ⓘ Free online encyclopedia. Did you know? page 42



                                               

নাহৰলগুন

২০১১ চনৰ লোকপিয়ল অনুসৰি নাহৰলগুনৰ জনসংখ্যা ৩৬,১৫৮ জন৷ ইয়াৰে ১৮,০৯০ জন পুৰুষ আৰু ১৮,০৬৮ গৰাকী মহিলা৷ নাহৰলগুনৰ সাক্ষৰতাৰ হাৰ ৭২.৮% পুৰুষৰ ৭৭.৫% আৰু মহিলাৰ ৬৮.১%৷

                                               

পাছিঘাট

পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷

                                               

পুৰী

পুৰী হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত জগন্নাথ মন্দিৰৰ পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ ...

                                               

বমডিলা

বমডিলা উত্তৰ-পূব ভাৰতৰ পশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷

                                               

বৃন্দাবন

বৃন্দাবন হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল। এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতা ...

                                               

বেংগালুৰু

বেংগালুৰু দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পূব দিশত সমুদ্ৰ পৃষ্ঠৰ পৰা ৯০০ মিটাৰ ৩০০০ ফুট উচ্চতাত অৱস্থিত। ই দাক্ষিণাত্য মালভূমি অঞ্চলৰ অন্তৰ্গত। চহৰখনৰ মাটিকালি প্ৰায় ৭০৯ বৰ্গ কিলোমিটাৰ। ২০১১১ চনৰ লোকপিয়ল অনুসৰি চহৰখনৰ মুঠ জনসংখ্যা প্ৰায় ৮৫ ...

                                               

মহীশূৰ

মহীশূৰ কৰ্ণাটকৰ তৃতীয়খন বৃহৎ আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিলমিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬। ১৩৯৯ চনৰ পৰা ১৯৫ ...

                                               

শিৰডী

শিৰডী ভাৰতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০ এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু কপাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শ ...

                                               

শ্বিলং

শ্বিলং উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট । ২০১১ চনৰ লোকপি ...

                                               

সাঁচী

সাঁচী (ইংৰাজী: Sanchi হল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত ...

                                               

সেৱাগ্ৰাম

সেৱাগ্ৰাম, পূৰ্বৰ ছেগাঁও, হৈছে ৱাৰ্ধাৰ পৰা প্ৰায় ৮ কিঃমিঃ দূৰত অৱস্থিত এখন সৰু গাওঁ। এইখন গান্ধীয়ে এনে দৰে স্থাপন কৰিছিল যে শেষত গাঁৱৰ উপ-প্ৰান্তত ই আশ্ৰম হৈ পৰিছিল।গান্ধীৰ শিষ্য ৱাৰ্ধাৰ ছেথ জামনালাল বাজাজে আশ্ৰমৰ বাবে প্ৰায় ৩০০১.২ কিঃমিঃ ২ এক ...

                                               

ৰাঁচী

ৰাঁচী হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী। ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল, যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা, পশ্চিম পশ্চিমবঙ্গ আৰু বৰ্তমান ছত্তীছগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশ ...

                                               

কামেং নদী

কামেং নদী, ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বত ৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ ...

                                               

কৰতোৱা নদী

কৰতোৱা নদী ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন আন্তঃসীমান্ত নদী। নদীখন ভাৰতৰ পশ্চিম বংগৰ জলপাইগুৰি জিলা আৰু বাংলাদেশৰ উত্তৰ-পশ্চিম অংশৰ পঞ্চগড় আৰু দিনাজপুৰ জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৮৭ কিলোমিটাৰ, গড় প্ৰস্থ ১৩৫ মিটাৰ ...

                                               

গোদাৱৰী নদী

গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা। এই নদীখন মহাৰাষ্ট্ৰ, তেলেংগানা আৰু ...

                                               

চেনাব নদী

চেনাব নদী হৈছে ভাৰত আৰু পাকিস্তানত প্ৰবাহিত এক মুখ্য নদী, আৰু ই পঞ্জাব অঞ্চলৰ ৫খন মুখ্য নদীৰ ভিতৰত এখন। ই ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ হিমালয়ৰ পৰা আৰম্ভ হৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলৰ মাজেৰে পাকিস্তানৰ পঞ্জাবৰ সমভূমিলৈ প্ৰবাহ ...

                                               

যমুনা নদী

যমুনা উত্তৰ ভাৰতৰ এক অন্যতম প্ৰধান নদী। এইখন ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদী গঙ্গাৰ প্ৰধান উপনদী। যমুনা নদীৰ উৎস মধ্য হিমালয়ৰ বান্দাৰপুচ পৰ্বতশৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত অৱস্থিত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত। এই নদীৰ দৈৰ্ঘ্য ১,৩৭৬ কিলোম ...

                                               

লোহিত নদী

লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ অতিক্ৰম কৰি আহি ...

                                               

সিন্ধু নদী

সিন্ধু নদী) এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগ ...

                                               

অজন্তা গুহাসমূহ

অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত ...

                                               

আগ্ৰা ফৰ্ট

আগ্ৰা ফৰ্ট বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। এই কিল্লা ১৯৮৩ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা নদীৰ তীৰত অৱস্থিত। ম ...

                                               

ইটা দুৰ্গ

এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মাণ কৰা হৈছিল। এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটোক কিছু বিদ্বান লোকে "জিতাৰী বংশ"ৰ ৰামচন্দ্ৰৰ মায়াপুৰ বুলি চিহ্নিত কৰিছে। এই দুৰ্গটোত তিন ...

                                               

ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, কাশ্মীৰ

ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, যাক পূৰ্বতে মডেল ফ্লৰিকালচাৰ চেণ্টাৰ বুলি কোৱা হৈছিল; ভাৰতৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰত থকা এখন টিউলিপ ফুলৰ উদ্যান। ৭৪ একৰ মাটি জুৰি থকা এই উদ্যানখন সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যান। এই বা ...

                                               

ইলোৰা গুহাসমূহ

ইলোৰা গুহাসমূহ বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন। ইয়াত মুঠ ৩৪টা মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ ...

                                               

এলিফেণ্টা গুহাসমূহ

এলিফেণ্টা গুহাসমূহ মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ ...

                                               

কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ

কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ দিল্লীৰ দক্ষিণাঞ্চলত অবস্থিত। লাল বেলেপাথৰেৰে নিৰ্মিত এই মিনাৰটোৰ উচ্চতা ৭২.৫ মিটাৰ । মিনাৰটোৰ পাদদেশৰ ব্যাস ১৪.৩২ মিটাৰ আৰু শীৰ্ষঅংশৰ ব্যাস ২.৭৫ মিটাৰ । ত্ৰয়োদশ শতাব্দীৰ প্ৰথম ভাগত এই মিনাৰৰ নিৰ্মাণকাৰ্য সমাপ্ত ...

                                               

কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান

কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত। এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। ...

                                               

কোণাৰ্ক সূৰ্য মন্দিৰ

কোণাৰ্ক সূৰ্য মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্লেক পেগডা" নামেও পৰিচিত। মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২ ...

                                               

গুলমাৰ্গ

গুলমাৰ্গ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল। ইয়াৰ মূল নাম আছিল গৌৰীমাৰ্গ । ১৬শ শতাব্দীত ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোক ভূ-স্বৰ্গ বোলা হয়। ভাৰতৰ প্ৰমুখ্য ...

                                               

চেলা গিৰিপথ

চেলা গিৰিপথ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সাগৰপৃস্থৰ পৰা প্ৰায় ১৩,০০০ ফুট উচ্চতাত অৱস্থিত। স্থানীয় লোকৰ মতে চেলা নামটো আহিছে চে-লা ৰ পৰা, লা মানে গিৰিপথ। চেলা গিৰিপথ হৈছে টাৱাং জিলাৰ ভিতৰত আটাইতকৈ ওখ ঠাইত থকা ৰাস্তা। টাৱাং নগৰৰ পৰা প্ৰায় ৭৮ কিঃম ...

                                               

চেলুলাৰ জেল

চেলুলাৰ জেল ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জেল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জেল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ ন ...

                                               

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন। ফ্ৰেডৰিক উইলিয়াম ষ্টিভেনচ নামৰ এজন উপদেষ্টা স্থপতিৰ নক্ ...

                                               

তিৰুপতি মন্দিৰ

তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘প ...

                                               

দাৰ্জিলিং ৰপৱে

দাৰ্জিলিং ৰপৱে পশ্চিমবংগৰ দাৰ্জিলিঙত আছে। ই ৰঞ্জিত ভেলী ৰপৱে নামেৰেও জনাজাত। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰপৱে। এই ৰপৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: ...

                                               

নাথু-লা গিৰিপথ

নাথু-লা পাছ ভাৰতৰ ছিক্কিম আৰু তিব্বতৰ সীমান্তবৰ্তী ঐতিহাসিক গিৰিপথ। হিমালয়ৰ ১৪,৪০০ ফুট উচ্চতাত অৱস্থিত এই গিৰিপথ বিশ্বৰ উচ্চতম গিৰিপথবোৰৰ অন্যতম। ১৯০৩ চনত ইয়ং হাজবেণ্ড নামৰ সামৰিক বিষয়া এজনে তিব্বতৰ লাছালৈ এটা অভিযান চলোৱাৰ সময়ত এই গিৰিপথটো আ ...

                                               

পট্টডাকাল স্মাৰকসমূহ

পট্টডাকাল স্মাৰকসমূহ ১৯৮৭ চনত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়। ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ ...

                                               

প্ৰাচীন গোৱা

গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ, আৰু বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে। সকলোবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ গীৰ্জাটি হ ...

                                               

ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ

ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ ভাৰতৰ মধ্যপ্ৰদেশৰ ৰাইছেন জিলাত অৱস্থিত। মধ্যপ্ৰদেশৰ ভীমবেটকাত প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে। এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন। ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ সম্পৰ্কে ইউনেস্কো অভিলেখনত কোৱা হৈছে যে "এই স্থানটি প্ৰাকৃ ...

                                               

ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান

ভেলী অফ ফ্লাৱাৰ্ছ সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত। এই জৈৱবৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটো ভালেকেইব ...

                                               

মহান চোল মন্দিৰসমূহ

মহান চোল মন্দিৰসমূহ চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে৷ এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হল তাঞ্জাভ ...

                                               

মহাবলীপুৰম স্মাৰকসমূহ

মহাবলীপুৰম স্মাৰকসমূহ তামিলনাডু ৰাজ্যৰ চেন্নাই পৰা ৫৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। এইসমূহ সপ্তম আৰু অষ্টম শতাব্দীত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহবৰ্মণ মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ ...

                                               

মহাবোধি মন্দিৰ

মহাবোধি মন্দিৰ বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। বোধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা 96 km দূৰত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধিবৃক্ষজোপা আছে। পালিশাস্ত্ৰত এই গছডালৰ নাম বোধিমণ্ড হ ...

                                               

মাত্তুৰ

মাত্তুৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱামগা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰে। মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে। মাত্তুৰৰ গাতে লগা থকা হছাহাল্ ...

                                               

মায়ডিয়া গিৰিপথ

মায়ডিয়া গিৰিপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত। এই পথটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫৫ মিটাৰ উচ্চতাত অৱস্থিত। শীতকালত হোৱা প্ৰবল তুষাৰপাতৰ ...

                                               

মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক এনচেম্বেল

মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক এনচেম্বেলৰ সংগ্ৰহ। এই ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ভৱন আৰু আৰ্ট ড ...

                                               

যন্তৰ মন্তৰ (জয়পুৰ)

জয়পুৰৰ যন্তৰ মন্তৰ কেইবাটাও জ্যোতিৰ্বিজ্ঞান যন্ত্ৰ স্থাপত্যৰ সমষ্টি। ১৭২৭ চনৰ পৰা ১৭৩৪ চনৰ মধ্যবৰ্তী সময়ত মহাৰাজ দ্বিতীয় জয়সিংহই জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰে। তেওঁ এই ধৰণৰ পাঁচটা স্থাপত্য, পাঁচটা ভিন্ন ভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ মাজৰ ...

                                               

লালকিল্লা

লাল কিল্লা খ্ৰীষ্টিয় সপ্তদশ শতাব্দীত প্ৰাচীৰ-বেষ্টিত পুৰণি দিল্লী চহৰত মুগল সম্ৰাট ছাহজাহানৰ দ্বাৰা নিৰ্মিত এটা দুৰ্গ। ১৮৫৭ চনলৈকে এই দুৰ্গটো মুগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পাছত ব্ৰিটিছ ভাৰতীয় চৰকাৰে মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহক পৰাভূ ...

                                               

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান পশ্চিমবঙ্গৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আৰু এখন "বায়োস্ফিয়াৰ ৰিজাৰ্ভ"। এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সুন্দৰবনৰ মুঠ আয়তনৰ জল ...

                                               

স্বৰাজ ভৱন, এলাহাবাদ

স্বৰাজ ভৱন হল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ ...

                                               

হাম্পি

হাম্পি ভাৰতৰ কৰ্ণাটকৰ উত্তৰপাৰত অৱস্থিত এখন গাঁও। হাম্পিত অৱস্থিত ভগ্নাৱশেষসমূহৰ বাবে ঠাইখন বিখ্যাত। হাম্পি স্মাৰকসমূহ হল উত্তৰ কৰ্ণাটকৰ মনোৰম বিলাসবহুল হাম্পি নগৰৰ স্মাৰকসমষ্টি। হাম্পিত বিজয়নগৰ সাম্ৰাজ্যৰ অধুনালুপ্ত ৰাজধানী বিজয়নগৰৰ ধ্বংসাৱশেষ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →