদাম দিয়াৰ যি প্ৰথা আছিল সেই প্ৰথাত লুখুৰাখনসকলৰ বিশেষ ভূমিকা আছিল। শৱদেহ এটা মৈদামলৈ নিবৰ বাবে ‘ৰুঙ্গ-ডাঙ্গ’ নামৰ কফিন তৈয়াৰ কৰাৰ পৰা মৈদাম ...

                                               

শইকীয়া

আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক এজন সৈন্য হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এশজন পাইক পৰিচালনা কৰা বিষয়া জনক শইকীয়া বোলা হৈছিল। শইকীয়াক নিযুক্তি দিয়াটো ফুকন ৬০০০ পাইকৰ পৰিচালনা কৰা বিষয়া আৰু ৰাজখোৱা ২০০০ পৰা ৩০০০ ...

                                               

হজৰত

হজৰত হল সম্মানসূচক আৰবী উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour", "His Majesty" বা "His Holiness" নামৰ উপাধিৰ সৈতে ইয়াৰ মিল আছে। তুৰ্কী আৰু বছনিয়ান ভাষাতো এই শব্ ...

                                               

হাজৰিকা

আহোম ৰজাএই উপাধি প্ৰদান কৰিছিল। আহোম ৰজাৰ ৰাজত্ব কালত সামৰিক বাহিনীত পাইক প্ৰথা সৃষ্টি কৰি কিছুমান বিষয়াৰ পদৰ সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ উত্তৰসুৰী সকলে এই পদসমূহৰ লগত জড়িত উপাধি সমূহ ব্যৱহাৰ কৰাটো অসমীয়া সমাজত প্ৰচলিত। আহোম সকলৰ দিনত, এহাজাৰ জ ...

                                               

হুজুৰী (উপাধি)

হুজুৰী এটি উপাধি। হুজুৰীসকল সংখ্যাত কম, সিচৰিত বসতিৰ আৰু অৰ্থনৈতিক,সামাজিক ভাৱে পিছপৰা শ্ৰেনীৰ লোক আছিল বাবে বেছিভাগে উপাধিটোৰ বিষয়ে নাজানে । প্ৰধানত হুজুৰী, হাজৰীকা, পাঠক আৰু দাস উপাধীৰ লোক সকল একে শ্ৰেণীৰ । উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল ...

                                               

অম্বুবাচী

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়।এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।

                                               

ঈদ-উল-জুহা

ঈদ-উল-জুহা বা ঈদ-উল আজহা আৰৱী:عيد الأضحى ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ মূল ...

                                               

ঈদুল ফিতৰ

ঈদুল ফিতৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হল ঈদুল আজহা। ধৰ্মীয় পৰিভাষাত ইয়াক ‍ইয়াউমুল জাএজ‍ হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পাল ...

                                               

উৎসৱ

উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ ...

                                               

গামোচা

গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়। গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী ...

                                               

গুড ফ্ৰাইডে

গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয ...

                                               

চীনা নৱবৰ্ষ

চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১ ...

                                               

ছাপন্ন ভোগ

ছাপন্ন ভোগ হৈছে ৫৬ বিধ ব্যঞ্জনৰ এক সংহতি। সাধাৰণতে বিভিন্ন উৎসৱ উদযাপনৰ সময়ত আৰাধ্যক এই ভোগ অৰ্পণ কৰা হয়। কাতি মাহৰ পূৰ্ণিমা তিথিত বিশেষকৈ এই ভোগ দিয়াৰ নিয়ম ভাৰতীয় সমাজত প্ৰচলিত আছে। কৃষ্ণ জন্মাষ্টমীৰ সময়ত হিন্দু লোক সকলে ৫৬ ভোগ গোটাই।

                                               

জন্মদিন

জন্মদিন হৈছে পঞ্জিকা অনুযায়ী মানুহৰ জন্মগ্ৰহণৰ দিৱস। সাধাৰণতে জন্মবাৰ্ষিকীত জন্মদিন উৎসৱৰ মাধ্যমেৰে পালন কৰা হয়। সাধাৰণতে বছৰৰ এটি নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট তাৰিখত শিশুৰ বাবে সিহঁতৰ পিতৃ-মাতৃ, আত্মীয়-স্বজন বা ব্যক্তিসকলৰ দ্বাৰা উদযাপিত হয় এই দ ...

                                               

নংক্ৰেম

নংক্ৰেম নৃত্য উৎসৱ হৈছে মেঘালয়ৰ খাচী জনজাতিৰ বাৰ্ষিক উৎসৱ। উৎসৱটো পাঁচ দিন ৰখা হয় আৰু সাধাৰণতে নৱেম্বৰ মাহত উদযাপন কৰা হয়। এই উৎসৱটো স্মৃতিত অনুষ্ঠিত হয়, যি খাচী পাহাৰৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ৰাজধানী চহৰ শ্বিলঙৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত। ...

                                               

পচোৱা

পচোৱা শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্‌যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্‌যাপন কৰা হয় । অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে ...

                                               

পুষনা

পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষন ...

                                               

ফাঁকুৱা

ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চত মাহৰ পূৰ্ণিমা ...

                                               

বুদ্ধ পূৰ্ণিমা

বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক, পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোড ...

                                               

বৰদিন

বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখ ...

                                               

ভেলেণ্টাইন দিৱস

সন্ত ভেলেণ্টাইন দিৱস, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা ...

                                               

মহাবীৰ জয়ন্তী

মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ...

                                               

মহৰম

মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে। মহৰম জীৱনদান ...

                                               

লোচাৰ

লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক উৎসৱ। এই উৎসৱ তিব্বত, ভাৰত, ভূটান আৰু নেপালত পালন কৰা হয়। অঞ্চলভেদে ইয়াক বিভিন্ন দিনত পালন কৰা হয়। লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ বাবে নৱবৰ্ষৰ দিন। তিব্বতীয় চন্দ্ৰসৌৰ দীনপঞ্জীৰ প্ৰথম দিনা এই উৎসৱ পালন কৰ ...

                                               

ৰমজান

ৰমজান ৰমাদ্বান আৰবী: رمضان ৰমাদ্বান, হল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে। ৰমজান মাহত ছিয়ামৰোজা ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজ ...

                                               

ইফতাৰ

ইফতাৰ আৰবী: إفطار ইফ্‌ত্বাৰ্ হৈছে, ৰমজান মাহত মুছলিমসকলে গোটেই ৰোজা ৰখাৰ পাছত সূৰ্যাস্তৰ সময়ত যি খাদ্য গ্ৰহণ কৰা হয়। ৰমাদ্বান মাহত সকলোৱেই একেলগে বহি ইফতাৰ গ্ৰহণ কৰে। খেজুৰ খাদ্যৰ দ্বাৰা ইফতাৰ আৰম্ভ কৰা ছুন্নত।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →