ⓘ Free online encyclopedia. Did you know? page 49



                                               

মূকাভিনয়

মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিন ...

                                               

কৰিয়গ্ৰাফী (নৃত্য)

কৰিয়গ্ৰাফী বুলিলে নৃত্যৰ সৃষ্টি আৰু পৰিচালনা কৰা কলাক বুজায়। এই শব্দটো গ্ৰীক শব্দ khoreia আৰু graphy ৰ পৰা আহিছে। এই অৰ্থমতে শব্দটোৱে আগতে নৃত্যৰ লিখিত নথিক বুজাইছিল। ১৯শ শতিকাৰ সময়ত শব্দটোৱে নৃত্যৰ সৃষ্টিক বুজাবলৈ লয় আৰু লিখিত ৰূপটোক "Dance ...

                                               

চাৰ্কাছ

চাৰ্কাছ -ৰ উৎপত্তি নতুন নহয়, ই বহু পুৰণি। আদিতে অৱশ্যে ইয়াক চাৰ্কাছ বোলা হোৱা নাছিল। প্ৰথম চাৰ্কাছ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰোমত। সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তাৰ্কিনিয়াছ প্ৰিছকাছ । এইজনা ৰজাই লেটিনসকলক যুদ্ধত হৰুৱাই এপিঅলাছ অধিকাৰ কৰি ...

                                               

ড্ৰেগ

ড্ৰেগ শব্দটোৱে পুৰুষত্ব, নাৰীত্ব বা অন্য লিংগীয় অভিব্যক্তিৰ প্ৰকাশ কৰে। ড্ৰেগ কুইন হৈছে কোনো স্ত্ৰী অভিব্যক্তি প্ৰকাশক ব্যক্তি আৰু ড্ৰেগ কিং হৈছে কোনো পুৰুষ অভিব্যক্তি প্ৰকাশক ব্যক্তি । এই শব্দটোক ক্ৰিয়া পদ হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ড্ৰেগ ...

                                               

থিয়েটাৰ

থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয ...

                                               

পুতলা নাচ

পুতলা নাচ হৈছে পুতলা বা পাপেট -সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা।পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকা ৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মুলো হৈছে এই পুতলা।পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সং ...

                                               

একতাৰ মূৰ্তি

একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলা ...

                                               

জয় দাস

জয় দাস হৈছে অসমৰ এগৰাকী প্ৰবীণ ভাস্কৰ্যশিল্পী। ১৯৬৯ চনতেই শিল্পকৰ্ম আৰম্ভ কৰা জয় দাসে ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত থকা বহুকেইটা উল্লেখযোগ্য মূৰ্তি, তোৰণ আদি নিৰ্মাণ কৰিছে। পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই তেখেত ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষি ...

                                               

ফলেন এষ্ট্ৰনট

ফলেন এষ্ট্ৰনট, ৮.৫ চে.মি. এলুমিনিয়ামেৰে নিৰ্মিত এক ভাস্কৰ্য। ভাস্কৰ্যটোত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকী দেখুওৱা হৈছে। মহাকাশ যাত্ৰাৰ অগ্ৰগতিৰ সময়ত জীৱন হেৰুওৱা মহাকাশচাৰীসকলৰ স্মৃতিত এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল। ইয়াক চ ...

                                               

মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী

১৯৩০-৩১ চনত আৰ্ণেষ্ট জে. এইচ. মেককেই মহেঞ্জোদাৰোত আন এক ব্ৰঞ্জৰ মূৰ্ত্তি উদ্ধাৰ কৰে। ইয়াৰ নিৰ্মাণশৈলী পূৰ্বৰ মূৰ্ত্তিটোতকৈ নিম্নখাপৰ। বৰ্তমান ইয়াক কৰাছী সংগ্ৰহালয়ত থোৱা হৈছে।

                                               

কাৰ্টুন

কাৰ্টুন বা ব্যঙ্গচিত্ৰ একধৰণৰ দ্বি-মাত্ৰিক চিত্ৰকলা যিবোৰ কাগজত অঙ্কন কৰাৰ মাধ্যমত প্ৰদৰ্শন কৰা হয়। বহুবোৰ কাৰ্টুনক একত্ৰিত কৰাৰ মাধ্যমৰে এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। কাৰ্টুন শব্দটো মূলঃ ইংৰাজী শব্দ যদিও অসমীয়া ভাষাটো ই কাৰ্টুন নামেৰে ব ...

                                               

চিত্ৰাঙ্কন

চিত্ৰাঙ্কন বা চিত্ৰকলা হৈছে কোনো কঠিন পৃষ্ঠত চিত্ৰ, ৰং, ৰঞ্জক বা অন্য মাধ্যমৰ প্ৰলেপ দিয়া কাৰ্য। এই মাধ্যমবোৰ সাধাৰণতে এডাল ব্ৰাছৰ সহায়ত অংকন কৰা হয়, যদিও কেতিয়াবা কটাৰী, স্পঞ্জ, আদিও ব্যৱহাৰ কৰা হয়। চিত্ৰাঙ্কন প্ৰক্ৰিয়াৰ শেষত যি শিল্পকৰ্মৰ ...

                                               

অকাজাকি দুৰ্গ

অকাজাকি দুৰ্গ জাপানৰ আইচি অঞ্চলৰ অকাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ। এডো যুগৰ শেষত, ই অকাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত। দুৰ্গটোক টাৎছো ...

                                               

অসম আৰ্হিৰ স্থাপত্য

অসম আৰ্হিৰ স্থাপত্য ভাৰতৰ অসমত উত্তৰ-আধুনিক কালত উদ্ভৱ হোৱা স্থাপত্যশৈলী। এই স্থাপত্যশৈলীৰ স্থাপত্য ঘাইকৈ অসম আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলত দেখা যায়। এই শৈলীত নিৰ্মিত ঘৰক অসম আৰ্হিঘৰ বুলি জনা যায়। সাধাৰণতে এনে আৰ্হিৰ ঘৰসমূহ এমহলীয়া বা বহুম ...

                                               

আইফেল টাৱাৰ

আইফেল টাৱাৰ হৈছে ফ্ৰান্সৰ পেৰিছত অৱস্থিত লোৰে নিৰ্মিত এটা টাৱাৰ আলেকজেণ্ডাৰ গুষ্টাভ আইফেল নামৰ স্থাপত্যবিদ এজনে পেৰিছৰ এই বিখ্যাত টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল। ৩২৪ মিটাৰ ওখ টাৱাৰটো নিৰ্মাণৰ বাবে ৯৪৪১ টন ওজনৰ ১৮০৩৮ টুকুৰা উৎকৃষ্ট মানৰ লোৰ ...

                                               

কলছিয়াম

কলছিয়াম বা কলোছিয়াম ৰোমান সভ্যতাত নিৰ্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষাগৃহ। ৬৯ খ্ৰীষ্টাব্দৰ ৰোম চহৰত এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল। সুদীৰ্ঘ ১৩ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলা কলছিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৮২ খ্ৰীষ্টাব্দত। এনে ধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ ...

                                               

কাৰেংঘৰ

কাৰেংঘৰ বা কা-ৰৌণ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫ ...

                                               

চন্দ্ৰকান্ত সন্দিকৈ ভৱন

চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভ ...

                                               

জৈতখাম

বিশেষত্ব:- ধুমুহা, চক্ৰবাত, বতাহৰ তীব্ৰ হেঁচা ৰোধক ১২.৩০ ৰিখটাৰ স্কেল ভূমিকম্প সহন। নিৰ্মাণ ক্ষেত্ৰফল:- ২.৫ একৰ নিৰ্মাণ ব‍্যয়:- ৫৪ কোটি খটখটিৰ সংখ‍্যা:- ৪৩২+৪৩২ ব‍্যাস:- ৬০ মিটাৰ নিৰ্মাণ:- গিৰৌদপুৰী, ছত্তীছগঢ়, ভাৰত উচ্চতা:- ২৪৩ ফুট বিশ্বৰ ভিতৰত ...

                                               

ঠেঙাল ভৱন

ঠেঙাল ভৱন হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।

                                               

তলাতল ঘৰ

তলাতল ঘৰ অসমৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক অপৰূপ আৰু আশ্চৰ্যকৰ নিদৰ্শন। এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটি আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ ...

                                               

নীলাচল স্থাপত্যশৈলী

নীলাচল স্থাপত্যশৈলী ভাৰতৰ অসমত উদ্ভৱ হোৱা হিন্দু মন্দিৰ স্থাপত্যশৈলী। অসমৰ হিন্দু ধৰ্মৰ ঐতিহাসিক মঠ-মন্দিৰ সমূহ ঘাইকৈ নীলাচল স্থাপত্যশৈলী। ৰথৰ আৰ্হিত নিৰ্মাণ কৰা বহুভূজাকৃতিৰ ভূমিৰ ওপৰত কেইবাটাও সুউচ্চ শিখৰে গঠিত মন্দিৰ এই শৈলীৰ বিশেষত্ব। এই সংমি ...

                                               

নৰ্থব্ৰুক গেট

নৰ্থব্ৰুক গেট ১৮৭৪ চনত গুৱাহাটীত, ব্ৰিটিছ ভাইছৰয় লৰ্ড নৰ্থব্ৰুকক গুৱাহাটীত আদৰাৰ অৰ্থে নিৰ্মাণ কৰা হৈছিল। এই গেট বা তোৰণ নিৰ্মাণ কৰা হৈছিল শুক্ৰেশ্বৰ ঘাটত যত ভাইছৰয় গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত প্ৰথম পদাৰ্পণ কৰিছিল। ব্ৰিটিছ যুগৰ নিৰ্মাণ-শৈলীৰে নিৰ ...

                                               

পাৰ্থেনন মন্দিৰ

পাৰ্থেনন মন্দিৰ গ্ৰীচৰ এথেন্সৰ দুৰ্গ-নগৰীত অৱস্থিত৷ এসময়ত এই মন্দিৰত দেৱী এথেনাৰ পূজা কৰা হৈছিল৷ এথেন্স নগৰখনৰ নামো দেৱী এথেনাৰ নামেৰেই নামাকৰণ কৰা হৈছে৷ আগতে গ্ৰীচৰ একো একোখন নগৰ একো একোগৰাকী দেৱ-দেৱীৰ নামেৰে নামকৰণ কৰাৰ ৰীতি আছিল৷ ভাৰতৰ দেৱী স ...

                                               

বুৰ্জ খালিফা

বুৰ্জ খালিফা হল সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী ডুবাইত অৱস্থিত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা skyscraper। ই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট স্থাপত্য হিচাপে স্বীকৃত। আৰম্ভণীতে ইয়াক বুৰ্জ ডুবাই বুলি জনা গৈছিল যদিও পিছলৈ ই বুৰ্জ খালিফা ...

                                               

ভাৰতৰ সংসদ ভৱন

ভাৰতৰ সংসদ ভৱন ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰি ...

                                               

মন্ত্ৰী স্কোৱেৰ

মন্ত্ৰী স্কোৱেৰ কৰ্ণাটকৰ বাংগালোৰ মহানগৰৰ মালেশ্বৰম অঞ্চলত অৱস্থিত এটা শ্বপিং মল। ৯২৪০০০ বৰ্গ ফুট ব্যৱহাৰযোগ্য কালিৰে ২০১০ চনত মুকলি কৰাৰ সময়ত ই দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ শ্বপিং মল হিচাপে পৰিগণিত হৈছিল।

                                               

মাটিয়াবগ হাৱাখানা

মাটিয়াবগ হাৱাখানা অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। এই ঐতিহ্যপূৰ্ণ প্ৰসাদটো গদাধৰ নদীৰ পাৰত মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল। অৱসৰ বিনোদনৰ কাৰণে নিৰ্মাণ কৰা এই ৰা ...

                                               

লালবাগ কিল্লা

লালবাগ কিল্লা হ’ল বাংলাদেশৰ ঢাকাৰ দক্ষিণ-পশ্চিমাঞ্চলত থকা বুঢ়ী গংগা নদীৰ পাৰত অৱস্থিত ১৭ শতিকাত নিৰ্মিত এটা অসম্পূৰ্ণ দুৰ্গ। ১৬৭৮ চনত মোগল সম্ৰাট ঔৰংগজেৱৰ পুত্ৰ চুবেদাৰ মহম্মদ আজম শ্বাহে দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। তেওঁৰ উত্তৰাধিকাৰী শ্ ...

                                               

শ্ৰী সূৰ্য পাহাৰ

শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান। এই ঠাইখন এটা পাৰ্বত্য অঞ্চল য’ত ভালেমান শিলত খোদিত শিৱলিংগ, আৰু ...

                                               

সিংহ দৰবাৰ

সিংহ দৰবাৰ হ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা ৰাণা বংশৰ এটা কাৰেং। কাঠমাণ্ডুৰ মধ্যভাগত তথা বাবৰ মহল আৰু থাপাথালি দৰবাৰৰ উত্তৰদিশে আৰু ভদ্ৰকালিৰ পূৱদিশে সিংহ কাৰেং অৱস্থিত। ১৯০৮ চনৰ জুন মাহত চন্দ্ৰ ছামছেৰ জে.বি.আৰে. এই কাৰেংটো নিৰ্মাণ কৰিছিল।

                                               

সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকা

স্বাভাৱিক সংখ্যা Natural Number গণনাৰ পৰা পোৱা সংখ্যাবোৰেই হল স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। সেইবোৰ হল - ১, ২, ৩, ৪.। কেতিয়াবা ইহঁতৰ লগত শূন্যটোও অন্তৰ্ভুক্ত কৰা হয়। পূৰ্ণ সংখ্যা Whole Number শূন্যটোক ধৰি গণনাৰ পৰা যিবোৰ সংখ্যা পোৱা যায় ...

                                               

মাৰ্টিন ওম

মাৰ্টিন ওমৰ জন্ম হৈছিল পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ অধীনস্থ আৰ্লাংগেনৰবৰ্তমানৰ জাৰ্মানী এটা প্ৰটেষ্টাণ্ট পৰিয়ালত। তেওঁৰ পিতৃ জোহান ওল্ফগেংগ ওম আছিল এগৰাকী তলামিস্ত্ৰী। আনহাতে মাতৃ মাৰিয়া এলিজাবেথ বেক আছিল আৰ্লাংগেনৰ এগৰাকী দৰ্জীৰ জীয়েক। মাৰ্টিন ওমৰ ...

                                               

অল্গা লেডিজেংস্কায়া

অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া ; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল। ইয়াৰ লগতে ...

                                               

আইজাক নিউটন

একাধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক Natural Philosopher, ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য ছাৰ আইজাক নিউটন ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি সকলৰ ভিতৰত অন্যতম। ১৬৮৭ চনত প্ৰকাশ হোৱা ফিলোছফিয় ...

                                               

আৰ্কিমিডিছ

আৰ্কিমিডিছ ইংৰাজী: Archimedes এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা ...

                                               

ইউক্লিড

ইউক্লিডৰ জীৱন সম্পৰ্কে অতি কম কথা জনা যায়। গ্ৰীক দাৰ্শনিক প্ৰক্লাছ আৰু পেপ্পাছৰ ৰচনাত ইউক্লিডৰ উল্লেখ আছে। ধাৰণা কৰা হয় যে আলেকজেন্দ্ৰিয়াত ইউক্লিডে ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল। জীৱন সম্পৰ্কে ...

                                               

এডমাণ্ড হেলি

এডমাণ্ড হেলি আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত। জন ফ্লেমষ্টীডৰ উত্তৰাধিকাৰ লাভ কৰি এডমাণ্ড হেলি ব্ৰিটেইনৰ দ্বিতীয়জ ...

                                               

এভাৰিষ্ট গেলৱা

এভাৰিষ্ট গেলৱা ফৰাচী: ২৫ অক্টোবৰ ১৮১১-৩১ মে ১৮৩২ এগৰাকী ফ্ৰান্সৰ গণিতজ্ঞ আছিল আৰু তেওঁৰ জন্ম হৈছিল বৰ্গ-লা-ৰেইনত। কৈশোৰ অৱস্থাতেই তেওঁ বহুপদ ৰাশিৰ সমীকৰণ এটা n-তম মূলকৰ দ্বাৰা সমাধানৰ আৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয ...

                                               

এলব্ৰেখট ড্যুৰাৰ

এলব্ৰেখট ড্যুৰাৰ এগৰাকী জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ। তেওঁৰ অতি উচ্চপৰ্য্যায়ৰ কাঠত খোদিত শিল্পকলাসমূহৰ বাবে বিশ বছৰ বয়সতে তেওঁ সমগ্ৰ ইউৰোপতে প্ৰসিদ্ধ হৈ পৰে। বৰ্তমান এই শিল্পসমূহ Meisterstiche নামেৰে প্ৰসিদ্ধ।

                                               

ওমৰ খৈয়াম

ওমৰ খৈয়াম ইংৰাজী: Omar Khayyam এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ পাৰস্যৰ নিশ্বাপুৰ, খোৰাছনত। খোৰাছন আৰু পশ্চিম পাৰস ...

                                               

কাৰেণ উলেনবেক

কাৰেণ কেছকুল্লা উলেনবেক এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ...

                                               

কাৰ্ল ফ্ৰিডৰিখ গাউছ

জহানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ ; লেটিন: Carolus Fridericus Gauss) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ব, বীজগণিত, পৰিসংখ্যা, গাণিতিক বিশ্লেষণ, differential geometry, geodesy, geophysics, electrostatics, জ্যোতিৰ্বিজ্ঞান আৰু আল ...

                                               

গিয়ৰ্গ ছিমন ওম

গিয়ৰ্গ ছিমন ওম, আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ-ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল; যিটো কোষ আৱিষ্কাৰ কৰিছিল ইটালীয়ান বিজ্ঞানী আলেচেন্দ্ৰো ভল্টাই। নিজে সাজি উলিও ...

                                               

গেলিলিঅ’ গেলিলি

গেলিলিঅ’ গেলিলি ইংৰাজী: Galileo Galilei ইটালীয়ান উচ্চাৰণ: ; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২, একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ ...

                                               

জন ফৰ্বছ্‌ নাশ্ব, কনিষ্ঠ

জন ফৰ্বছ নাছ কনিষ্ঠ জুন ১৩, ১৯২৮, মে ২৩, ২০১৫ আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। গেম থিয়ৰি, ডিফাৰেণ্সিয়েল জ্যামিতি আৰু পাৰ্ছিয়েল ডিফাৰেণ্সিয়েল ইকুৱেশ্যনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়। তেওঁৰ তত্বসমূহ, যেনে নাশ্ব সাম্যাৱস্থাৰ ধাৰণ ...

                                               

জহান্স কেপলাৰ

জহান্স কেপলাৰ এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত। পৰৱৰ্তীসময়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে ত ...

                                               

নয়নদীপ ডেকা বৰুৱা

নয়নদীপ ডেকা বৰুৱা এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত। বিশেষকৈ তেওঁ সহযোগীসকলৰ সৈতে লগ লাগি বিভিন্ন পদ্ধতিৰে বিভিন্ন বিভাজন ফলনৰ ৰামানুজন-সদৃশ সৰ্বাংগ ...

                                               

নীলছ হেনৰিক এবেল

নীলছ্ হেনৰিক্ এবেল এজন নৰৱেৰ গণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতশাস্ত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। এবেল আছিল elliptic functionsৰ ক্ষেত্ৰত এজন ঊদ্ভাৱক, Abelian functionsৰ আৱিস্কাৰক আৰ ...

                                               

পাইথেগাৰাছ

পাইথেগাৰাছ আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →