ⓘ Free online encyclopedia. Did you know? page 41



                                               

কাজী নজৰুল ইছলাম

কাজী নজৰুল ইছলাম অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ বঙালী ভাষাৰ অন্যতম সাহিত্যিক, দেশপ্ৰেমী আৰু বাংলাদেশৰ ...

                                               

লক্ষ্মী সেহগল

লক্ষ্মী সেহগল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বিপ্লৱী, ‘আজাদ হিন্দ ফৌজ’ৰ কেপ্তেইন আৰু আজাদ হিন্দ চৰকাৰৰ মহিলা বিষয়ক মন্ত্ৰী আছিল। সেহগলক সাধাৰণতে কেপ্তেইন লক্ষ্মী বুলি উল্লেখ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৰ্মাত কাৰাবন্দী কৰা অৱস্থাত তেওঁ ...

                                               

ইণ্ডিয়ান অপিনিয়ন

ইণ্ডিয়ান অপিনিয়ন হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰ ...

                                               

কীৰ্তি মেনন

কীৰ্তি মেনন হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেনটেনেৰি সমিতি -ৰ চেয়াৰমেন। দক্ষিণ আফ্ৰিকাৰ উচ্চ মাধ্যমিক শিক্ষাখণ্ডত কৰা শিক্ষা আইন ...

                                               

খাদী

খাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ কাপোৰ। খাদী মুখ্যতঃ পূব ভাৰত, উত্তৰপূব ভাৰত আৰু বাংলাদেশত উৎপাদিত হৈছিল যদিও বৰ্তমান বিস্তৃতভাৱে ভাৰত আৰু পাকিস্তানত ব্যৱহাৰ কৰা হয়। খাদী কাপোৰ সাধাৰণতে কপ ...

                                               

গান্ধী পৰিয়াল

গান্ধী পৰিয়াল হৈছে মোহনদাস কৰমচান্দ গান্ধীৰ পৰিয়াল । গান্ধী ব্ৰিটিছ ৰাজৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পথপ্ৰদৰ্শক সন্মানীয় নেতা আছিল। মহাত্মা: জাতিৰ পিতা বা বাপু বুলিও কোৱা হয়, তেওঁক প্ৰধান মন্ত্ৰীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত এই নামেকে ব্যৱ ...

                                               

গান্ধী বজাৰ

চহৰৰ আটাইতকৈ পুৰণি অঞ্চলবোৰৰ ভিতৰত গান্ধী বজাৰক পাৰম্পৰিক আৰু ৰক্ষণশীল বুলি কোৱা হয়। অঞ্চলটোত বহুতো মন্দিৰ; ফল, পাচলি আৰু কাপোৰৰ দোকানৰ লগতে ৰেষ্টুৰেণ্ট আৰু ১৯৪৩ চনত আৰম্ভ হোৱা বিদ্যাৰ্থী ভৱনো আছে।বজাৰখন সাধাৰণতে ৬ বজাৰ পৰা ৯ বজালৈ খোলা থাকে, পূ ...

                                               

গান্ধী ভৱন

গান্ধী ভৱন হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য নিচান আৰু মহাত্মা গান্ধীৰ বাণী আৰু কৰ্মৰ ওপৰত অধ্যয়ন কৰাত উচৰ্গিত এক কেন্দ্ৰ। লী কৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াৰ ডিজাইন কৰিছিল।

                                               

গান্ধী স্মৃতি

গান্ধী স্মৃতি, যি পূৰ্বতে বিৰলা হাউচ বা বিৰলা ভৱন বুলি জনাজাত, ভাৰতৰ নতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড -ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান যত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত ...

                                               

গান্ধীগিৰি

গান্ধীগিৰি হৈছে ভাৰতৰ এক নব্যবাদ, যাক গান্ধীবাদৰ মতবাদ হিচাপে সমকালীন ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি লাগে ৰহো মুন্না ভাইত ব্যৱহাৰৰ পিছত এই শব্দটো জনপ্ৰিয় হৈ পৰিছিল।

                                               

তিনি জ্ঞানী বান্দৰ

তিনি জ্ঞানী বান্দৰ জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়। এই তিনি বান্দৰৰ নাম ক্ৰমে মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰ ...

                                               

দাণ্ডি সমুদ্ৰ-তীৰ

দাণ্ডি সমুদ্ৰ-তীৰ হল গুজৰাটৰ দাণ্ডি গাঁৱত অৱস্থিত এটি উল্লেখযোগ্য সমুদ্ৰ-তীৰ। আৰৱ সাগৰৰ ই এখন আটাইতকৈ পৰিস্কাৰ সমুদ্ৰ-তীৰ। দাণ্ডি সমুদ্ৰ-তীৰৰ ঐতিহাসিক ভাৱে প্ৰসিদ্ধ স্থান কাৰণ মোহনদাস কৰমচান্দ গান্ধীয়ে সৱৰমতী আশ্ৰমৰপৰা দাণ্ডি সমুদ্ৰ-তীৰলৈ হোৱা ল ...

                                               

সত্যাগ্ৰহ

সত্যাগ্ৰহ সংস্কৃত: सत्याग्रह মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল। সত্যাগ্ৰহৰ তত্ত্ব প ...

                                               

সাবৰমতী আশ্ৰম

সাবৰমতী আশ্ৰম ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ ক ...

                                               

সৰ্বোদয়া

সৰ্বোদয়া হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে সৰ্বজনীন উন্নতি বা সকলোৰে প্ৰগতি। মহাত্মা গান্ধীয়ে ১৯০৮ চনত জন ৰাস্কিনৰ ৰাজনৈতিক অৰ্থনীতিৰ ওপৰত ৰচা আনটু দিছ লাষ্ট ৰ অনুবাদৰ শিৰোনাম হিচাপে এই শব্দটি ব্যৱহাৰ কৰিছিল, আৰু গান্ধীয়ে তেওঁৰ নিজৰ ৰাজনৈতিক ...

                                               

হিন্দ স্বৰাজ

হিন্দ স্বৰাজ মহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।

                                               

ৰুখমাবাই

ৰুখমাবাই এগৰাকী ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী আছিল। তেওঁ উপনিবেশ ভাৰতবৰ্ষৰ চিকিৎসা বৃত্তিত জড়িত প্ৰথম নাৰী চিকিৎসক আছিল। লগতে তেওঁক ১৮৮৪ চনৰ পৰা ১৮৮৮ চনলৈ চলা শিশু কন্যা বিবাহৰ এটা যুগান্তকাৰী গোচৰত জড়িত হোৱাৰ বাবে বিশেষবাবে জনা যায়। এই গোচৰটোৱ ...

                                               

অসমৰ আৰ্দ্ৰভূমি

অসমৰ আৰ্দ্ৰভূমি: বিল, জলাশয়, পিটনি আদি আৰ্দ্ৰভূমিৰে সমগ্ৰ অসম ভৰি আছে। সমীক্ষা অনুসৰি অসমত ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ...

                                               

অসমৰ ভূগোল

অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলমিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অ ...

                                               

ব্ৰহ্মপুত্ৰ উপত্যকা

ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয় পৰ্বতমালাৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল। ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈ সমূহেৰে গঠিত। এই উপত্যকা অসম পশ্চিমলৈ গোৱালপাৰা আৰু কামৰূপ অঞ্চল, মধ্য অসমৰ দৰং আৰু নগাঁও অঞ্চল আৰু পূব ...

                                               

উত্তৰ-পূব ভাৰত

উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বঙ্গৰ কিছু অংশক দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ লগত ইয়াৰ জাতিগত আৰ ...

                                               

নামনি অসম

ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ সমতল ভূমি অঞ্চলটোক নামনি অসম নাইবা পশ্চিম অসম বুলি জনা যায়। এই অঞ্চলতেই এক সময়ত শক্তিশালী কামৰূপ ৰাজ্য আছিল । উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ গুৱাহাটী এই নামনি অসমতেই আছে। গুৱাহাটী চহৰত অসমৰ ৰাজধানী দিছপুৰ অৱস ...

                                               

নেফা

উত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক সমষ্টি। ১৯৭২ চনলৈ ই সংযুক্ত ভাৰতবৰ্ষৰ অংশ হিচাপে থাকে আৰু পিছত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছিল আৰু পিছ ...

                                               

মধ্য ভাৰত

মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ। ইন্দোৰ, মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী, হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ। আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ। এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভি ...

                                               

অৰুণাচল প্ৰদেশৰ জিলাসমূহ

১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা North-East Frontier Agency-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: কামেং জিলা, সোৱণশিৰি জিলা, ছিয়াঙ জিলা, লোহিত জিলা, আৰু টিৰাপ জিলা। ১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: নামনি সোৱণশিৰি জ ...

                                               

উত্তৰকাশী জিলা

উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল। উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত গং ...

                                               

কোচবিহাৰ জিলা

কোচবিহাৰ জিলা পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জলপাইগুড়ি বিভাগৰ এখন জিলা। মাটিকালিৰ হিচাপত ই ৰাজ্যৰ ত্ৰয়োদশ আৰু জনসংখ্যাৰ হিচাপত ষোড়শ বৃহত্তম জিলা। এই জিলাৰ উত্তৰত পশ্চিমবংগৰ জলপাইগুড়ি জিলা; দক্ষিণত বাংলাদেশৰ ৰংপুৰ বিভাগ; পূৱে অসম|অসমৰ ধুবুৰী জিলা আৰু ...

                                               

গোৱাৰ জিলাসমূহ

                                               

ছিক্কিমৰ জিলাসমূহ

ছিক্কিম হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। | এই ৰাজ্যখন চাৰিখন জিলাত ভাগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সে ...

                                               

ত্ৰিপুৰাৰ জিলাসমূহ

ত্ৰিপুৰাৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আই ...

                                               

দিল্লীৰ জিলাসমূহ

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে। ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন ...

                                               

নাগালেণ্ডৰ জিলাসমূহ

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে Superintendent of P ...

                                               

পশ্চিমবংগৰ জিলাসমূহ

পশ্চিমবঙ্গ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল:

                                               

মণিপুৰৰ জিলাসমূহ

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে Superintendent o ...

                                               

মিজোৰামৰ জিলাসমূহ

১৯৭২ চনৰ ২১ জানুৱাৰীত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল, তেতিয়া মিজোৰামক তিনিখন জিলাত বিভক্ত আছিল: আইজল, লুঙলে আৰু ছিমটুইপুই। পৰৱৰ্তী কালত, ইয়াৰপৰা পাঁচখন নতুনকৈ জিলা সৃষ্টি কৰা হয়।

                                               

মেঘালয়ৰ জিলাসমূহ

মেঘালয় ৰাজ্যক তিনিখন স্বায়ত্ব শাসিত অঞ্চলত ভাগ কৰা হৈছে: খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল, গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল আৰু জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল। খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ৪ খন জিলা, গাৰো পাৰ্বত্য ...

                                               

অছৰগঞ্জ

অছৰগঞ্জ ভৌগোলিক স্থানাংক হল 25.15°N 86.68°E  / 25.15; 86.68 । ইয়াৰ গড় উচ্চতা হল ৪৪ মিটাৰ ১৪৪ ফুট। অছৰগঞ্জৰ পশ্চিমে নাৰায়ণপুৰ, কমৰগামা, ডঢ়া, ছাৰাউন, ধুৰীয়া, মকৱা; দক্ষিণে লখনপুৰ; পূবে কস্তিকাৰী, ৰহমতপুৰ আৰু উত্তৰে বিক্ৰমপুৰ অৱস্থিত।

                                               

আইজল

আইজল) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁ‌ঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।

                                               

আলং

আলং বা আল উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।

                                               

আহমেদাবাদ

আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ ...

                                               

ইটানগৰ

ইটানগৰ হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত। অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন ইটানগৰলৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে। গু ...

                                               

ইম্ফল

ইম্ফল, ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল। ইম্ফল মহানগ ...

                                               

উল্লাসনগৰ

উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ...

                                               

কঝিকড

কঝিকড, বা কালিকট হল দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাবাৰ উপকূলত অৱস্থিত এখন মহানগৰ। ই কেৰালাৰ তৃতীয় বৃহৎ মহানগৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগৰখনৰ জনসংখ্যা ২,০৩০,৫১৯ জন।. এই ঠাইখন কঝিকড জিলাৰ সদৰ ঠাই। প্ৰাচীন তথা মধ্যযুগীয় সময়ত ঠাইখনে পূৰ্বীয় মছল ...

                                               

কলকাতা

কলকাতা বা কলিকতা পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক। কলিকতা আৰু ইয়াৰ পা ...

                                               

কিফিৰে

কিফিৰে নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত৷

                                               

খাজুৰাহো

খাজুৰাহো, ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্ৰপুৰ জিলাৰ এখন নগৰ পঞ্চায়ত শাসিত চহৰ। এই ঠাইখন খাজুৰাহো স্মাৰকসমূহৰ বাবে বিখ্যাত। খাজুৰাহো স্মাৰকসমূহ ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ আৰু ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল ...

                                               

গান্ধীনগৰ

গান্ধীনগৰ ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিডৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত। গুজৰাটৰ নতুন ৰাজধানী গান্ধীন ...

                                               

চিকৰ

ভাৰতৰ ২০১১ৰ লোকপিয়লৰ মতে চিকৰৰ জনসংখ্যা ১৮৪৯০৪। জনসংখ্যাৰ ৫২% লোক পুৰুষ আৰু ৪৮% মহিলা। সাক্ষৰতা ৬৪%, যি ভাৰতৰ গড়তকৈ অধিক। চহৰখনৰ ১৬% লোকৰ বয়স ৬বছৰতকৈ কম।

                                               

চিত্ৰকূট

চিত্ৰকূট হল মন্দাকিনী নদীৰ পাৰত অৱস্থিত ভাৰতৰ আটাইতকৈ প্ৰাচীন তীৰ্থস্থানসমূহৰ ভিতৰত এখন। উত্তৰ প্ৰদেশত ৩৮.২ কিঃমিঃ ক্ষেত্ৰত অৱস্থিত শান্ত আৰু সুন্দৰ চিত্ৰকূট হৈছে প্ৰকৃতি আৰু ভগৱানৰেই অনুপম দান। চাৰিওফালে বিয়পি থকা বিন্ধ্য পৰ্বতমালা আৰু বনেৰে আৱ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →