ⓘ Free online encyclopedia. Did you know? page 56



                                               

অসমৰ কুঁহিয়াৰ শাল

অসমত এই প্ৰৱন্ধত উল্লেখ কৰা কুঁহিয়াৰ শালখন ব্যৱহাৰ কৰে। অৱশ্যে যান্ত্ৰিকীকৰণৰ ফলত এসময়ত উজনি অসমৰ অনেক খেতিয়কে ব্যৱহাৰ কৰা এই শালখনৰ গুৰুত্ব আজিকালি প্ৰায় লোপ পাইছে।

                                               

কুন্দ

কাঠৰ কামত, ধাতুৰ বস্তু বনোৱাৰ কামত, ৰং স্প্ৰে কৰা, কাচৰ বস্তু, মাটিৰৰ বস্তু বনোৱা কামত কুন্দ ব্যৱহাৰ কৰা হয়। যিটো বস্তুঅৰ ওপৰত কাম কৰা হয় তাক তাৰ দুযোফাল ধৰি ৰাখি এটাফাল ঘূৰোৱা হয় আৰু কামবোৰ কৰা হয়।

                                               

গেছ টাৰ্বাইন

গেছ টাৰ্বাইন হৈছে এক প্ৰকাৰৰ অন্তৰ্দাহী ইঞ্জিন যি চলিবৰ বাবে আৱশ্যক হোৱা শক্তি জ্বলনশীল গেছৰ প্ৰবাহৰ দ্বাৰা লাভ কৰে। ইয়াক দহন টাৰ্বাইন -ও বোলা হয়।

                                               

ঘড়ী

ঘড়ী ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি। সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত ...

                                               

নাঙল

নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ। বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ। ইয়াৰ প্ৰধান কাম হৈছে মাটি চহ কৰা আৰু মাটিৰ চপৰা ভ ...

                                               

বাষ্প উদ্ভাৱক

বাষ্প উদ্ভাৱক হৈছে পানীৰ পৰা বাষ্প বা ভাপ উদ্ভাৱনৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বিশেষ সঁজুলি। বাষ্প উদ্ভাৱকক বৃহাদাকাৰ বন্ধ পাত্ৰৰ লগত ৰিজাব পাৰি। ইন্ধনৰ দহন কৰি পানীক বাষ্পলৈ ৰূপান্তৰিত কৰি এই বাষ্প ভাগ প্ৰয়োজনীয় কাম-কাজত ব্যৱহাৰ কৰা হয়। বিভিন ...

                                               

ভাপ ইঞ্জিন

ভাপ ইঞ্জিন হৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰিWorking fluid যান্ত্ৰিক কাৰ্য কৰে । প্ৰায় ২000 বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সজুঁলি পোৱা নাযায় । ১৬০৬ চনত স্পেনিছ উদ্ ...

                                               

ৰুবিকৰ কিউব

ৰুবিকৰ কিউব হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল । ১৯৭৪ চনত হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল। ৰুবিকে ১৯৮০ চনত Ideal Toy Corporation নামৰ কোম্পানীটোক ইয়াৰ বাণিজ্যিক উ ...

                                               

অধিবৰ্ষ

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ ...

                                               

দিন

জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন solar day যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ sideral day পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়। ভাষাগত ভাবে ...

                                               

দিনপঞ্জী

কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ, মাহ, আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়। সাধাৰণতে সূৰ্য বা চন্দ্ৰৰ পৰিভ্ৰমণ কালৰ লগত সংগতি ৰাখি কেলেণ্ডাৰত সময়ৰ হি ...

                                               

বছৰ

বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়। সময়ৰ মাপ বুজাবলৈ এত ...

                                               

মাহ

মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

                                               

সপ্তাহ

                                               

সময়

সময় হৈছে পদাৰ্থবিজ্ঞানৰ এক মৌলিক একক, বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি duration বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো ৰাশিquantityৰ পৰিৱৰ্তনৰ হাৰ, যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণাল ...

                                               

সময় অঞ্চল

সময় অঞ্চল হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা যত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই মান সময় মানি চলা হয়। পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত স ...

                                               

সময়ৰ মানকসমূহ

সময়ৰ মানক বুলিলে সময় জুখিবলৈ আৰু বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বহুমান্য পদ্ধতি সমূহকে বুজা যায়। এনে মানকসমূহ মানুহে পৰম্পৰাগতভাবে, বা সৰ্বসন্মতিক্ৰমে, বা চৰকাৰী বা আইনগত ভাবে বা বৈজ্ঞানিক প্ৰয়োজনত গ্ৰহণ কৰা বা উদ্ভাৱিত হব পাৰে। অতীতত পৃথিবীৰ আহ্ন ...

                                               

অৰ্থব্যৱস্থা

অৰ্থব্যৱস্থা বুলিলে কোনো দেশ বা তেনে এলেকাৰ শ্ৰমিক, ভূমি বা সম্পদৰ ব্যৱস্থাপনৰ কথা বুজা যায়। ই স্থানখনৰ উৎপাদৰ উৎপাদনশীলতা, বাণিজ্য, বিতৰণ, আৰু উপভোক্তাকো সামৰি লয়। সকলো দেশৰে কিছুমান আৰ্থিক সমস্যা থাকে। সেইবোৰ সমাধান কৰাৰ উদ্দেশ্যে, বিভিন্ন অৰ ...

                                               

জনপ্ৰব্ৰজন

মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে। সহজ অৰ্থত জনপ্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে। সাধাৰণতে সম্পদ-অ ...

                                               

পৰিয়াল

পৰিয়াল হৈছে সমাজৰ এটা সৰু গোট। পিতৃ, মাতৃ আৰু তেওঁলোকৰ সন্তান-সন্ততিসকলক কেন্দ্ৰ কৰি পৰিয়াল গঠন হব পাৰে, দ্বিতীয়তে একলগে বসবাস কৰা আত্মীয়-স্বজন সমবায়ে ই প্ৰসাৰিত পৰিয়ালো হব পাৰে। তৃতীয় ধৰণৰ পৰিয়াহল এক বৃহৎ সংসাৰ, যত অন্যান্য আত্মীয় আৰু ল ...

                                               

লিংগ দৃঢ়বদ্ধতা

লিংগ দৃৃৃঢ়বদ্ধতা ৰ দৃঢ়তা বা ‘নিৰ্দিষ্ট ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা শব্দ ...

                                               

সমাজতত্ত্ব

সমাজতত্ত্ব হল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক ...

                                               

অজৈৱ ৰসায়ন

ৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয় । জৈৱ যৌগসমূহ বাদ দি আন সকলো ৰাসায়নিক পদাৰ্থৰ অধ্যয়ন ইয়াত সন্নিবিষ্ট । জৈৱ ৰসায়নৰ লগত ইয়াৰ পাৰ্থক্য লক্ষনীয় যদিও কিছু ক্ষেত্ৰত যেনে- জৈৱ-ধাতৱিক ৰসায়ন ধাতৱিক কাৰ্বনে ...

                                               

অজ’ন

অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ । ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক । বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত । ১৫ৰ পৰা ৩০ কিল’মিটা ...

                                               

অষ্টক নিয়ম

ৰাসায়নিক বিক্ৰিয়াৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। ইয়াৰ দ্বাৰা পৰমাণু এটাই পৰ্যাবৃত্ত তালিকাত ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে। ইয়াকে অষ্টক নিয়ম বোলে। মৌল এটাৰ পৰমাণুবোৰে ...

                                               

উপ্‌চেলাইট

উপ্‌চেলাইট মেগনেছিয়াম কাৰ্বনেটৰ এটা অনাৰ্দ্ৰ ৰূপ। ২০১৩ চনৰ জুলাই মাহত এই পদাৰ্থবিদৰ প্ৰথম সম্ভেদ প্ৰকাশিত হৈছিল। প্ৰতি গ্ৰামত ৮০০ মিটাৰ² পৃষ্ঠকালিসম্পন্ন উপ্‌চেলাইট এতিয়ালৈকে আৱিস্কৃত সকলো এলকালি আৰ্থ মেটেল কাৰ্বনেটৰ ভিতৰত সৰ্বোচ্চ পৃষ্ঠকালি সম ...

                                               

কয়লা

কয়লা হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰজেনও কি ...

                                               

কাৰ্বন-১২

কাৰ্বন-১২ হৈছে কাৰ্বনৰ সুস্থিৰ আইছটপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছটপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%; নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়। কাৰ্বন-১২ সুনিৰ্দিষ্টৰূপে গুৰুত্বপূৰ্ণ, কাৰণ আনৱিক ভৰৰ সকলো নিউক্লিড পৰিমাপনৰ ব ...

                                               

খনিজ পদাৰ্থ

খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট্ ...

                                               

গ্লিচাৰল

গ্লিচাৰল ইংৰাজী: Glycerol এবিধ বৰণহীন, গোন্ধহীন,গাঢ়, তেলেতীয়া, মিঠা সোৱাদযুক্ত তৰল পদাৰ্থ৷ ইয়াৰ IUPAC নাম প্ৰপেন-1.2.3-ট্ৰাইঅল। পানীত বিশেষভাৱে দ্ৰৱণীয়৷ তদুপৰি পানীৰ প্ৰতি ইয়াৰ আকৰ্ষণ ইমান বেছি যে আৰ্দ্ৰ বায়ুৰ পৰা ই নিজৰ ওজনৰ আধা জলীয় বাষ্ ...

                                               

চাবোন

চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই। খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ ...

                                               

জৈৱিক ৰসায়ন

জৈৱিক ৰসায়ন হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা যত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম, গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ যত কাৰ্বনৰ অণুৰ উপস্থিতি আছে। জৈৱিক ৰসায়নত হাইড্ৰকাৰ্বনৰ বিষয়ে আলোচ ...

                                               

ধাতু

সংকৰ ধাতু হ’ল দুই বা ততোধিক উপাদানৰ মিশ্ৰণ, যাৰ মূল উপাদান হ’ল ধাতু। বেছিভাগ বিশুদ্ধ ধাতু কোমল, ভংগুৰ বা ব্যৱহাৰিক কাৰ্যৰ বাবে ৰাসায়নিকভাৱে প্ৰতিক্ৰিয়াশীল। সংকৰ ধাতু গঠনৰ মুখ্য উদ্দেশ্য হ’ল ধাতুটিক কম ভঙ্গুৰ আৰু কঠিন আৰু ক্ষয় প্ৰতিৰোধক, বা আৰু ...

                                               

পৰ্যাবৃত্ত তালিকা

পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহএতিয়ালৈকে আৱিষ্কৃত ১১৮ টা সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে। একোটা বৰ্গত থকা আটা ...

                                               

ভৌত ৰসায়ন

                                               

ৰবৰ

                                               

ৰাসায়নিক মৌল

ৰাসায়নিক মৌল বা মৌল এক প্ৰকাৰৰ পৰমানুৰ দ্বাৰা গঠিত ৰসায়ন। ইহঁতৰ পৰমানু কেন্দ্ৰত সম সংখ্যক প্ৰটন থাকে। বৰ্তমানলৈকে ১১৮টা মৌল চিনাক্তকৰণ কৰা হৈছে, ইয়াৰে ৯৪টা প্ৰাকৃতিকভাৱে পোৱা যায় আৰু বাকী ২৪টা সংশ্লেষিত মৌল। প্ৰায় ৮০টা মৌলৰ কমেও এটাকৈ সুস্থি ...

                                               

ৰাসায়নিক যৌগ

ৰাসায়নিক যৌগ হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু ...

                                               

জাষ্টিন বিবাৰ

জাষ্টিন ড্ৰ বিবাৰ এজন কানাডিয়ান গায়ক, সুবাদক আৰু বহু-বান্ত্ৰবিদ। বিবাৰক ২০০৮ চনত আৰবিএমজি ৰেকৰ্ডত স্বাক্ষৰ কৰা হৈছিল। ২০০৯ চনৰ শেষভাগত মুক্তি পোৱা বিবাৰৰ প্ৰথম খণ্ড "মায় ওৱাৰ্ল্ড"ৰ সৈতে, বিবাৰ বিলবোৰ্ড হট ১০০ ত এটা প্ৰথম ৰেকৰ্ড তালিকাৰ পৰা সাত ...

                                               

অজয় ঘটক

অজয় ঘটক এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি Optics চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰ ...

                                               

অতনু ভট্টাচাৰ্য

অতনু ভট্টাচাৰ্য একাধাৰে কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্যই বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। ভট্টাচাৰ্য একবিংশ শতিকাৰ এজন উল্লেখযোগ্য কবি ...

                                               

অনিতা গোয়েল

অনিতা গোয়েল হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেনজৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।

                                               

অনিন্দিতা পাল

অনিন্দিতা পাল এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ কৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।

                                               

অনুপমা চোপ্ৰা

অনুপমা চোপ্ৰা হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। তেওঁ MAMI মুম্বাই ছবি মহোৎসৱ ৰ অধ্যক্ষা। ছিনেমাসম্পৰ্কীয় ডিজিটেল প্লেটফৰ্ম "ফিল্ম কম্পেনিয়ন"ৰ তেখেত প্ৰতিষ্ঠাতা আৰু সম্পাদক। ভাৰতীয় ছবি সম্পৰ্কে তেখেতে কেইবাখনো গ্ৰন্থ ইতিমধ্যে ...

                                               

অনুৰাধা শৰ্মা

অনুৰাধা শৰ্মা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে। তেখেতৰ ...

                                               

অপূৰ্ব কুমাৰ শইকীয়া

অপূৰ্ব কুমাৰ শইকীয়া পেচাত এজন চিকিৎসক৷ অসমীয়া ভাষাৰ এজন প্ৰতিনিধিত্বকাৰী গল্পকাৰ৷ তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে ।

                                               

অমিতাভ ৰায়

অমিতাভ ৰায় এগৰাকী ভাৰতীয় ন্যায়ধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাপ্তন ন্যায়ধীশ। ইয়াৰ আগতে ওড়িশা উচ্চ ন্যায়ালয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো ন্যায়ধীশ হিচাপে কৰ্মৰত আছিল।

                                               

অমিয়া ৰাজবংশী

অমিয়া ৰাজবংশী অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে ১৯৭০ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বৰ্তমান তেওঁ জিনিয়াছ একাডেমী ৰ ৰেক্টৰ । তেওঁ প্ৰান্তিক আলোচনীৰ নিয়মীয়া লেখক৷ তেওঁ অসমৰ বিজ ...

                                               

অমিষ ত্ৰিপাঠী

অমিষ ত্ৰিপাঠী এজন ভাৰতীয় লিখক। তেওঁক মূলতঃ দ্য ইমৰ্টেলছ অফ মেলুহা, দ্য ছিক্ৰেট অফ দ্য নাগাজ আৰু দ্য অথ অফ দ্য বায়ুপুত্ৰজ উপন্যাসকেইখনৰ বাবে জনা যায়। ২০১০ চনত প্ৰকাশ পোৱা এই শিৱ ত্ৰিলজীৰ প্ৰথমখন উপন্যাস দ্য ইমৰ্টেলছ অফ মেলুহা মুক্তিৰ এসপ্তাহৰ ভ ...

                                               

অমৰজ্যোতি চৌধুৰী

অমৰজ্যোতি চৌধুৰী অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য্য। পৰৱৰ্ত্তী কালত তেওঁ মেঘালয়ৰ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →