ⓘ Free online encyclopedia. Did you know? page 45



                                               

ডোমকচ

ডোমকচ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত পৰম্পৰাগত লোক নৃত্য। বিহাৰৰ মিথিলা আৰু ভোজপুৰ অঞ্চলত ডোমকচ নৃত্য কৰা হয়। ঝাৰখণ্ডত ইয়াক নাগপুৰী লোকনৃত্য বুলি কোৱা হয়। উত্তৰ প্ৰদেশৰ লোকসকলে ডোমকচ নৃত্যেৰে তেওঁলোকৰ বিভিন্ন উৎসৱ উদযাপন কৰে। ৰাজ্যখনৰ যিকোনো ...

                                               

তাণ্ডৱ

তাণ্ডৱ বা তাণ্ডৱম বা তাণ্ডৱ নাট্যম হিন্দু দেৱতাসকলে কৰা এক মহাজাগতিক ঐশ্বৰিক নৃত্য। হিন্দু শাস্ত্ৰসমূহত উল্লিখিত অনুসৰি দেৱতাসকলে বিভিন্ন অনুষ্ঠানত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। ভাগৱত পুৰণত ভগৱান শ্ৰীকৃষ্ণয়ে সৰ্পৰাজ কালিয়াৰ মূৰৰ ওপৰত তাণ্ডৱ নৃত ...

                                               

থাবল চোংবা

থাবল চোংবা ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্থ হৈছে জোন পোহৰৰ তলত নৃত্য। পুৰুষ আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ এই নৃত্য কৰা হয়। থাবাল চোংগবা বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ লোকউৎসৱ য়াওচাংৰ লগ ...

                                               

দাণ্ডিয়া ৰাস

দাণ্ডিয়া ৰাস বা ৰাস ভাৰতৰ গুজৰাট ৰাজ্যত উদ্ভৱ হোৱা আৰু নৱৰাত্ৰি উৎসৱত জনপ্ৰিয়ভাৱে প্ৰদৰ্শন কৰা সামাজিক তথা ধৰ্মীয় লোক নৃত্য। ৰাজস্থানৰ মাৰৱাৰ অঞ্চলতো এই নৃত্য প্ৰদৰ্শন কৰা হয়। দাণ্ডিয়া ৰাসত পুৰুষ আৰু মহিলাসকলে হাতত সৰু লাঠি লৈ বৃত্তাকাৰত নৃত ...

                                               

ধালো নৃত্য

ধালো নৃত্য হৈছে ভাৰতৰ গোৱাৰ হিন্দুসকলৰ এক জনপ্ৰিয় লোক নৃত্য। নৃত্যটো মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি পৰিৱেশন কৰে। নৃত্য কৰা গানবোৰ সাধাৰণতে কোংকণী বা মাৰাঠী ভাষাত গোৱা হয়। এই গানৰ বিষয়বস্তুবোৰ সাধাৰণতে ধৰ্মীয় বা সামাজি ...

                                               

ধুনাচি নৃত্য

ধুনাচি নৃত্য বা ধুনুচি নৃত্য ঘাইকৈ পূব আৰু উত্তৰ ভাৰতত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত নৃত্য। ই ঘাইকৈ পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰচলিত যদিও ওড়িশা, ত্ৰিপুৰা আৰু নামনি অসমৰ কিছু অংশতো ধুনাচি নৃত্য কৰা হয়। ভাৰতৰ মাংলগিক অনুষ্ঠানত পৰম্পৰাগতভা ...

                                               

নটৰাজ

নটৰাজ ইংৰাজী: Nataraja, তামিল: நடராஜா বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়। শিৱ সহস্ৰনামত শিৱৰ নৰ্তক আৰু নিত্যনৰ্ত নামদুটা পোৱা যায়। পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সঙ্গীতৰ লগত শিৱৰ যোগ বিদ্যমান। সমগ্ৰ ভাৰততে, বিশেষত: তামিলনাডুত, নটৰাজৰ নিকটৱৰ্তী নৃত্য ...

                                               

পন্থী নৃত্য

পন্থী নৃত্য ছত্তীছগঢ়ৰ সৎনামী সম্প্ৰদায়ৰ প্ৰধান নৃত্য। এই লোকনৃত‍্যত গভীৰ আধ‍্যাত্মিকতা আছে আৰু ভক্তৰ ভাৱনাৰ জোৱাৰো আছে। পন্থী সৎনামী জাতিৰ লোকসকলৰ পাৰম্পৰিক নৃত্য, যিসকল সৎনাম পন্থৰ অনুগামী হয়। এই পন্থৰ স্থাপনা ছত্তীছগঢ়ৰ গুৰু ঘাসীদাসে কৰিছিল। ...

                                               

পুলি কালি

পুলি কালি বা পুলিক্কালি ভাৰতৰ কেৰালা ৰাজ্যৰ এক মনোৰঞ্জনমূলক লোককলা। প্ৰশিক্ষিত শিল্পীসকলে মুখ্যতঃ ভাৰতীয় ৰাজ্য কেৰালাত উদযাপন কৰা বাৰ্ষিক কৃষিভিত্তিক উৎসৱ ওনাম উপলক্ষে মানুহক মনোৰঞ্জন কৰিবলৈ প্ৰদৰ্শন কৰে। নালাম ওনাম বা ওনামৰ উদযাপনৰ চতুৰ্থ দিনা ...

                                               

ফুগডি

ফুগডি ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গোৱাত প্ৰচলিত পাৰম্পৰিক লোকনৃত্য। গণেশ চতুৰ্থী আৰু ব্ৰতৰ দৰে হিন্দু ধৰ্মীয় উৎসৱৰ সময়ত বা ধালো নৃত্যৰ দৰে অন্যান্য নৃত্যৰ শেষত কোংকণ অঞ্চলৰ মহিলাসকলে এই নৃত্য প্ৰদৰ্শন কৰে। কিছুমান ঐতিহাসিক তথ্য অনুসৰি এই নৃত্য শৈলী কে ...

                                               

বাঘ নাচ

বাঘ নাচ ভাৰতৰ ওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ ন ...

                                               

বিঝু নৃত্য

বিঝু নৃত্য ভাৰত আৰু বাংলাদেশৰ চাকমা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক লোকনৃত্য। এই নৃত্য চাকমা লোকসকলে তেওঁলোকৰ নতুন বছৰত পালন কৰা বিঝু উৎসৱৰ সময়ত পৰিৱেশন কৰে। বিঝু ত্ৰিপুৰাৰ অন্যতম পৰম্পৰাগত নৃত্য।

                                               

লাস্য

লাস্য হিন্দু শাস্ত্ৰ অনুসৰি দেৱী পাৰ্বতীয়ে কৰা একপ্ৰকাৰ মহাজাগতিক স্বৰ্গীয় নৃত্য। প্ৰাচীন শ্ৰেণীবিভাজন অনুসৰি নৃত্যৰ দুটা মুখ্য শৈলী হৈছে তাণ্ডৱ আৰু লাস্য। ভগৱান শিৱয়ে তাণ্ডৱ নৃত্য কৰে আৰু ই সাহস, শক্তি, তীব্ৰ আৰু পুংলিংগক সূচায়। আনহাতে লাস্য ...

                                               

লাৱনী

লাৱনী হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা। ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢ’ল্কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱ ...

                                               

হোজাগিৰি নৃত্য

হোজাগিৰি নৃত্য ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰচলিত একপ্ৰকাৰৰ পাৰম্পৰিক লোকনৃত্য। ত্ৰিপুৰী সম্প্ৰদায়ৰ ভিতৰত ব্ৰু বা ৰিয়াং সকলে এই নৃত্য প্ৰদৰ্শন কৰে। মহিলাসকলৰ ৪ৰ পৰা ৬ গৰাকী সদস্যৰ দলে গীত গাই, মাটিৰ কলহৰ ওপৰত ভাৰসাম্য ৰখা আৰু আন সামগ্ৰী যেনে মূৰত বট ...

                                               

নেফামিজ

নেফামিজ বা অৰুণামিজ ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱা ...

                                               

ৰাভা ভাষা

ৰাভা ভাৰতৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। ৰাভা জনগোষ্ঠীৰ লোকে এই ভাষা ব্যৱহাৰ কৰে। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। তদুপৰি ভাৰতৰ পশ্চিম বংগ আৰু মেঘালয় ৰাজ ...

                                               

অশোক চক্ৰ

অশোক চক্ৰ একপ্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। ইয়াক ধৰ্মচক্ৰ নামেৰেও জনা যায়। সম্ৰাট অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ হ’ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগ ...

                                               

ঢেঁকীয়াপতীয়া বাঘ

ঢেঁকীয়াপতীয়া বাঘ বাঘৰ এটা প্ৰখ্যাত উপপ্ৰজাতি। শেহতীয়া তথ্য অনুসৰি ভাৰতত ইয়াৰ জনসংখ্যা ১,৭০৬-১,৯০৯ টা, বাংলাদেশত ৪৪০ টা, নেপালত ১৬৩-২৫৩টা আৰু ভূটানত প্ৰায় ৬৭-৮১ টা। ২০০০ চনত আই.ইউ. চি. এনে ঢেঁকীয়াপতীয়া বাঘক সংকটাপন্ন প্ৰজাতি বুলি স্বীকৃতি দ ...

                                               

পদুম

পদুম ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। পদ্ম, কমল, শতদল, সহস্ৰদল, উৎপল, মৃণাল, পংকজ, অম্বুজ, নীৰজ, সৰোজ, নলিনী, অৰবিন্দ, ৰাজীৱ, ইন্দিৰা, কুমুদ, পুণ্ডৰীক, কোকোনদ, ইন্দিবৰ আদি বিভিন্ন নামেৰে পদুম জনাজাত। ফাৰ্চী ভাষাত পদুমক "নিলোফাৰ" আৰু ইংৰাজী ভাষাত "Indian Lot ...

                                               

ভাৰত মাতা

ভাৰত মাতা বা ভাৰতাম্বা হৈছে ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ। তেওঁক দেৱী হিচাপে পূজা কৰা হয়। তেওঁক সাধাৰণতে গেৰুৱা শাৰী পৰিহিত হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ থকা ৰূপত কল্পনা কৰা হয়। কিছুমান ৰূপত তেওঁৰ বাহন হিচাপে সাহস আৰু বিক্ৰমৰ প্ৰতীক সিংহ ...

                                               

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ, তাৰ তলত সোঁমাজত ই চক্ৰ ; চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু ...

                                               

শকাব্দ

শকাব্দ অথবা শালীবাহনাব্দ হল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে। কিন্তু অধিকাংশ ইতিহাসবিদৰ মতানুস ...

                                               

শিহু

শিহু বা গংগা নদীৰ ডলফিন ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়। ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচ ...

                                               

অসমৰ চাহ জনগোষ্ঠী

অসমৰ চাহ জনগোষ্ঠী বুলিলে অসমৰ চাহ বাগিচাসমূহত কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰী সকলক বুজায়। কেইবাটাও ভিন ভিন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত চাহ জনগোষ্ঠীৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়াল সমূহ পৰিয়াল ঘাইকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত প্ৰায় ৮০০ চাহ বাগিচাৰ ভি ...

                                               

অসমৰ চৰ-চাপৰিবাসী

অসমৰ চৰ-চাপৰিবাসী বুলি কলে নৈ পৰিয়া চাপৰি অঞ্চলত বাস কৰা লোক সকলক বুজা যায়। অসমখন ভাৰত যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোঁ মাজেদি সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদ পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, লুইতৰ লগ ...

                                               

অসমৰ জনগোষ্ঠী

Assam has many ethnic groups and the People of India project has studied 115 of these. Out of which 79 identify themselves regionally, 22 locally, and 3 trans-nationally. The earliest settlers were Austroasiatic, followed by Tibeto-Burman, Indo-A ...

                                               

অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ

পুৰণি প্ৰাগজ্যোতিষৰ অভিলেখমালাত কৰণ, কায়স্থ, দৈৱজ্ঞ আৰু লেখক- এই বৃত্তিয়াল সম্প্ৰদায়ৰ নাম পোৱা যায়। কৰণ, কায়স্থ আৰু লেখকসকলৰ বৃত্তিৰ মিল মন কৰিবলগীয়া। প্ৰস্থান কলশ নামৰ বৈদ্য বিশেষে ৰচনা কৰা শুভংকৰ পাটক অভিলেখৰ বৈদ্যসকল পৰৱৰ্তী কালত ওজা ৰূপ ...

                                               

আইটন জনগোষ্ঠী

টাই আইটন থাই ভাষা: ชาวไทอ่ายตน চাও টাআই টন হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই লোক সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

                                               

আহোম জনগোষ্ঠী

টাই আহোম বা হা-চাম সকল হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনৰ য়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। ঐতিহাসিকভাৱে চীনদেশৰ দেহং দাই স্বায়ত্ব শাসিত প্ৰান্ত ...

                                               

কলিতা জনগোষ্ঠী

কলিতা সকল হৈছে অসমৰ এক প্ৰাচীন আৰু খিলঞ্জীয়া জাতি। বহু পুৰণি কালৰে পৰা কলিতা ৰাজ্যৰ অস্তিত্বৰ কথা জনা যায়। ১৫-১৬ শতিকাত কলিতা ৰাজ্যৰ থকাৰ প্ৰমাণ আছে।

                                               

কাৰ্বি জনগোষ্ঠী

কাৰ্বি জনগোষ্ঠী ৰ লোকসকল অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ ...

                                               

কোঁচ ৰাজবংশী

কোঁচ ৰাজবংশী হৈছে কোঁচবিহাৰোদ্ভৱ এক খিলঞ্জীয়া জনগোষ্ঠী। বৰ্তমান নেপালৰ কিছু অঞ্চল; ভাৰতৰ অসম, পশ্চিম বংগ, বাংলাদেশৰ ৰংপুৰ, মেঘালয় ৰাজ্য; বিহাৰৰ কিষাণগঞ্জ; আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত কোঁচ ৰাজবংশীৰ লোক আছে। যদিও "কোঁচ" আৰু "ৰাজবংশী" পদ দুটা ...

                                               

খামটি জনগোষ্ঠী

টাই খামটি বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটি সকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক। আহোম ...

                                               

খাময়াঙ জনগোষ্ঠী

টাই খাময়াঙ জনগোষ্ঠী বা চিয়াম থাই ভাষা:ชาวไทคำยาง, চাও টাই খাম য়াং, হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়। তেওঁলোকৰ মাজত প্ৰায় সাত হেজাৰ জনস ...

                                               

চাওদাং জনগোষ্ঠী

‘চাও’ শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন, শাস্তি। অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যিসকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং। প্ৰকৃতাৰ্থত পূৰ্বতে চাওদাং বুলি কোনো এটা জাতি বা সম্প্ৰদায় নাছিল। আহোম স্বৰ্গদেওসকলৰ দি ...

                                               

চিংফৌ জনগোষ্ঠী

চিংফৌ জনগোষ্ঠী চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত হৈ থকা এক ক্ষুদ্ৰ জনগোষ্ঠী। উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশতেই প্ৰধানকৈ চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ অৱস্থিতি পোৱাৰ লগতে মেঘালয় আৰু মণিপুৰৰ কিছু অঞ্চলতো তেওঁলোকৰ বসতি দেখিবলৈ পোৱ ...

                                               

চুতীয়া জনগোষ্ঠী

চুতীয়া অসমৰ এটা বড়ো-কছাৰী মূলৰ আদিম জনগোষ্ঠী। বৰ্তমান অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত চুতীয়াসকলৰ বসতি দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও নগাঁও, কাছাৰ, কৰিমগঞ্জ, মৰিগাওঁ, কাৰ্বি আংলং, কামৰূপ আ ...

                                               

টাংছা জনগোষ্ঠী

টাংছা সকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।

                                               

টুৰুঙ জনগোষ্ঠী

টুৰুঙ জনগোষ্ঠী বা টাই টুৰুঙ সকল অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলা ...

                                               

ঠেঙ্গাল কছাৰী জনগোষ্ঠী

ঠেঙ্গাল কছাৰী লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। মঙ্গোলীয় প্ৰজাতিৰ পৰা উদ্ভৱ হোৱা এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে। উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। ...

                                               

ডিমাছা জনগোষ্ঠী

ডিমাছা জনগোষ্ঠী ইংৰাজী: Dimasa Tribe হৈছে অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী। তেওঁলোকে ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে। অতীতত ডিমাছাসকলে ডিমাপুৰত ৰ ...

                                               

তিৱা জনগোষ্ঠী

তিৱা অসমৰ এটা জনজাতি। অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ-পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰত তিতাবৰত কিছুসংখ্যক তিৱালোক আছে। পূৰ্বে এই জন-জাতিৰ লোকসকল লালুং নামে পৰিচিত আছিল য ...

                                               

দেউৰী জনগোষ্ঠী

দেউৰী হল বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এটা জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকলক প্ৰধানকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। তেওঁলোকে প্ৰধানকৈ অসমীয়া ভাষা আৰু তিব্বেতীয়া বাৰ্মা ভাষা ব্যৱহাৰ কৰে। প্ৰায় ২লক্ষ্যৰো অধিক দেউৰী জনগোষ্ঠীৰ লোক ব্ৰহ্ ...

                                               

ফাকে জনগোষ্ঠী

টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী। এওঁলোক এটা ক্ষুদ্ৰ জনগোষ্ঠী। ১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰবজন ঘটে। অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ নামফাকে, টিপামফাকে,বৰফাকিয়াল, নিংগাম, ফা ...

                                               

বড়ো জনগোষ্ঠী

বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ জনগোষ্ঠী। অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্ ...

                                               

বড়ো-কছাৰী

বড়ো-কছাৰী হৈছে অসমৰ তিব্বত-বাৰ্মী ভাষা কোৱা কেইবাটাও জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা নাম। পূৰ্বতে এই জনগোষ্ঠী সমূহৰ মাজত যথেষ্ট ভাষিক পাৰ্থক্য আছিল যদিও বৰ্তমান তেওঁলোকৰ মাজত অসমীয়া ভাষা আৰু বড়ো ভাষা কোৱা লোকৰ সংখ্যাই অধিক।

                                               

বৰ্মন কছাৰী

বৰ্মন কছাৰী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি আছে। বৰ্মন কছাৰী সকল বৰাক উপত্যকাত ডিমাছা জনগোষ্ঠীৰ উপভাগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথক গোষ্ঠী। বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হ ...

                                               

মায়ামৰা সম্প্ৰদায়

মায়ামৰা বা মোৱামৰীয়া সম্প্ৰদায় হৈছে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মায়ামৰা সত্ৰৰ শিষ্যসকল। এওঁলোক বিভিন্ন জাতি-প্ৰজাতিৰ যেনে মৰাণ, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত্ত আদি। এই শিষ্যসকল অসমৰ বিভিন্ন ঠাইত বিস্তৃত হৈ আছিল। মোৱামৰীয়া শিষ্যসকলৰ ভি ...

                                               

মিচিং জনগোষ্ঠী

মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অস ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →