ⓘ Free online encyclopedia. Did you know? page 50



                                               

বাসন্তী এন. ভাটনায়ক

বাসন্তী এন. ভাটয়ানক এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন", "দ্বিখণ্ডিত লেখ", "গ্ৰেচফুল লেখ", "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক সামৰি লয়।

                                               

য়েভেচ মেয়াৰ

য়েভেচ এফ. মেয়াৰ এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ এবেল বঁটা প্ৰদান কৰা হয়।

                                               

লিঅনাৰ্ড অইলাৰ

লিঅনাৰ্ড অইলাৰ, local pronunciation: ; এপ্ৰিল ১৫, ১৭০৭ – ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি infinitesimal calculus আৰু graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল। তেওঁৱ ...

                                               

হৰিশ-চন্দ্ৰ

হৰিশ-চন্দ্ৰ এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ । তেত ...

                                               

ৰজাৰ পেনৰজ

ছাৰ ৰজাৰ পেনৰজ হৈছে এগৰাকী ইংৰাজ গাণিতিক পদাৰ্থবিদ, গণিতজ্ঞ, বিজ্ঞানৰ দাৰ্শনিক আৰু পদাৰ্থ বিজ্ঞানত নবেল বঁটা বিজয়ী। তেখেত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৰাউছ বল প্ৰফেছৰ অৱ মেথেমেটিক্স ৰ এমিৰেটাছ। ইয়াৰ লগতে তেখেত ৱাধাম কলেজৰ এমিৰেটাছ সভ্য, ইউনিভাৰ্ছিট ...

                                               

প্ৰিন্সিপিয়া মেথেমেটিকা

প্ৰিন্সিপিয়া মেথেমেটিকা হল গণিতৰ ভিত্তিৰ আধাৰত তথা তিনিটা খণ্ডত ৰচিত এখন কিতাপ। আলফ্ৰেড নৰ্থ হোৱাইটহেড আৰু বাৰট্ৰাণ্ড ৰাছেলৰ দ্বাৰা ৰচিত এই কিতাপখন ক্ৰমে ১৯১০, ১৯১২ আৰু ১৯১৩ চনত প্ৰকাশ কৰে।

                                               

ফিলোছফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা

ফিলোছফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy চমুকৈ," প্ৰিন্সিপিয়া ” হল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নি ...

                                               

এবেল বঁটা

গণিতজ্ঞ নীলছ্ হেনৰিক্ এবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে এবেল বঁটা নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙনি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।

                                               

ফিল্ডছ মেডেল

ফিল্ডছ মেডেল হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা। আন্তঃৰাষ্ট্ৰীয় গণিত সংঘ ই প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা International ...

                                               

অখণ্ড সংখ্যা

যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়। যেনে:- ১, -৭, ১৪ ইত্যাদি। ৯.৭৫, 5½, √ 2 আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম। শূন্যক বাদ দি বাকী স্বাভাবিক সংখ্যাবোৰক "ধনাত্মক অখণ্ড সংখ্যা" ইংৰাজী: Positive Integers ...

                                               

অপৰিমেয় সংখ্যা

অপৰিমেয় সংখ্যা: গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা p আৰু q -ৰ বাবেই p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূ ...

                                               

অসমীয়া সংখ্যা পদ্ধতি

অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহ ...

                                               

অসীম

কলনবিদ্যাত Calculus অসীমৰ চিহ্ন হ’ল ∞ {\displaystyle \infty } গ্ৰীক আখৰ আলফা α {\displaystyle \alpha } বা সমানুপাতিকতা চিহ্নও ∝ {\displaystyle \propto } হয়। এই অৰ্থ চিহ্নটোৰ কোন বেলেগ গাণিতিক সত্তা বা অৰ্থ নাই - চিহ্নটি তাৰ ব্যৱহাৰিক উপযোগীতাৰ ব ...

                                               

ঋণাত্মক অখণ্ড সংখ্যা

ঋণাত্মক অখণ্ড সংখ্যা হৈছে স্বাভাৱিক সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা। এই অখণ্ড সংখ্যা বোৰ মূলত ধনাত্মক বা ঋণাত্মক। গণিতৰ পৃথিৱী খনত ঋণাত্মক সংখ্যা বোৰ একো একোটা বাস্তৱ সংখ্যাই, যাৰ মান শূন্যতাতকৈ কম। ঋণাত্মক সংখ্যা বোৰে ...

                                               

গুগল

গুগল ১০ ১০০ ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ১ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা। ১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০ এই শব্দ প্ৰথম ১৯৩৮ত ...

                                               

জটিল সংখ্যা

জটিল সংখ্যা গণিতৰ কিছুমান সমস্যাৰ সমাধানৰ উদ্দেশ্যে গৃহীত এক ধাৰণা। সংখ্যাৰেখাৰ উলম্ব দিশত এক কাল্পনিক মাত্ৰাৰ সহায়ত ইয়াক এটা বাস্তৱ সংখ্যা আৰু এটা কাল্পনিক সংখ্যাৰ ভেক্টৰ হিচাবে প্ৰকাশ কৰা হয়।: i 2 = − 1 {\displaystyle i^{2}=-1\,} প্ৰতিটো জটি ...

                                               

ধনাত্মক অখণ্ড সংখ্যা

ধনাত্মক অখণ্ড সংখ্যা: অখণ্ড সংখ্যাৰ তালিকাৰ এটা ভাগ হৈছে ধনাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবোৰ একো একোটা বাস্তৱ সংখ্যা। গণিতৰ জগত খনত ধনাত্মক অখণ্ড সংখ্যা বোৰক গাণনিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। যাৰ মান শূন্যতকৈ বেছি। ধনাত্মক সংখ্যা ব ...

                                               

পৰিমেয় সংখ্যা

পৰিমেয় সংখ্যা ইয়াক ইংৰাজী Q আখৰটোৰে বুজোৱা হয়। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, যত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q -টো কেতিয়াও 0 নহয়, তেনে সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে: ১/২, ২/৫, ১২/১৩ ইত্যাদি। প্ৰতিটো অখণ্ড সংখ্যা এক ...

                                               

মৌলিক সংখ্যা

প্ৰথম ২৫ টা মৌলিক সংখ্যা হলঃ ২, ৩, ৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৩১, ৩৭, ৪১, ৪৩, ৪৭, ৫৩, ৫৯, ৬১, ৬৭, ৭১, ৭৩, ৭৯, ৮৩, ৮৯, ৯৭। ১-১০০ লৈকে মৌলিক সংখ্যাৰ যোগফল ১০৬০। ১-১০ লৈকে মৌলিক সংখ্যা ৪ টা।

                                               

যোগাত্মক বিপৰীত সংখ্যা

যোগাত্মক বিপৰীত সংখ্যা যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০ হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা, বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়। ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়। উদাহ ...

                                               

যৌগিক সংখ্যা

                                               

০.৯৯৯.

যদিও প্ৰাৰম্ভিক স্তৰত এই প্ৰক্ৰিয়াই ০.৯৯৯. ১ৰ সমান বুলি প্ৰমাণিত কৰে, এনে প্ৰক্ৰিয়াই দেচিমেল আৰু সিহঁতে বুজোৱা সংখ্যাৰ মাজৰ সম্পৰ্কৰ বিষয়ে একোৱেই নকয়, যাক নাজানিলে দুটি সংখ্যানো কেতিয়া সমান হয় তাকেই জানিব পৰা নাযায়।.

                                               

১ হল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা। কোনো বস্তুৰ পৰিমাণ ১ হলে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। । ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা।

                                               

১৭২৯ (সংখ্যা)

১৭২৯ বা হাৰ্ডি-ৰামানুজন সংখ্যা ১৭২৮ৰ পিছৰ আৰু ১৭৩০ৰ আগৰ স্বাভাৱিক সংখ্যা। ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লগ কৰিবলৈ গল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে: "মোৰ তেওঁক ...

                                               

২ৰে বিভাজ্য যিকোনো সংখ্যাকে যুগ্ম সংখ্যা বোলে। যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহলে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।

                                               

                                               

                                               

                                               

                                               

                                               

                                               

গণিতত, ৯ এক যৌগিক সংখ্যা। ৯ৰ বিভাজক হল ১, ৩ আৰু ৯। ৯ এক মটজকিন সংখ্যা। ই প্ৰথম যৌগিক লাকি সংখ্যা আৰু প্ৰথম যৌগিক সংখ্যা যি ২ৰ গুণক নহয়। ই একমাত্ৰ নিৰ্ভুল ঘাট যি আন এক নিৰ্ভুল ঘাটতকৈ একৰ ব্যৱধানত। এই তথ্য মিহাইলেস্কুৰ থিয়ৰেমত পোৱা যায়

                                               

অস্তিত্বৰ সংকট

অস্তিত্বৰ সংকট ব্যক্তিবিশেষৰ জীৱনৰ কিছুমান মুহূৰ্ত যেতিয়া তেওঁ নিজৰ জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্য সম্পৰ্কে সন্দিগ্ধ হৈ উঠে আৰু এই মননসমূহৰ যোগেদি ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়। সৰ্বসাধাৰণতে এনেধৰণৰ চিন্তা হতাশগ্ৰস্ততাৰ বা অৱধাৰিতভাৱে জীৱনৰ অভীষ্ ...

                                               

সুখ

সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়। অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল। বহু সংখ্যক গৱেষণা গোটে ...

                                               

দিনলিপি

দিনলিপি হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী যত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বস ...

                                               

পাৰপত্ৰ

পাৰপত্ৰ বা পাচপোৰ্ট হল এক ভ্ৰমণৰ নথি, যিখনক সাধাৰণতে এখন দেশৰ চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বাবে জাৰি কৰে, যাক মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ উদ্দেশ্যে ইয়াৰ ধাৰকজনৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণ কৰে। সাধাৰণ পাৰপত্ৰত ধাৰকজনৰ নাম, জন্মৰ স্থান আৰু তাৰিখ, ...

                                               

ভিছা

ভিছা বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাৰ charta visa -ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"। ভিছাখনত সাধাৰণতে বিদেশীজনৰ ...

                                               

হস্তান্তৰযোগ্য পত্ৰ

হস্তান্তৰযোগ্য পত্ৰ হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।

                                               

এনিগ্‌মা যন্ত্ৰ

এনিগ্‌মা যন্ত্ৰ হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্‌মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল। ইয়াক ২য় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী দ্বাৰা জাৰ্মান ...

                                               

স্মাৰ্টফোন

স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ মবাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ মবাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান। লগতে ছফ্ট ...

                                               

বৰফ

বৰফ হৈছে পানীৰ কঠিন ৰূপ। প্ৰমাণ চাপত ০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাৰ তলত পানী বৰফলৈ ৰূপান্তৰিত হয়। বৰফৰ আপেক্ষিক গুৰুত্ব পানীতকৈ কম বাবে বৰফ পানীত উপঙে।

                                               

প্ৰাকৃতিক দুৰ্যোগ

প্ৰাকৃতিক দুৰ্যোগ হল একপ্ৰকাৰৰ প্ৰাকৃতিক ঘটনা, যত মানুহৰ আৰ্থ-সামাজিক ক্ষতি হয়; যদিও সেয়া স্বাভাৱিক প্ৰাকৃতিক ঘটনা হিচাপেই বিবেচিত, কিন্তু বহুত ক্ষেত্ৰত মানুহৰ কাম-কৰ্মৰ প্ৰভাৱে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাত এই ধৰণৰ ঘটনা ঘটি থাকে। সাধাৰণ ভাষাত, ...

                                               

ফণী (ঘূৰ্ণীবতাহ)

ফণী হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ ফণীৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী। ই ভাৰত বতৰবিজ্ঞান বিভাগৰ ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ। ফণী ভাৰত মহ ...

                                               

বানপানী

বানপানী হল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। এনে পানী বৈ থাকে। এই বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্ ...

                                               

বৈশ্বিক মহামাৰী

বৈশ্বিক মহামাৰী বা বিশ্বমাৰী শব্দ πᾶν পেন "সকলো" + δῆμος ডেমচ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সে ...

                                               

স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ

স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ বা বহনক্ষম আৰু স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ হৈছে মানৱ অধিকাৰ সংগঠন আৰু পৰিৱেশ সংগঠনবোৰে মানৱ স্বাস্থ্য প্ৰদান কৰা পাৰিপাৰ্শ্বিক প্ৰণালীবোৰ সুৰক্ষিত কৰাৰ বাবে সমৰ্থন কৰা এক মানৱ অধিকাৰ। এই অধিকাৰ অন্যান্য স্বাস্থ্য-কেন্দ্ৰ ...

                                               

শক্তি

পদাৰ্থবিজ্ঞানত শক্তি হৈছে এনে এক বৈশিষ্ট্য যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হব নোৱাৰে। শক্তিৰ এছ আই একক হৈছে জুল। এক জুল মানে হৈছে কোনো এক পদাৰ্থক ...

                                               

কাৰ্য্য

পদাৰ্থ বিজ্ঞানত, যেতিয়া বল প্ৰয়োগ কৰি বলৰ দিশত কিছু সৰণ ঘটাব পাৰি, তেতিয়া কাৰ্য্য কৰা হৈছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যেতিয়া এটা ফুটবল মাটিৰ পৰা ওপৰত ৰখা হয় আৰু তাৰপাছত পেলাই দিয়া হয়, ফুটবলটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হব ফুটবলৰ ওজন আৰু মা ...

                                               

গতি শক্তি

পদাৰ্থ বিজ্ঞানত গতি শক্তি হৈছে কোনো এটা বস্তুৱে গৈ থকাৱস্থাত লাভ কৰা শক্তি। নিৰ্দিষ্ট পৰিমাণৰ ভৰৰ ৰৈ থকা বস্তু এটাক গতি প্ৰদান কৰি ত্বৰিত কৰিবলৈ প্ৰয়োজনীয় কাৰ্যৰ দ্বাৰা ইয়াক সংজ্ঞাবদ্ধ কৰা হয়। গতি সলনি নোহোৱালৈকে ত্বৰণৰ কালছোৱাত পদাৰ্থই গতি শ ...

                                               

জলবিদ্যুৎ

জলবিদ্যুৎ হৈছে জলশক্তিৰ পৰা উৎপাদন হোৱা বিদ্যুৎ। ২০১৫ চনৰ তথ্য মতে, পৃথিৱীৰ সৰ্বমুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ১৬.৬%য়েই হৈছে জলবিদ্যুৎ। আনহাতে, নৱীকৰণযোগ্য বৈদ্যুতিক শক্তিৰ প্ৰায় ৭০%য়েই হৈছে জলবিদ্যুৎ। অনুমান কৰা হৈছে, পৰৱৰ্তী ২৫ বছৰলৈকে জলবিদ্যুত ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →