ⓘ Free online encyclopedia. Did you know? page 40



                                               

কামেশ্বৰ ব্ৰহ্ম

ড॰ কামেশ্বৰ ব্ৰহ্ম এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল। ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন ...

                                               

কুশল কোঁৱৰ শৰ্মা

কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ" হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানল ...

                                               

কৃষ্ণকান্ত সন্দিকৈ

কৃষ্ণকান্ত সন্দিকৈ অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখতে পাণ্ডিত্যৰ পৰিচয় দিছিল। শ্ৰীহৰ্ষৰ নৈষধ চৰিত, সোমদেৱৰ যশস্তিলক আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ ক ...

                                               

কৰিমুল হক

কৰিমুল হক পশ্চিমবঙ্গৰ চাহবাগিছাৰ এজন কৰ্মচাৰী। স্থানীয়ভাবে তেওঁ বাইক-এম্বুলেঞ্চ-দাদা নামেৰেও জনাজাত। ধলাবাৰী আৰু ইয়াৰ কাষৰীয়া গাঁওসমূহৰ ৰুগীয়া লোকসকলক মটৰচাইকেল এম্বুলেঞ্চেৰে হাস্পাতাললৈ কঢ়িয়াই নিয়া এই লোকজনক তেওঁৰ সামাজিক কৰ্মৰ স্বীকৃতি স ...

                                               

গোপীৰাম বৰগায়ন বুঢ়াভকত

ওজা গোপীৰাম বৰগায়ন বুঢ়াভকত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুণী, সাধক, প্ৰচাৰক, অধ্যাপক, বৰগায়ন, বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত। ২০১১ চনত তেওঁ অসমৰ পাৰম্পৰিক লোকগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সং ...

                                               

ঘনকান্ত বৰা বৰবায়ন

ঘনকান্ত বৰা বৰবায়ন অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু। তদুপৰি তেওঁ এগৰাকী বাদক, কৰিঅ’গ্ৰাফাৰ আৰু লেখক। বৰবায়নে ২০০১ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।

                                               

চন্দ্ৰপ্ৰভা শইকীয়ানী

চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। অসম মহিলা সমিতিৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম। পদ্মশ্ৰী বিজয়িনী।

                                               

চৈয়দ আব্দুল মালিক

চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চ ...

                                               

জয়শ্ৰী গোস্বামী মহন্ত

জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী। তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শ ...

                                               

জয়া বচ্চন

জয়া বচ্চন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনৈতিক নেতা। তেওঁ ২০০৪ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হৈ আছে। মূল ধাৰাৰ চলচ্চিত্ৰৰ লগতে মধ্যমপন্থী চলচ্চিত্ৰত কৰা স্বাভাৱিক অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়। অভিনয় ...

                                               

জিতেন্দ্ৰনাথ গোস্বামী

জিতেন্দ্ৰনাথ গোস্বামী অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ সঞ্চালক। এইজন অসমীয়া বিজ ...

                                               

টি ভি ৰামকৃষ্ণন

টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন, এফ আৰ এছ ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰসিদ্ধ এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ। ৰামকৃষ্ণন বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ...

                                               

টেমচুলা আও

টেমচুলা আও এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত ...

                                               

তফজ্জুল আলী

তফজ্জুল আলী অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে পুতলা ঘৰ আৰু সোণৰ হৰিণ চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলীৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁ ...

                                               

দীপালী বৰঠাকুৰ

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিক ...

                                               

দুলাল মানকি

দুলাল মানকি এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চ ...

                                               

ধীৰেন্দ্ৰ নাথ বেজবৰুৱা

ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্যা ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল। যুক্তৰাজ্যৰ ৰিডিং বিশ্বব ...

                                               

নলিনীবালা দেৱী

নলিনীবালা দেৱী এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজা ...

                                               

পাৰবীন চুলতানা

বেগম পাৰবীন চুলতানা ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়। ২০১৪ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পাৰবীন চুলতানাক পদ্মভূষ ...

                                               

পুষ্পা ভূঞা

পুষ্পা ভূঞা এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল। তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                               

প্ৰতিমা বৰুৱা পাণ্ডে

প্ৰতিমা বৰুৱা পাণ্ডে আছিল অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী। তেখেত ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়। গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ ব ...

                                               

প্ৰফুল্ল গোবিন্দ বৰুৱা

প্ৰফুল্ল গোবিন্দ বৰুৱা ভাৰতৰ এজন সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিক ...

                                               

বিজয়া চক্ৰৱৰ্তী

বিজয়া চক্ৰৱৰ্তী হৈছে অসমৰ এগৰাকী ৰাজনীতিক। তেখেত ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ বৰ্তমান সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                               

বিৰুবালা ৰাভা

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেও ...

                                               

ভবেন্দ্ৰ নাথ শইকীয়া

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয ...

                                               

মংগলসিং হাজোৱাৰী

মংগলসিং হাজোৱাৰী এগৰাকী ভাৰতীয় বড়ো ভাষাৰ কবি। তেখেতে জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ নামৰ কবিতা পুথিখনৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                               

মহম্মদ ৰফি

মহম্মদ ৰফি ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ সঙ্গীত জগতত সুদীৰ্ঘ চাৰি দশক সময়কাল অতিবাহিত কৰে। মহম্মদ ৰফিয়ে সঙ্গীত কলাত অসামান্য অৱদান ৰখাৰ বাবে শ্ৰেষ্ঠ গায়ক হিচাবে জাতীয় পদক আৰু ৬-বাৰ ফ ...

                                               

মহিম বৰা

মহিম বৰা অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি প ...

                                               

মহেশ্বৰ নেওগ

"অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা বোৱাই আনা মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন। তেওঁ সম্পাদনাৰ কৰি থৈ যোৱা গ্ৰন্থ ...

                                               

মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী । সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱ ...

                                               

মুকুলচন্দ্ৰ গোস্বামী

মুকুল চন্দ্ৰ গোস্বামী ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

                                               

মুস্তানছিৰ বাৰ্মা

পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, মুম্বাইৰ সঞ্চালক।

                                               

যতীন গোস্বামী

নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেওঁ গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্ ...

                                               

যাদৱ পায়েং

যাদৱ পায়েং এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে মুলা ...

                                               

লক্ষ্মীনন্দন বৰা

লক্ষ্মীনন্দন বৰা এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য ...

                                               

লখিমী বৰুৱা

লখিমী বৰুৱা হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰতিষ্ঠাপক। তেওঁ ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামাংকিত কৰি মহিলা নগৰীয়া সমবায় বেংক ...

                                               

শীলা বৰঠাকুৰ

শীলা বৰঠাকুৰ এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল। ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈ, ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ তি ...

                                               

সনজীদা খাতুন

সনজীদা খাতুন এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান ছায়ানটৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ। তেওঁ ৰাষ্ট্ৰী ...

                                               

সূৰ্যকান্ত হাজৰিকা

সূৰ্যকান্ত হাজৰিকা এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।

                                               

সূৰ্যকুমাৰ ভূঞা

সূৰ্যকুমাৰ ভূঞা অসমৰ এজন গল্পকাৰ, প্ৰবন্ধকাৰ, কবি, বুৰঞ্জীবিদ তথা শিক্ষক আছিল। তেখেতে অসমীয়া সাহিত্য জগতত গল্প, প্ৰবন্ধ, জীৱনী আদি লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক, ১৯৫৩ চনৰ অসম সাহিত্ ...

                                               

সৰ্বেশ্বৰ চহৰীয়া

সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে। শল্যচিকিৎসাবি ...

                                               

হলধৰ নাগ

হলধৰ নাগ হল উৰিষ্যাৰ এজন সম্বলপুৰী ভাষা ৰ কবি তথা লেখক। তেঁও" লোক কবি ৰত্ন” ৰুপে খ্যাত। ১৯৫০ চনৰ ৩১ মাৰ্চত উৰিষ্যাৰ বৰগড় জিলাৰ ঘেছ নামে ঠাইত এটি দুখীয়া পৰিয়ালত জন্ম হৈছিল। হলধৰ নাগে দহ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পাছত পৰিয় ...

                                               

হেম ভৰালী

হেম ভৰালী এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়। ১৯৫০ চনৰ ভূমিকম্প আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্ত্ ...

                                               

হেমেন্দ্ৰ প্ৰসাদ বৰুৱা

হেমেন্দ্ৰ প্ৰসাদ বৰুৱা অসম আৰু পূব ভাৰতৰ এজন প্ৰথম শ্ৰেণীৰ উদ্যোগপতি। তেওঁ হৈছে যোৰহাটৰ ঠেঙালৰ অভিজাত খঙীয়া বৰুৱা পৰিয়ালৰ সন্তান। ২০১৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে। একে বৰ্ষৰে ৩১ ...

                                               

ৰংবং তেৰাং

ৰংবং তেৰাং অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ। কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল। তেখেতে ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেখেতক অৰ্ ...

                                               

ৰবীন্দ্ৰনাথ উপাধ্যায়

ৰবীন্দ্ৰনাথ উপাধ্যায় এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ সেৱক। তেওঁ অসমৰ কুমাৰিকা গাঁৱৰ সামাজিক উন্নয়নৰ কাৰণে বেচৰকাৰী সংগঠন তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ প্ৰতিষ্ঠা কৰিছিল। ২০০৩ চনত তেওঁ সমাজসেৱাৰ যমুনালাল বাজাজ বঁটা লাভ কৰিছিল। ২০০০ চনত ভাৰত চৰকাৰে ...

                                               

ৰীতা দেৱী

ৰীতা দেৱী বৰ্মা এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন ইলা ন্যাসৰ প্ৰতিষ্ঠাপক। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                               

মাতঙ্গিনী হাজৰা

মাতঙ্গিনী হাজৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী আৰু এগৰাকী মহান বিপ্লৱী নেত্ৰী। ১৯৪২ চনৰ ২৯ চেপ্তেম্বৰত সেই সময়ৰ মেদিনীপুৰ জিলাৰ তমলুক থানাৰ সন্মুখত ব্ৰিটিছ পুলিছৰ গুলিত তেওঁ নিহত হৈছিল। তেওঁ গান্ধী বুঢ়ী নামেৰে পৰিচিত আছিল।

                                               

সাৰদা দেৱী

সাৰদা দেৱী আছিল ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। ভক্তসকলে তেওঁক শ্ৰীশ্ৰী মা নামেৰে সম্বোধন কৰে। ৰামকৃষ্ণ আন্দোলনৰ বিকাশ আৰু প্ৰসাৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ বেঙ্গল প্ৰ ...

                                               

ৰামকৃষ্ণ পৰমহংস

ৰামকৃষ্ণ পৰমহংস Ramkṛiṣṇo Pôromôhongśo আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →