ⓘ Free online encyclopedia. Did you know? page 54



                                               

ৰঙামূৰীয়া শেন

ৰঙামূৰীয়া শেন ফেলকন পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷

                                               

ৰাজ ভাটৌ

ৰাজ ভাটৌ চ্চিটাচিফৰমিছ বৰ্গ আৰু চ্চিত্তাকুলিডি পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি। এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাবৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু ...

                                               

ৰাজকোঁৱৰ (চৰাই)

ৰাজকোঁৱৰ পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷

                                               

ৰাজফেঁটী সাপ

ৰাজফেঁটী সাপ পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপ ৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷ এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ৰাজফেঁটী সাপক বিভিন্ন কাৰণত জনমানসত বিপদজনক বুলি গণ্ ...

                                               

ৰামপৰা

ৰামপৰা এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷

                                               

কৰ্কট নীহাৰিকা

টৰাছ তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ পোহৰ-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰনভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে। দিনত প্ৰায় ২৩ দিন আৰু ৰা ...

                                               

গ্ৰহ

গ্ৰহ হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি তাপনিউক্লিয় সংযোজন ঘটাবলৈ অপৰাগ, আৰু মাধ্যাকৰ্ষণিক পৰিসৰ থকা সকলো বস্তুকে নিজৰ ফাললৈ আকৰ্ষিত কৰে। নিজৰ মাধ্যাকৰ্ষণৰ ফলত গোলাকৃতিৰ হৈ থাকে, গ্ৰহৰ ইংৰাজী প ...

                                               

গ্ৰহাণু

গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব ...

                                               

চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ

চন্দ্ৰ এক্স-ৰে মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ আ ...

                                               

জ্যোতিৰ্পদাৰ্থ বিজ্ঞান

জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ঊমৈহতীয়া ভাগ, য’ত জ্যোতিৰ্বিজ্ঞানৰ অৱয়ব সমূহৰ ভোতিক ধৰ্ম আৰু সিহঁতৰ পৰস্পৰে পৰস্পৰৰ ওপৰত কৰা ক্ৰিয়াৰ অলোচনা কৰা হয়।

                                               

তাৰকাৰাজ্য

তাৰকাৰাজ্য হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি তৰা, আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ দ্বাৰা গঠিত। এক আদৰ্শ তাৰকাৰাজ্যত ১০ নিযুতৰ পৰা ১০ লাখ নিযুত পৰ্যন্ত তৰা থাকে যিবোৰ সকলো ...

                                               

ধূমকেতু

ধূমকেতু হল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক। ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়। ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মনঅক্সাইড,এমনিয়া,মিথেন আদিৰে গঠিত। বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ প ...

                                               

নক্ষত্ৰ

নক্ষত্ৰ‎ অথবা তৰা হৈছে প্লাজমা দশাস্থিত অতি উজ্জ্বল আৰু সুবৃহৎ গোলাকাৰ বস্তুপিণ্ড। উচ্চ তাপত নক্ষত্ৰ‎ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত ক্ৰমাগত নিজৰ জ্যোতি উৎপন্ন কৰে। নিউক্লীয় সংযোজনৰ পৰা উৎপন্ন তাপ আৰু চাপ মহাকৰ্ষণীয় সঙ্কোচনক বাধা দি ৰাখে। ...

                                               

বাওনা গ্ৰহ

বাওনা গ্ৰহ ইংৰাজী: Dwarf planet হ’ল সৌৰজগতৰ এক ধৰনৰ জ্যোতিষ্ক। প্লুটু, হাউনেয়া, মাকেমাকেmakemake আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহdwarf planet বুলিও কোৱা হয়।

                                               

মহাকাশ যাত্ৰা

মহাকাশ যাত্ৰা হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হব পাৰে। ছভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপল চন্দ্ৰ অভিযান আৰু স্পেছ ছাটল প্ৰগ্ৰেম আৰু ৰা ...

                                               

সূৰ্য গ্ৰহণ

সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ কক্ষপথত আবৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে । এই ঘটনাকে সূৰ্যগ্ৰ ...

                                               

অতি পৰিবাহিতা

অতি পৰিবাহিতা হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, যত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হব পাৰে। বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায়। তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ ত ...

                                               

অতিবেঙুনীয়া

অতিবেঙুনীয়া ১০ নেনমিটাৰৰ পৰ পৰা ৪০০ নেনমিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰদত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্য্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দ ...

                                               

অৱলোহিত ৰশ্মি

অৱলোহিত ৰশ্মি হৈছে দৃশ্যমান পোহৰতকৈ দীৰ্ঘ তৰঙ্গদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ। এই বিকিৰণ সাধাৰণত মানুহৰ বাবে অদৃশ্য, যদিও কিছুমান বিশেষ পৰিস্থিতিত দৃশ্যমান। অৱলোহিত ৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্যৰ সীমা ১ মাইক্ৰমিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বিস্তৃত। ১৮০ ...

                                               

আণ্ড্ৰে মেৰি এম্পিয়েৰ

আণ্ড্ৰে মেৰি এম্পিয়েৰ আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ ভিতৰত ছ ...

                                               

আধুনিক পদাৰ্থবিজ্ঞান

আধুনিক পদাৰ্থবিজ্ঞান বুলিলে নিউটনৰ পৰৱৰ্তী কালছোৱাত বিকশিত হোৱা পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহক বুজোৱা হয়। আচলতে ভৌতিক পৰিঘটনাসমূহক ধ্ৰুপদী তত্ত্বৰে ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে কিছুমান আসোঁৱাহ ৰৈ গৈছিল। সেইবাবে প্ৰকৃতিৰ নীতি-নিয়মসমূহ সঠিকভাৱে বুজিবলৈ ন ...

                                               

ডপলাৰ প্ৰভাৱ

ডপলাৰ প্ৰভাৱ বুলিলে এক তৰংগৰ উৎসৰ সাপেক্ষে গতি কৰি থকা এগৰাকী পৰ্যবেক্ষকৰ বাবে তৰংগৰ কম্পনাংক সলনি হোৱা পৰিঘটনাক বুজায়। অষ্ট্ৰিয়ান পদাৰ্থবিদ ক্ৰিষ্টিয়ান ডপলাৰ-এ ১৮৪২ চনত পোনপ্ৰথমবাৰৰ বাবে এই পৰিঘটনাৰ কথা প্ৰকাশ কৰিছিল। এগৰাকী পৰ্যক্ষেকৰ দিশে আ ...

                                               

পদাৰ্থ বিজ্ঞানৰ ইতিহাস

দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।

                                               

পদাৰ্থৰ অৱস্থা

পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ। ...

                                               

পয়ছনৰ অনুপাত

পয়ছনৰ অনুপাত হৈছে যিকোনো পদাৰ্থৰ পাৰ্শ্বীয় বিকৃতি আৰু দৈৰ্ঘ্য বিকৃতিৰ মাজৰ অনুপাত। ইয়াক গ্ৰীক আখৰ ν {\displaystyle \nu } ৰে সূচোৱা হয়। ১৮২৭ চনত ছাইমন ডেনিছ পয়ছন নামৰ এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী তথা গণিতজ্ঞই এখন গৱেষণাপত্ৰত পয়ছনৰ অনুপাতৰ বিষ ...

                                               

পৰমাণু

পৰমাণু হৈছে পদাৰ্থৰ মৌলিক গাঁথনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে গঠিত। ইলেক্ট্ৰনবোৰ সাধাৰণতে বিদ্যুত-চুম ...

                                               

ফিজিকেল ৰিভিউ লেটাৰছ

ফিজিকেল ৰিভিউ লেটাৰছ, ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়। Journal Citation Reports impact factor-কে ধৰি বি ...

                                               

বহুবিশ্ব

বহুবিশ্ব হৈছে কেইবাখনো ব্ৰহ্মাণ্ডৰ এক প্ৰাকল্পিক নাইবা অনুমানভিত্তিক গোট। আটাইবোৰ ব্ৰহ্মাণ্ডয়েই কাল, সময়, পদাৰ্থ, শক্তি, তথ্য, ভৌতিক নিয়মাৱলী, আৰু ভৌতিক ধ্ৰুৱকৰে সমৃদ্ধ। বহুবিশ্বৰ ভিতৰত থকা ব্ৰহ্মাণ্ডক "সমান্তৰাল ব্ৰহ্মাণ্ড", "অইন ব্ৰহ্মাণ্ড", ...

                                               

বৈদ্যুতিক ক্ষেত্ৰ

বৈদ্যুতিক ক্ষেত্ৰ হৈছে এখন ভেক্টৰ ক্ষেত্ৰ, যৰ প্ৰত্যেক বিন্দুত প্ৰতি একক আধানে লাভ কৰা কুলম্ব বল সংযুক্ত হৈ থাকে। বৈদ্যুতিক আধানৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ইয়াক আৱেশকৰণ কৰিব পৰা যায়। বৈদ্যুতি ...

                                               

মৃদু পদাৰ্থ

কোমল পদাৰ্থ ঘনীভূত পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। কোমল পদাৰ্থক তাপীয় ক্ৰিয়া অথবা বল প্ৰয়োগ কৰি সলনি কৰিব পৰা যায়। কোমল পদাৰ্থৰ উদাহৰণৰ ভিতৰত জুলীয়া পদাৰ্থ, পলিমাৰ, ফেন, জেল, লিকুইড ক্ৰিষ্টেল ইত্যাদি অন্যতম। এই পদাৰ্থসমূহে কক্ষ তাপমাত্ৰাৰ সমান তাপশ ...

                                               

লিগ

লেজাৰ ইন্টাৰফেৰমিটাৰ গ্ৰেভিটেশ্বনেল-ৱেইভ্ অবজাৰভেটৰি বা লিগ ইংৰাজী: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO হল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা ...

                                               

শব্দ

শব্দ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। ‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।

                                               

স্থিতি শক্তি

পদাৰ্থ বিজ্ঞানত স্থিতি শক্তি হৈছে কোনো বস্তু বা পদাৰ্থই অন্যৰ সাপেক্ষে নিজৰ স্থানৰ পৰা লাভ কৰা শক্তি। উদাহৰণস্বৰূপে, মহাকৰ্ষণীয় স্থিতি শক্তি, টানি থোৱা স্প্ৰিং এডালৰ ইলাষ্টিক স্থিতি শক্তি, বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক আধানৰ বৈদ্যুতিক বিভৱ শক ...

                                               

সৰণ প্ৰৱাহ

সৰণ প্ৰৱাহ হৈছে পৰিৱৰ্তনীয় বিদ্যুত ক্ষেত্ৰৰ বাবে ফলত উৎপন্ন হোৱা প্ৰৱাহ, যিটো ৰাশি মেক্সৱেল সমীকৰণত পোৱা যায়। সৰণ প্ৰৱাহৰ একক বৈদ্যুতিক প্ৰৱাহ ঘনত্বৰ ৰাশিৰ সৈতে একেই আৰু বৈদ্যুতিক প্ৰৱাহৰ লগত এখন চুম্বক ক্ষেত্ৰ জড়িত থকাৰ দৰে সৰণ প্ৰৱাহৰ লগতো এ ...

                                               

ৰাসায়নিক অভিযান্ত্ৰিকী

ৰাসায়নিক অভিযান্ত্ৰিকী হল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান, জৈৱ বিজ্ঞান ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা যত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয় ...

                                               

অনাতাঁৰ গ্ৰাহক যন্ত্ৰ

অনাতাঁৰ গ্ৰাহক যন্ত্ৰ হৈছে অনাতাঁৰ তৰংগ গ্ৰহণ কৰি, সেই তৰংগই বহন কৰা তথ্যসমূহক ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰ কৰা এক প্ৰকাৰৰ বৈদ্যুতিক সজুঁলি। ইয়াক অনাতাঁৰ যন্ত্ৰ, গ্ৰাহক যন্ত্ৰ, বা চমুকৈ ৰেডিঅ বুলি কোৱা হয়। ইয়াক এডাল এণ্টেনাৰ সৈতে ব্যৱহাৰ কৰা হয ...

                                               

অনাতাঁৰ প্ৰযুক্তি

অনাতাঁৰ বা ৰেডিঅ হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম। অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। অনাতাঁৰ যন্ত্ৰ ঊনবিংশ শতাব্দীৰ শেষৰ ফালে অনেক দেশৰ কেইবাজনো বিজ্ঞানীয়ে প্ৰায় একে সময়ে অনাত ...

                                               

অভিযান্ত্ৰিক বিদ্যা

অভিযান্ত্ৰিক বিদ্যা হৈছে এবিধ বিভাগ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্থিক, সামাজিক তথা ব্যৱহাৰিক জ্ঞান প্ৰয়োগ কৰি বিভিন্ন আহিলা, যন্ত্ৰ, বস্তু নিৰ্মাণ কৰা হয়। আমেৰিকান ইনঞ্জিনিয়াৰচ কাউঞ্চিল ফৰ প্ৰফেশ্বনেল ডেভেলপমেন্ট ECPD মতে ইঞ্জিনিয়াৰিঙ হৈছে: Th ...

                                               

ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা -ৰ দ্বাৰা বিকশিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম হৈছে এক স্বয়ংক্ৰিয় কৃত্ৰিম উপগ্ৰহ ভিত্তিক নেভিগেচন চিষ্টেম। যুদ্ধকালীন পৰিস্থিতিত বিদেশৰ পৰা নিয়ন্ত্ৰিত ...

                                               

ইনডাকশ্যন কুকিং

ইনডাকশ্যন কুকিং এবিধ অত্যাধুনিক ৰন্ধন পদ্ধতি৷ প্ৰচলিত সকলো ৰন্ধন পদ্ধতিতকৈ ই যথেষ্ট বেলেগ আৰু ৰীতিমত বিস্ময়কৰ৷ ইনডাকশ্যন কুকিং বা আবেশ ৰন্ধন পদ্ধতিত "আবেশিক তাপ" সৃষ্টি কৰি ৰন্ধা-মেলা কৰা হয়৷ আবেশ ৰন্ধন পৃষ্ঠ হিচাপে এবিধ ফেৰো চুম্বকীয় ধাতুৰ পা ...

                                               

এ টি এম

এ টি এম ইংৰাজীত সম্পূৰ্ণ নাম Automated Teller M achine,সংক্ষেপে এ টি এম বুলি কোৱা আৰু লিখা হয়। এ টি এম হল বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে কম্পিউটাৰ-দূৰসংযোগ ব্যৱস্থাৰ জৰিয়তে কোনো কৰ্মচাৰী নোহোৱাকৈ ৰাজহুৱা স্থানত তেওঁলোকৰ গ্ৰাহকক ধন পৰিশোধ কৰা ...

                                               

ব্লকচেইন

ব্লকচেইন হৈছে ক্ৰমাগত বৰ্ধমান ৰেকৰ্ডৰ এক তালিকা যি ক্ৰিপ্টগ্ৰাফিৰ দ্বাৰা সংযুক্ত আৰু সুৰক্ষিত। প্ৰতিটো ৰেকৰ্ডক একো একোটা ব্লক বোলা হয়। প্ৰতিটো ব্লক সেই ব্লকটোৰ পূৰ্বৰ ব্লকৰ এটি ক্ৰিপ্টগ্ৰাফিক হ্যেচ, সময়-মোহৰ আৰু লেনদেনৰ সমন্বিত তথ্যৰে গঠিত হয়। ...

                                               

প্ৰব্ৰজন

পৰিস্থিতি বিজ্ঞানৰ অনুসৰি প্ৰব্ৰজন অথবা পৰিভ্ৰমণ বুলিলে কোনো এক প্ৰজাতিৰ জীৱৰ বৃহৎ সংখ্যক সদস্যই এক পৰিবেশৰ পৰা ভিন্ন এক পৰিবেশলৈ স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোক বুজায়। প্ৰব্ৰজন হৈছে এক প্ৰাকৃতিক আচৰণ আৰু চলমান জীৱৰ বহুসংখ্যক প্ৰজাতিৰ জীৱনচক্ৰৰ গ ...

                                               

এচিদ বৰষুণ

এচিদ বৰষুণ বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড,নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰজেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ু ...

                                               

গোলকীয় উষ্ণতা বৃদ্ধি

গোলকীয় উষ্ণতা বৃদ্ধি হল পৰিৱেশৰ প্ৰতি এটা ভয়ানক প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ পৰা, বৰ্ধিত শক্তিৰ ৯০% সাগৰ-মহাসাগৰত জমা হৈছে, মুখ্যতঃ ০ ৰ পৰা ৭০০ মি. অঞ্চলত। মূলত মানুহৰ দ্বাৰা জী ...

                                               

জৈৱ বৈচিত্ৰ্য

জৈৱ বৈচিত্ৰ্য ই জীৱিত প্ৰজাতিৰ বিভিন্নতা আৰু সিহঁতে বাস কৰা জটিল পৰিবেশ তন্ত্ৰৰ বিষয়ে আভাস দিয়ে। অতি শুকান মৰুভূমিৰ পৰা ক্ৰান্ত্ৰীয় বৃষ্টি অৰণ্যলৈ, বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা সাগৰৰ গভীৰতালৈ বিস্তৃত হৈ থকা বিভিন্ন প্ৰজাতিৰ জীৱবোৰে ৰং, আকৃতি, আকা ...

                                               

প্ৰদূষণ

মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰ ...

                                               

প্ৰাকৃতিক সম্পদ

প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। প্ৰকৃতিবিদ ৰবাৰ্ট.ডি.হামৰিনৰ মতে প্ৰাকৃতিক সম্পদ হল" The ultimate supply ...

                                               

পৰিৱেশ অধ্যয়ন

পৰিৱেশ অধ্যয়ন হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন। পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজৰ সমন্ধ সম্পৰ্কেও অধ্যয়ন কৰা হয়। পৰিস্থিতিবিদ্যা আৰু পৰিৱেশ অধ্যয়ন ক ...

                                               

পৰিৱেশ তন্ত্ৰ

পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে -ই পৰিৱেশ তন্ত্ৰ বা ইক’ছিষ্টেম শব্দটো প্ৰৱৰ্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ মতে "পৰিৱেশ তন্ত্ৰ হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা এটা সমষ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →