ⓘ Free online encyclopedia. Did you know? page 60



                                               

ৰিপুঞ্জয় বৰদলৈ

ৰিপুঞ্জয় বৰদলৈ ১৯৮৪ একাধাৰে বিশিষ্ট বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী আৰু সমাজ সচেতক শিক্ষক॥ অসমত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ আৰু বৈজ্ঞানিক মানসিকতা গঠন ...

                                               

ৰীমা দাস

ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কা ...

                                               

ৰেণী বৰ্গিজ

ৰেণী মাৰিয়া বৰ্গিজ এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী ৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷ তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে প্ৰকাশ কৰিছে ৷ বৰ্গিজৰ গৱ ...

                                               

অক্টাৱিয় পাছ

অক্টাৱিয় পাছ লজান ইংৰাজী: Octavio Paz Lozano ; স্পেনিছ উচ্চাৰণ: audio ; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮ এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt Internat ...

                                               

অচ্যুত লহকৰ

অচ্যুত লহকৰ -ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়। পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিয়াৰ উপৰিও তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল। এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উ ...

                                               

অঞ্জন দত্ত

অঞ্জন দত্তই ১৯৫২ চনৰ ১৩ এপ্ৰিলত শিৱসাগৰ জিলাৰ দ’লমুখ গায়েন গাৱঁত জন্ম গ্ৰহণ কৰে। তেখেত আছিল শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি থানেশ্বৰ দত্তৰ দ্বিতীয় পুত্ৰ।

                                               

অড্ৰী হেপ্‌বাৰ্ন

অড্ৰী হেপ্‌বাৰ্ন এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল। চলচ্চিত্ৰ আৰু ফেশ্বন জগতৰ প্ৰতীক বুলি গণ্য কৰা হেপ্‌বাৰ্ন হলিউডৰ সোণালী যুগৰ সক্ৰিয় অভিনেত্ৰী আছিল। আমেৰিকান ফিল্ম ইন্‌ষ্টিটিউটে তেওঁক আমেৰিকান বোলছবিৰ ইতিহাসৰ মহানতম অভিনেত্ৰীৰ তালিক ...

                                               

অনন্ত কন্দলি

অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰ ...

                                               

অনিল ৰায়চৌধুৰী

অনিল ৰায়চৌধুৰী এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। পৰৱৰ্তী কালত সাহিত্য ...

                                               

অমলেন্দু গুহ

ড॰ গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰিবলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে ইম্ফলত জন্মগ্ৰহণ কৰে। স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পা ...

                                               

অমিতা মালিক

অমিতা মালিক এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল। তেওঁ ...

                                               

অমূল্য বৰুৱা

অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক কালান্তৰৰ কবি বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ ...

                                               

অষ্টভুজ মহন্ত

অষ্টভুজ মহন্ত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল। এখেতৰ দিনতে অসম বুৰঞ্জীৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। অষ্টভূজ মহন্তৰ পিতৃ আছিল চতুৰ্ভূজদেৱ। চতুৰ্ভূজ দেৱৰ মৃত্যুৰ পাছত ১৭৮৪ চনত এখেত মায়ামৰা সত্ৰৰ অধিকাৰ হৈছিল। প্ৰথমে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ লগত ...

                                               

অসীম বোথ্ৰা

অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত ১৯৪৮ চনৰ ১৩ মাৰ্চত জন্ম লোৱা অসীম বোথ্ৰা স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত ...

                                               

অৰ্চনা মহন্ত

অৰ্চনা মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতত কণ্ঠদান কৰিছিল। বহুকেইখন অসমীয়া কথাছবিতো তেখেতে কণ্ঠ নিগৰাইছিল। শাস্ত্ৰীয় সংগীত, লোকগীতৰ পদ্ধতিগতভাৱে শিক্ষা গ্ৰহণ কৰা অৰ্চনা মহন্ত আকাশবাণীৰ এগৰাকী বিশিষ্ট ...

                                               

আকিৰা কুৰোছাৱা

আকিৰা কুৰোছাৱা, জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। কাৰ্য্যৰত ৫৭-টা বছৰত তেখেতে ৩০ খন চলচিত্ৰ নিৰ্মান কৰে।

                                               

আজলীতৰা নেওগ

এখেতৰ ৰচিত শিশু গ্ৰন্থসমূহ হল: ‘আলিবাবা আৰু দুকুৰি ডকাইত’, ‘সিন্দবাদ আৰু সাতোটি জলযাত্ৰা’, ‘আলাউদ্দিন আৰু এটি আচৰিত চাকি’, ‘আনন্দৰাম ঢেকিয়াল ফুকন’, ‘গুণাভিৰাম বৰুৱা’।

                                               

আণ্ড্ৰে পউল গুলেইম গিদ

আণ্ড্ৰে পউল গুলেইম গিদ এজন ফৰাচী সাহিত্যিক আছিল। ১৯৪৭ চনত তেওঁ সাহিত্যত নবেল বঁটা লাভ কৰে। লেখক জীৱনৰ আৰম্ভণিতে গিদ প্ৰতীকতাবাদী আন্দোলনৰ সৈতে জড়িত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ মধ্যবৰ্তী সময়ত তেওঁ সাম্ৰাজ্যবাদবিৰোধী মতবাদৰ প্ৰবক্তা হৈ উঠে। গিদ তে ...

                                               

আতন বুঢ়াগোহাঁই

আতন বুঢ়াগোহাঁই তেওঁ নাজিৰাৰ বাঁহগড়াৰ মানুহ। দেউতাক আছিল আহোম ৰজাৰ ঘৰুৱা সৈন্যৰ দায়িত্বত থকা বিষয়া। তেওঁ নিজে খনিকৰ বৰুৱা ৰূপে জীৱন আৰম্ভ কৰিছিল। ১৬৬২ চনত লেচাম বুঢ়াগোহাঁইৰ মৃত্যুত জয়ধ্বজ সিংহৰপৰা আৰম্ভ কৰি চুদৈফা পৰ্বতীয়া ৰজালৈকে মুঠ আঠজনা ...

                                               

আদ্য শৰ্মা

আদ্য শৰ্মা অসমৰ এগৰাকী চিত্ৰশিল্পী। তেখেতৰ জন্মস্থান নলবাৰী জিলাৰ মাখিবাহা। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ কলা-নিৰ্দেশক হিচাপেও তেখেতে কাম কৰি গৈছে। নলবাৰী চহৰত বেনাৰ আৰু ছাইনবোৰ্ড লিখা এটা প্ৰতিষ্ঠান চিত্ৰালয়ৰ মাজেৰে তেওঁ পেশাদাৰী শিল্পী ...

                                               

আনন্দ বক্সী

আনন্দ বক্সী ২১ জুলাই ১৯৩০ - ৩০ মাৰ্চ ২০০২ জনপ্ৰিয় ভাৰতীয় কবি আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ আছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত পঞ্জাৱ প্ৰদেশৰ ৰাৱালপিণ্ডি বৰ্তমানৰ পাকিস্তানত এখেতৰ জন্ম হৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে লক্ষ্ণৌলৈ ...

                                               

আনন্দৰাম ঢেকিয়াল ফুকন

আনন্দৰাম ঢেকিয়াল ফুকন ১৮২৯ - ২৪ আগষ্ট, ১৮৫৯) আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ ...

                                               

আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱা সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল। এৱেঁই প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া, প্ৰথম গ্ৰেজুৱেট আৰু অধিবক্তা আছিল। তেখেতে সংস্কৃত ভাষাত ৰচনা কৰি থোৱা গ্ৰন্থকেইখন বিশ্বৰ পণ্ডিতমণ্ডলীৰ দ্বাৰা সমাদৃত। কৰ্মজীৱনত দেখুওৱা দক্ষতা আৰু সাধাৰণ ম ...

                                               

আব্দুছ ছালাম

আব্দুছ ছালাম আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল। এই কেন্দ্ৰ স্থাপনৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে উ ...

                                               

আলফ্ৰেড হিচকক

চাৰ আলফ্ৰেড জোচেফ হিচকক এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল। তেওঁ ইংলেণ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক হিচাপে সফলতা পোৱাৰ পিছত হলিউডলৈ গু ...

                                               

আহমদ ছফা

আহমদ ছফা এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল। জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা। ত ...

                                               

আৰ্নেষ্ট হেমিংৱে

আৰ্নেষ্ট হেমিংৱে এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। শৈশৱ কালছোৱাত হেমিংৱেই অধিক সময় ...

                                               

ইংমাৰ বাৰ্গমেন

আৰ্নষ্ট ইংমাৰ বাৰ্গমেন ; ১৪ জুলাই, ১৯১৮ – ৩০ জুলাই, ২০০৭) ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছন-ৰো পৰিচালক। তেখেতক সৰ্বকালৰ অতি কুশলী আৰু প্ৰভাৱশালী পৰিচালকৰ শাৰীত স্থান দিয়া হয়। তেখেতে পৰিচালনা কৰিছে ছবিঘৰ ...

                                               

ইন্দ্ৰ বণিয়া

ইন্দ্ৰ বণিয়া অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত তেখেতে জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেখেতে এক সুকীয়া স্থান লাভ কৰে। ১৯৬৪ চনৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পীৰূপে তেখেতে গোবৰ্ধন চৰিত আৰ ...

                                               

ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

ইন্দ্ৰেশ্বৰ বৰঠাকুৰ অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল। শিক্ষক ...

                                               

ইন্দ্ৰেশ্বৰ শৰ্মা

ইন্দ্ৰেশ্বৰ শৰ্মা এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ ল ...

                                               

ইবন বটুতা

ইবন বটুতা এজন চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক। তেখেতক সৰ্বকালৰ এজন মহান পৰিব্ৰাজক হিচাপে জনা যায়। তেখেত মূলতঃ পৃথিৱী ভ্ৰমণৰ বাবেই বিখ্যাত। একৈশ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনৰ পৰৱৰ্তী ত্ৰিশ বছৰ ৭৫০০০ মাইল ভ্ৰমণ কৰিছিল। তেৱেই একমা ...

                                               

উইলিয়াম জেম্‌ছ

উইলিয়াম জেম্‌ছ এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ। জেম্‌ছক উনৈশ শতিকাৰ অন্তিম সময়ৰ এজন অগ্ৰণী চিন্তাবিদ বুলি গণ্য কৰা হয়, লগতে সৰ্বাধিক প্ৰভাৱশালী আমেৰিকান দৰ্শনবিদ ...

                                               

উপেন্দ্ৰচন্দ্ৰ লেখাৰু

উপেন্দ্ৰচন্দ্ৰ লেখাৰু এজন সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল। তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙনি আগবঢ়াই গৈছে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল। তেওঁ বৃন্দাবনত শ্ৰীমন্তশঙ্ক ...

                                               

উপেন্দ্ৰনাথ গোস্বামী

উপেন্দ্ৰনাথ গোস্বামী একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of A ...

                                               

এডাম স্মিথ

এডাম স্মিথ এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়। স্মিথৰ দুই মূল গ্ৰন্থ হল দ্য থিয়ৰি অৱ মৰেল চেণ্টি ...

                                               

এডৱিন হাবল

এডৱিন পাৱেল হাবল এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। হাবলক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানীসকলৰ এজন বুলি গণ্য ...

                                               

এদ্ৰিয়ান ৱেডৱিত্জ

এদ্ৰিয়ান ৱেডৱিত্জ এজন ১৮ শতিকাৰ ব্ৰিটিছ সাহিত্যৰ আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ, লগতে তেওঁ ৱিকিপিডিয়াত লৈংগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা এজন ৱিকিপিডিয়ান। ২০১৪ চনৰ এপ্ৰিল মাহত ৱেডৱিত্জে শৈলাৰোহণ কৰি থকা অৱস্থাত পৰি মূৰত আঘাত পাই মৃত্যু হয়।

                                               

কনকলতা বৰুৱা

কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মৃত্যু বাহিনীত যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভ ...

                                               

কনফুচিয়াছ

কনফুচিয়াছ আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়। কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়ানবাদ বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা ...

                                               

কমলা ভট্টাচাৰ্য

কমলাৰ জন্ম ১৯৪৫ চনত চিলেটত হৈছিল। ৰামৰমণ ভট্টাচাৰ্য আৰু সুপ্ৰবাসিনী দেৱীৰ সাত সন্তানৰ ভিতৰত কমলা পঞ্চম সন্তান। কমলাৰ তিনিজন ভাই আৰু চাৰিজনী ভনী আছিল। চাৰিভনীৰ ভিতৰত তেওঁ তৃতীয়। শৈশৱতে তেওঁৰ পিতৃবিয়োগ হয়। পিতৃবিযোগৰ পিছত আৰ্থিক অনাটনৰ মাজত কমলা ...

                                               

কমলা মিৰি

কমলা মিৰি ওৰফে কমলা লুইং অসমৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। মিচিং সম্প্ৰদায়ৰ লোক মিৰিঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।

                                               

কাদম্বৰী দেৱী

কাদম্বৰী দেৱী বঙালী নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰৰ পত্নী, মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ বোৱাৰী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৌয়েক আছিল।

                                               

কালিচৰণ ব্ৰহ্ম

কালিচৰণ ব্ৰহ্ম, পূৰ্বতে কালিচৰণ মেচ এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক। তেওঁ বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত। ১৯০৬ চনৰ আশে-পাশে তেওঁ কলিকতাত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল। তাৰপি ...

                                               

কাৰ্ল গুষ্টাভ য়ুং

কাৰ্ল গুষ্টাভ য়ুং আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। যুঙে এজন গৱেষক বিজ্ঞানী ...

                                               

কাৰ্ল চাগান

কাৰ্ল এডৱাৰ্ড চাগান এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল। প্ৰধানকৈ বিজ্ঞান জনপ্ৰিয়কৰণ আ ...

                                               

কাৰ্ল লিনিয়াছ

কাৰ্ল লিনিয়াছ হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম। ফৰাচী দ ...

                                               

কিৰা মুৰাটভা

কিৰা সিঅৰ্হিয়ুইভনা মুৰাটভা ছভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটকভা/মুৰাট’ভা। এওঁ অস ...

                                               

কীৰ্তিনাথ শৰ্মা বৰদলৈ

কীৰ্তিনাথ শৰ্মা বৰদলৈ অসমৰ এগৰাকী সংগীতজ্ঞ। তেওঁ এগৰাকী সুৰকাৰ আৰু গীতিকাৰ। শৰ্মা বৰদলৈক অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমজন ব্যক্তি বুলি অভিহিত কৰা হয়। অসমীয়া আধুনিক গীত, লোকসংগীত আদিকে ধৰি অসমীয়া জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো তেখেতৰ য ...

                                               

কুমুদেশ্বৰ বৰঠাকুৰ

কুমুদেশ্বৰ বৰঠাকুৰ ঊনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা-সাহিত্যলৈ বিশেষ বৰঙনি যোগোৱা এজন সাহিত্যিক। তেওঁৰ জন্ম হয় শিৱসাগৰত ১৮৯৩ চনত। তেওঁৰ পিতৃ আছিল খগেশ্বৰ বৰঠাকুৰ আৰু মাতৃ গোলাপী দেৱী। ইংৰাজে বৰঠাকুৰৰ ঘৰখনক "নগৰ মহল মৌজাদাৰ" পাতিছিল যদিও পৰৱৰ্ত ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →