ⓘ Free online encyclopedia. Did you know? page 24



                                               

হোমি জাহাঙ্গীৰ ভাবা

হোমি জেহাঙ্গীৰ ভাবা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল। তদুপৰি ভাবা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান আৰু Atomic Energy Establishme ...

                                               

হৰচিমৰত কৌৰ বাদল

হৰচিমৰত কৌৰ বাদল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য। তেওঁৰ স্ ...

                                               

হৰিবংশ ৰায় বচ্চন

হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। হালাবাদৰ প্ৰৱৰ্তক বচ্চন হল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কাল ৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হল তেখেতৰ প্ৰসিদ্ধ কৃতি। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্ ...

                                               

হৰিলাল গান্ধী

হৰিলাল মোহনদাস গান্ধী আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান। তেওঁৰ তিনিজন ভায়েক আছিল- মণিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।

                                               

হৰিশংকৰ পৰসাঈ

হৰিশংকৰ পৰসাঈ আছিল হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ। তেওঁৰ জন্ম মধ্যপ্ৰদেশৰ হোশাংগাবাদৰ অন্তৰ্গত জমানী নামে ঠাইত হৈছিল। তেওঁ হিন্দী সাহিত্যৰ প্ৰথম ৰচনাকাৰ যিয়ে ব্যংগক এক বিশেষ আসন দিছিল আৰু তাক হাঁহি-ধেমালীৰ মনোৰঞ্জনৰে পৰম্পৰাগত ...

                                               

হৰ্ষদীপ কৌৰ

হৰ্ষদীপ কৌৰ এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ বলিউদৰ হিন্দী গীতকে ধৰি পঞ্জাবী আৰু চুফী সংগীত পৰিৱেশন কৰে। হৃদয়বিগলিত কণ্ঠেৰে পৰিৱেশন কৰা চুফী গীতৰ বাবে তেওঁ শ্ৰোতা সমাজত "চুফিৰ চুলতানা" বুলি পৰিচিত। দুটাকৈ ৰিয়েলিটী শ্বত শীৰ্ষস্থান দখল কৰাৰ পাছত ...

                                               

ৰমান চেইনী

ৰমান চেইনী ভাৰতৰ এজন উদ্যোগী, সুবক্তা আৰু কণিষ্ঠতম প্ৰশাসনিক বিষয়াসকলৰ ভিতৰত অন্যতম। তেওঁ ২২ বছৰ বয়সত ২০১৩ চনত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৰমান চেইনী এজন টি. ই. ডি. এক্স বক্তা আৰু তেওঁ জেয়পী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ত বিশ্বৰ আটা ...

                                               

ৰঘুনাথ মুৰ্মু

পণ্ডিত ৰঘুনাথ মুৰ্মু এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ ও চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।

                                               

ৰঘুবীৰ চৌধাৰী

ৰঘুবীৰ চৌধাৰী গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। গুজৰাটী ভাষা সাহিত্যলৈ তেওঁৰ অৱদান অপৰিসীম, কিন ...

                                               

ৰঘূৰাম ৰাজন

ৰঘূৰাম গোবিন্দ ৰাজন এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩তম গভৰ্ণৰ। তেওঁ ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছত এৰিক জে. গ্লিচ্চাৰ বিত্ত বিভাগৰ গণমান্য সেৱা অধ্যাপক হিচাপেও কা ...

                                               

ৰচুলন বাঈ

ৰচুলন বাঈ এগৰাকী ভাৰতীয় শীৰ্ষস্থানীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল। বেনাৰচ ঘৰানাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু তপ্পা আৰু থুমৰীৰ এটা বিভাগ পূৰব অংগত তেওঁ বিশেষত্ব অৰ্জন কৰিছিল।

                                               

ৰতন টাটা

ৰতন নৱাল টাটা, হৈছে ভাৰতৰ এজন উল্লেখযোগ্য ব্যৱসায়ী। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল। ৰতন টাটা দেশৰ ভিতৰতে ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়াল ...

                                               

ৰবি কান্নান আৰ

ৰবি কান্নান আৰ এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু শল্য চিকিৎসক। তেওঁ বৰ্তমান কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক। অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত অৱস্থিত এইখন চিকিৎসালয়ে বহুতো দুখীয়া কৰ্কট ৰোগীক বিনামূলীয়া আৰু কম খৰচতে চিক ...

                                               

ৰবি শংকৰ

ৰবি শংকৰ এজন ভাৰতীয় বঙালী সঙ্গীতজ্ঞ যিজন চেতাৰবাদনত কিংবদন্তীতুল্য শ্ৰেষ্ঠত্বৰ বাবে বিশ্বব্যাপী সুপৰিচিত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ মাইহাৰ ঘৰানাৰ স্ৰষ্টা আচাৰ্য আলাউদ্দীন খান চাহেবৰ শিষ্য ৰবি শংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ঐতিহ্য আৰু ভাৰতীয় ...

                                               

ৰবীন্দ্ৰ গুহ

হাসান তাৰিকেৰ ৰূপোলি ইলিশ ২০০৩ দিল্লি হাটাৰ্স ২০০৩ দৰিদ্ৰ যুবৰাজ ১৯৯৬ নিৰ্বাচিত কবিতা ১৯৯৪ ৰবীন্দ্ৰ গুহৰ কবিতা ১৯৮০

                                               

ৰবীন্দ্ৰ জৈন

ৰবীন্দ্ৰ জৈন এগৰাকী ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী আছিল। ১৯৭০ৰ দশকৰ পৰা তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ কম্পোজ কৰা জনপ্ৰিয় ছবিসমূহ যেনে- ছোৰ মাচায়ে শোৰ, গীত গাতা চল, চিচোৰ আৰু আঁখিওঁ কে ঝাড়খঁ সে । তেওঁ ৰামানন্দ সাগৰৰ ৰামায় ...

                                               

ৰবীশ কুমাৰ

ৰবীশ কুমাৰ এগৰাকী ভাৰতীয় টিভি এংকৰ, সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ ঘাইকৈ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ওপৰত নিৰপেক্ষ বাতৰি প্ৰকাশৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত বাতৰি সম্প্ৰসাৰণ কৰা টিভি চেনেল এনডিটিভি ইণ্ডিয়াৰ প্ৰৱন্ধ সম্পা ...

                                               

ৰমেশ চন্দ্ৰ ডেকা

ৰমেশ চন্দ্ৰ ডেকা এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান ৰ সঞ্চালক । ভাৰতবৰ্ষত cochlear implant surgeryৰ প্ৰৱৰ্ত্তনৰ ক্ষেত্ৰত তেওঁ অন্যতম পথপ্ৰদৰ্শক। তেওঁৱেই পোণপ্ৰথমে ভাৰতত bilateral cochlear implantat ...

                                               

ৰশ্মিকা মন্দান্না

ৰশ্মিকা মন্দান্না এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু আৰু কন্নড় চলচ্চিত্ৰত কাম কৰে। তেওঁ মিডিয়া আৰু কান্নাডা ফিল্ম ইণ্ডাষ্ট্ৰিত ‘কৰ্ণাটক ক্ৰাচ’ হিচাবে জনপ্ৰিয়। ৰশ্মিকা কম সময়ৰ ভিতৰতে এখন চলচ্চিত্ৰৰ ১ বিলিয়ন আয় কৰা ...

                                               

ৰাইমা সেন

১৯৭৯ চনৰ ৭ নৱেম্বৰ তাৰিখে বোম্বেত বৰ্তমানৰ মুম্বাই ৰাইমা সেনৰ জন্ম হৈছিল। তেওঁৰ মাতৃ অভিনেত্ৰী মুন মুন সেন আৰু পিতৃ ভৰত দেৱ বৰ্মা। তেওঁ বঙালী চিনেমাৰ "মহানয়িকা" বুলি খ্যাত অভিনেত্ৰী সুচিত্ৰা সেনৰ নাতিনী। ৰাইমাৰ ভগ্নী ৰিয়া সেনও বলিউড উদ্যোগৰ লগত ...

                                               

ৰাকুল প্ৰীত সিং

ৰাকুল প্ৰীত সিং হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।

                                               

ৰাকেশ শৰ্মা

ৰাকেশ শৰ্মা ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন ব্যৱহাৰিক বৈমানিক। ১৯৮২ চনত তেওঁক ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ ট-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে।

                                               

ৰাখী বিৰলা

ৰাখী বিৰলা এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমী পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ৰাখী হৈছে আম আদমী পাৰ্টীৰ পৰা জয় লাভ কৰা কনিষ্ঠতম বিধায় ...

                                               

ৰাগিনী ত্ৰিবেদী

ৰাগিনী ত্ৰিবেদী হৈছে ভাৰতৰ এগৰাকী ধ্ৰুপদী সংগীতশিল্পী। তেখেতে বিচিত্ৰ বীণা, চিতাৰ আৰু জল তৰংগ পৰিৱেশন কৰে। তেখেত মিশ্ৰবাণীৰ এগৰাকী অগ্ৰণী আৰু ওম স্বৰলিপি নামৰ ডিজিটেল স্বৰলিপি প্ৰণালীৰ উদ্ভাৱক।

                                               

ৰাজকুমাৰী অমৃত কৌৰ

ৰাজকুমাৰী বিবিজী অমৃত কৌৰ ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী। ভাৰতৰ প্ৰথম কেবিনেটত স্থান লাভ কৰা ৰাজকুমাৰী অমৃত কৌৰ ১০ বছৰ কাল ভাৰতৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছ ...

                                               

ৰাজকুমাৰী ডুবে

ৰাজকুমাৰী ডুবে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। ৰাজকুমাৰী নামেৰে প্ৰখ্যাত, হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত কণ্ঠশিল্পীগৰাকীৰ সঙ্গীত জীৱনৰ দৈৰ্ঘ্য প্ৰায় চাৰি দশক যদিও ১৯৩০ আৰু ১৯৪০ৰ দশক দুটা তেওঁৰ বাবে উজ্জ্বলতৰ সময়। তেওঁৰ কেইটামান বিখ্যাত গীত ...

                                               

ৰাজনাথ সিং

ৰাজনাথ সিং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ভাৰতৰ ৰক্ষামন্ত্ৰী হোৱাৰ আগতে তে ...

                                               

ৰাজা ৰবি বৰ্মা

ৰাজা ৰবি বৰ্মা ভাৰতৰ ট্ৰেভানকৰ নামৰ দেশীয় ৰাজ্য এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল। মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুখনকে ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বিষয়ৰ চিত্ৰকৰ্মবোৰৰ বাবে তেওঁ খ্যাতি লভিবলৈ সক্ষম হৈছিল। ভাৰতীয় কলাৰ ইতিহাসত ...

                                               

ৰাজিয়া চুলতানা

ৰাজিয়া চুলতানা ১০ অক্টোবৰ ১২৩৬-ৰ পৰা ১৪ অক্টোবৰ ১২৪০-লৈ দিল্লীৰ চুলতান আছিল। তেওঁ দিল্লীৰ মামলুক ৰাজবংশৰ পৰিয়ালৰ আছিল আৰু দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসিকা আছিল।

                                               

ৰাজীৱ গান্ধী

ৰাজীৱ ৰত্ন গান্ধী ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল । তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণি ...

                                               

ৰাজ্যৱৰ্ধন সিং ৰাথোড়

ৰাজ্যৱৰ্ধন সিং ৰাথোড় এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ এগৰাকী শ্বুটি ...

                                               

ৰাণী গাইডিনলিউ

ৰাণী গাইডিনলিউ এগৰাকী ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী। উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজসংগঠক আৰু বিপ্লৱী নেত্ৰী। ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল।

                                               

ৰাণী দুৰ্গাৱতী

ৰাণী দুৰ্গাৱতী এগৰাকী ভাৰতীয় বীৰাংগনা। ১৫৫০ চনৰ পৰা ১৫৬৪ লৈকে তেওঁ গণ্ডৱানা ৰাজ্যৰ মহাৰাণী তথা শাসক আছিল। তেওঁ চান্দেলৰ ৰাজপুত ৰজা কীৰাট ৰায়ৰ একমাত্ৰ সন্তান আছিল। কালিনজাৰ দুৰ্গত ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল। গণ্ডৱানা ৰাজ্যৰ ৰজা দলপত শ্বাহৰ সৈতে ...

                                               

ৰাণী লক্ষ্মীবাই

ৰাণী লক্ষ্মীবাই, উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক স ...

                                               

ৰাণী ৰামপাল

ৰাণী ৰামপাল এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ। মাত্ৰ ১৫ বছৰ বয়সত তেওঁ ২০১০ চনৰ মহিলা বিশ্বকাপ হকীত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় দলৰ কনিষ্ঠতম খেলুৱৈ আছিল। তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে কিন্তু শাৰীৰিক অনুশীলন আৰু খেলৰ সৈতে ব্যস্ত থকাৰ বাবে স্নাতক ...

                                               

ৰাণী ৰাসমণি

ৰাণী ৰাসমণি ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ প্ৰতিষ্ঠাতা আছিল আৰু তেওঁ মন্দিৰৰ পুৰোহিত হিচাপে নিযুক্ত কৰাৰ পিছত শ্ৰী ৰামকৃষ্ণ পৰমহংস সৈতে ঘনিষ্ঠভাৱে জড়িত আ ...

                                               

ৰাধা কেচ্চাৰ

ৰাধা কেচ্চাৰ এগৰাকী ভাৰতীয় গণিতজ্ঞ যি সসীম গোটৰ উপস্থাপন তত্ত্ব সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।

                                               

ৰাধা বালাকৃষ্ণন

ৰাধা বালাকৃষ্ণন হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত। অৰৈখিক বলবিদ্যা -ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য ব ...

                                               

ৰাধিকা আপ্টে

ৰাধিকা আপ্টে হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী। তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত। চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। বলিউডৰ ফেণ্টাচি ছবি ৱাহ! লাইফ হ ট এইছিৰ জৰিয় ...

                                               

ৰাধিকা মাদান

ৰাধিকা মাদান হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ পূৰ্বতে তেখেত এগৰাকী টেলিভিছন ব্যক্তিত্ব আছিল। নতুন দিল্লীত তেখেতে নৃত্য প্ৰশিক্ষক হিচাপেও কৰ্মৰত হৈ আছিল। ৰাধিকাৰ ছবিসমূহ মূলতঃ হিন্দী ভাষাত নিৰ্মিত। ২০১৪ চনত ৰাধিকাই মেৰি আশিকী টুম ছে ...

                                               

ৰাধিকা শৰৎকুমাৰ

ৰাধিকা শৰৎকুমাৰ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু প্ৰযোজক। তেখেতে তামিল, তেলুগু ছবি উদ্যোগৰ লগত জড়িত। ইয়াৰ লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ ছবিতো তেখেতে প্ৰদৰ্শন আগবঢ়াইছে। ৰাধিকা শৰৎকুমাৰ নিজৰ কেৰিয়াৰত প্ৰায় ৩৫০খন ছবিত অভিনয় ...

                                               

ৰাধিকা ৰয়

ৰাধিকা ৰয় হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু নতুন দিল্লী টেলিভিছন ৰ সহ-প্ৰতিষ্ঠাতা। ছপা মাধ্যমৰ সাংবাদিকতাৰ দহ বছৰীয়া কেৰিয়াৰৰ পিছত, তেখেতে ১৯৮৭ চনত টেলিভিছনৰ জগতত ভৰি থৈছিল আৰু এনডিটিভি সহ-প্ৰতিষ্ঠা কৰিছিল। চেনেলটোক তেখেতে ২৫ বছৰতকৈও অধিক সময় ...

                                               

ৰাভুৰি ভৰদ্বাজ

ৰাভুৰি ভৰদ্বাজ এগৰাকী প্ৰথিতযশা তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক। তেলুগু সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১২ বৰ্ষৰ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

                                               

ৰাম চৰণ তেজা

ৰাম চৰণ তেজা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা। তেওঁ মূলতঃ তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ তেলুগু চলচ্চিত্ৰৰ খুব জনপ্ৰিয় অভিনেতা। ৰাম চৰণে তেওঁৰ অভিনয় জীৱনত বহুতো সন্মান ও বঁটা লাভ কৰিবলৈ সক্ষম হয়, তাৰ ভিতৰত- ফিল্ম ...

                                               

ৰাম নাথ কোৱিন্দ

ৰাম নাথ কোৱিন্দ এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। বৰ্তমান তেওঁ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছে। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল৷ তেওঁক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে সেই সময়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ ...

                                               

ৰাম বিলাস পাছৱান

ৰাম বিলাস পাছৱান এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আৰু বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁ সংযুক্ত ছচিয়েলিষ্ট পাৰ্ট ...

                                               

ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ

ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ জন্ম ১৯০৯ চনৰ ১৭ মাৰ্চত মহাৰাষ্ট্ৰৰ শতৰা নামে ঠাইত হৈছিল। তেখেত প্ৰাচীন ভাৰতীয় শিক্ষা আৰু সাংস্কৃতিক পৰম্পৰা, প্ৰাচ্য অধ্যয়ন আদিৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱাৰ লগতে ভাৰততত্বৰ বিভিন্ন দিশত পাণ্ডিত্বপূৰ্ণ বহুতো প্ৰবন ...

                                               

ৰামদাস গান্ধী

ৰামদাস মোহনদাস গান্ধী মহাত্মা গান্ধীৰ তৃতীয় সন্তান। তেওঁৰ জন্মহয় দক্ষিণ আফ্ৰিকাত। তেওঁ তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁৰ আটাইকেইজন ভায়েকৰ পৰা পৃথক হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ আৰু তেওঁৰ পত্নী নিৰ্মলাৰ তিনিটা সন্তান আছিল; সুমিত্ৰা গান্ধী, কানু গান্ধী ...

                                               

ৰামদেৱ

স্বামী ৰামদেৱ হল এজন ভাৰতীয় যোগ গুৰু যাক অধিকাংশ লোকে ৰামদেৱ হিচাপে জানে। যোগাসন আৰু প্ৰাণায়ামৰ ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখনীয়। ৰামদেৱে নিজে ঠায়ে ঠায়ে গৈ যোগ শিবিৰৰ আয়োজন কৰে যত প্ৰায় সকলো সম্প্ৰদায়ৰ মানুহ একগোট হয়। দেশ-বিদেশৰ কৌটি কৌটি ...

                                               

ৰামধাৰী সিং দিনকৰ

ৰামধাৰী সিং দিনকৰ আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ। আধুনিক যুগৰ শ্ৰেষ্ঠ বীৰ ৰসৰ কবি ৰূপে তেওঁ স্থাপিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাতত তেওঁৰ জন্ম হৈছিল। তেখেতে পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস, দৰ্শনশাস্ত্ৰ আৰ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →