ⓘ Free online encyclopedia. Did you know? page 38



                                               

জুহি চাওলা

জুহি চাওলা হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছবি প্ৰযোজক আৰু উদ্যোগী৷ ১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়া ৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ ...

                                               

জেনেলিয়া ডিছুজা

জেনেলিয়া দেশমুখ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালায়ালম ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চনৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত ...

                                               

দিব্যা খোসলা কুমাৰ

দিব্যা খোসলা কুমাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ বিভিন্ন বিজ্ঞাপন পৰিচালনা কৰিছে আৰু কিছুমান গীতৰ ভিডিঅ’তো অভিনয় কৰিছে। তেওঁ ভূষণ কুমাৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় যি টি-চিৰিজ মিউজিক ...

                                               

দিব্যা ভাৰতী

দিব্যা ভাৰতী আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে ১৯৯০ৰ দশকত হিন্দী, তামিল আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰিছিল৷ অভিনয়-বিচক্ষণতা আৰু সৌন্দৰ্যৰ বাবে জনাজাত দিব্যা ভাৰতী আছিল সেইসময়ত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ অন্যতম৷ কিশোৰী অৱস্থাতেই ছবি ...

                                               

দীপান্বিতা শৰ্মা

দীপান্বিতা শৰ্মা বলীউদত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল। ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ "মিছ ইণ্ডিয়া" প্ৰতিযোগিতাত শীৰ্ষপাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চ ...

                                               

নয়নতাৰা

নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ -এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল। ২০১৮ বৰ্ষত ফৰ্বছ ইণ্ডিয়াই প্ৰস্তু ...

                                               

নিৰূপা ৰয়

নিৰূপা ৰয় হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁক ট্ৰেজেদী আৰু শোকাতুৰ চৰিত্ৰত অভিনয় পাৰদৰ্শিতাৰ বাবে জনা গৈছিল আৰু সেয়েহে হিন্দী চলচ্চিত্ৰ পৰিসৰত তেওঁ নিৰ্বিবাদে দুখৰ ৰাণী নাম পাইছিল। ১৯৪৬ চনৰ পৰা ১৯৯৯ চনলৈ ...

                                               

পদ্মিনী কোহলাপুৰী

পদ্মিনী কোহলাপুৰী মূলতঃ হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী আৰু ড্ৰীমগাৰ্ল্ ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে। ইয়াৰ পিছত সত্যম শিৱম সুন্দৰম ত তেওঁ মূল নাৰী চৰিত্ৰ ৰূ ...

                                               

পাৰৱীন বাবী

পাৰৱীন বাবী আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল৷ কুৰি শতিকাৰ আশী আৰু নবৈৰ দশকত পাৰৱীন বাবী হিন্দী ছবিৰ এখন চিনাকি মুখ হিচাপে পৰিচিত হৈছিল৷ সূদীৰ্ঘ কেৰিয়াৰত বাবীয়ে এগৰাকী গ্লেমাৰসম্পন্ন ফেশ্যন আইকন হিচাপে খ্যাতি লভিছিল আৰু সৰ্বাধিক ...

                                               

পূজা ভাট

পূজা ভাট হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা৷ পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে৷ তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী৷ ১৯৮৯ চনত ম ...

                                               

পেচেন্‌চ কুপাৰ

পেচেন্‌চ কুপাৰ ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল। ভাৰতীয় চলচ্চি ...

                                               

প্ৰাচী দেশাই

প্ৰাচী দেশাই হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। তেখেত টেলিভিছন জগতৰো প্ৰাক্তন অভিনেত্ৰী। জিটিভিৰ সফল ধাৰাবাহিক কছম ছে ৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলা প্ৰাচীয়ে পৰৱৰ্তী সময়ত বলিউদতো পদাৰ্পণ কৰে আৰু ২০০৮ চনত মুক্তি লাভ কৰা সাংগীতিক ড্ৰামা ছবি ৰক-অ ...

                                               

প্ৰীতি জিণ্টা

প্ৰীতি জিণ্টা হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু উদ্যোগী৷ তেখেতৰ সৰহভাগ ছবি হিন্দী ভাষাৰে৷ ইংৰাজ সাহিত্য আৰু অপৰাধমূলক মনোবিজ্ঞানত স্নাতকডিগ্ৰী লাভ কৰাৰ অন্তত প্ৰীতিয়ে ১৯৯৮ চনত দিল ছে. নামৰ ছবিখনৰ জৰিয়তে অভিষেক বলিউদত পদাৰ্পণ কৰে৷ ১৯৯৮ চনতে তেখে ...

                                               

ফাৰাহ খান

ফাৰাহ কুন্দৰ, অথবা ফাৰাহ খান হৈছে এগৰাকী ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক৷ বলিউডৰ অনেক ছবিত নৃত্য-পৰিচালনা কৰি খ্যাতিৰ আসনত অধিষ্ঠিত হোৱা ফাৰাহ খানে ৮০খনতকৈও অধিক হিন্দী ছবিত শতাধিক গীতৰ নৃত্য পৰিচালনা ...

                                               

ফৰিদা জালাল

ফৰিদা জালাল হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফ ...

                                               

বি. সৰোজা দেৱী

ভাইৰাপ্পা সৰোজা দেৱী ৰ জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷ ১৭ বছৰ বয়সত সৰোজা দেৱীয়ে ...

                                               

বৈজয়ন্তীমালা

বৈজয়ন্তীমালা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, ভাৰতনাট্যম শিল্পী, কৰ্ণাটকী কণ্ঠশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু সাংসদ।ত বৈজয়ন্তীমাল তেওঁৰ সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল।তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ ‘প্ৰথম মহিলা মহাতাৰকা’ গণ্য কৰা হয়। ১৯৪ ...

                                               

মাধৱী মুখাৰ্জী

মাধৱী মুখাৰ্জী এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী ছবি দিবৰাত্ৰিৰ কাব্যত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ বাংলা চিনেমাৰ কিছুমান সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰিছে আৰু তেওঁক বঙালী চলচ্চিত্ৰৰ ...

                                               

মালা সিনহা

আলদা সিনহা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰূপালী পৰ্দাৰ মালা সিনহা নামেৰ তেওঁ অধিক জনাজাত। তেওঁ হিন্দী, বঙালী আৰু নেপালী চলচ্চিত্ৰত কাম কৰিছে। প্ৰথমে তেওঁ আঞ্চলিক ছবিত প্ৰতিষ্ঠিত হোৱাৰ পিছতহে ১৯৫০ৰ দশকৰ শেষৰ ফালে হিন্দী ছবিত অভিনয় কৰিবলৈ লয়। তেওঁৰ চ ...

                                               

মৌচুমী চেটাৰ্জী

মৌচুমী চেটাৰ্জী বা এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে। ১৯৭০ৰ দশকত তেওঁ হ ...

                                               

শ্বেতা ত্ৰিপাঠী

শ্বেতা ত্ৰিপাঠী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ প্ৰডাকচন সহকাৰী আৰু সহযোগী পৰিচালিকা হিচাপে তেখেতে ছবিজগতত নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ কিন্তু হিন্দী কথাছবি আৰু ৱেব চিৰিজত অভিনয়ৰ জৰিয়তেহে শ্বেতাই প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ তেখেতৰ উল্লেখনীয় কৰ্ম হ ...

                                               

শ্ৰীয়া চৰণ

শ্ৰীয়া চৰণ ভাটনাগৰ -ক শ্ৰীয়া নামেৰেও জনা যায়৷ শ্ৰীয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল৷ তেখেতে সাধাৰণতে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ দেহৰাদুনত জন্ম লাভ কৰা শ্ৰীয়াই শৈশৱৰ অধিকাংশ সময় হৰিদ্বাৰত অতিবাহিত কৰিছিল৷ ২০ ...

                                               

সুধা চন্দ্ৰন

সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত । ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছ ...

                                               

সুপ্ৰিয়া দেৱী

সুপ্ৰিয়া দেৱী বা সুপ্ৰিয়া চৌধুৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী চলচ্চিত্ৰত প্ৰায় ৫০ বছৰ জুৰি অভিনয় কৰিছিল। ঋত্বিক ঘটকৰ ‘মেঘে ঢাকা তাৰা’ ছবিৰ নীলা নামৰ চৰিত্ৰটোৰ ৰূপায়ণৰ তেওঁক বিশেষ ভাবে জনা যায়। তেওঁ ফিল্মফেয়াৰ বঁটা, পশ্চিমবঙ্গৰ সৰ্ ...

                                               

সোনাক্ষী সিন্‌হা

সোনাক্ষী সিন্‌হা, জন্ম-২ জুন, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আৰু গায়িকা৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ কেৰিয়াৰৰ আৰম্ভণিতে সোনাক্ষীয়ে সাজসজ্জা পৰিকল্পক হিচাপে কাম কৰে৷ ২০১০ চনত মুক্তিপ্ৰাপ্ত হিন্দী একছন-ড্ৰাম ...

                                               

ৰাখী গুলজাৰ

Rakhee Gulzar এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ফিল্মফেয়াৰ বঁটাৰ বাবে তেওঁ ৮বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আৰু ৮বাৰ সহযোগী অভিনে ...

                                               

জন্‌ছ মহলীয়া

জন্‌ছ মহলীয়া অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্মগ্ৰহণ কৰা মহলীয়াই পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত নিৰ্দেশনাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৭৯ চনত মুক্তি লাভ কৰা "দূৰণিৰ ৰং" তেখেতৰ প্ৰথম চলচ্চিত্ৰ। ...

                                               

জাংদাও বডোচা

জাংদাও বডোচা এগৰাকী বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক। তেওঁ চলচ্চিত্ৰ পৰিচালনা বিষয়ত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ ডিপ্লোমাধাৰী। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী-ছবি আলায় ...

                                               

নিপন গোস্বামী

নিপন গোস্বামী অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা। প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰে। অসমীয়া বোলছবিৰ তাৰকা অভিনেতাৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ অন্যতম। এখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও ...

                                               

পীযুষ কান্তি ৰয়

পীযুষ কান্তি ৰয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী। ‘চালিয়া’, ‘ৰেশম কী ডোৰী’ আদি হিন্দী চলচ্চিত্ৰৰ শব্দযন্ত্ৰী ৰয়ে কেইখনমান অসমীয়া ছবিত কাম কৰাৰ উপৰিও বিজয় চৌধুৰীৰ ...

                                               

বিজয় চৌধুৰী

বিজয় চৌধুৰী হিন্দী ছবিৰ এজন সম্পাদক আছিল। শক্তি সামন্তৰ এন ইভিনিং ইন পেৰিচ ছবিৰ সহকাৰী সম্পাদকৰূপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰা ৰয়ে বহুকেইখন জনপ্ৰিয় হিন্দী ছবিৰ সম্পাদনা কৰিছিল। ১৯৭৭ চনত ৰাজশ্ৰী প্ৰডাকচনৰ বাধিকা বধূ ছবিৰ সম্পাদনাৰ বাবে তেওঁ ...

                                               

পঞ্চম গ্লবেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা

২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্লবেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

                                               

৫৯তম ফিল্মফেয়াৰ বঁটা

২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী ...

                                               

৬০তম ফিল্মফেয়াৰ বঁটা

২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক ...

                                               

ডেট্ গাষ্টি মৰ্নিং

ডেট্ গাষ্টি মৰ্নিং হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চুটিছবি। আলজেইমাৰ ৰোগক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা চুটিছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। মুঠ চাৰিটা চৰিত্ৰ থকা চুটিছবিখনত অভিনয় কৰিছে অৰুণ নাথ, সীমা বিশ্বাস, কপিল বৰা আৰু উৰ্মিল ...

                                               

বহুবৃত্ত

বহুবৃত্ত) উৎপল দত্ত পৰিচালিত অসমীয়া ভাষাৰ এখন চুটিছবি। স্বপ্না দত্ত ডেকাৰ ”মই’ নামৰ কবিতাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ দৈৰ্ধ ৯ মিনিট ৩ চেকেণ্ড। ২০১৯ চনৰ ২৪ জানুৱাৰিত ছবিখনৰ প্ৰথম প্ৰদৰ্শন হয় ২০১৯ৰ ৫০তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ...

                                               

যুগদ্ৰষ্টা (চলচ্চিত্ৰ)

যুগদ্ৰষ্টা: দ্য ভিজনেৰী হৈছে ভাস্কৰ জ্যোতি মহন্ত পৰিচালিত এখন অসমীয়া ভাষাৰ চুটিছবি। মুক্তিযুঁ‌জাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুন বৰকটকীয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচা ...

                                               

ছাজিদ-ৱাজিদ

ৱাজিদ খান আৰু ছাজিদ খান হৈছে বলিউদৰ সফল সংগীত পৰিচালক। তেওঁলোকে যুটীয়াকৈ হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ যুটীটো ছাজিদ-ৱাজিদ নামেৰে জনপ্ৰিয়। তেওঁলোকৰ দেউতাক ওস্তাদ চাৰাফত আলি খান এগৰাকী বিখ্যাত তবলা বাদক। মাতৃ ৰজিয়া খান। ১৯৯৯ চনত ...

                                               

জীতু-তপন

জীতু-তপন ভাৰতীয় চলচ্চিত্ৰৰ, বিশেষকৈ বলিউডী আৰু অসমীয়া ছবিৰ জনপ্ৰিয় সঙ্গীতকাৰ যুটী। ১৯৭১ চনত মানৱ আৰু দানৱ ছবিৰ যোগেদি প্ৰথম চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰা এই যুটীটোৱে ১৯৭২ চনত মুম্বাইলৈ যায় আৰু হিন্দী ছবিৰ সৈতে জড়িত হৈ পৰে। তেওঁলোকে চল্লিশৰো ...

                                               

উৎপল বৰপূজাৰী

উৎপল বৰপূজাৰী এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ ...

                                               

প্ৰমথেশ চন্দ্ৰ বৰুৱা

প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল ভাৰতৰ প্ৰাক্‌-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক। অসমৰ গৌৰীপুৰত জন্ম লাভ কৰা বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল। বৰুৱাই "অপৰাধী" ...

                                               

ৰীমা কাগতি

ৰীমা কাগতি এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হিন্দী বোলছবিখনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল।

                                               

অভয়ম

অভয়ম হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ ত ...

                                               

অছুৎ কন্যা

অছুৎ কন্যা ১৯৩৬ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰাৰম্ভিক কালৰ চুপাৰ-হিট এই ছবিখনত এজনী দলিত ছোৱালীৰ ব্যৰ্থ প্ৰেম আৰু আত্মত্যাগৰ কাহিনী চিত্ৰিত কৰা হৈছে। কুৰি শতিকাৰ আগভাগৰ ভাৰতীয় সমাজখনত দেখা পোৱা জাতিভেদৰ প্ ...

                                               

আকিৰা (চলচ্চিত্ৰ ২০১৬)

আকিৰা হৈছে এআৰ মুৰুগাডছৰ দ্বাৰা সহ-লিখিত, পৰিচালিত আৰু প্ৰযোজিত ২০১৬ চনৰ এখন এক্সন ড্ৰামাৰ হিন্দী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ২০১১ চনত মুক্তি লাভ কৰা তামিল চলচ্চিত্ৰ মৌৱা গুৰু ৰ পুনৰ নিৰ্মান, আৰু নায়িকা হিচাপে সোনাক্ষী সিনহাই অভিনয় কৰিছে। মূল চিত ...

                                               

আখুনি (চলচ্চিত্ৰ)

আখুনি নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে ...

                                               

আলম আৰা (১৯৩১ চলচ্চিত্ৰ)

আলম আৰা হল ১৯৩১ চনত নিৰ্মিত হিন্দী ভাষিক তথা ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল অৰ্দেশিৰ ইৰাণী। অৰ্দেশিৰ ইৰাণীয়ে চলচ্চিত্ৰত শব্দৰ মহত্ব বুজিয়ে আলম আৰাক আৰু বহুতো সমকালীন সবাক চলচ্চিত্ৰৰ আগতে পূৰ্ণ কৰিছিল। আলম আৰাৰ প্ৰথম প্ৰ ...

                                               

এক দীৱানা থা

এক দীৱানা থা হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভ ...

                                               

কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)

কাবুলিৱালা ১৯৬১ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষিক চলচ্চিত্ৰ যিখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। হেমেন গুপ্তাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত বলৰাজ ছাহানি, ঊষা কিৰণ, সজ্জন, সোনু আৰু বেবী ফৰিদাই অভিন ...

                                               

কালসন্ধ্যা (চলচ্চিত্ৰ)

কালসন্ধ্যা হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখন ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →