ⓘ Free online encyclopedia. Did you know? page 4



                                               

জগদীশ মুখী

জগদীশ মুখী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্ ...

                                               

অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশন (২০০১)

অসম সাহিত্য সভাৰ ৬৬তম অধিৱেশন ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞিবৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ আৰু মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰে ...

                                               

শান্তি স্বৰূপ ভাটনাগৰ বঁটা

শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ -এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা৷ আন্তঃবিভাগীয় বিজ্ঞান -ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসম ...

                                               

ৰাধিকামোহন ভাগৱতী

ৰাধিকামোহন ভাগৱতী অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল। পৰ্যায়ক্ৰমে তেখেত আজিৰ দ ...

                                               

অসমীয়া ভাষা

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংয ...

                                               

ফিল্মফেয়াৰ বঁটা

ফিল্মফেয়াৰ বঁটা হৈছে হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ শৈল্পিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ সম্মানাৰ্থে প্ৰদান কৰা এক বঁটা। ফিল্মফেয়াৰ অনুষ্ঠানটো ভাৰতৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ অনুষ্ঠান। বঁটাবোৰ প্ৰথমবাৰৰ বাবে ১৯৫৪ চনত টাইমচ গ্ৰুপৰ দ্বাৰা ৰাষ্ট্ৰী ...

                                               

ৰজনীকান্ত

ৰজনীকান্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মেডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক প্ৰতীক। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. ...

                                               

শৰ্মিলা বিশ্বাস

শৰ্মিলা বিশ্বাস ওদিছিৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা কৰিয়গ্ৰাফাৰ আৰু গুৰু কেলুচৰণ মহাপাত্ৰৰ শিষ্য। ১৯৯৫ চনত তেখেত কলকাতাত ওদিছি ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ প্ৰতিষ্ঠা কৰে, যত তেখেত শৈল্পিক পৰিচালক। কেন্দ্ৰ অভিএম ন্যাসও আছে। ২০ ...

                                               

কামৰূপী উপভাষা

কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু প ...

                                               

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা

ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। কেৱল ভাৰতৰ ব্যক্তিকে নহয় বিদেশী ব্যক্তি যেনে খান আব্দুল গফ্ফৰ খান, নেলছন মেণ্ডেলা আদিকো এই সন্মানেকে ব ...

                                               

গোপাল কৃষ্ণ গোখলে

গোপাল কৃষ্ণ গোখলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল। তেখেত গান্ধীজীৰ দৃষ্টিত এজন আদৰ ...

                                               

২২ নৱেম্বৰ

আজি লেবাননৰ স্বাধীনতা দিৱস। ১৭৭৪ চনত ভাৰতৰ ব্ৰিটিছ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু। ১৮০৯ চনত আধুনিক কল্মৰ আৱিষ্কাৰ৷ ১৮৬৪ চনত ভাৰতৰ ঔপনিৱেসিক অনুশীলনকাৰী প্ৰথম মহিলা চিকিৎসক ডাঃ ৰুক্ষ্মাবাই ৰাউতৰ জন্ম৷ ১৮৬৯ চনত ফৰাচীৰ ঔপনাসিক ন’বেল বিজয়ী ঔপনাসিক আন ...

                                               

এলভিছ আলী হাজৰিকা

এলভিছ আলী হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল। মাত্ৰ ৯ বছৰ বয়সতে তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছ ...

                                               

১৯ এপ্ৰিল

১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা। ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ। ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে। ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে। ১৭৭৫ - আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।

                                               

৪ নৱেম্বৰ

৪ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

মুকেশ আম্বানী

মুকেশ ধীৰুভাই আম্বানী এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ...

                                               

১ এপ্ৰিল

১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে। ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ। ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি। ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বা ...

                                               

১৯৭৪ চনৰ ভাৰতৰ বৰ আই মহামাৰী

১৯৭৪ চনৰ ভাৰতৰ বৰআই মহামাৰী বিংশ শতিকাৰ ভয়ংকৰ মহামাৰীবোৰৰ ভিতৰত উল্লেখযোগ্য। ১৯৭৪ চনৰ জানুৱাৰী আৰু মেৰ ভিতৰত পোন্ধৰহাজাৰতকৈও অধিক ভাৰতীয় লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মৃতকৰ হাৰ সৰ্বাধিক আছিল বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগত। সহস্ৰ ...

                                               

মদৰাম ব্ৰহ্ম

মদৰাম ব্ৰহ্ম এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান প ...

                                               

১১ অক্টোবৰ

১১ অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৪ তম দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

                                               

সাৱিত্ৰী জিন্দাল

সাৱিত্ৰী দেৱী জিন্দাল এগৰাকী ভাৰতীয় মহিলা ব্যৱসায়ী। অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দালে উদ্যোগপতি জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপোক ঔম প্ৰকাশ জিন্দালৰ লগত ১৯৭০ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০০৫ চনত ঔম প্ৰকাশ জিন্দালৰ মৃত্যুৰ পিছত তেওঁ জিন ...

                                               

ভাৰতৰ জলবায়ু

ভাৰতৰ জলবায়ু ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়। শীতকালত ভাৰতৰ উত্তৰাংশত এক ...

                                               

ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান

২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান। ১৯৭২ চনৰ ১৭ ...

                                               

পাণ্ডুৰাংগ বমন কানে

পাণ্ডুৰাংগ বমন কানে ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২ চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ শলাগ লৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্ ...

                                               

জম্মু আৰু কাশ্মীৰ

জম্মু আৰু কাশ্মীৰ ভাৰতৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। হিমালয় পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকি ...

                                               

গম

গম বা ঘেঁহু ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।

                                               

আনোৱাৰুদ্দিন চৌধুৰী

আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ। তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত। তে ...

                                               

মাদাৰ টেৰেছা

মাদাৰ টেৰেছা এগৰাকী কেথলিক খ্ৰীষ্টান পন্থীয় নান আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত মিছনেৰীজ অফ চেৰিটি স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা মিছনেৰীজ অফ্‌ চেৰিটিৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ...

                                               

কপাহ

কপাহ হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।

                                               

আবুল কালাম আজাদ

মৌলানা আবুল কালাম আজাদ চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্ ...

                                               

কুঁহিয়াৰ

কুঁহিয়াৰ এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি। কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে। এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে। অৰ্থাৎ কুঁহিয়াৰ ...

                                               

ব্ৰহ্মাণ্ড পুৰাণ

ব্ৰহ্মাণ্ড পুৰাণ হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক" বায়বীয় পুৰাণ” বা" বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণ ...

                                               

কৰমচান্দ উত্তমচান্দ গান্ধী

কৰমচান্দ উত্তমচান্দ গান্ধী বা কাবা গান্ধী আছিল পোৰবন্দৰ ৰাজ্যৰ এগৰাকী ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি। তেওঁ পোৰবন্দৰ, ৰাজকোট, আৰু ৱাংকানেৰ অঞ্চলৰ দেৱান আছিল। তেওঁ মহাত্মা গান্ধীৰ দেউতাক আছিল।

                                               

ভাৰতৰ শিক্ষা

ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল। ২৫বছৰতকৈ কম বয়সৰ ৬০০ নিযুত জনসমষ্টিৰ আমাৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰ খ ...

                                               

ভাৰতৰ শিক্ষা মন্ত্ৰালয়

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, পূৰ্বে শিক্ষাৰ মন্ত্ৰালয়, ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা ব ...

                                               

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰ ...

                                               

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি । ২০০৯ চনৰ মাৰ্চ মাহত ইয়াৰ কাৰ্যাৰম্ভ কৰা হয়। সকলোৰে বাবে সম ...

                                               

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে ...

                                               

অবিৰত আৰু বোধগম্য মূল্যায়ন

অবিৰত আৰু বোধগম্য মূল্যায়ন হল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।

                                               

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনে ভেষজবিজ্ঞানত স্নাতকোত্তৰ আৰু ড ...

                                               

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চশিক্ষা বিভাগৰ অধীনত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি শিক্ষাৰ পৰিষদ। ১৯৪৫ চনৰ নৱেম্বৰ মাহত এই পৰিষদ চৰকাৰৰ উপদেষ্টা পৰিষদ ...

                                               

অসম মাধ্যমিক শিক্ষা পৰিষদ

অসম মাধ্যমিক শিক্ষা পৰিষদ হল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ। এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত ...

                                               

আলফ্ৰেড হাইস্কুল

এই বিদ্যালয়খন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ৰাজনৈতিক এজেণ্ট কৰ্ণেল সিঙে নিৰ্মাণ কৰাইছিল, আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল। এই বিদ্যালয় খনক ৰাজকোট ইংৰাজী বিদ্যালয় বুলি কোৱা হৈছিল। ১৮৫৩ চনত ১৭ অক্টোবৰত এই বিদ্যালয় খনৰ স্থাপন ...

                                               

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫৭

১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন যোগে ২য় লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচন ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল। First past the post ভোটিং পদ্ধতি ব্যৱহাৰ হোৱা এই নিৰ্বাচনত মুঠ লোকসভা সমষ্টি আছিল ৪০৩ টা আৰু আসনৰ সংখ্যা আছি ...

                                               

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ এখন ভাৰতীয় স্বয়ংশাসিত শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এয়া ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ওড়িশাৰ ব্ৰহ্মপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। উচ্চতৰ বৈজ্ঞানিক শিক্ষা আৰু অনুসন্ধানসহ স্নাতক আৰু স্ন ...

                                               

ভূপেন হাজৰিকা

ড॰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। স ...

                                               

ভাৰতৰ শাস্ত্ৰীয় নৃত্য

ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়। উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ...

                                               

ভাৰতীয় পেনোৰামা

ভাৰতীয় পেনোৰামা হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।

                                               

বীৰেন্দ্ৰনাথ দত্ত

বীৰেন্দ্ৰনাথ দত্ত অসমৰ এজন শিক্ষাবিদ, লিখক, লোক কলাৰ গৱেষক আৰু সংগীত শিল্পী। তেখেতে অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছে। ২০০৯ চনত, তেখেতক "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈ ...

                                               

আমাৰ অসম

আমাৰ অসম হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড । ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। নতুন দিল্লী, কলকাতা, শ্বিলঙত ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →