ⓘ Free online encyclopedia. Did you know? page 15



                                               

চি এন আৰ ৰাও

চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন বিষয়ত কৰ্মৰত। ৰাও বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ প্ৰধান। ২০১৩ চনৰ ১৬ অক্টোবৰত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অস ...

                                               

চি ভি ৰামন

চি ভি ৰামন বা চন্দ্ৰশেখৰ ভেংকটাৰামন আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতলৈ নবেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰামন অন্যতম। এছিয়াৰ ভিতৰতে ১৯৩০ চনত বিজ্ঞান বিষয়ত নবেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেংকটাৰামন আছিল প্ৰথম ...

                                               

চি. এ. ভৱানী দেৱী

চাদালাভদা আনন্দ সুন্দৰৰামন ভৱানী দেৱী চমুকৈ চি. এ. ভৱানী দেৱী এগৰাকী ভাৰতীয় চেবাৰ শৈলীৰ ফেন্সিং খেলুৱৈ। চেবাৰ শৈলীৰ ফেন্সিং হৈছে এবিধ দ্ৰুত গতিত তৰোৱাল চলোৱা খেল। তেওঁ ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ জৰিয়তে তেওঁক গোস্পৰ্টছ ফাউণ্ডেচন ...

                                               

চি. বি. মুথাম্মা

চনিৰা বেল্লিয়াপ্পা মুথাম্মা চমুকৈ চি. বি. মুথাম্মা এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগে আয়োজন কৰা ভাৰতীয় অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী মহিলা আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰা তেও ...

                                               

চিতাৰা দেৱী

চিতাৰা দেৱী এগৰাকী বিখ্যাত ভাৰতীয় নৃত্য পটীয়সী। শাস্ত্ৰীয় নৃত্যৰ অন্যতম কথকৰ তেওঁ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। নৃত্যৰ জৰিয়তে বহুতো বঁটা আৰু সন্মান লাভ কৰা চিতাৰা দেৱী পৃথিৱীৰ বিভিন্ন ঠাইত কথক নৃত্য প্ৰদৰ্শন কৰিছে। তাৰে ভিতৰত অন্যতম হল ১৯৬ ...

                                               

চিদাম্বৰম সুব্ৰমনিয়াম

চিদাম্বৰম সুব্ৰমনিয়াম এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ খা ...

                                               

চিল্ক স্মিতা

বিজয়লক্ষ্মী ৱেডলাপেটলা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা । তেওঁ তেলুগু, মালয়ালম, তামিল, কন্নড় আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ এগৰাকী পাৰ্শ্ব তথা সহযোগী অভিনেত্ৰী ৰূপে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰিছিল। ...

                                               

চুনী গোস্বামী

চুনী গোস্বামী এগৰাকী ভাৰতীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু খেলত যোগ দি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ফুটবলৰ লগতে ক্ৰিকেটতো তেওঁ সমানে প ...

                                               

চুলতানা (অভিনেত্ৰী)

চুলতানা বা চুলতানা ৰেজাক ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছিল। নিৰ্বাক ছবিৰে কৰ্মজীৱনৰ পাতনি মেলা চুলতানাই পিছলৈ সবাক ছবিতো অভিনয় কৰিবলৈ লৈছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা পৰিচালক ফাটিমা বেগমৰ জীয়াৰী আছিল। ভাৰতৰ প্ৰথম সবাক ছবি আ ...

                                               

চেতন ভগত

চেতন ভগত এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই টি দিল্লী আৰু আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস ফাইভ পইণ্ট চামৱান "-ৰ জৰিয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ ...

                                               

চেহনাজ হুছেইন

চেহনাজ হুছেইন হল ভাৰতৰ চেহনাজ হুছেইন গোটৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু পাৰিচালন সঞ্চালক। ভেষজ পদ্ধতিৰে সৌন্দৰ্য চৰ্চ্চাক আগুৱাই নিয়া আৰু ভাৰতীয় আয়ুৰ্বেদক পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বাণিজ্য আৰু উদ্ ...

                                               

চৈতন্য মহাপ্ৰভু

চৈতন্য মহাপ্ৰভু ১৬ শতাব্দীৰ বৈষ্ণৱ ধৰ্মৰ এজন সন্ত, ভাগৱতীয় ভক্তি তথা নাম ধৰ্মৰ প্ৰচাৰক । তেৰাৰ জন্ম ১৪৮৬ খ্ৰ ী: ত বংগৰ নদীয়াত হয় । তেওঁ হৰে কৃষ্ণ মহামন্ত্ৰটি প্ৰচাৰ কৰাৰ লগতেই সংস্কৃতত শিক্ষাষ্টকৰ ৰচনা কৰে । গৌড়ীয় বৈষ্ণৱ প্ৰন্থাত তেওঁক শ্ৰীক ...

                                               

চৈয়দ আকবৰুদ্দিন

চৈয়দ আকবৰুদ্দিন এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।

                                               

চোহা আলী খান

চোহা আলী খান পাটাউদী হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে বিশেষকৈ হিন্দী ছবিৰ উদ্যোগত কাম কৰিছে। ইয়াৰ লগতে ইংৰাজী ভাষা আৰু বঙালী ভাষাৰ ছবিতো তেখেতে ভূমুকি মাৰিছে। তেখেত যশস্বী চিত্ৰাভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু ক্ৰিকেটাৰ মনছুৰ আলী খান প ...

                                               

চৰদাৰা সিং

চৰদাৰা সিং বা চৰদাৰ সিং এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে। তেওঁ ২০০৮ চনত চুলতান আজলান শ্বাহ কাপত ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰতিনিধি ...

                                               

ছন্নো দেৱী

ছন্নো দেৱী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ পঞ্জাব ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ছন্নো দেৱীয়ে পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ১৯৬২ চনৰ ১৯ মাৰ্চৰ পৰা ...

                                               

ছাই পল্লৱী

ছাই পল্লৱী ছেন্থামাৰাই হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত দুটা ফি ...

                                               

ছাইনা নেহৱাল

ছাইনা নেহৱাল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা তথা ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ ত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা। ২ ...

                                               

ছানয়া মালহোত্ৰা

ছানয়া মালহোত্ৰা হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ছানয়াৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ২০১৬ চনত মুক্তি লাভ কৰা জীৱনীমূলক ক্ৰীড়াভিত্তিক ছবি দংগলৰ জৰিয়তে পৰ্দাত ভুমূকি মৰা ছানয়াই ২০১৮ চনত বধাই হো নামৰ ছবিখনত সফলভাৱে অভিনয় কৰে। ...

                                               

ছানিয়া মিৰ্জা

ছানিয়া মিৰ্জা ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে। একক শাখাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অংকিতা ৰেইনা ছানিয়াৰ স্থানত অধিষ্ঠিত হয়। মা ...

                                               

ছিলভাৰিন স্বেৰ

ছিলভাৰিন স্বেৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক । তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা। তেওঁ ভাৰত স্কাউট আৰু গ ...

                                               

জগজিৎ কৌৰ

জগজিৎ কৌৰ হল এগৰাকী হিন্দী আৰু উৰ্দু ভাষাৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক মহম্মদ জহুৰ খয়ামৰ পত্নী। চলচ্চিত্ৰৰ বাবে তেওঁ তেওঁৰ সমসাময়িক লতা মংগেশকাৰ আৰু আশা ভোঁচলেতকৈ কম গীত গাইছে, তথাপি তেওঁৰ প্ৰায় সকলো গীতকে মাষ্টাৰপিচ আখ্যা দিয়া হয়।

                                               

জগজিৎ সিং

জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল। গজল সম্ৰাট ৰূপে খ্ ...

                                               

জগদীপ

ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেখেত জগদীপ নামেৰে জনপ্ৰিয়। তেখেতে চাৰিশতকৈও অধিক চিনেমাত অভিনয় কৰিছে। ইয়াৰে উল্লেখযোগ্য চৰিত্ৰকেইটা হল- শ্বলে চিনেমাত চুৰমা ভুপালী, পুৰাণা মন্দিৰ ছবিত মাছছাৰ আৰু অন্দাজ অপনা অপনা ...

                                               

জগদীশ সিং খেহৰ

ন্যায়ধীশ জগদীশ সিং খেহৰ ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ। তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প ...

                                               

জগমোহন কৌৰ

জগমোহন কৌৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী আছিল। তেখেত বাপু ভে এড হুনি আইন, ঘৰা ৱাজদা, ঘড়োলি ৱাজদীৰ নিচিনা গীতৰ বাবে পৰিচিত।

                                               

জদ্দনবাঈ

জদ্দনবাঈ হুছেইন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত। সৰস্বতী দেৱীৰ সৈতে তেওঁক একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়। তেওঁ আখতাৰ হুছেইন আৰু হিন্দ ...

                                               

জয় পাণ্ডা

বৈজায়ান্ত্ জয় পাণ্ডা এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ বিজু জনতা দলৰ সদস্য ৰূপে কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে। তেওঁ ২০০০ৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল।

                                               

জয়কান্তন

ড. জয়কান্তন, জনপ্ৰিয় নাম: জেকে, হল এগৰাকী ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু সক্ৰিয় সমাজ-কৰ্মী। ৯ বছৰ বয়সতে, পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ পাছত তেওঁ বিদ্যালয়লৈ যোৱা বাদ দিছিল আৰু মাদ্ৰাজলৈ গৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি ...

                                               

জয়ন্ত নাৰ্লিকাৰ

জয়ন্ত বিষ্ণু নাৰ্লিকাৰ হল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। ইংৰাজী জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছে যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়। এই তত্ত্বৰ দ্বাৰা এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিক ...

                                               

জয়প্ৰকাশ নাৰায়ণ

জয়প্ৰকাশ নাৰায়ণ ইংৰাজী: Jayaprakash Narayan ; ১৯০২–১৯৭৯ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১ ...

                                               

জয়ললিতা

জয়ললিতা জয়ৰাম একৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ। তেওঁ তামিলনাডুৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেটা কাঝাগাম পাৰ্টিৰ মহাসচিব আছিল। তেওঁ ১৯৯১, ১৯৯৬, ২০০১, ২০০২ চনৰ পৰা ২০০৬ আৰু ২০১১ চনৰ পৰা ২০১৪ ...

                                               

জয়া আখতাৰ

জয়া আখতাৰ এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ চনত তেওঁ লাক বাই চাঞ্চ নামৰ ছবিখনৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১১ চনত তেওঁ সমালোচক তথা ব্যৱসায়িকভাৱে সফল জিন্দেগী না মিলেগী দোব ...

                                               

জয়া ভট্টাচাৰ্য

জয়া ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দূৰদৰ্শন ধাৰাবাহিক বোৰত বিপক্ষ ভূমিকা পালন কৰাৰ বাবে জনা যায়। তেওঁ বোলছবিতো বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক কিউ কি চাছ ভি কভি বহু থিত কৰা অভিনয়ৰবাবে বিশেষভাৱে জনা ...

                                               

জাকিৰ নাইক

জাকিৰ আব্দুল কৰিম নাইক হল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে। তেখেত ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা যি পিচ টিভি নেটৱৰ্ক পৰিচালনা কৰে।

                                               

জাকিৰ হুছেইন (ৰাজনীতিবিদ)

জাকিৰ হুছেইন এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল। ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চ ...

                                               

জানকী অম্মল

জানকী অম্মলে ১৮৯৭ চনৰ, ৪ নৱেম্বৰত কেৰালাৰ থলসেৰিত জন্মগ্ৰহন কৰে। তেওঁৰ দেউতাক দেওৱান বাহাদুৰ এডভালথ কাক্কট কৃষ্ণন, মাদ্ৰাজ প্ৰেসিডেন্সিৰ উপ-বিচাৰক আছিল। তেখেতৰ মাতৃ, দেবী ১৮৬৪-১৯৪১ আছিল জন চাইল্ড হ্যানিংটন আৰু কুঞ্চি কুড়ুম্বিৰ অবৈধ কন্যা।তেওঁৰ ছ ...

                                               

জানকী দেৱী বাজাজ

জানকী দেৱী বাজাজ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা জনহিতৈষী আছিল। তেওঁ মহাত্মা গান্ধীয়ে নেতৃত্ব বহন কৰা আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি ১৯৩২ চনত কাৰাবাস খাটিছিল। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি তথা বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক যমুনালাল বাজাজৰ পত্নী। ১৯ ...

                                               

জাভেদ আখতাৰ

জাভেদ আখতাৰ একেধাৰে কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। ১৯৭১ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত তেওঁ চেলিম খানৰ সৈতে লগ লাগি একেলগে চিত্ৰনাট্য ৰচনা কৰিছিল আৰু দুয়োজন সেইসময়ত চেলিম–জাভেদ হিচাপে বিখ্যাত হৈ পৰিছিল। জাভেদ আখতাৰ ১৯৯৯ চনত পদ্মশ্ৰী সন্মান, ২০০৭ চনত প ...

                                               

জামছেদজী ফ্ৰেমজী মদন

জামছেদজী ফ্ৰেমজী মদন, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ এগৰাকী পথপ্ৰদৰ্শক আছিল৷ ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্মাণ, বিতৰণ আৰু প্ৰযোজনাত আগৰণুৱাসকলৰ এজন ৰূপে তেওঁ চলচ্চিত্ৰ জগতত প্ৰখ্যাত৷ ১৮৯০ৰ দশকত বম্বেত তেওঁৰ মালিকীস্বত্ত্বত থকা দুটাকৈ থিয়েটাৰ কোম্পানী আছিল৷

                                               

জাহাংগীৰ ৰতনজী দাদাভাই টাটা

জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা এগৰাকী ভাৰতীয় উদ্যোগপতি, উদ্যমী, উৰাজাহাজ উদ্যোগী টাটা গ্ৰুপৰ অধ্যক্ষ আৰু টাটা চনছ‌্‌ৰ অংশীদাৰ আছিল। টাটা পৰিয়ালত জন্মগ্ৰহণ কৰা জাহাংগীৰ বিখ্যাত ব্যৱসায়ী ৰতনজী দাদাভাই টাটা আৰু সুজেইন "চনী" ব্ৰিয ...

                                               

জাহ্নৱী কাপুৰ

জাহ্নৱী কাপুৰ ইংৰাজী: Janhvi Kapoor ; জন্ম: মাৰ্চ ১৯৯৭ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ শ্ৰীদেৱী আৰু বনি কাপুৰ কন্যা। তেওঁ ২০১৮ চনত ৰোমাণ্টিক নাটক চলচ্চিত্ৰ ধড়ক ৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল, যিখন বাণিজ্য ...

                                               

জি. মাধৱন নায়াৰ

জি. মাধৱন নায়াৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল। ২০০৯ চনত গণতন্ত্ৰ দিৱসৰ দিনা তেওঁক ভাৰতৰ দ্বি ...

                                               

জিণ্টু গগৈ

১৯৭০ চনৰ ২১ নৱেম্বৰত জিণ্টু গগৈৰ জন্ম হৈছিল।অসমৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জিণ্টুৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। পিতৃ ঠগিৰাম ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল। জিণ্টু গগৈৰ লুনা নামৰ এজ ...

                                               

জিতু ৰায়

জিতু ৰায় এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।

                                               

জিৎ (অভিনেতা)

জিতেন্দ্ৰ মদনানী, যি জিৎ নামে পৰিচিত, হৈছে এগৰাকী ভাৰতীয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা যি মূলতঃ বঙালী চলচ্চিত্ৰত অভিনয় কৰে।

                                               

জীতেন্দ্ৰ কুমাৰ

জীতেন্দ্ৰ কুমাৰ হৈছে এগৰাকী ভাৰতীয় অভিনেতা। দ্য ভাইৰেল ফিভাৰ বিভিন্ন কৌতুকধৰ্মী-ব্যংগাত্মক অনুষ্ঠানত আগবঢ়োৱা অভিনয়ৰ জৰিয়তে তেখেত জনাজাত হয়। যত তেওঁ জীতু, মুন্না জজবাটি, গীট্টু আদি চৰিত্ৰসমূহ ৰূপায়ণ কৰে। আৰু অৰ্জুন কেজৰিৱাল হিচাপে ভাৰতীয় ৰা ...

                                               

জীবনানন্দ দাস

জীবনানন্দ দাস বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য। মৃত্যুৰ পাছৰ পৰা আৰম্ভ কৰি বিংশ শতাব্দীৰ শেষ ধাপত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৯৯ চনত যেতিয়া তেওঁৰ জন্ম শতব ...

                                               

জুবেইদা

জুবেইদা বেগম ধনৰাজগীৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল। দেৱদাস, সাগৰ মোভীটোনৰ প্ৰথম সবাক ছবি মেৰী জান তেওঁৰ উল্লেখযোগ্য ছবি।

                                               

জেইল সিং

জেইল সিং আছিল ভাৰতৰ সপ্তমজন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল। কেন্দ্ৰীয় কেবিনেটত তেওঁ একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →