ⓘ Free online encyclopedia. Did you know? page 58



                                               

দীপংকৰ ভট্টাচাৰ্য

দীপংকৰ ভট্টাচাৰ্য অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰক ...

                                               

দীপক শৰ্মা

দীপক শৰ্মা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক। তেখেতে ২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰ সংগীত পৰিচালনা কৰিছিল।

                                               

দীপিকা ডেকা

দীপিকা ডেকা এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ। তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক। ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ তেওঁ এইমছ দিল্লীত সেৱা আগবঢ় ...

                                               

দীপিকা বৰগোহাঁই

দীপিকা বৰগোহাঁই এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষ ...

                                               

দেৱকান্ত সন্দিকৈ

দেৱকান্ত সন্দিকৈ এগৰাকী গদ্য লেখক। আশীৰ দশকৰ পৰা অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰি ৰখা দেৱকান্ত সন্দিকৈয়ে সৰ্বমুঠ ১৩খন গ্ৰন্থ লিখি উলিয়াইছে। অসমীয়া ভাষাত মূলতঃ মৌলিক আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ ৰচনা কৰা দেৱকান্ত সন্দিকৈ ১৯৭৩ চনৰপৰা ভাৰতৰ বতৰ বিজ্ঞান ...

                                               

দেৱজিৎ চাংমাই

দেৱজিৎ চাংমাই অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ ষ্টুডিঅত কৰ্মৰত। দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অডিঅগ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত ...

                                               

দ্বিজেন গগৈ

দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা। বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ‌ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়া ...

                                               

দ্বীপেন বৰুৱা

দ্বীপেন বৰুৱা এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰা ...

                                               

ধ্ৰুৱ ৰাথী

ধ্ৰুৱ ৰাথীয়ে হাৰিয়ানাৰ পৰা নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী অৰ্জন কৰে। জাৰ্মানীৰ পৰা তেওঁ পুনৰ-নৱীকৰণৰ শক্তিতো স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

                                               

নয়ন নীলিম

নয়ন নিলীম অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ ...

                                               

নিৰুপমা বৰগোহাঞি

নিৰুপমা বৰগোহাঞি একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১ ...

                                               

নীলিম আকাশ কাশ্যপ

নীলিম আকাশ কাশ্যপ অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেতে বহুকেইখন উপন্যাস লিখাৰ লগতে জুবিন গাৰ্গৰ গীতক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছে। তেখেত পেচাত এজন শিক্ষা বিভাগৰ কৰ্মচাৰী।

                                               

নেইমাৰ

নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ পৰ্তুগীজ উচ্চাৰণ: ;জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২ এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান Paris Saint-Germain F.C. আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা ...

                                               

পদ্মনাভ বৰদলৈ

পদ্মনাভ বৰদলৈ এজন ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক। তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰি জ বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল ...

                                               

পবিত্ৰ ৰাভা

পবিত্ৰ ৰাভা ইংৰাজী: Pabitra Rabha, জন্ম ৩১ জানুৱাৰী ১৯৭৬ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। অসমৰ ওদালগুৰি জিলাৰ টংলাত জন্মগ্ৰহণ কৰা ৰাভাই হিন্দী, বঙালী, ইংৰাজী আদি ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। ২০১১ চনত থিয়েটাৰত পৰিচালকৰ পাৰদৰ্শিতা দেখুওৱা ...

                                               

পল ফুকন

পল ফুকন অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় । বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়। পল অসমৰ জনপ্ৰিয ...

                                               

পুলক বেনাৰ্জী

পুলক বেনাৰ্জী অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট সোঁৱৰণিৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদা ...

                                               

পোখৰাম্বাম সুশীলা চানু

পোখৰাম্বাম সুশীলা চানু ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ৷ তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা৷ তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী৷

                                               

প্ৰজক্তা কলি

প্ৰজক্তা কলি হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ ইউটিউবৰ জগতত প্ৰজক্তা কলি মষ্টলি ছেইন হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ নিৰ্মাণত তে ...

                                               

প্ৰণৱজ্যোতি ডেকা

প্ৰণৱজ্যোতি ডেকা অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা আৰু অধ্যাপক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ আত্মজীৱনীখনৰ নাম ‘সোণৰ চামুচ মুখত লৈ’। জ্যোতি দ্বিভাষিক অভিধানখন তেওঁৰ উল্লেখয ...

                                               

প্ৰশান্ত গোস্বামী

প্ৰশান্ত গোস্বামী এজন ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান। পূৰ্বতে তেওঁ চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ ...

                                               

প্ৰাঞ্জল শইকীয়া

প্ৰাঞ্জল শইকীয়া এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা। তেখেতে ইয়াৰ উপৰিও এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে।

                                               

পৰিণীতা বৰঠাকুৰ

পৰিণীতা বৰঠাকুৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।

                                               

বন্তি শেনচোৱা

বন্তি শেনচোৱা একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ অধ্যাপিকা। তেওঁ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। ২০০৩ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন নিষাদ গান্ধাৰ প্ৰকাশ হয়। তেওঁৰ একমাত্ৰ উপন্যাস হৈছে- আকণ বিন্ধীৰ সোণ পৰুৱা। বৰ্তমানেও তেওঁ সাহিত্ ...

                                               

বাহাৰুল ইছলাম

বাহাৰুল ইছলাম হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে। চিগাল থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ সৈতে বাহাৰুল ইছলাম জন্মলগ্নৰে পৰা ...

                                               

বাৰাক অবামা

বাৰাক হুছেইন অবামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।

                                               

বিজয় শংকৰ বৰ্মন

বিজয় শংকৰ বৰ্মন অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত দেও গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত Indian Express ৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম। ত ...

                                               

বিতোপন বৰবৰা

বিতোপন বৰবৰা অসমৰ এজন গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক। তেখেতে গল্পৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এজন আগশাৰীৰ চলচ্চিত্ৰ সমালোচক হিচাপেও বিতোপন বৰবৰাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেছনৰ সদস্য হিচাপে ইতিমধ্যে ...

                                               

বিমান চন্দ্ৰ চেতিয়া

বিমান চন্দ্ৰ চেতিয়া তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory

                                               

বিল গেট্‌ছ

উইলিয়াম হেনৰি গেট্‌ছ তৃতীয় হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু মানৱমিত্ৰ। মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত। মাইক্ৰছফ্টত কৰ্মনিৰ্বাহ কৰি থকাৰ সময়ত তেখেত অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, মুখ্য ...

                                               

বিষ্ণু খাৰঘৰীয়া

বিষ্ণু খাৰঘৰীয়া হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জী ...

                                               

বীৰেন শৰ্মা

বিশ্বনাথ চাৰিআলিৰ গড়েহাগীত ১৯৮৬ চনত বীৰেন শৰ্মাৰ জন্ম হয়৷ তেওঁৰ পিতৃ যাদৱ শৰ্মা আৰু মাতৃ স্বৰ্ণপ্ৰভা দেৱী৷ তেওঁৰ ভাতৃ কুমুদ শৰ্মা আছিল বিশ্বনাথ চাৰিআলিৰ প্ৰথম অনাতাঁৰ নাট্যকাৰ৷ শৈশৱকালৰ পৰাই বীৰেন শৰ্মাই সাহিত্য চৰ্চা আৰম্ভ কৰে৷ পৰৱৰ্ত্তী কালত ...

                                               

ব্ৰজেন বৰা

ব্ৰজেন বৰা অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। ১৯৮২ চনত সাদৰী নামে অসমীয়া চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে। অভিনেতা হিচাপে তেখেত ...

                                               

বৰুণ সিং ভাটী

বৰুণ সিং ভাটী এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ পলিঅ ৰোগত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গস্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।

                                               

বৰ্ণালী কলিতা

বৰ্ণালী কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷

                                               

ভৃংগেশ্বৰ শৰ্মা

ভৃংগেশ্বৰ শৰ্মা এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত দৈনন্দিন শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকা ...

                                               

ভেংকটৰমণ ৰামাকৃষ্ণণ

ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ৰাইবজমৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে ২০০৯ চনত থমাছ এ. ষ্টীটজ্ আৰু আড ...

                                               

ভেলেণ্টিন’ ৰ’ছি

ভেলেন্টিন’ ৰ’ছি এজন ইটালীৰ এজন পেছাদাৰী মটৰচাইকেল দৌৰৰ প্ৰতিযোগী, তেওঁ একাধিকবাৰ ম’ট’ জি পি ৱৰ্ল্ড চেম্পিয়নশ্বিপ খিটাপ দখল কৰিছে। তেওঁক মটৰচাইকেল ৰেচিঙৰ সৰ্বকালৰ সফলতম খেলুৱৈ সকলৰ এজন। তেওঁ মুঠ নবাৰ গ্ৰেণ্ড পিক্স ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ দখল কৰিছে ...

                                               

মংগলা নাৰ্লিকাৰ

মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ ...

                                               

মঞ্জু বৰা

মঞ্জু বৰা অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ। তেওঁ উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তদুপৰি তেওঁ ইণ্ডিয়ান পেনোৰোমা, এই এফ আই, ২০০৭, দশম মামি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ ...

                                               

মণীষ কুমাৰ ডেকা

মণীষ কুমাৰ ডেকা হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়া। তেখেতে ২০১৩ চনৰ ২৪ মে তাৰিখত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে কেইদিনমান আগত, ১৮ মেত আন এজন অসমীয়া তৰুণ শইকীয়াই এভাৰেষ্ট শৃংগ জয় কৰি প্ৰথমজন অসমীয়া হিচাপে নিজৰ নাম লি ...

                                               

মনজ্যোৎস্না মহন্ত

মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী॥ তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি। একক কণ্ঠৰ গীতৰ এলবামসমূহ হ’ল- লহৰ, মনজৰী, আৱেগেৰ ...

                                               

মনালিছা শইকীয়া

মনালিছা শইকীয়া অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।

                                               

ময়নুল হক

মইনুল হক অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমী ৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগ ...

                                               

ময়ূখ হাজৰিকা

ময়ূখ হাজৰিকা অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ। Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।

                                               

ময়ূৰ বৰা

ময়ূৰ বৰা এজন অসমীয়া লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত ময়ূৰ বৰা অন্যতম৷ তেখেত এতিয়ালৈকে সৰ্বমুঠ ১৫ খন গ্ৰন্থ প্ৰকাশ কৰিছে। ইয়াৰে ...

                                               

মহম্মদ শ্বামি

মহম্মদ শ্বামি আহমেদ এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে। এজন ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ হিচাপে ...

                                               

মহাদেৱ ডেকা

মহাদেৱ ডেকা অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্লৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

                                               

মহালক্ষ্মী আয়াৰ

মহালক্ষ্মী আয়াৰ এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কান্নাড়া আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।

                                               

মহেশ্বৰ বসুমতাৰী

মহেশ্বৰ বসুমতাৰী অসমৰ এগৰাকী প্ৰকৃতিবিদ। বৰ্তমান তেওঁ ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া ৰ International Fund for Animal Welfareৰ মানাহৰ সংৰক্ষণ প্ৰকল্প ত জন্তুৰ তত্ত্বাবধায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। বন্যপ্ৰাণীৰ সুৰক্ষা তথা যত্নত আগবঢ়োৱা উল্ল ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →