ⓘ Free online encyclopedia. Did you know? page 5



                                               

সংগীত নাটক একাডেমী

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস ...

                                               

জন গণ মন

জন গণ মন হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়। তা ...

                                               

অণিমা চৌধুৰী

অণিমা চৌধুৰী অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। তেওঁ আধুনিক গীত, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়ানাম, নামঘোষা, ৰাজস্থানী ...

                                               

ব্ৰহ্মপুত্ৰ নদ

ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্ ...

                                               

দেৱদাসী নৃত্য

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰ ৰাজতৰংগিণী, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তৰ কুট্টনীমতম্‌আদি গ্ৰ ...

                                               

স্বামীমালাই ব্ৰঞ্জ আইকন

স্বামীমালাই ব্ৰঞ্জ আইকন ভাৰতৰ তামিলনাডু ৰাজ্যৰ স্বামীমালাইৰ পাৰম্পৰিক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হস্তশিল্প। ২০০৮-০৯ চনত স্বামীমালাই ব্ৰঞ্জ আইকনে পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।

                                               

অশোক স্তম্ভ

অশোক স্তম্ভ সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ সিংহমূৰ্ত্তি। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ ...

                                               

ইষ্টাৰ্ণ বেংগল ৰেলৱে

ইষ্টাৰ্ণ বেংগল ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেল কোম্পানী আছিল আৰু ই ১৮৫৭ৰ পৰা ১৯৪২লৈ বংগ আৰু অসমত ৰেলসেৱা আগবঢ়াইছিল।

                                               

কুন্দন

কুন্দন ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱল ...

                                               

পুৰি

পুৰি ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ আটাৰে নিৰ্মিত ঘিঁউ বা তেলত ভজা সৰু, কোমল, ঘূৰণীয়া ৰুটি। ইয়াক ৰাতিপুৱাৰ আহাৰৰ বাবে বা জলপান বা লঘু আহাৰ হিচাপে খোৱা হয়। ইয়াক সাধাৰণতে পুৰি ভাজিৰ দৰে এটা আকৰ্ষণীয় তৰকাৰী বা ভাজিৰে পৰিৱেশন কৰা হয় যদিও ইয়াক ...

                                               

একতা কাপুৰ

একতা কাপুৰ এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলি ...

                                               

আল্পনা

আল্পনা বা ৰংগোলী হৈছে পিঠাগুড়ি, আটা আদিত ৰং মিহলাই তাৰ সহায়েৰে উপাসনাৰ স্থান, ঘৰৰ দুৱাৰ-মুখ আদিত অঁকা মাঙ্গলিক চিত্ৰ। আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ৰঙীন বালি, কোৱাৰ্ট ...

                                               

চালচিত্ৰ

চালচিত্ৰ ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সম ...

                                               

ঈয়াৰুইঙ্গম

ঈয়াৰুইঙ্গম অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ ...

                                               

অসমৰ কুঁহিলা শিল্প

কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়।অসম আৰু পশ্চিম বংগৰ কিছু অঞ্চলত এই কুঁহিলা ...

                                               

অসমৰ লোকবাদ্য

অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে নানা-বৰণীয়া লোক সংস্কৃতিৰ সম্ভাৰ। অসমৰ শিল্পীয়ে বজোৱা বাদ্যসমূহে এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ অৰিহণা যোগাইছে। অসমৰ সম্পদ হিচাপে চিহ্নিত সাঁচিপতীয়া পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ ...

                                               

অভিযাত্ৰী

অভিযাত্ৰী হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্য ...

                                               

আংগামী নগা

আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি। তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে। এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ’চেক্ৰেনী’ নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত।

                                               

সৎনামী

সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডন ৰ মতে সৎৰ অৰ্থ- আত্মা, এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নাম ক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এইয়ে যে সেই মনুষ‍্য,যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰ ...

                                               

হিজ্‌ৰা

হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ ...

                                               

দলিত

দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে ...

                                               

অসমীয়া জাতি

অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ ভাষা-সংস্কৃতিৰ ৰূপ লৈছে। প্ৰকৃততে স্বৰ্গদেউ চুকাফা হৈছে পাহা ...

                                               

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি হৈছে ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া অনুষ্ঠানিক অভিধা। এই দুই অভিধা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে আৰু নৃগোষ্ঠীসমূহক এটি বা আনটো বিভাগত অভিহিত কৰা হয়। ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ অধিকাংশ ...

                                               

আদিবাসী

আদিবাসী হল ভাৰতীয় উপমহাদেশৰ জনজাতি -সকলৰ সম্মিলিত শব্দ, যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে। আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱ ...

                                               

ভিল জনগোষ্ঠী

ভিল জনজাতি হৈছে চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি। ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মূলত ভিলসকলৰ বসতি দেখা পোৱা যায়।

                                               

জাৰোৱা জাতি

জাৰোৱা বা অং ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ এটা আদিবাসী আন্দামানীয়া জাতি। তেওঁলোক দক্ষিণ আন্দামান দ্বীপ আৰু মধ্য আন্দামান দ্বীপত থাকে আৰু বৰ্তমানে তেওঁলোকৰ সংখ্যা ২৫০ৰ পৰা ৪০০গৰাকী। বাহিৰা লোকৰ লগত তেওঁলোকৰ ভাব-বিনিময় নেওচা আৰু তেওঁলোকৰ সমাজ, সংস্ক ...

                                               

কৃষ্ণ

কৃষ্ণ হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, কলা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান ...

                                               

কৈৱৰ্ত

কৈৱৰ্ত অসমৰ এটা প্ৰাচীন আদিম জাতি। "কৈ" মানে পানী "ৱৰ্ত" মানে বাস কৰা। পানীৰ পাৰত বা নদীৰ পাৰত বাস কৰা জাতি। কৈৱৰ্ত দুই ধৰণৰ- হালোৱা কৈৱৰ্ত আৰু জালোৱা কৈৱৰ্ত। খেতি-বাতি কৰি খোৱাসকল হালোৱা কৈৱৰ্ত আৰু মাছ মাৰি জীৱন নিৰ্বাহ কৰা সকল জালোৱা কৈৱৰ্ত। এই ...

                                               

আও নগা

আও ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা প্ৰধান নগা জনজাতি। এওঁলোক খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা প্ৰথমটো নগা জনাজাতি। খ্ৰীষ্টান ধৰ্মৰ লগতে পশ্চিমীয়া শিক্ষাব্যৱস্থাকো আওসকলে পোনপ্ৰথমে গ্ৰহণ কৰি লয়। ১৮৭২ চনত এমেৰিকান বেপ্টিষ্ট মিছ্যনেৰী এডৱিন ক্লাৰ্ক মলুংকিমং, ...

                                               

ভাৰতৰ স্বাধীনতা আন্দোলন

ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন ব্ৰিটিছ শাসনৰ বিৰোধিতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, ...

                                               

অসহযোগ আন্দোলন

অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯ চনৰ ৰাৱলাট আইন, আৰু ১৩ এপ্ৰিল ১৯১৯ৰ জালিয়ানৱালা বাগ গণহত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃট্ৰিছ চৰক ...

                                               

স্বাধীনতা দিৱস (ভাৰত)

স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সোঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে ...

                                               

ভাৰত ত্যাগ আন্দোলন

ভাৰত ত্যাগ আন্দোলন, যাক আগষ্ট আন্দোলন বুলিও কোৱা হয়, ভাৰতত ব্ৰিটিছ শাসন সমাপ্ত কৰাৰ দাবীত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল-ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিবেশনত আৰম্ভ কৰা এক আন্দোলন আছিল। বৃট্ৰিছ যুদ্ধৰ বাবে ভাৰতীয় সমৰ্থন আদায় কৰ ...

                                               

পূৰ্ণ স্বৰাজ

পূৰ্ণ স্বৰাজ ৰ ঘোষণা, বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল। এই ঘোষণাৰ যোগেদি কংগ্ৰেছ আৰু ভাৰতীয় জাতীয়তাবাদীসকলে সম্পূৰ্ণ স্বৰাজৰ, বা ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা সম্পূৰ্ণ স্বাধীন স্ব-শাসনৰ বাবে আহ্ব ...

                                               

অসম আন্দোলন

অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন ক ...

                                               

হেম বৰুৱা (ত্যাগবীৰ)

হেমচন্দ্ৰ বৰুৱা অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।

                                               

উধাম সিং

উধাম সিং এজন ভাৰতীয় আন্দোলনকাৰী আছিল, বিশেষকৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধ বুলি অভিহিত কৰা ১৯৪০ চনৰ ১৩ মাৰ্চত সংঘটিত মাইকেল অডয়াৰৰ হত্যাৰ বাবে জনাজাত। তেখেত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বৰেণ্য ব্যক্তি আছিল। তেওঁক শ্বহীদ-ই-আজম চৰ্দাৰ উধ ...

                                               

কিৰণ বালা বড়া

কিৰণ বালা বড়া এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভ ...

                                               

ৰাজেন্দ্ৰ প্ৰসাদ

ৰাজেন্দ্ৰ প্ৰসাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছি ...

                                               

মোহনদাস কৰমচান্দ গান্ধী

মোহনদাস কৰমচান্দ গান্ধী ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত ...

                                               

ভগৎ সিং

ভগৎ সিং আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়। ভগৎ সিঙৰ জন্ম হৈছিল জাট নাম ...

                                               

ৰাজ্যসভা

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

                                               

ৰীতা চৌধুৰী

ড॰ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। বৰ্তমান এওঁ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছিল। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম ...

                                               

কে আৰ নাৰায়ণন

কোচাৰিল ৰমন নাৰায়ণন আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে ...

                                               

গোবিন্দ বল্লভ পণ্ট

গোবিন্দ বল্লভ পণ্ট ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছি ...

                                               

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ সংসদত গৃহিত কৰা হয়৷ ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত সৈন্যসকলে কাৰ্য্য পৰিচালনাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰে৷

                                               

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰ ...

                                               

গোপালকৃষ্ণ গান্ধী

গোপালকৃষ্ণ দেৱদাস গান্ধী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি। তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব বিভিন্ন পদব ...

                                               

হাৰিয়ানা

হাৰিয়ানা ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানা ...

                                               

অখিল ৰঞ্জন দত্ত

ড° অখিল ৰঞ্জন দত্ত অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম থানেশ্ব ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →