★ Free online encyclopedia. Did you know? page 2



                                               

মানস নদী

মানস নদী বা মানাহ নদী ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ এখন উল্লেখযোগ্য নদী। যোগিনীতন্ত্ৰমতে প্ৰাচীন কামৰূপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানাস । মানস নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এট ...

                                               

সোণকোষ নদী

সোণকোষ বা গদাধৰ বা স্বৰ্ণকোষ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনৈ। ইয়াৰ উদ্ভৱ উত্তৰ ভূটানত। ই ভাৰতৰ অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদত লগ লাগিছে। ভূটানত ইয়াৰ নাম পুনাৎসাংগ ছ্যূ। ইয়াৰ দুটা মুখ্য উপনৈ ফ ছ্যু আৰু ম ছ্যু ভূটানৰ পোনাখাত মিলিত হৈছে। এই দুই নদী ...

                                               

সোৱণশিৰি নদী

সোৱণশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৭৫ মাইল আৰু অৱবাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল । সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব ...

                                               

ৰঙানৈ

ৰঙানদীৰ উৎস অৰুণাচল প্ৰদেশ। নামনি সোৱণশিৰি আৰু পূৰ্ব কামেং জিলাৰ সীমাৰ নিলম, মাৰটা আৰু টাপু পৰ্বতমালাৰ ২৭°৩১ ৫১.৪৩ উত্তৰ অক্ষাংশ আৰু ৯৩°২৬ ২৬.৪২ পূৰ্ব দ্ৰাঘিমাংশৰ ওচৰত বৰফ গলি ৰঙানৈৰ সৃষ্টি হয়। এই ঠাই সাগৰ পৃষ্ঠৰ পৰা ৩৪৪০ মিটাৰ উচ্চতাত। এই ঠাইৰ ...

                                               

উত্তৰ লখিমপুৰ

উত্তৰ লখিমপুৰ ইংৰাজী: North Lakhimpur হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাএই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে।

                                               

কাছাৰ জিলা

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক। কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।

                                               

কৰিমগঞ্জ

                                               

গড় দ’ল

গড় দল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত। গড় দলৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা ...

                                               

গণেশগুৰি

গণেশগুৰি Ganeshguri গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেএই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল। গণেশগুৰিৰ মূল চাৰিআলিতেই বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতু ...

                                               

গোলাঘাট জিলা

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক। গোলাঘাট জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটা ...

                                               

গৰমপানী অভয়াৰণ্য

গৰমপানী অভয়াৰণ্য ইংৰাজী: Garampani Wildlife Sanctuary হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. 60.50.000 বৰ্গ মিটাৰ। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km 16 মাইল। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ ...

                                               

চৰাইদেউ জিলা

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক। চৰাইদেউ জিলা অসমৰ এখন ন কৈ গঠন কৰা জিলা যি প্ৰাচীন আহোম ৰাজধানী চহৰ চে-ৰাই-ডয় আৰু কিছু অঞ্চলক সামৰি গঠিত। ‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয় ...

                                               

ছিপাঝাৰ

দৰং জিলাৰ এখন অন্যতম চহৰ ছিপাঝাৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰৰ নতিদুৰতে আছে এট ...

                                               

জাতিংগা

জাতিংগা ইংৰাজী: Jatinga হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত। এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে। পক্ষীসমূহক স্থানীয় লোক ...

                                               

ডিব্ৰুগড়

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক ভাৰতৰ চাহ নগৰী বুলি জনা যায়। ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ ২৭৩ মাইল পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ ...

                                               

ডিব্ৰুগড় জিলা

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক। ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয ...

                                               

তিনিচুকীয়া

তিনিচুকীয়া অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা ...

                                               

দ-পৰ্বতীয়া

তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰ ...

                                               

নগাঁও

নগাঁও মধ্য অসমৰ উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল। গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱৰ স্থান "বৰদোৱা"দৰে পবিত্ৰ স্থানেৰে গৰ্বিত নগাঁৱত, অসমীয়া কলা-সংস্কৃতিৰ কেইবাগৰাকী নমস্য ব্যক্তিৰ জন্ম ...

                                               

নগাঁও জিলা

নগাঁও ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হল উত্তৰে ব্ৰহ্মপুত্ৰ নদী,শোণিতপুৰ জিলা, দক্ষিণে উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু কাৰ্বি আংলং জিলা।

                                               

নৰোৱা সত্ৰ

নৰোৱা সত্ৰ এখনি বৰদোৱা থানৰ অন্তৰ্গত সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কৰ্মৰাজী প্ৰচলিত এই নৱ বৈষ্ণৱ সত্ৰখনৰ বতৰ্মান সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱ গোস্বামী।

                                               

পদুম পুখুৰী

তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল। এসময় ...

                                               

বিহপুৰীয়া (নগৰ)

বিহপুৰীয়া ইংৰাজী: Bihpuria বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত অসমৰ লখিমপুৰ জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে ২০১১ চনৰ তথ্য অনুসৰি।

                                               

মঙলদৈ

মঙলদৈ ইংৰাজী: Mangaldoi অসমৰ দৰং জিলাৰ এখন মুখ্য নগৰ। এই নগৰখন মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ ওখপাৰত অৱস্থিত। নগৰখনৰ আৰম্ভনি কৰোতা সকল আছিল ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বনিক চাহাবসকল। ইংৰাজ সকলে কোচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপ ...

                                               

মৰিগাঁও

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপেথ মৰিগাঁও জিলাক ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ লগত যোগাযোগ স্থাপন কৰিছে। এই ঘাইপথ মৰিগাঁও নগৰৰ সমীপৰ জাগীৰোডৰ মাজেদি পাৰ হৈ গৈছে। মৰিগাঁও ৰোডে মৰিগাঁও নগৰক জাগীৰোডৰ লগত সংযুক্ত কৰিছে। আনহাতে নগৰৰ নিকটৱৰ্ত্তী ৰেলৱে ষ্টেচন দুটা চাপ ...

                                               

মৰিগাঁও জিলা

মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াএক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷

                                               

শিৱসাগৰ

শিৱসাগৰ ইংৰাজী: Sivasagar অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ ২২৪ মাইল দূৰৈত অৱস্থিত। চহৰখনক দিহিং বৰ ...

                                               

শুৱালকুছি

শুৱালকুছি অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ"বুলি কোৱা হয়। কামৰূপ জিলাৰ এই খণ্ডটোৰ মা ...

                                               

হাইলাকান্দি জিলা

হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ ...

                                               

ৰংপুৰ (আহোম ৰাজধানী)

ৰংপুৰ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত স্থাপন কৰা আহোম ৰাজ্যৰ এখন ৰাজধানী আছিল। এতিয়া এই স্থান শিৱসাগৰ নগৰৰ অন্তৰ্ভুক্ত। আহোম ৰাজ্যৰ কেইবাটাও ঐতিহাসিক সমল যেনে তলাতল ঘৰ আৰু ৰংঘৰ ইয়াতে অৱস্থিত। আহোম ৰাজ্যৰ শ্ৰেষ্ঠ সময়ছোৱাত ৰংপুৰ ৰাজধানী আছিল ...

                                               

আমচোং অভয়াৰণ্য

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যই ‘আৰ্লি বাৰ্ডছ’ Early Birds নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত ২০০৪ চনৰ ৯ জুনত চৰকাৰীভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। খানাপাৰা দক্ষিণ আমচাং অঞ্চলৰ ২৫৪৬.১০ হেক্টৰ অৰণ্যভূমি আৰু আমচাং অঞ্চ ...

                                               

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।

                                               

উল্টাপানী সংৰক্ষিত বনাঞ্চল

উল্টাপানী সংৰক্ষিত বনাঞ্চল অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল॥ ই মানস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ হলটুগাওঁ বন বিভাগৰ অধীনত। এই সংৰক্ষিত অঞ্চল চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ লগতে এই বনাঞ্চল পখিলা ...

                                               

ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। কাজ ...

                                               

কাকৈজানা সংৰক্ষিত বনাঞ্চল

কাকৈজানা সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাষত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে বিখ্যাত। বনাঞ্চল খনৰ মাটিকালি ১৭.২৪ বৰ্গ কিঃমিঃ।

                                               

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰ সমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁ ...

                                               

চক্ৰশিলা অভয়াৰণ্য

চক্ৰশিলা অভয়াৰণ্য অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াৰণ্য। এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত ই ভাৰতৰ সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বাসস্থান। ৪৫.৫৬৮ বৰ্গ কিঃমিঃ জুৰি থকা চক্ৰশিলা অভয়াৰণ্যৰ পৰা কোকৰাঝাৰ নগৰৰ দূৰত্ব ৬ কিঃমিঃ ...

                                               

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে।

                                               

নামবৰ অভয়াৰণ্য

নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।

                                               

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷

                                               

নামেৰি ৰাষ্ট্ৰীয় উদ্যান

নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। ...

                                               

পবা বৰ্ষাৰণ্য

ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমা সদৰৰ পূব দিশে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত তথা চিয়াং-ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল। পবা বনাঞ্চলৰ সমীপৰ ঐৰামঘাটৰ সমীপত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল। তাহানিতে ধেমাজি জিলাখনো ...

                                               

পবিতৰা অভয়াৰণ্য

পবিতৰা অভয়াৰণ্য বা পবিতৰা অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। এই অভয়াৰণ্যত গঁড় ...

                                               

পানী দিহিং অভয়াৰণ্য

পানী দিহিং অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।

                                               

পাভৈ অভয়াৰণ্য

পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া মহ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।

                                               

পূব কাৰ্বি আংলং অভয়াৰণ্য

পূব কাৰ্বি আংলং অভয়াৰণ্য অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।

                                               

বুঢ়া চাপৰি অভয়াৰণ্য

বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

                                               

বৰদৈবাম বিলমুখ পক্ষী উদ্যান

ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান অৱস্থিত। এ‌ই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘট ...

                                               

বৰনদী অভয়াৰণ্য

বৰনদী অভয়াৰণ্য হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত দৰং জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে৷

                                               

বৰাইল অভয়াৰণ্য

বৰাইল অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।

Users also searched:

মানস নদী, বৰহমপ, লহতয, নদৰ, সষট, বনপ, বৰহমকণড, থৱৰ, মনস, উপনকবল, চযন, অসমতবনপসষটকৰদখননদৰনম, লহতযমনক, বৰহমপনদৰওপৰতথকতযখনদল, উপন, দবপ, থৱৰকষৰতমনদদবপ, অসমত, দখন, ওপৰত, ৰতম, লহত, লহতনদ, মনসনদ, সোৱণশিৰি নদী, সমসয, নধৰ, অসবধ, নমন, সৱণশৰ,

...

Encyclopedic dictionary

Translation
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →