ⓘ Free online encyclopedia. Did you know? page 30



                                               

কমিক্‌ছ

কমিক্‌চ মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই কবলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্‌চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্‌চ হব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেত ...

                                               

কল্পবিজ্ঞান

কল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা যেনে উন্নত বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ অন্বেষণ, সময় ভ্ৰমণ, সমান্তৰাল ব্ৰহ্মাণ্ড, আৰু পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে আলোচনা কৰে। ইয়াক "ধাৰণাৰ সাহিত্য" বুলি ...

                                               

গদ্য

শঙ্কৰ-মাধৱৰ তিৰোধানৰ পিছৰ এশ বছৰ অৰ্থাৎ খৃষ্টীয় ষোড়শ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভলৈকে বিস্তৃত যুগটোক আমি চৰিত পুথি আৰু গদ্য সাহিত্যৰ উদ্ভৱৰ যুগ বুলিব পাৰোঁ। মহাভাৰত, ৰামায়ণ, ভাগৱত আৰু অন্যান্য দুই-চাৰিখন পুৰাণৰ আংশিক অনুবাদ, অঙ্ ...

                                               

চুটিগল্প

চুটিগল্প সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত, সংগত আৰু সংহত কথাশি ...

                                               

প্ৰহসন

প্ৰহসন হৈছে মঞ্চ বা চলচ্চিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা। যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া। অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য। ইয়াৰোপৰি শাৰীৰিক বিকৃতি, ইচ্ছাপূৰ্বক উদ্ভত চিন্তা আৰু ...

                                               

বিশ্বকোষ

বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ যত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰ ...

                                               

মনোবৈজ্ঞানিক হৰৰ

মনোবৈজ্ঞানিক হৰৰ হৈছে হৰৰ আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়। এই উপশ্ৰেণীটোক প্ৰায ...

                                               

লিমাৰিক (কবিতা)

লিমাৰিক হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে। ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আ ...

                                               

লিহাফ

লিহাফ হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাৰ চুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, যত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ...

                                               

সাঁথৰ

সাঁথৰ হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ ম ...

                                               

হাইকু

হাইকু এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে: হাইকুৰ এটা বৈশিষ্ট্য হৈছে, কিৰু আক্ষৰিক অৰ্থঃ কটা kiru। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ, যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক ক ...

                                               

গণতন্ত্ৰ

গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ এনে এটি শাসন ব্যৱস্থা যত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ ...

                                               

নাগৰিকত্ব

নাগৰিকত্ব হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব আইনৰ অধীনত প্ৰদান কৰা সদস্যপদ। ৰাষ্ট্ৰসংঘৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ. মাৰ্চালে নাগৰিকত্বৰ সম্পৰ্কে কৈছে, "নাগৰিকত্ব সেইসকল ব্যক্ ...

                                               

পদ্ম হাজৰিকা

পদ্ম হাজৰিকা, অসমৰ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনৈতিক নেতা। তেওঁ ১৯৯৬, ২০০৬, ২০১১, আৰু ২০১৬ চনত অসম বিধান সভাৰ নিৰ্বাচনত শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। পূৰ্বে তেওঁ অসম গণ পৰিষদ দলৰ সদস্য আছিল আৰু এই দ ...

                                               

পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য

ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু খেল তত্ত্বত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য এনে এক পৰিস্থিতি যত দুই খেলুৱৈয়ে যুদ্ধও নকৰে আৰু যুদ্ধৰ আহিলা ত্যাগো নকৰে। এনে দেখা যায় সেই পৰিস্থিতিযত দুয়ো খেলুৱৈৰ ওচৰতে এনে বিধ্বংসী কৌশল অৱলম্বন কৰাৰ ক্ষমতা থাকে যে ...

                                               

অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা

                                               

আইজাক নিউটনৰ নামেৰে নামকৰণ কৰা বস্তুসমূহৰ তালিকা

ডিম্বাকৃতি সম্পৰ্কে নিউটনৰ উপপাদ্য Newtons theorem about ovals গাউচ-নিউটন এলগৰিথম Gauss–Newton algorithm নিউটন-ৰাফচন Newton–Raphson নিউটন ভগ্ন Newton fractal নিউটন বহুভূজ Newton polygon নিউটনৰ অভিন্নতা Newtons identities নিউটন-কটছ্ সূত্ৰ Newton–C ...

                                               

আৱিষ্কাৰ আৰু আৱিষ্কাৰক

                                               

উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা

বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে। উপলব্ধ এনে ৰাজহুৱা তথ্যৰ ভিত্তিত অথবা তেওঁলোকৰ সৈতে ...

                                               

এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা

২০০৮ – NDTV ইণ্ডিয়ান অৱ দ্যা ইয়েৰ ২০০৯ – CNN-IBN ইণ্ডিয়ান অৱ দ্যা ইয়েৰ ২০০৯ – CNN-IBN এণ্টাৰটেইনাৰ অৱ দ্যা ইয়েৰ ২০০৬ – সনাতন সংগীত পুৰস্কাৰ বিশেষ কৃতিত্ব বঁটা ২০০৯ – বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিবোৰৰ তালিকা ত টাইম আলোচনীৰ দ্বাৰা নাম সংযো ...

                                               

জনসংখ্যা অনুসৰি মহাদেশসমূহৰ তালিকা

                                               

ফলৰ তালিকা

উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়। অসমৰ থলুৱা ফলৰ ভিতৰত লেটেকু, পনিয়ল, থেৰেজু, অমৰা, মিৰিকাটেঙা, ...

                                               

ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকা খন বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত। ফৰ্বছ আলোচনী অনুসৰি বৰ্তমান বিশ্বৰ সবাতোকৈ ধনী ৫ জন ব্যক্তি

                                               

বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা

এয়া বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা, অৰ্থাৎ স্বীকৃত মুদ্ৰা, বস্তু বা সেৱাৰে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই বিদেশী লোকক পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ অনুযায়ী দেশৰ তালিকা। এই ক্ষেত্ৰত ৰাজহুৱা ঋণ হল দেশৰ যিকোনো স্তৰৰ চৰকাৰে পৰিশোধ কৰিবলগীয়া ঋণ আৰ ...

                                               

ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা

বলিউড অভিনেতাসকলৰ তালিকা ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতাসকল অসমীয়া অভিনেতাসকলৰ তালিকা তামিল চলচ্চিত্ৰৰ অভিনেতাসকলৰ তালিকা ভোজপুৰী চলচ্চিত্ৰৰ অভিনেতাসকলৰ তালিকা বলিউড অভিনেত্ৰীসকলৰ তালিকা অভিনেতাসকলৰ তালিকা ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা

                                               

অতনু দাস

অতনু দাস হৈছে এজন ভাৰতীয় ধনুৰ্ধৰ। তেওঁ আৰ্চাৰীৰ লৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেঁও ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল। বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।

                                               

অভিনৱ বিন্দ্ৰা

অভিনৱ সিং বিন্দ্ৰা দেৰাডুনত জন্মগ্ৰহণ কৰে। তেওঁ হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী এজন ভাৰতীয় শ্বুটাৰ। তেওঁ সাধৰণতে ১০ মিটাৰ এয়াৰ ৰাইফল বিভাগত প্ৰতিদণ্ডিতা কৰে। বিন্দ্ৰা ২০০৮ বেইজিং অলিম্পিক গেমছত প্ৰথম ভাৰতীয় ক্ৰীড ...

                                               

কমলেশ মেহতা

ঘৰত "কামু" নামেৰে মতা কমলেশ মেহতাই মুম্বাইত ১ মে ১৯৬০ত জন্ম গ্ৰহণ কৰিলে। চেন্ট জচেফচ্ বিদ্যালয়ৰ ৱাদালা শাখাত প্ৰাথমিক শিক্ষা লাভ কৰি তেওঁ বাণিজ্যত স্নাতক লবলৈ মুম্বাইৰ আৰ-এ পডাৰ মহাবিদ্যালয়লৈ যায় আৰু পিছলৈ ডেনা অধিকোষত চাকৰি কৰে। তেওঁ অসমীয়া ...

                                               

জয়ন্ত তালুকদাৰ

জয়ন্ত তালুকদাৰ অসমৰ এজন আৰ্চাৰী খেলুৱৈ । ২০১২ চনৰ লণ্ডন অলিম্পিকলৈ নিৰ্বাচিত হোৱা তেওঁ একমাত্ৰ ভাৰতীয় পুৰুষ আৰ্চাৰ।

                                               

থোনাকল গোপী

থোনাকল গোপী এজন ভাৰতীয় এথলেট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।

                                               

দীপিকা কুমাৰী

দীপিকা কুমাৰী এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেন্টত স্বৰ্ণপদক লাভ কৰিছিল। লগতে ...

                                               

বোম্বাইলা দেৱী লাইশ্ৰাম

বোম্বাইলা দেৱী লাইশ্ৰাম এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে । মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে ...

                                               

মাচেত্তিৰা ৰাজু পুভাম্মা

মাচেত্তিৰা ৰাজু পুভাম্মা এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়। ক্ৰীড়াবিদ হিচাপে উল্লেখ্যযোগ্য অৱদানৰ বাবে ...

                                               

লক্ষ্মীৰাণী মাঝি

লক্ষ্মীৰাণী চাওতাল গোষ্ঠীৰ অন্তৰ্ভুক্ত; ঝাৰখণ্ডৰ পূৰ্ব সিংভূম জিলাৰ বাগোলা গাঁৱত বাস কৰিছিল। আৰ্চাৰী একাডেমিয়ে নিৰ্বাচন কৰা তেওঁৰ বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহোতে তেওঁৰ জীৱনলৈ প্ৰথম ধনুখেলৰ সুযোগ আহে। বৰ্তমান লক্ষ্মীৰাণী চত্তিছগড়ৰ বিলাসপুৰত ভাৰত ...

                                               

ললিতা বাবৰ

ললিতা বাবৰ এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেন্টত এছিয়ান চেম্পিয়নশ্বিপ ...

                                               

শ্ৰীকান্ত কিদাম্বি

শ্ৰীকান্ত কিদাম্বি এজন ভাৰতীয় বেডমিন্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিন্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে। ২০১৪ চনৰ চীন অপেন চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ ফাইনেলত ...

                                               

সোমদেৱ দেৱবৰ্মন

সোমদেৱ কিশোৰ দেৱবৰ্মন,ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে। এন চি এ টেনিছ চেম্পিয়নশ্বীপ ত প্ৰথমবাৰৰ বাব ...

                                               

অসম আৰক্ষী

অসম আৰক্ষী হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ ২৭খন জিলাতে সেৱা আগব ...

                                               

অসম বিধানসভা

অসম বিধানসভা ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম ...

                                               

অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

অসম বিধানসভা ৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হল। ১৯৭৬ চনৰ পৰা ইয়াৰে ৮টা সমষ্টি অনুসূচ ...

                                               

অসম ৰাজপত্ৰ

অসম ৰাজপত্ৰ অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ। অসমৰ চৰকাৰৰ অধীনৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে সাপ্তাহিক ভাবে অসমৰ ৰাজপত্ৰ প্ৰকাশ কৰে। অসমৰ চৰকাৰী ৰাজপত্ৰ হিচাপে ইয়াত চৰকাৰী আইন, জাননী, নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠা ...

                                               

অসমৰ ৰাজ্যপালসকলৰ তালিকা

ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপালজন হৈছে জগদীশ মুখী। মুখীয়ে ত্ৰিংশতম অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি ব ...

                                               

অসমৰ ৰাজ্যিক প্ৰতীকসমূহ

                                               

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ...

                                               

উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়

উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। ভাৰত চৰকাৰে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয ...

                                               

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

ভাৰত চৰকাৰৰ এটা শাখা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় হৈছে ভাৰতত কৃষি সম্পৰ্কীয় নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা। মন্ত্ৰালয়ৰ তিনিটা বিস্তৃত ক্ষেত্ৰ হৈছে কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সহযোগিতা। ভাৰতৰ আধাতকৈও অধিক জনসংখ্যাৰ বাবে কৃ ...

                                               

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয় হৈছে সমগ্ৰ দেশত সকলো দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে ৯ নৱেম্বৰ ২০১৪ তাৰিখে গঠন কৰা ভাৰত চৰকাৰ মন্ত্ৰালয়। ঔদ্যোগিক প্ৰশিক্ষণ, শিক্ষানবিশ আৰু অন্যান্য দক্ষতা বিকাশৰ দায়িত্ব "শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়"ৰ ...

                                               

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় হৈছে প্ৰকাশিত পৰিসংখ্যা আৰু মানদণ্ডৰ দিশবোৰৰ সৈতে সম্পৰ্কিত ভাৰত চৰকাৰৰ এক মন্ত্ৰালয়। মন্ত্ৰালয়ে চলোৱা জৰীপবোৰ বৈজ্ঞানিক নমুনা পদ্ধতিৰ ওপৰত আধাৰিত।

                                               

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ ...

                                               

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়। ই সমাজৰ সুবিধাবঞ্চিত আৰু প্ৰান্তিক শ্ৰেণীৰ কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণৰ বাবে দায়বদ্ধ, যাৰ ভিতৰত আছে অনুসূচীত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, বিকলাঙ্গ, বৃদ্ধ,আৰু মাদক দ্ৰব্য ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →