ⓘ Free online encyclopedia. Did you know? page 28



                                               

১ + ২ + ৪ + ৮ ⋯

গণিতত ১ + ২ + ৪ + ৮ ⋯ এটি অসীম ক্ৰম যাৰ প্ৰতিটো সংজ্ঞা দুইৰ ক্ৰমত থকা ঘাত। জ্যামিতিক ক্ৰম হিচাপে এই ক্ৰম ১ৰে আৰম্ভ হোৱা আৰু একেই বিভাজক ২ৰে পৰিচিত। বাস্তৱ সংখ্যাৰ ক্ৰম হিচাপে ই অসীমলৈকে যায়। সেই দেখি এই ক্ৰমৰ কোনো যোগফল নাই। পিচে এটি বহল অৰ্থত ক ...

                                               

তথ্যপেৰা

তথ্যপেৰা হৈছে ৱিকিত কোনো বিষয়ৰ বিষয়ে তথ্যৰ এটা উপসংহতি সংগ্ৰহ আৰু উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এখন তালিকা বা দস্তাবেজ। ই সুসংগত দস্তাবেজ তথ্যৰ একে বৈশিষ্ট্য মান যোৰসমূহৰ এটা সংহতি। ৱিকিপিডিয়াত তথ্যপেৰায়ে প্ৰবন্ধ এটাৰ বিষয়ে তথ্যৰ সাৰাংশক প্ৰতি ...

                                               

ভ্ৰান্তি

যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী বুলি কোৱা হয়। ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছ ...

                                               

অণুজীৱবিজ্ঞান

অণুজীৱবিজ্ঞান চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়। প্ৰিঅন ...

                                               

অসম বিজ্ঞান সমিতি

১৯৫৩ চনত অসম বিজ্ঞান সমিতি প্ৰতিষ্ঠা কৰা হয়। ১৯৬১ চনৰ পৰা অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে। বৰ্তমান বিজ্ঞান জেউতিৰ সম্পাদক ড৹ জগদীন্দ্ৰ ৰায়চৌধুৰী

                                               

জৈৱ প্ৰযুক্তি

একবিংশ শতিকাত মানৱ প্ৰজাতিৰ লগত অন্য জীৱৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তি বিদ্যাৰ অৰিহণা এইক্ষেত্ৰত অপৰিসীম। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিভিন্ন বেমাৰ ৰোধ কৰিব পৰা যায়। জৈৱ প্ৰযুক্তি হ’ল বৰ্তমান যুগৰ আটাইতকৈ আশাপ্ৰদ, সুবিধাজনক তথা কাৰ্ ...

                                               

জৈৱ ৰসায়ন

জৈৱ ৰসায়ন হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া। বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে। আৰু বৰ্তমান সময়ত উদ্ভিদ বিজ্ঞান বা ঔষধ বিজ্ঞান ...

                                               

জ্যোতিৰ্বিজ্ঞান

জ্যোতিৰ্বিজ্ঞান মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী বোলা হয়।

                                               

ট্ৰানজিষ্টৰ

ট্ৰানজিষ্টৰ হল এবিধ অৰ্ধপৰিবাহী আহিলা। ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা, এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয়। অতিকমেও তিনিটা প্ৰান্তিক্ থকা এই আহিলাৰ মুখ্য উপাদান হল অৰ্ধপৰিবাহী পদাৰ্থ। কোনো এয়োৰ টাৰ্মিনেলত প্ৰয়োগ কৰা বৈদ্যুতিক বিভৱ ...

                                               

ধনগুলৈ

ধনগুলৈ পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ু বাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়। ইয়াক অন্যান্য নাম যেনে- উকা, ধনগুলৈ, গুলৈ, আধামূৰী, আধা-মূৰীয়া ...

                                               

প্ৰযুক্তি

প্ৰযুক্তি হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে সঁজুলি, কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা। প্ৰযুক্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘ technology ’ আহিছে গ্ৰীক τεχνολογία শব্দৰ পৰা আহিছে যা ...

                                               

বিজ্ঞানৰ দৰ্শন

বিজ্ঞানৰ দৰ্শন দৰ্শনৰ এটি ভাগ যাৰ বিষয় বিজ্ঞানৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় কি বিজ্ঞান হয় আৰু কি নহয়, বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা, বিজ্ঞানৰ শেষ লক্ষ্য আদি। এই ভাগৰ দৰ্শন আন ভাগ যেনে অধিবিদ্যা, তত্ত্ববিদ্যা, জ্ঞানত ...

                                               

বিয়ছ পদ্ধতি

বিয়ছ পদ্ধতি বা Brains electrical oscillation signature হৈছে কোনো অপৰাধৰ লগত জড়িত বুলি সন্দেহ কৰা ব্যক্তিৰ মনৰ খবৰ উদ্ধাৰ কৰা এক পদ্ধতি। ব্যক্তি এজনৰ মগজুৰ পৰা বিকিৰিত হোৱা EEG তৰংগৰ দ্বাৰা মগজুৰ সক্ৰিয়তা লিপিবদ্ধ কৰি ব্যক্তিজন অপৰাধৰ লগত জড়িত ...

                                               

ভূ-বিজ্ঞান

Earth science is an all-embracing term for the sciences related to the planet Earth. It is arguably a special case in planetary science, the Earth being the only known life-bearing planet. There are both reductionist and holistic approaches to Ea ...

                                               

হিপ্পোলাইট পিক্সি

হিপ্পোলাইট পিক্সি আছিল পেৰিছ, ফ্ৰান্সৰ এগৰাকী সঁজুলি-নিৰ্মাতা আৰু অভিযন্তা৷ ১৮৩২ চনত তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত প্ৰথমটো বৈদ্যুতিক জেনেৰেটৰৰ আৰ্হি সাজি উলিয়ায়৷ ইয়াৰ বাবে তেওঁ মাইকেল ফাৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ তত্ত্ব ব্যৱহাৰ কৰিছিল৷ পিক্সিৰ ...

                                               

৫এছ্‌ (পদ্ধতি)

5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে,”ছেইৰি”, ছেইটন,”ছেইছ”, ছেইকেট্‌ছু আৰু ছিট্‌ছুকে । তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও" S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে। ই এক কৰ্মক্ষ ...

                                               

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল। এই আৱিষ্কাৰৰ বাব ...

                                               

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃ ...

                                               

আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল। তাৰে কোনো কোনো ...

                                               

আহোম ভাষা

টাই আহোম ভাষা বা খ্ৱম টাই আহোম অসম আৰু অৰুণাচলৰ আহোম জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই-ক্ৰাদাই ভাষা যাৰ লিপি টাই নোৱা সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ ত পেলাব পাৰি। শ্যান আৰ ...

                                               

ককবৰক ভাষা

ককবৰক ভাষা ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু পাৰ্শ্ববৰ্তী বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী জাতিৰ মানুহৰ মাতৃভাষা। ককবৰক শব্দটো দুটা অংশ লৈ গঠিত হৈছে। কক শব্দৰ অৰ্থ "ভাষা" আৰু বৰক শব্দৰ অৰ্থ "মানুহ", বিশেষ অৰ্থত ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক কথাটোৰ অৰ্থ হ ...

                                               

কন্নড় ভাষা

কন্নড় ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষী ...

                                               

কাশ্মিৰী ভাষা

কাশ্মিৰী ভাষা ভাৰত আৰু পাকিস্তানত প্ৰচলিত এটি ভাষা। ভাৰতৰ জম্মু আৰু কাশ্মীৰত আৰু পাকিস্তানৰ আজাদ কাশ্মীৰত এই ভাষা প্ৰচলিত। ৭১ লাখ মানুহে এই ভাষা ব্যৱহাৰ কৰে। এই ভাষাৰ আন এটা নাম কঁশুৰ। পাৰ্চি আৰু দেৱনাগৰী লিপিৰে এই ভাষা লিখা হয়।

                                               

কাৰ্বি ভাষা

কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। শ্বাফাৰ আৰু ব্ৰেডলীয়ে মিকিৰ ভাষাএক পথচ্যুত কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে, আনহাতে থাৰগুডে ইয ...

                                               

কোঁচ ভাষা

                                               

কোংকণী ভাষা

কোংকণী ভাষা এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়। কোংকণী ভাৰতৰ অঙ্গৰাজ্য গোৱাৰ চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নিৰ্দিষ্ট লিপি নাই। সেয়ে কো ...

                                               

কোচ ৰাজবংশী ভাষা

কোচ-ৰাজবংশী বা কামতাপুৰী ইংৰাজী: Kamatapuri/Rajbongshi language হল ইন্দো-আৰ্য্য ভাষাপৰিয়ালৰ অন্তৰ্গত ভাষা। ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে ।

                                               

কোৰীয় ভাষা

কোৰীয় ভাষা পূব এছিয়াৰ কোৰীয় উপদ্বীপ অঞ্চলত প্ৰায় ৭.৭২ কোটি লোকৰ মাজত প্ৰচলিত এক ভাষা। এই ভাষা দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ আধিকাৰীক আৰু ৰাষ্ট্ৰীয় ভাষা। দুয়োখন দেশতে ভাষাটোৰ ভিন্ন ভিন্ন মান্য ৰূপ ব্যৱহাৰ কৰা হয়। চীন আৰু ৰাছিয়াৰ কিছু অ ...

                                               

ক্ৰা-ডাই ভাষা

ক্ৰা ডাই ভাষা বা টাই কাডাই হল এক প্ৰকাৰৰ ভাষা সমূহ যাক চীন,ম্যানমাৰ, থাইলেণ্ড,লাওছ আৰু উত্তৰপূব ভাৰতত পোৱা যায়। ইয়াৰে থাই ভাষা আৰু লাও ভাষা ক্ৰমে থাইলেণ্ড আৰু লাওছ দেশৰ ৰাষ্ট্ৰভাষা। প্ৰায় ৯৩ মিলিয়ন মানুহে ক্ৰা ডাই ভাষা কয় আৰু ইয়াৰে ৬০% লোকে ...

                                               

খাছী ভাষা

খাছী বা খাচি ভাষা এটা অষ্ট্ৰো-এছীয় ভাষা যিটো মূলতঃ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাছী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ বেছিভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাছী ভাষাৰ মানুহ আছে। খাছী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে ...

                                               

গাৰো ভাষা

গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰ ...

                                               

গুজৰাটী ভাষা

গুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত। গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লা ...

                                               

চট্টগ্ৰামীয়া ভাষা

চট্টগ্ৰামীয়া, চাঁটগাঞা, বা চিটাইংগা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মানক উপভাষা হিচাপে বিবেচনা কৰা হয় কিয়নো এই ভাষাৰ ক ...

                                               

চাঁওতালি ভাষা

চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদ ...

                                               

চাকমা ভাষা

চাকমা ভাষা হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ চট্টগ্ৰামীয়া উপভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে। দক্ষিণ-পূব বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত প্ৰায় ৩১০,০০০জন, ভাৰতৰ অসম আৰু ত্ৰিপ ...

                                               

চীনা ভাষা

চীনা ভাষা হৈছে চীন দেশৰ ৰাষ্ট্ৰভাষা তথা চীনা-তিব্বতীয়া ভাষা পৰিয়ালৰ চীনাতিক নামৰ ভাষাৰ ঠালটো। চীনৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু জনগোষ্ঠী সমূহে এই ভাষাটো কয়। বিশ্বৰ প্ৰায় ১.২ বিলিয়ন মানুহে চীনা ভাষা কয় যি সমগ্ৰ বিশ্বৰ ১৬% জনসংখ্যা। স্থানভেদে চ ...

                                               

ছিলঠীয়া ভাষা

ছিলঠীয়া ভাষা বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা।

                                               

জাৰ্মান ভাষা

জাৰ্মান ভাষা ৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়। জাৰ্মান ভাষাৰ উপভাষাবোৰৰ চুইজাৰ ...

                                               

জিলেণ্ডিক

জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হলেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ ...

                                               

টুলু ভাষা

টুলু) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ টুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে টুলু ভ ...

                                               

ডিমাছা ভাষা

                                               

ডোগ্ৰী ভাষা

ডোগ্ৰী ভাষা ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰেৰ অন্যান্য অঞ্চলত এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষ ...

                                               

তাঞ্চঙীয়া ভাষা

তাঞ্চঙীয়া ভাষা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা। ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ঘনি ...

                                               

তামিল ভাষা

তামিল ভাষা ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। ...

                                               

তেলেগু ভাষা

তেলেগু হল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা।

                                               

থাই ভাষা

থাই ভাষা থাইলেণ্ডৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষা আৰু চেণ্ট্ৰেল থাই লোক সকলৰ প্ৰথম ভাষা। চীনাসকলৰ মাজত থাই ভাষিক লোক সংখ্যাগৰিষ্ঠ। ই ক্ৰা-ডাই ভাষা পৰিয়ালৰ তাই গোষ্ঠীৰ সদস্য। আধাতকৈয়ো বেছি থাই শব্দভাণ্ডাৰ পালি, সংস্কৃত, সোম আৰু পৌৰাণিক খেমাৰ ভাষ ...

                                               

দিভেহি ভাষা

দিভেহি ভাষা হল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা। বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ । ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ । মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপ অন্যতম ।

                                               

নাগামিজ

নাগামিজ নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰ ভাষা । অসমীয়া ভাষাক ভিত্তি কৰিয়েই ইয়াৰ সৃষ্টি হৈছে। তাৰ লগতে বঙালী, হিন্দী, বিভিন্ন নগা ভাষা আৰু আন ভাষাৰো কিছু সমলো ইয়াত দেখা যায়। পাঁচ লাখতকৈও বেছি নাগালেণ্ডৰ বিভিন্ন ভাষাৰ মানুহে ইয়াক যোগাযোগৰ মাধ্যম ...

                                               

নেপালী ভাষা

                                               

প্ৰাচীন হিন্দী

প্ৰাচীন হিন্দী হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময় ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →