ⓘ Free online encyclopedia. Did you know? page 67



                                               

দেশ

ভূগোলৰ মতে দেশ হল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভৌমিক ৰাষ্ট্ৰ অঞ্চল বা জনৈক ৰাজনৈতিক বিভাগৰ ভৌগোলিক অঞ্চলক সূচিত কৰে। সাধাৰণতে দেশ বুলিলে সাৰ্বভৌমিক ৰাষ্ট্ৰৰ ধাৰণাৰ স’তে মিলি যায় যায় আৰু ই ৰাষ্ট্ৰ, জাতি ব ...

                                               

নদী

নদী সাধাৰণতে নিমখহীন পানীৰ এটি প্ৰাকৃতিক জলধাৰা যি মহাসাগৰ, হ্ৰদ, সাগৰ অথবা অন্য কোন নদীলৈ প্ৰবাহিত হয়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়।

                                               

আমাজান নদী

আমাজান নদী দক্ষিণ আমেৰিকাত অৱস্থিত দীৰ্ঘতম আৰু জলপ্ৰৱাহ -ৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম নদী পৃথিৱীৰ সৰ্ববৃহৎ নদী। এই নদীৰ গড় জলপ্ৰৱাহ -ৰ পৰিমাণ প্ৰতি ছেকেণ্ডত ২০৯,০০০ কিউবিক মিটাৰ, যি ইয়াৰ পিছতেই স্থান পোৱা সাতখন সৰ্ববৃহৎ নদীৰ মুঠ ক্ষৰণতকৈ বেছি। আমা ...

                                               

কংগো নদী

কংগো নদী fleuve Congo / Zaïre ; পৰ্তুগীজ: rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ৰ দিশৰ পৰা আমাজানৰ পিছতেএই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷ ...

                                               

ডানয়ুব নদী

ডানয়ুব নদী ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ নদী আৰু ই কেন্দ্ৰীয় আৰু পূব ইউৰোপত প্ৰবাহিত হৈছে। ডানয়ুব নদী ঐতিহাসিকভাৱে ৰোমান সাম্ৰাজ্যৰ এক প্ৰধান অংশ আছিল আৰু বৰ্তমান ই দহখন দেশৰ মাজেৰে প্ৰবাহিত হৈ আছে। এই নদী জাৰ্মানীত আৰম্ভ হৈ দক্ষিণ-পূব দিশত মুঠ 1.9 ...

                                               

নাইজাৰ নদী

নাইজাৰ নদী fleuve Niger, উচ্চাৰণ পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4.180 km ৷ ইয়াৰ অপবাহ দ্ৰোণী 21.17.700 বৰ্গ কি.মি. জুৰি বিস্তৃত হৈ আছে ৷ এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল ৷ এই নদী মালি, নাইজাৰ আৰু নাইজেৰিয়া ৰ মাজেৰে প্ৰবাহিত হৈ আ ...

                                               

নীল নদী

নীল নদী আফ্ৰিকা মহাদেশ অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য ৬,৮৫৩ কিমি । নীল নদীএক আন্তIৰ্জাতিক নদী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ জলসম্পদ এঘাৰখন দেশে ব্যৱহাৰ কৰে। এই দেশসমূহ হৈছে, টানজানিয়া, উগাণ্ডা, ৰাৱাণ্ডা, বুৰুণ্ডি, কংগো-কিনছাছা ...

                                               

ভল্গা নদী

ভল্গা) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়। এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই ...

                                               

মিছিছিপি নদী

মিছিছিপি নদী উত্তৰ আমেৰিকা মহাদেশীয় অপবাহ প্ৰণালী ৰ প্ৰধান নদী৷ আমৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে মূলত: প্ৰবাহিত হোৱা এই নদী মিনোছ’টাৰ উত্তৰে উৎপত্তি হৈ দক্ষিণলৈ 2.320 মাইলs জুৰি বৈ গৈ Gulf of Mexico ৰ মিছিছিপি নদীৰ ব-দ্বীপ ত পৰিছেগৈ৷ ইয়াৰ বিভিন্ন উপ ...

                                               

য়াংজে নদী

য়াংজে নদী, এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী। ’Qinghai-Tibet Plateau’ ৰ বৰফাবৃত অঞ্চলৰ পৰা দক্ষিণ-পশ্চিম, কেন্দ্ৰীয় আৰু পূব চীনৰ মাজেদি বৈ গৈ চাংহাইৰ পূব চীন সাগৰ ত মিলিত হোৱালৈকে এই নদীয়ে প্ৰায় ৬,৩০০ কিলোমিটা ...

                                               

হোৱাংহো নদী

হোৱাংহো নদী বা হালধীয়া নৈ এছিয়াৰ ভিতৰতে য়াংজে আৰু য়েনিছেই নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5.464 km । এই নৈ পশ্চিম চীনৰ Qinghai অঞ্চলৰ বায়ান হাৰ পৰ্বতমালা ত উৎপত ...

                                               

ৰাইন

ৰাইন এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী ৰাইন আৰু ড’নুবে Danube নদীয়ে ৰোমান সাম্ৰাজ্যৰ উত্তৰদিশ সামৰি আছিল আৰু তেতিয়াৰে পৰা বাণিজ্য সম্প্ৰসাৰণ তথা জলজ সম্পদৰ ক্ষেত্ৰত এই নদীয়ে ...

                                               

আকছাই চীন

আকছাই চীন এটি জিনজিয়াং আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চল দ্বাৰা পৰিচালিত এটি অঞ্চল, লাদাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল বুলি ভাৰত দাবি কৰিছে আৰু বৃহত্তৰ পুৱ অংশটো গঠন কৰিছে কাশ্মীৰ অঞ্চল যিটো ১৯৬২ চনৰ পৰা ভাৰত আৰু চীনৰ মাজত বিবাদৰ বিষয়।

                                               

এণ্ডিছ

এণ্ডিজ বিশ্বৰ আটাইতকৈ সৰ্বোচ্চ দৈৰ্ঘ্যৰ পৰ্বতমালা। এই পৰ্বতমালা দক্ষিণ আমেৰিকাৰ পশ্চিমে ৭০০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই পৰ্বতমালাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৪০০০ মিটাৰ। এণ্ডিজ পৰ্বতমালা সাতখন দেশ জুৰি বিস্তৃত হৈ আছে। এইকেইখন হৈছে - ...

                                               

এল্পছ

এল্পছ ইউৰোপ মহাদেশৰ সৰ্ব্বোচ্চ আৰু বহুলভাৱে বিস্তৃত হৈ থকা পৰ্বতমালা। প্ৰায় ১২০০ কিমি জুৰি থকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’,ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন আৰু শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। এল্পছ পৰ্বতমালাতক ...

                                               

কাঞ্চনজংঘা

কাঞ্চনজংঘা হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ। ই ভাৰত আৰু নেপালৰ সীমাত অৱস্থিত। ইয়াৰ উচ্চতা প্ৰায় ৮৫৮৬ মিটাৰ। হিমালয় পৰ্বতৰ এই অংশটোক কাঞ্চনজংঘা হিমল বোলা হয়। ইয়াৰ পশ্চিমে তামূৰ নদী, উত্তৰে লহনাক চু নদী আৰু জংচং লা শৃংগ, আৰু পূবে তিষ্টা নদী অ ...

                                               

পাটকাই

পাটকাই হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা। ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল। কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে। পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দ ...

                                               

বুৰ্খাণ খাল্ডুন

বুৰ্খাণ খাল্ডুন উত্তৰ-পূব মংগোলিয়াৰ খেণ্টাই অঞ্চলৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো জেংঘিছ খানৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থাআন এক বিখ্যাত বীৰ চাবুটাইৰ জন্মস্থল। পৰ্বতটো ১৯৯২ত প্ৰতিষ্ঠিত ১২০০০ বৰ্গ কিলোমিটা ...

                                               

বৰাইল পৰ্বত

বৰাইল পৰ্বত ইংৰাজী: Borail Range উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ ...

                                               

মাউণ্ট এভাৰেষ্ট

মাউণ্ট এভাৰেষ্ট, পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত। অৱশ্যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ উচ্চতাত থকা শৃংগটো হৈছে এণ্ডিজ পৰ্বতমালাৰ ’মাউণ্ট চ্চিমব’ৰাজ’"। চীন আৰু নেপ ...

                                               

হিমালয়

হিমালয় পৰ্বতমালা ক, সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ হিম আৰু আলয় - এই দুটা শব্দ মিলি হিমালয় শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে বৰফৰ ঘৰ। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত। পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য নদী হিমালয়ৰপৰাই উৎপত ...

                                               

ৰকি পৰ্বতমালা

ৰকি পৰ্বতমালা হৈছে উত্তৰ আমেৰিকাত অৱস্থিত পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত অন্যতম এক পৰ্বতমালা। ই ব্ৰিটিছ কলম্বিয়া,পশ্চিম কানাডাৰ পৰা নিউ মেক্সিক, দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰ লৈকে ৩০০০ মাইল পৰ্যন্ত বিস্তৃত হৈ আছে। ৰকি পৰ্বতমালাৰ পোনপ্ৰথমে সৃষ্টি হৈ ...

                                               

ভাৰতীয় উপমহাদেশ

ভাৰতীয় উপমহাদেশ হৈছে এছিয়া মহাদেশৰ দক্ষিণৰ এক উপদ্বীপ অঞ্চল। এই অঞ্চলটোৰ অধিকাংশই ভাৰতীয় ভূত্বকীয় ফলকত অৱস্থিত আৰু এয়া উত্তৰে হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণে ভাৰত মহাসাগৰলৈ বিস্তৃত্ব। ভূতাত্ত্বিকভাবে, ভাৰতীয় উপমহাদেশটি হৈছে প্ৰায় ৫.৫ কোটি ব ...

                                               

ৱেষ্ট ইণ্ডিজ

ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে। খ্ৰিষ্টফাৰ কলম্বাচৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ ৰ পৰা পৃথক কৰিবলৈ। ১৭ ...

                                               

অষ্ট্ৰেলিয়া (মহাদেশ)

অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি 8.468.300 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31.260.000। নিউজিলেণ্ড অষ্ট্ৰেলিয়া মহা ...

                                               

আফ্ৰিকা

আফ্ৰিকা ইংৰাজী: Africa মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ এছিয়াৰ পাছতেই। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ ১১,৬৬৮,৫৯৮ বৰ্গমাইল। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠ ...

                                               

আমেৰিকা (মহাদেশ)

আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।

                                               

ইউৰেছিয়া

ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ। ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ, ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণ ...

                                               

ইউৰোপ

Panoramic photos of Central Europe EUFPC European Foreign Policy Council Need to know about Visiting Europe Europe at Night at NASA Earth Observatory Regions of Europe Europe2U Maps Photos and information about Europe. Historical Maps of Europe E ...

                                               

উত্তৰ আমেৰিকা

উত্তৰ আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলাণ্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থি ...

                                               

এছিয়া

এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।

                                               

এণ্টাৰ্কটিকা

এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবে ...

                                               

এফ্ৰো-ইউৰেছিয়া

এফ্ৰো-ইউৰেছিয়া বা এফ্ৰেছিয়া বা ইউৰেফ্ৰেছিয়া শব্দক পৃথিৱীৰ সৰ্ববৃহৎ ভূ-খণ্ডক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াএক অতিমহাদেশ বুলিব পাৰি। এফ্ৰো-ইউৰেছিয়া আফ্ৰিকা আৰু ইউৰেছিয়া মহাদেশক লৈ গঠিত। ইউৰেছিয়াক আকৌ এছিয়া আৰু ইউৰোপ মহাদেশত ভাগ কৰা হৈছে। এফ্ৰ ...

                                               

ওচেনিয়া

প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া, মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো ।

                                               

দক্ষিণ আমেৰিকা

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয ...

                                               

আটলাণ্টিক মহাসাগৰ

আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ ; যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%। বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলাণ্টিক মহাসাগৰৰ পশ্চিমে আমেৰিকা মহাদেশ আৰু প্ৰশান্ত মহাসাগৰৰ ...

                                               

উত্তৰ মহাসাগৰ

উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত এক মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ মূল পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু অগভীৰ মহাসাগৰ ।আন্তৰ্জাতিক হাইড্ৰ’গ্ৰাফিক সংগঠনে ইয়াক মহাসাগৰ বুলি স্বীকৃতি দিছে যদিও কোনো কোনো সা ...

                                               

দক্ষিণ মহাসাগৰ

দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰগ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক ...

                                               

প্ৰশান্ত মহাসাগৰ

প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গকিলোমিটাৰ, যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২%, স ...

                                               

ভাৰত মহাসাগৰ

ভাৰত মহাসাগৰ হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। পৃথিৱীৰ মুঠ জলভাগৰ ২০ শতাংশ এই মহাসাগৰে অধিকাৰ কৰি আছে। এই মহাসাগৰৰ উত্তৰে আছে ভাৰতীয় উপমহাদেশ; পশ্চিমে পূব আফ্ৰিকা; পূবে ইন্দোচীন, সুন্দা দ্বীপপুঞ্জ আৰু অষ্ট্ৰেলিয়া; আৰু দক্ষিণে আছে দক্ষিণ মহাস ...

                                               

চাহাৰা মৰুভূমি

চাহাৰা বিশ্বৰ সবাতোকৈ উষ্ণ hottest মৰুভূমি অঞ্চল। তদুপৰি এণ্টাৰ্কটিকা আৰু সুমেৰুৰ পিছতে ই তৃতীয় বৃহৎ মৰু অঞ্চল। ৯৪০০০০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মৰুভূমিয়ে উত্তৰ আফ্ৰিকাৰ অধিকাংশ অঞ্চল অধিকাৰ কৰি আছে। এই মৰুভূমিয়ে ৰেড চিৰ পৰা ভূমধ্য-সাগৰীয় ...

                                               

থৰ মৰুভূমি

থৰ মৰুভূমি হল ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ইয়াৰ অধিকাংশ ৰাজস্থানত অৱস্থিত যদিও কিছু অংশ হাৰিয়ানা, পঞ্জাব, গুজৰাট আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তত অৱস্থিত। ইয়াৰ আয়তন ২ লক্ষ বৰ্গকিলোমিটাৰতকৈও ...

                                               

আৰৱ সাগৰ

আৰৱ সাগৰ উত্তৰ ভাৰত মহাসাগৰৰ অংশবিশেষ। ইয়াৰ উত্তৰে পাকিস্তান আৰু ইৰাণ, পশ্চিমে ছুমালিয়াৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে ভাৰত অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ ...

                                               

উত্তৰ সাগৰ

উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া, জাৰ্মানী, নেডাৰলেণ্ড, বেলজিয়াম, আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে। এই সাগৰৰ দৈৰ্ঘ্য ৯৭ ...

                                               

কাস্পিয়ান সাগৰ

কাস্পিয়ান সাগৰ কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ, বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷ এই সাগৰৰ পৃষ্ঠকালি 3.71.000 বৰ্গ কি.মি. আৰু আয়তন সাঁচ:Convert/km3৷ এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই ৷ কাস্পিয়ান সাগৰ ইউৰোপ ...

                                               

কৃষ্ণ সাগৰ

কৃষ্ণ সাগৰ পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপোৰ মাজত অৱস্থিত এখন সাগৰ। এই সাগৰৰ সীমাত ইউৰোপ, এনাট’লিয়া আৰু ক’কেছাছ অৱস্থিত। এই সাগৰ ভূমধ্যৰ মাজেৰে গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছেগৈ। Bosphorus Strait-এ এই সাগৰল Sea of Marmara ৰ সৈতে আৰু Strait o ...

                                               

কেৰিবিয়ান সাগৰ

কেৰিবিয়ান সাগৰ পশ্চিম গোলাৰ্ধত অৱস্থিত আটলান্টিক মহাসাগৰৰ এখন সাগৰ৷ এই সাগৰৰ পশ্চিমে মেক্সিকোৰ Yucatán Peninsula, পশ্চিম-দক্ষিণ দিশত কেন্দ্ৰীয় আমেৰিকা, উত্তৰে কিউবা, পূবে Lesser Antilles আৰু দক্ষিণে দক্ষিণ আমেৰিকাৰ সাগৰীয় উত্তৰ পাৰ ৷ কেৰিবিয়া ...

                                               

জাপান সাগৰ

জাপান সাগৰ হৈছে জাপানী দ্বীপপূঞ্জ, ছাখালিন, আৰু এছীয় মূলভূমিৰ মাজত থকা এখন সীমান্তৱৰ্তী সাগৰ। জাপানী দ্বীপপূঞ্জই সাগৰখনক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। ইয়াৰ সীমাত জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া আছে। প্ৰায় সম্পূৰ্ণৰূপে প্ৰশ ...

                                               

দক্ষিণ চীন সাগৰ

দক্ষিণ চীন সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এক সীমান্তীয় সাগৰ। ই কাৰিমাটা আৰু মালাক্কা ষ্ট্ৰেইটৰপৰা টাইৱান ষ্ট্ৰেইটলৈকে সামৰে। এই সাগৰে ৩৫,০০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰে। দক্ষিণ চীন সাগৰৰ প্ৰবল কৌশলগত মহত্ত্ব থকাৰ কথা স্বীকাৰ কৰা হয়- বিশ্বৰ এ ...

                                               

বাল্টিক সাগৰ

বাল্টিক সাগৰ আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া, ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত। এই সাগৰ ৫৩°-৬৬°N অক্ষাংশ আৰু ১০° ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →