ⓘ Free online encyclopedia. Did you know? page 48



                                               

ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ, আফ্ৰিকা আৰু এচিয়ালৈকে বিস্তৃত আছিল। ইয়াৰ আ ...

                                               

এণ্ড্ৰইড

এণ্ড্ৰইড বা এণ্ড্ৰৈড হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ ...

                                               

ৱিণ্ডজ

মাইক্ৰচফ্ট ৱিণ্ডজ বা ৱিণ্ডজ মাইক্ৰচফ্ট প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম। ১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি ৱিণ্ডজ নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম- ...

                                               

ইউটিউব

ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে-পাল কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ বিতৰণ কৰিব পৰা ৱেবছাইট, যত উপভোক্তাসকলে ভিডিঅসমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ব্ ...

                                               

ইমজি

ইমজি হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন। ইমজিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়। ইমজি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু। ইমজি নামৰ উৎপত ...

                                               

ইমেইল

ইলেক্‌ট্ৰনিক মেইল, চমুকৈ ইমেইল বা ই-মেইল প্ৰায় ১৯৯৩ চনৰ পৰা এজন ব্যক্তিৰ পৰা আন এজন বা কেইবাজনলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰিব পৰা এক পদ্ধতি। ইণ্টাৰনেট বা আন কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ইমেইলে কাম কৰে। ইমেইলৰ প্ৰথম ব্যৱহাৰ ১৯৬০ৰ দশকত সীমিতৰূপত আৰম্ভ ...

                                               

উপ-ডমেইন

ডমেইন নেম চিষ্টেম অনুক্ৰমত, এটা উপ-ডমেইন হৈছে এটা ডমেইন যি আন এটা ডমেইনৰ এটা অংশ। উদাহৰণ স্বৰূপে, যদি এটা অনলাইন দোকানে তেওঁলোকৰ ৱেবছাইটৰ অংশ হিচাপে example.com ৰ পৰা ডমেইন লয় তেন্তে তেওঁলোকে উপ-ডমেইন ব্যৱহাৰ কৰিব shop. example.com ।

                                               

গুগল

গুগল ইন্‌কৰ্পোৰেটেড আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হল "বিশ্বৰ তথ্য একত্ৰি ...

                                               

গুগল আৰু ৱিকিপিডিয়া

গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক মূলতঃ ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক দিনত সহযোগিতামূলক আছিল। যেতিয়া গুগলে বিস্তৃত অসম্পাদানযোগ্য ৱিকিপিডিয়া ক্লোনৰ পৃষ্ঠাৰেংক হ্ৰাস কৰাত সহায় কৰিছিল। যিবোৰ কেৱল বিজ্ঞাপন ফাৰ্ম আছিল। ২০০৭ চনত, গুগলে সমাজ চালিত বিশ্বক ...

                                               

নেট নিৰপেক্ষতা

নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়াই । এই ক্ষেত্ৰত বৈষম্য বুলিলে কোনো বিশেষ ৱেবছাইত ব্যৱহাৰৰ বাবে গ্ৰাহকৰ পৰা অধিক মূল্য লোৱা বা ৱেব ...

                                               

ৱেব চাৰ্ভাৰ

ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰটকলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে। ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা ...

                                               

ৱেব ব্ৰাউজাৰ

ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰন কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে। বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla Fire ...

                                               

ৱেবছাইট

ৱেবছাইট যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ নামৰ ঠিকনা এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট ...

                                               

নেটৱৰ্ক সুৰক্ষা

নেটৱৰ্ক সুৰক্ষা হৈছে এক বিস্তৃত শব্দ যিয়ে বহুতো প্ৰযুক্তি, ডিভাইচ আৰু প্ৰক্ৰিয়া অন্তৰ্নিহিত কৰে। ইয়াৰ সৰল শব্দত, ই হৈছে ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ প্ৰযুক্তি ব্যৱহাৰ কৰি কম্পিউটাৰ নেটৱৰ্ক আৰু ডাটাৰ অখণ্ডতা, গোপনীয়তা আৰু অভিগম্যতা সুৰক্ষিত কৰাৰ বাবে ...

                                               

লাই-ফাই

লাই-ফাই ৱাই-ফাইৰ দৰে এক দ্বিদিশীয়, উচ্চ গতিৰ সম্পূৰ্ণ নেটৱৰ্ক সংযোজিত তাঁৰহীন যোগাযোগ প্ৰযুক্তি। প্ৰফেচাৰ হেলণ্ড হাছে নাম উদ্ভাৱন কৰা লাই-ফাই আলোকীয় তাঁৰহীন যোগাযোগ ৰ এটা উপ-সংহতি। ই ৰেডিঅ ফ্ৰিকুৱেঞ্চীৰ পৰিপূৰক হিচাপে কাম কৰাৰ লগতে তথ্য সৰবৰাহত ...

                                               

ৱাই-ফাই

ৱাই-ফাই হল ৱাই-ফাই এলায়েন্সৰ বাণিজ্য-চিহ্ন বা ট্ৰেডমাৰ্ক। আই ই ৮০২.১১ আদৰ্শ তাঁৰহীন স্থানীয় এলেকা নেটৱৰ্ক বা ৱাৰলেচ লোকেল এৰিয়া নেটৱৰ্ক ডিভাইচ ব্ৰেণ্ড কৰাৰ বাবে উৎপাদনকাৰী সকলে এই বাণিজ্যিক-চিহ্ন ব্যৱহাৰ কৰে। বৰ্তমানে সবাতোকৈ বেছি ব্যৱহৃত ডব্ল ...

                                               

এলান ট্যুৰিং

এলান মেথিছন ট্যুৰিং এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙনি বিশেষভাৱে উল্লেখনীয়। এখেতে এলগৰিথম আৰু গণনা -ৰ তাত্বিক ধাৰণাৰ বিকাশ সাধন কৰি ট্যুৰিং মেচিন -ৰ ধাৰণা প্ৰৱৰ্তন কৰিছ ...

                                               

টিম বাৰ্নাৰ্ছ লী

ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী, OM, KBE, FRS, FREng, FRSA, DFBCS, বা TimBL ", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। এক তথ্য ব্যৱস্থাপনা প্ৰণালীৰ বাবে ১৯৮৯ চনত তেওঁ এটা প্ৰস্তাৱ দিছিল।সেইমতেই নৱেম্বৰৰ মাজভাগ ...

                                               

দীপ মেধি

দীপাংকৰ "দীপ" মেধি বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী আৰু অধ্যাপক। কম্পিউটাৰ বিজ্ঞানৰ ‘নেটৱৰ্ক’ শাখাত তেখেতৰ শিক্ষণ, গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বতে বহুল সমাদৃত হৈছে। তেখেত আমেৰিকা যুক্তৰাজ্যৰ Missouri-Kansas City বিশ্ববিদ্যালয়ৰ ...

                                               

ৰেই টম্‌লিনছন

ৰেইমণ্ড ছেমুৱেল টম্‌লিনছন আছিল এগৰাকী অগ্ৰণী কম্পিউটাৰ প্ৰগ্ৰামাৰ। তেখেতে ইলেকট্ৰনিক মেইল পঠিওৱাৰ প্ৰথমটো পদ্ধতি উদ্ভাৱন কৰিছিল। তেখেতে ১৯৭১ চনত আৰপানেট ছিষ্টেমত প্ৰথমটো ইমেইল প্ৰগ্ৰাম কাৰ্যকৰী কৰিছিল। উল্লেখনীয় যে, আৰপানেটক ইণ্টাৰনেটৰ পূৰ্বসুৰী ...

                                               

ইণ্টেল ৮০৮৫

"ইণ্টেল ৮০৮৫" হৈছে এবিধ ৮ বিট মাইক্ৰপ্ৰচেছৰ যি ইণ্টেলে ১৯৭৭ চনত নিৰ্মাণ কৰি উলিয়াইছিল । ই নিজৰ বিখ্যাত পূৰ্বসুৰী "ইণ্টেল ৮০৮০"ৰ লগতো কম্পেটিবেল হয় । লগতে উল্লেখনীয় যে ৮০৮৫ৰ নিৰ্মাণ খৰচ ৮০৮০তকৈ যথেষ্ট কম । নিৰ্দেশনা প্ৰক্ৰিয়া ক্ষেত্ৰতো ৮০৮৫ যথ ...

                                               

কম্পিউটাৰ

কম্পিউটাৰ এক সঁজুলি যাক নিৰ্দেশ দি স্বয়ংক্ৰিয়ভাৱে গাণিতিক আৰু যৌক্তিক কাৰ্যপ্ৰণালী সমাধা কৰিব পাৰি। আধুনিক কম্পিউটাৰে প্ৰগ্ৰাম নামৰ কিছুমান নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰে। ইয়াৰ সহায়ত কম্পিউটাৰে ভিন ভিন প্ৰকাৰৰ অসংখ্য কাম কৰিব পাৰে। ইয়াৰ অসমীয় ...

                                               

কম্পিউটাৰ মাউচ

১৯৬০ৰ দশকত Douglas Englebart ডৌগ্লাচ এংগ্লেবাৰ্ট আৰু Bill English বিল ইংলিচ-এ কম্পিউটাৰক বাৰ্তা দিয়াৰ এটি উন্নত উপায় হিচাপে মাউচ উদ্ভাৱন কৰে। জি-ইউ-আই আৰু মাউচে কম্পিউটাৰত কাম কৰা অতিকৈ সহজ কৰি পেলালে। ই কম্পিউটাৰক অধিক জনপ্ৰিয় কৰাতো সহায় কৰিলে।

                                               

কীবৰ্ড

টাইপ ৰাইটাৰৰ উদ্ভাৱক খ্ৰিষ্টফাৰ চল্সে প্ৰথম বৰ্তমান ব্যৱহাৰ কৰা ধৰণে কীবৰ্ডখন ডিজাইন কৰে। QWERTY কীবৰ্ডৰ এল্ফাবেটিকেল কীবোৰৰ প্ৰথম শাৰীৰ বাঁওফালৰ পৰা ৬টা আখৰেই হল Q, W, E, R, T, Y।

                                               

প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়)

প্ৰিন্টাৰ হল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত ডেটা যেনে নথি-পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ। সাধাৰণতে বেছিভাগ প্ৰিন্টাৰকেই একোডাল প্ৰিন্টাৰ কেবলৰ সহায়ত এটা কম্পিউটাৰৰ লগত সংযোগ কৰা হয ...

                                               

ব্লু ৰে ডিস্ক

ব্লু ৰে ডিস্ক হৈছে হাই ডেফিনেশ্বন ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰ ...

                                               

ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)

কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ নামৰ সঁজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়। যেতিয়া এটা ডেটা পেকেট এটা ডেটা লাইনত আহি উপস্থিত ...

                                               

গুগল ভাঙনি

গুগল ভাঙনি হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। গুগল ভাঙনিত ১০০ত কৈ বেছি ভাষা আছে। গুলত ভাঙনিৰ বাবে বিশেষ ...

                                               

টিকটক

টিকটক বা ডয়ইন iOS আৰু এণ্ড্ৰইডত উপলদ্ধ এটা মিডিয়া এপ যিটো ছুটি ভিডিঅ প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক ৩-১৫ ছেকেণ্ডৰ ছুটি সংগীতৰ আৰু ৩-৬০ ছেকেণ্ডৰ লুপিং ভিডিঅ প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে। টিকটক এছিয়া, ...

                                               

ভিজুৱেলএডিটৰ

ভিজুৱেলএডিটৰ বা চমুকৈ ভি ই হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে। ৱিকিয়াৰ সহযোগত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে এই মিডিয়াৱিকি ...

                                               

মিডিয়াৱিকি

মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰগ্ৰামিং ভাষাত লিখা হ​য়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; ...

                                               

ৱিকিট্ৰাষ্ট

ৱিকিট্ৰাষ্ট ফায়াৰফক্স প্লাগ ইন হিচাপে উপলব্ধ এটা ছফ্টৱেৰ। ইয়াৰ উদ্দেশ্য হৈছে হালধীয়া বা কমলা পৃষ্ঠভূমিৰ সৈতে "অবিশ্বাসযোগ্য" পাঠৰ ওপৰত আলোকপাত কৰি ৱিকিপিডিয়াৰ ধ্বংসপ্ৰৱণতা আৰু সংশয়ী সম্পাদনা চিনাক্ত কৰাত সম্পাদকসকলক সহায় কৰা। ২০১৭ চনৰ ছেপ্ট ...

                                               

ৱিকিভাষা

ৱিকিভাষাই অৱদানকাৰীসমূহক ৱিকিপিডিয়াৰ নিবন্ধৰ পৰা সমল বিচাৰিবলৈ, ইয়াক আন ভাষালৈ অনুবাদ কৰিবলৈ, আৰু তাৰ পিছত নতুন নিবন্ধ ৰচনা কৰিবলৈ বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষা সংস্কৰণত মজুত থকা নিবন্ধসমূহ বৃদ্ধি কৰিবলৈ সমৰ্থবান কৰে। টুলটো এক সৰল আৰু অন্তৰ ভাগত ...

                                               

ৱিকিৱাণ্ড

ৱিকিৱাণ্ড ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ। ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টা ...

                                               

চি++

চি++ হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং ভাষা। ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ -য়ে যুক্তৰাষ্ট্ৰৰ এ টি এণ্ড টি বেল লেৱৰ’টৰিত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষাৰ বিস্তাৰিত ৰূপৰ আধাৰত। ইয়াএক মধ্যস্তৰীয় ভাষা বুলি জনা যায় ...

                                               

পাইথন

পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা কড সমুহ অন্য়ান্য় প্ৰগ্ৰামিং ভাষাত লিখা কডতকৈ অত্য়ন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।

                                               

হেক প্ৰগ্ৰামিং লেংগুৱেজ

হেক ফেচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ। হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্ ...

                                               

এইচ টি এম এল

এইচ টি এম এল ইংৰাজী: HTML হ’ল হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ Hyper Text Markup Language-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও, তাৰ দৰেএই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত স ...

                                               

চি এছ এছ

কাচকেডিং ষ্টাইল চীটচ্ হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিএ ...

                                               

ব্লগ

ব্লগ হৈছে ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপ ...

                                               

নেপুৰ

নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱা ...

                                               

মুকুতা

মুকুতা এবিধ মূল্যবান ৰত্ন। অতীজত ৰজা, মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল, তৰোৱাল, ৰাজমুকুট আদিত লগাই লৈছিল। এই মূল্যবান ৰত্নবিধৰ উৎপত্তি কিন্তু সাগৰীয় শামুকৰ দেহতহে। মুকুতাৰ ৰঙ সাধাৰণতে শামুক বাস কৰা পানীৰ তাপ, গভীৰতা আৰু পানীৰ নিমখীয়া গুনৰ ওপৰত ...

                                               

টিংকল

টিংকল ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বৰ্ত্ত ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন উপাদানৰ ...

                                               

ডৰেমন

ডৰেমন হৈছে ফুজিক এফ ফুজিঅৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হল। এইটো ডৰেমন নামৰ ৰবটিক মেকুৰী এটাৰ কাহিনী যি নবিতা নবী নামৰ স্কুলীয়া লৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি ...

                                               

ৰংমন (অসমীয়া কমিক্‌চ)

ৰংমন হৈছে অসমৰ জনপ্ৰিয় কমিক্‌চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী। এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে। ২০১১ চন ...

                                               

মেন্নেকুইন

মেন্নেকুইন হ’ল কিছুমান দোকান, শ্বপিং মল আদিত বিক্ৰীজাত সামগ্ৰীৰ উদাহৰণ দৰ্শাবৰ অৰ্থে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ মূৰ্তি বা পুতলা। মেন্নেকুইন সমূহ মানুহৰ আকৃতিত কাঠ, প্লাষ্টিক বা আন পদাৰ্থৰে নিৰ্মাণ কৰা হয়। দোকানৰ বিভিন্ন স্থানত বিশেষকৈ শ্ব’ কেছত সজ্জ ...

                                               

কিতাপ

এক ভৌতিক বস্তু ৰূপে, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সংগ্ৰহক কিতাপ বা গ্ৰন্থ বোলা হয়। এখন কিতাপ সাধাৰণতে আয়তাকাৰ পৃষ্ঠাৰ সংগ্ৰহ যি কাগজ, সাঁচিপাত, পাপাইৰাচ, চৰ্মপত্ৰ বা ভোজপত্ৰৰে নিৰ্মাণ কৰা হয় আৰু ইয়াক এফালে বন্ধোৱা হয় বা চিলোৱা হয় বা আন মাধ্যমেৰ ...

                                               

আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা

ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ ISBN আই.এচ.বি.এন. বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্ ...

                                               

আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ

আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ হৈছে ১৯৯৯ চনত চীনৰ পিপলচ্‌ লিবাৰেশ্বন আৰ্মি -ৰ দুই কৰ্নেল কিয়াও লিয়াং আৰু ওয়াং জিয়াংচুই -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে লিখা এখন গ্ৰন্থ। ইয়াৰ প্ৰাথমিক উদ্বেগ বা উৎকণ্ঠা হ’ল এই যে চীনৰ দৰে এখন দেশে কেনেদৰে এখন ...

                                               

ক্ৰিটিক অৱ দ্য গথা প্ৰগ্ৰাম

ক্ৰিটিক অৱ দ্য গথা প্ৰগ্ৰাম কাৰ্ল মাৰ্ক্সে চচিয়েল ডেমক্ৰেটিক ৱৰ্কাৰ্ছ পাৰ্টি অৱ জাৰ্মানীলৈ লিখা এখন চিঠিৰ ওপৰত আধাৰিত এক সমল।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →