ⓘ Free online encyclopedia. Did you know? page 63



                                               

বেনাজিৰ ভুট্টো

বেনাজিৰ ভুট্টো আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। বেনাজিৰ ভুট্টো আছিল প্ৰথম মহিলা যিয়ে কোনো মুছলিম সংখ্যাগৰিষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৰ্বোচ্চ ...

                                               

ব্ৰজনাথ শৰ্মা

ব্ৰজনাথ শৰ্মা আছিল অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমান নাটকৰ জনক। অসমত সহ-অভিনয়ৰ বাটকটীয়া। ১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই সাংস্কৃতিক শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল। ১৯৮৩ চনৰ ১২ ছেপ্ট ...

                                               

ব্ৰজেন বৰুৱা

ব্ৰজেন বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্ ...

                                               

ভট্টদেৱ

ভট্টদেৱ অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়। ভট্টদেৱৰ প্ৰকৃত নাম বৈক ...

                                               

ভাগৱত আচাৰ্য

উত্তৰ-শংকৰী যুগ ৰ এগৰাকী প্ৰসিদ্ধ লেখক ভাগৱত আচাৰ্য । তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ ...

                                               

ভাৰ্জিনিয়া উল্‌ফ

এডেলাইন ভাৰ্জিনিয়া উল্‌ফ আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়।

                                               

ভিতালী দাস

ভিতালী দাস এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল। জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয ...

                                               

ভিনচেণ্ট ভেন গঘ

ভিনচেণ্ট ৱীলেম ভেন গঘ আছিল হলেণ্ডৰ পষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল। উদ্বিগ্নতা আৰু সঘনাই উক দিয়া মানসিক ৰোগত তেওঁ ভুগিছিল আৰু মাত্ৰ ৩৭ বছৰ বয়সত বিশেষ খ ...

                                               

ভীমবৰ দেউৰী

ভীমবৰ দেউৰী অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰ ...

                                               

ভুবনেশ্বৰ বৰুৱা

১৮৯৩ চনৰ চাৰি ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খলিহামাৰীত বৰুৱাৰ জন্ম হৈছিল৷ কোনো কোনোৱে তেওঁৰ জন্ম শদিয়াতহে বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ পিতৃ আছিল জীৱেশ্বৰ বৰুৱা আৰু মাতৃ গিৰিজা দেৱী৷ তেওঁলোকৰ মুঠ তেৰটা সন্তানৰ ভিতৰত ভুবনেশ্বৰ বৰুৱা আছিল ষষ্ঠ৷ বাৰ বছৰ বয়স ...

                                               

ভূমিধৰ বৰ্মন

ডাঃ ভূমিধৰ বৰ্মন হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল। তেওঁ অসম বিধানসভালৈ সাতবাৰকৈ সদস্য নি ...

                                               

ভোগেশ্বৰী ফুকননী

১৮৮৫ চনত অসমৰ নগাঁৱৰ ওচৰৰ বঢ়মপুৰত তেখেতৰ জন্ম হৈছিল। ভোগেশ্বৰী ফুকনৰ সৈতে বিয়া হোৱাৰ পাছত তেখেতসকলৰ ৬জন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম হৈছিল।

                                               

ভোলানাথ বৰুৱা

ভোলানাথ বৰুৱা এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক প্ৰায়েই সাউদ ভোলানাথ বৰুৱা অথবা সদাগৰ ভোলানাথ বৰুৱা হিচাপে সম্বোধন কৰা হয়। ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসা ...

                                               

ভ্লেডিমিৰ লেনিন

ভ্লেডিমিৰ ইলিচ উলিয়ানভ, জনপ্ৰিয়ভাৱে লেনিন এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল। তেওঁ ১৯১৭ৰপৰা ১৯১৮লৈ ৰুছ গণৰাজ্যৰ, তথা ১৯১৮ৰপৰা ১৯২৪লৈ ৰুছ ছভিয়েট যুক্তৰাজ্যিক সমাজবাদী গণৰাজ্যৰ আৰু ১৯২২ৰপৰা ১৯৯২৪লৈ ছভিয়েট সংঘৰ ...

                                               

ভৱকান্ত নাথ

ভৱকান্ত নাথ ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷ তেওঁঘৰ লখিমপুৰ জিলাৰ ফুলবাৰীত। তেওঁ বি,এ, বি,টি, অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষক আছিল আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল।

                                               

ভৱানন্দ দত্ত

ভৱানন্দ দত্ত একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।

                                               

মনকৰ

মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ পৰম্পৰা নিৰ্মাতা। খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত মনকৰৰ বিকাশ হৈছিল বুলি কোৱা হয় যদিও ই সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য নহয়। তেওঁ ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। তেওঁৰ মাকৰ নাম আছিল কালিন্দ্ৰী। তেওঁৰ দেউতাকৰ নাম জ ...

                                               

মনোৰঞ্জন গোস্বামী

কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷

                                               

মলীকা পোখৰাজ

মলীকা পোখৰাজ – ১৯১২ - ২০০৪) পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী আছিল। তেওঁ সচৰাচৰ মলীকা, যাৰ অৰ্থ ৰাণী, নামেৰে পৰিচিত আছিল। তেখেত হাফিজ জলন্ধৰীৰ নাজম গীত, অভি ত মেঁ জৱান হুঁ -ত কন্ঠদান কৰাৰ বাবে অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো কেৱল প ...

                                               

মহানন্দ শৰ্মা

মহানন্দ শৰ্মা অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেতৰ বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। তেখে ...

                                               

মহীচন্দ্ৰ মিৰি

মহীচন্দ্ৰ মিৰি অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক আছিল । অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙিয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতৰ হেতুকেই বিশ্ব অৱগত হয়। ...

                                               

মাইকেল জেকচন

মাইকেল জেকচন এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়। চাৰি দশকজোৰা কালছোৱাত তেওঁ সংগীত, নৃত্ ...

                                               

মাইকেল ফেৰাডে

মাইকেল ফেৰাডে ইংৰাজী: Michael Faraday এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্বDiamagnetism,আৰু ...

                                               

মাইকেলেঞ্জেল

মাইকেলেঞ্জেল ডি লডভিক বুনাৰত্তি চিমনি, বা চমুকৈ মাইকেলেঞ্জেল আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম। কলাৰ বাহিৰে আন দিশত তেওঁৰ চৰ্চা কম হলেও যিকোনো ক্ষেত্ৰতে তেওঁৰ প ...

                                               

মাণিক চন্দ্ৰ বৰুৱা

মাণিক চন্দ্ৰ বৰুৱা অসমৰ এজন সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী। নগাঁৱৰ জন্মলাভ কৰা বৰুৱাই "বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী"ৰ দ্বাৰা ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ পৰিছিল। পাছলৈ তেওঁ সমাজ সেৱক আৰু শিক্ষা সংগঠক হিচাপে জনাজাত হৈ পৰে। সাদিনীয়া দ্ ...

                                               

মানিক বড়া

মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত বৈৰাগী বিহংগ প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত ন ...

                                               

মাৰ্ক টোৱেইন

ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ আৰু এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল। ইয়াৰে পিছৰখনক "মহান আমেৰিকান ...

                                               

মাৰ্ক’ প’ল’

মাৰ্ক পল এজন ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক। তেখেতৰ ভ্ৰমণ কাহিনীসমূহ মাৰ্ক পলৰ ভ্ৰমণ কাহিনী নামৰ গ্ৰন্থত লিপিবদ্ধ হৈ আছে। তেওঁ ১২৭১চনত দেউতাক নিক’ল’ আৰু খুৰাক মাফিৱ’ৰ লগত এছিয়া মহাদেশেৰে চীনলৈ এটা মহাকাব্যিক ভ্ৰমণ সম্পন্ন কৰে। চীনৰ মঙ্গোল সম্ৰা ...

                                               

মাৰ্চেল প্ৰুষ্ট

ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট এজন ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ। সুবৃহৎ উপন্যাস ইন্‌ ছাৰ্চ অৱ লষ্ট টাইম্‌ -ৰ বাবে তেওঁ বিখ্যাত। উপন্যাসখন ১৯১৩ আৰু ১৯২৭ চনৰ ভিতৰত চোৱা চোৱাকৈ প্ৰকাশ পাইছিল।

                                               

মিতালী চৌধুৰী

মিতালী চৌধুৰী এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ১৯৬০ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ ৰিহাবাৰীত জন্ম লাভ কৰা চৌধুৰীয়ে "বুঢ়া লুইতৰ বিশাল বাহু", "কেতিয়াবা মোৰ", "প্ৰথম দেখাৰ মধুবেলা", "ৰাতি মায়াবিনী", "বন বননিত আঁচল উৰুৱাই", "মোৰ ...

                                               

মিত্ৰদেৱ মহন্ত

মিত্ৰদেৱ মহন্ত, সম্পূৰ্ণ নাম মিত্ৰদেৱ মহন্ত অধিকাৰী অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। তেওঁ দুব ...

                                               

মীনা আগৰৱালা

মীনা আগৰৱালা এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল। তেজপুৰ মহিলা সমিতিৰ হৈ পঞ্চাশ বছৰতকৈও অধিক কাল তেখেতে নানা সামাজিক কাম-কাজত অংশ লৈছিল। ১৯৫০ৰ দশকত তেখেত জিলা সামাজিক উন্নয়ন সমিতিৰ অধ্যক্ষা আছিল। ১৯৬২ চনত ...

                                               

মুনিন বৰুৱা

মুনিন বৰুৱা এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ জন্ম হৈছিল ১৯৪৮ চনত। পোনপ্ৰথমে এগৰাকী চিত্ৰ ...

                                               

মুনীন বৰকটকী

মুনীন বৰকটকী বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে যথেষ্ট সংখ্যক উচ্চমানৰ গল্প, কবিতা লিখিছে যদিও তেখেতৰ পৰিচয় এজন কৃতী সমালোচক হিচাবেহে। তেখেতে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল। বৰকটকী কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰ ...

                                               

মেদিনী চৌধুৰী

মেদিনী চৌধুৰী ইংৰাজী: Medini Chowdhury অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।

                                               

মেৰী কুৰী

মেৰী স্ক্লডভ্‌স্কা-কুৰী পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময়েই ফ্ৰান্সতে কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত নবেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ নবেল বঁটা লাভ কৰা একমাত্ৰ মহ ...

                                               

মেৰী শ্বেলী

মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ জন্ম হয়। তেওঁৰ পিত ...

                                               

মোহন দাস

                                               

মোহন ভাৱৰীয়া

মোহন ভাৱৰীয়া আছিল অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী। জন্মসূত্ৰে তেখেতৰ নাম আছিল মোহন চন্দ্ৰ বৰ্মন। তেখেতৰ পিতৃ হৰকান্ত বৰ্মন আৰু মাতৃ হৰিপ্ৰিয়া বৰ্মন।

                                               

মৌলানা আব্দুল হামিদ খান ভাসানী

মৌলনা আব্দুল হামিদ খান ভাষাণী সংক্ষিপ্ত মৌলনা ভাষাণী ব্ৰিটিছ ভাৰতৰ এগৰাকী ইছলামিক পণ্ডিত আৰু ৰাজনৈতিক নেতা আছিল। তেওঁৰ ৰাজনৈতিক আমলত ব্ৰিটিছ উপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশ সময়কাল বিস্তৃত আছিল। মৌলনা ভাষাণী প্ৰতিষ্ঠাৰ মাধ্যমত দৰিদ্ৰসকলৰ প ...

                                               

যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

যতীন্দ্ৰ কুমাৰ বৰগোহাঞি অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

                                               

যতীন্দ্ৰ নাথ দুৱৰা

যতীন্দ্ৰ নাথ দুৱৰা অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত ...

                                               

য়ামিন হাজৰিকা

য়ামিন হাজৰিকা এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা আইপিএছ বিষয়া। তেওঁক ১৯৭৯ চনত তেওঁ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল।

                                               

যোগেশ দাস

যোগেশ দাস অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত পৃথিৱীৰ অসুখ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱা ...

                                               

যোগেশ্বৰ বৰুৱা

যোগেশ্বৰ বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। লখিমপুৰ জিলাত যোগ বৰুৱা নামেৰে প্ৰখ্যাত যোগেশ্বৰ বৰুৱাক বিহপুৰীয়া নগৰৰ স্বপ্নদ্ৰষ্টা আখ্যা দিয়া হয়। তেওঁ স্বাধীনতা সংগ্ৰামত ...

                                               

লক্ষ্মীনাথ ফুকন

লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল ১৮৯৭ চনৰ জানুৱাৰী মাহত। পিতৃৰ নাম কাৰ্তিকচন্দ্ৰ আৰু পিতামহ নাৰায়ণ বৰবৰা। পিতামহ নাৰায়ণ বৰবৰাই মণিৰাম দেৱানৰ লগত ইংৰাজ বিৰোধী আন্দোলনত যোগ দিয়া হেতুকে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। দেৰগাঁৱৰ বেজবৰুৱা ব্ৰাঞ্চ হাইস্কুলৰ ...

                                               

লক্ষ্যধৰ চৌধুৰী

লক্ষ্যধৰ চৌধুৰী আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। ৰাজনীতিতো দখল থকা লক্ষ্যধৰ চৌধুৰীয়ে একালত জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ ...

                                               

লাচিত বৰফুকন

লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

                                               

লি ৱেনলিয়াং

লি ৱেনলিয়াং এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে সতৰ্ক কৰি দিছিল। ২০২০ৰ ৩ জানুৱাৰীত ...

                                               

লিঅনাৰ্ড দা ভিন্সি

লিঅনাৰ্ড দি চেৰ পিয়েৰ দা ভিন্সি আছিল ইটালীয়ান নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। "জিনিয়াছ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →