ⓘ Free online encyclopedia. Did you know? page 55



                                               

আৰ্থাৰ গাইটন

আৰ্থাৰ ক্লিফ্‌টন গাইটন এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiology ৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল। বহু চিকিৎসা মহাবিদ্যালয়ত এই কিতাপখন শ ...

                                               

গীতাঞ্জলি ৰাও (বিজ্ঞানী)

গীতাঞ্জলী ৰাও এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্কভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী। তেওঁৰ উদ্ভাৱনৰ বাবে তেওঁ ফৰবেছ 30 U 30 হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ সমগ্ৰ দেশত পৰিচয় ক ...

                                               

জেমছ পি. এলিচন

জেমছ পি. এলিচন এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছ ...

                                               

জোছেফ শ্বান

ছাৰ জোছেফ ৱিলছন শ্বান আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত। ঘৰুৱা ব্যৱহাৰ আৰু ৰাজহুৱা ভৱনৰ বাবে তাপোদ্দীপক বিজুলী বাতিৰে পোহৰ যোগান ধৰা আৰু উদ্ ...

                                               

টমাছ আলভা এডিচন

আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত টমাচ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল। বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে ...

                                               

টাচুকু হঞ্জ

টাচুকু হঞ্জ Tasuku Honjo এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত। তেওঁ লগতে চাইটকাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আ ...

                                               

দীপক কুমাৰ দাস

দীপক কুমাৰ দাস হৈছে এগৰাকী অসমীয়া বিজ্ঞানী৷ তেখেত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা,ISRO ৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বৰ্তমানৰ অধ্যক্ষ৷ মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০১০ চনত ISRO-ASI বঁটা লাভ কৰিছিল৷ ...

                                               

নিকলা টেছলা

নিকলা টেছলা আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিকলা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱা ...

                                               

মাইকেল ডব্লিউ. ইয়ং

মাইকেল ৱাৰেন ইয়ং এজন আমেৰিকান ক্ৰনবায়লজীষ্ট আৰু বংশগতি বিজ্ঞানী। তেওঁ প্ৰায় তিনি দশক জুৰি জেনেটিকেলি নিয়ন্ত্ৰিত নিদ্ৰাৰ পেটাৰ্ণ আৰু Drosophila melanogaster ৰ অনিদ্ৰাৰ ওপৰত গৱেষণা কৰিছিল। ৰকফেলাৰ বিশ্ববিদ্যালয়ত থকা কালছোৱাত তেওঁৰ গৱেষণাগাৰে ক ...

                                               

মেক্স প্লেংক

মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ ক্ ...

                                               

ৱাল্টাৰ লুইন

ৱাল্টাৰ হেন্দ্ৰিক গাষ্টভ লুইন এজন ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক। লুইনে ১৯৬৫ চনত ডেল্ফট য়ুনিভাৰ্ছিটি অৱ টেকনলজীৰ পৰা নিউক্লিয় পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেও ...

                                               

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ এজন আমেৰিকান শৰীৰতত্ত্ববিদ। মগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ দেউতাক আছিল বিখ্যাত উদ্ভিদ বিজ্ঞানী আৰু স্মিথ কলেজৰ অধ্যাপক ৱি ...

                                               

গৱেষণা

জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া। ডি শ্লাৰিংগাৰ আৰু এম্ ...

                                               

ভাষাবিজ্ঞান

ভাষাবিজ্ঞান হল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজন ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে, অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কীত আৰু কোৱা লোকসকলে ইয় ...

                                               

উপভাষা

কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ ঘটে এনেদৰে কিছু দিনৰ ...

                                               

ধ্বনিতত্ত্ব

ধ্বনিতত্ত্ব হৈছে ভাষাবিজ্ঞানৰ এটা শাখা যত ভাষা বিশেষত ব্যৱহাৰ হোৱা ধ্বনিসমূহ কি, কেনেদৰে, কত আৰু কিহৰ সহায়ত উচ্চাৰণ কৰা হয়, এটা ধ্বনিগুণ আন এটা ধ্বনিতকৈ কিয় বেলেগ ইত্যাদি কথাবোৰ শৃঙ্খলাৱদ্ধ বিশ্লেষণ সামৰি লোৱা হয়। ধ্বনিতত্ত্বত কোনো এটা নিৰ্দি ...

                                               

ধ্বনিবিজ্ঞান

ভাষাবিজ্ঞানৰ যিটো শাখাত মানৱ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত বাগধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতংবিশ্লষণ কৰা হয়, সেই ভাষাবিজ্ঞানৰ সেই শাখাটোকে ধ্বনিবিজ্ঞান বুলি কোৱা হয়। ধ্বনিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে Phonetics। ইংৰাজীৰ Phonetics শব্দটো গ্ৰীক ভাষাৰ ...

                                               

বহুভাষাবাদ

বহুভাষাবাদ হৈছে কোনো ব্যক্তি, গোষ্ঠী বা নিৰ্দিষ্টসংখ্যক লোকে কৰা এটাতকৈ অধিক ভাষাৰ ব্যৱহাৰ। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধসংখ্যক লোক বহুভাষিক। বহুভাষিকতা সমাজ ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয়। সাধাৰণ অৰ্থত এজন মানু ...

                                               

বাগ্‌ধ্বনি

ধ্বনি বা বাগ্‌ধ্বনি বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ অন্তৰ্ভুক্ত কৰা হয়। ...

                                               

হোমোগ্ৰাফ

হোমোগ্ৰাফ এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়। আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব ল ...

                                               

মনোবিজ্ঞান

মনোবিজ্ঞান হৈছে বিজ্ঞানৰ এনে এটা শাখা যত মনৰ গঠন, ক্ৰিয়া-কলাপ, আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে বৈজ্ঞানীক পদ্ধতিৰে অধ্যয়ন কৰা হয়। ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche আৰু logos শব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞা ...

                                               

অচেতন মন

অচেতন মন ৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনা বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়।অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ ব ...

                                               

অৱচেতনা

মনোবিজ্ঞানত বৰ্তমান চেতনাৰ পৰিসৰত নথকা চেতনাকে অৱচেতনা বোলা হয়। অৱচেতনা হল মানৱ চেতনাৰেই এটা অংশ। অৱচেতনা -অৰ ধাৰণাৰ উৎপত্তি হৈছিল উনৈশ শতিকাত। অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েড আৰু ফৰাচী মনোবিজ্ঞানী পিয়েৰ জাঁনেটে পৃথকে পৃথকে এই ধাৰণাৰ ...

                                               

আচৰণ

আচৰণ বা আচাৰ বা ব্যৱহাৰ হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়। আচৰণ হৈছে ...

                                               

আচৰণবাদ

আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ । আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক ...

                                               

ইডিপাছ কমপ্লেক্স

ইডিপাছ কমপ্লেক্স ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা। ইয়াৰ অৰ্থ হল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি। বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই পুত্ৰ সন্তানসকলৰ মাতৃৰ প্ৰ ...

                                               

ইড্‌, ইগ আৰু চুপাৰ ইগ

ইড,ইগ আৰু চুপাৰ ইগ হল মানৱ মনৰ তিনিটা গাঠনিক উপাদান বা শক্তি। মনোবিশ্লষণৰ জনক ছিগমুণ্ড ফ্ৰয়ডে মানৱ মনক বিশ্লেষণ কৰিবলৈ গৈ পোন প্ৰথমে মনটোক তিনিটা স্তৰত ভাগ কৰিছিল। চেতন মন, প্ৰাক-চেতন মন বা অৱচেতন মন আৰু অচেতন মন। কিন্তু মানৱ মনক বিশ্লেষন কৰিবলৈ ...

                                               

ইলেকট্ৰা কমপ্লেক্স

ইলেকট্ৰা কমপ্লেক্স হল ফ্ৰয়েডীয় মনোবিজ্ঞানৰ এক আলোৰণকাৰী ধাৰণা। চমুতে কবলৈ গলে ইলেকট্ৰা কমপ্লেক্স হল কন্যা সন্তানৰ দেউতাকৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন যৌন কামনা। বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই কন্যা সন্তানসকলৰ ...

                                               

ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান

ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ ভিতৰত এক প্ৰয়োগ শৃঙ্খলা যি ঔদ্যোগিক, কৰ্ম আৰু সংস্থাগত ক্ষেত্ৰত মানুহৰ মনোভাৱ আৰু আচৰণ ব্যাখ্যা কৰে। ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানীসকলে মনস্তাত্বিক তত্ত্ব আৰু নীতি প্ৰয়োগ কৰি এজন ব্যক্তিৰ কৰ্ ...

                                               

কলা ৰাজহাঁহ তত্ত্ব

কলা ৰাজহাঁহ তত্ত্ব বা কলা ৰাজহাঁহজনিত ঘটনাৰ তত্ত্ব হৈছে এনে এটা ৰূপক, যাক আকস্মিকভাৱে উদ্ভৱ হোৱা ঘটনা এটাক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিটো ঘটনা নঘটালৈকে তাৰ অস্তিত্ব নাই বুলিয়েই ভবা হয়। এই পৰিভাষাটো এটা পুৰণি উক্তিৰ লগত জড়িত, যিয়ে কলা ৰাজহাঁহৰ ক ...

                                               

কাঠামোবদ্ধ প্ৰভাৱ

কাঠামোবদ্ধ প্ৰভাৱ হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যত মানুহে বিকল্প এটা নিৰ্বাচনৰ সময়ত সেইটো যোগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত নে বিয়োগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত-তাৰ ওপৰত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে-পৰাজয় অথবা প্ৰাপ্তিৰ বিষয়টো। যোগাত্মক কাঠামো ...

                                               

চেতন মন

মানুহৰ জাগ্ৰত অৱস্থাৰ সকলো কৰ্মকাণ্ড প্ৰতক্ষ্যভাৱে নিয়ন্ত্ৰতিত হয় চেতন মন ৰ জৰিয়তে। চেতন মনে মস্তিষ্কক নিয়ন্ত্ৰণ কৰে। প্ৰসিদ্ধ মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনটোক তিনি ভাগত বিভক্ত কৰিছিল-- চেতন মন ইংৰাজী: Conscious mind অচেতন মন uncons ...

                                               

ছুছান কেইন

ছুছান হৰৱিটজ্ কেইন হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা। এই বিশেষ গ্ৰন্থখনৰ মতে- পাশ্চাত্য সংস্কৃতিয়ে অন্তৰ্মুখী মানুহৰ বৈশিষ্ট্য আৰু সামৰ্থ্যসমূহৰ অৱমূল্যায়ণ কৰাৰ লগতে ভুলো বুজি আহিছে। ২০১২ চনত ...

                                               

জ’হাৰি ৱিনড’

জ’হাৰি ৱিনড’ হৈছে নিজৰ লগতে আনৰ সৈতে এজন মানুহৰ সম্পৰ্কৰ কথা বুজিবলৈ ব্যৱহাৰ কৰা এক নক্সা বা আহিলা। এই নক্সাই আত্মসচেতনতা আৰু ব্যক্তিত্ব বিকাশৰ জৰিয়তে পাৰস্পৰিক সম্পৰ্ক, গোট এটাৰ আভ্যন্তৰীন বুজাবুজি আৰু আন্তঃগোট সম্পৰ্ক উন্নত কৰাত সহায় কৰে। আমে ...

                                               

ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য

ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য ৰ মাজত থকা সম্পৰ্কটোক বিগত সময়ত বহুতো গৱেষক; বিশেষকৈ মনোবিজ্ঞানী, সমাজবিজ্ঞানী, নৃতত্ত্ববিদ আৰু স্বাস্থ্য-বিশেষজ্ঞসকলে অধ্যয়ন কৰিছে। অধ্যয়নৰ ব্যাপকতা ১৯৯০ৰ মধ্যভাগৰ পৰা বাঢ়িবলৈ ধৰে, যেতিয়া ৱৰ্ল্ড ...

                                               

নিশ্চিতকৰণ পক্ষপাতিতা

নিশ্চিতকৰণ পক্ষপাতিতা হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত ...

                                               

পাৰেইডলিয়া

পাৰেইডলিয়া হৈছে একধৰণৰ প্ৰৱণতা, যাৰ প্ৰভাৱত মানুহ এজনে কোনো উদ্দীপকক ভুলধৰণে প্ৰত্যক্ষ কৰে আৰু তাক বস্তু, বিন্যাস নাইবা অৰ্থ হিচাপে বিবেচনা কৰে; যাৰ অৰ্থ কেৱল প্ৰত্যক্ষদৰ্শীজনেহে জানে। উদাহৰণস্বৰূপে, ডাৱৰৰ মাজত আকৃতি দেখা, বিমূৰ্ত বিন্যাস বা জড় ...

                                               

পৰীক্ষামূলক মনোবিজ্ঞান

পৰীক্ষামূলক মনোবিজ্ঞান -ৰ অৰ্থ হৈছে মনস্তাত্বিক অধ্যয়নত পৰীক্ষামূলক পদ্ধতি প্ৰয়োগ কৰা সকলে কৰা কাম আৰু ইয়াত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াবোৰ। পৰীক্ষামূলক মনোবিজ্ঞানীসকলে মানৱ আৰু আন জীৱ-জন্তু অংশগ্ৰহণকাৰীএক নিৰ্দিষ্ট বিষয়ত অধ্যয়ন কৰিবলৈ নিয়ন্ত ...

                                               

ফবিয়া

ফবিয়া হʼল অস্বাভাৱিক ভয়, যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়, আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে। ই এক ধৰণৰ মানসিক অসুখ। উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে। প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱি ...

                                               

বিবৰ্তনমূলক মনোবিজ্ঞান

বিবৰ্তনমূলক মনোবিজ্ঞান বা বিৱৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে। ই চিনাক্ত কৰিব বিচাৰে কোনবোৰ মানৱ মনস্তাত্বিক লক ...

                                               

বেণ্ডৱাগন প্ৰভাৱ

বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে। অৰ্থাৎ, ধাৰণা নাইবা চিন্তা এটাৰ সমৰ্থনত একত্ৰিত হোৱা গোটটোৰ আকাৰ যি ...

                                               

বোধগত পক্ষপাতিতা

বোধগত পক্ষপাতিতা হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস। ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা" বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে। বস্তুনিষ্ঠ প্ৰবিষ্টিৰ পৰিৱৰ্তে ...

                                               

ভ্ৰম

ভ্ৰম ইংৰাজী: Illusion হৈছে এটাক আন এটা বুলি কৰা বোধ। ভ্ৰম এটি বিকৃতি, যি মানৱ মস্তিষ্কক সাধাৰণতে সংবেদনশীল উদ্দীপনা, সংগঠিত আৰু ব্যাখ্যা কৰি প্ৰকাশ কৰিব পাৰে। ভ্ৰমে আমাৰ বাস্তৱতাৰ উপলব্ধিক বিকৃত কৰে যদিও সাধাৰণতে সেইবোৰ প্ৰায়ভাগ লোকৰ দ্বাৰাই হয় ...

                                               

মনোবিজ্ঞানী

মনোবিজ্ঞানী হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে। এই বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰেকৰ্ডিঙৰ দ্বাৰা ব্যক্তিবিশে ...

                                               

মনোবিশ্লেষণ

মনোবিশ্লেষণ বা মনঃসমীক্ষণ হৈছে মনোবিজ্ঞানৰ এক তত্ত্ব। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েড। ফ ...

                                               

মনোযৌন বিকাশ

মনোযৌন বিকাশ হল ব্যক্তিত্বৰ ক্ৰমবিকাশ সম্পৰ্কে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েডে আগবঢ়োতা এক বৈপ্লৱিক তত্ত্ব। ফ্ৰয়েডৰ মতে মানুহৰ ব্যক্তিত্ব বিকাশ সৰ্বমুঠ পাঁচটা স্তৰৰ মাজেদি সম্পূৰ্ণ হয়। যেনে- মৌখিক অৱস্থা oral stage, পায়ু অৱস্থা ana ...

                                               

মানসিক বিসংগতি

‌ মানসিক বিসংগতি হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়, আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ ...

                                               

লঙ্গৰকৰণ

লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে ...

                                               

সামাজিক মনোবিজ্ঞান

সামাজিক মনোবিজ্ঞান হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচ ...

                                               

সৃজনশীলতা আৰু মানসিক স্বাস্থ্য

সৃজনশীলতা আৰু মানসিক স্বাস্থ্য ৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি, দ্বৈত সত্তাৰ মনস্তত্ত্ব ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →